Тёмный

BAU LAGIBO | NILAV NITA | LYRICS VIDEO | 2024 

KAKUTU OFFICIAL
Подписаться 13 тыс.
Просмотров 374
50% 1

Stream ~ BAU LAGIBO | NILAV NITA | LYRICS VIDEO | 2024
#baulagibo #nilavnita #newassamesesong
🎵 Listen on to the best tik tok playlist
• Bau lagibo😉| shorts vi...
official video
• BAU LAGIBO | OFFICIAL ...
Follow Instagram
/ nilavnita
/ kakutu__creations
(lyrics)
তোৰ মই নহঙ ক
তোক ভালেপাও ক
মোৰ নিচিনা এসোপামান
তোৰ হাততে ন
তোৰ ঘৰত নেজাং যা
তোৰ ফালে নিদুঙ যা
গাঁৱলীয়া ল'ৰা জাজেদী কথা
নুবুজো কভী না
খোলোচা হাঁহিৰে চাবি মোলে
এবাৰ বাওঁ লাগিব
জাতেকেনে বেয়াকে নকবী
মোৰে শাও লাগিব
তোৰ ঘৰত নেজাং যা
তোৰ ফালে নিদুঙ যা
খোলোচা হাঁহিৰে চাবি মোলে
এবাৰ বাওঁ লাগিব
জাতেকেনে বেয়াকে নকবী
মোৰে শাও লাগিব
দিনতে তোৰে কথা ভাবি ভাবি
বিছনাতে পৰোং
পুৱা-গধূলি তোৰ কাৰণেই
ঘৰত গালি খালুং
তথাপি তোলৈকে ইমান কৰিছো
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি কাসলেং দেহা
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি
কাসলেং দেহা
চেনাই মোৰ ঐ চেনাই মোৰ ঐ
এদেহী দেহা ঐ চিন্তা নকৰিবী ঐ
চিন্তা নকৰিবী ঐ
তেজৰে সোত বলিছে দেহত
ধুমুহা আহিলেও জাতেকে ভয়
নকৰোং জাতেকে ভয় নকৰোং
গাজনীহে মাৰিছে বুকুত
দিনতে তোৰে কথা ভাবি ভাবি
বিছনাতে পৰোং পুৱা-গধূলি
তোৰ কাৰণে ঘৰত গালি খালুং
তথাপি তোলৈকে ইমান মৰিছো
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি কাসলেং দেহা
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি
কাসলেং দেহা
নাই ককাইটি নাই নামৰূপত চাকৰি
নাই ককাইটি নাই তোৰ দুলীয়াজানৰত চাকৰি
নাই ককাইটি নাই চাকৰিও তোৰ কপালত নাই
নাই মৰমো নাই-নাই মোলে আহৰি
যায় উৰি মন যায়
তোক টানিলমযেন আযোৰী
খাই মনে মোৰ খাই
কিজানি আগৰ মৰমকন হেৰাই
দিনতে তোৰে কথা ভাবি ভাবি
বিছনাতে পৰোং
পুৱা-গধূলি তোৰ কাৰণেই
ঘৰত গালি খালুং
তথাপি তোলৈকে ইমান মৰিছো
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি কাসলোং দেহা
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি কাসলোং দেহা
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি কাসলোং দেহা
তোক দেখি থৰথৰকে কপিছোং
তোক দেখি জুই ঘামে ঘামিজোং
এবাৰ বাওঁপাং বুলি কাসলোং দেহা

Видеоклипы

Опубликовано:

 

20 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
МАРИЯ ГОЛУБКИНА О БАБУШКЕ #shorts
00:43
Ranking The Most Painful Crashes
00:19
Просмотров 3,4 млн
Strong cat !! 😱😱
00:19
Просмотров 2,6 млн
MACAN, A.V.G - Привыкаю
2:55
Просмотров 238 тыс.
Malohat
3:35
Просмотров 901 тыс.
АМ АМ
1:31
Просмотров 895 тыс.
Stray Kids "Chk Chk Boom" M/V
3:26
Просмотров 46 млн
Farahnoz Sharafova - Khoharum 2024 ( audio version)
3:55
можно
1:55
Просмотров 411 тыс.