Тёмный

Bhagawat||Joisagar||Bipin boruah 

জ্যোতিময় Jyotimoy
Подписаться 250 тыс.
Просмотров 576 тыс.
50% 1

#bhagawatpath#ভাগৱতপাঠ #pranjitgogoi
Bipin bora,joisagar, joyanagar,sibsagar
video-pranjalprotim,
video adit-Indra kamal kakoti.
Bhai sound sarvice khanamukh.

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 514   
@rekhagogoi322
@rekhagogoi322 2 года назад
কৃষ্ণ কৃষ্ণ বাপজনা আমাৰ ভক্তিভৰা সেৱাভাগ আপোনাসৱৰ লগতে তাত উপবিষ্ট সমস্তজনা বাপ বান্ধৱ আই মাতৃক আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।
@premadharligira532
@premadharligira532 2 года назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ লগতে এই বৈকুণ্ঠ পুৰীত উপস্থিত থকা সকলো ভকত বৈষ্ণৱ আৰু আই মাতৃ সকলোকে এই দাসৰ পৰিয়ালবৰ্গই ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ
@nayanmonidutta9768
@nayanmonidutta9768 2 года назад
কি যে মধুৰ ভাগৱত ব্যাখা শুনি মন প্ৰসন্নতাৰে ভৰি পৰিছে | ভাবিছো বিয়াৰ আগতেই কিয় ভাগৱত শ্ৰৱণ নকৰিলো | তেতিয়া হয়তো আমাৰ সন্তানক প্ৰকৃত ভকত কৰিব পাৰিলোহেঁতেন | এতিয়াও তেওঁলোকক ভগৱানৰ প্ৰতি ভক্তিভাৱ আৰু শ্ৰৱণ কীৰ্ত্তন কৰাবলৈ অহৰহ চেষ্টা কৰি যাম | কৃষ্ণ 🙏🙏
@Ridipaxom
@Ridipaxom 2 года назад
কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম জয় গুৰু শ্ৰীমন্ত শঙ্কৰ সেৱা জনাইছো বাপ জনা
@Request_motivation
@Request_motivation 2 года назад
জয় গুৰু শংকৰ 🙏🙏🙏।। কৃষ্ণ।। কৃষ্ণ।। ৰাম।। ৰাম।। ৰাম।। অতী সুন্দৰ বাপ কৃষ্ণ কথা 🙏🙏🙏 প্ৰণনাম জনালো বাপ কৃষ্ণ 🙏🙏🙏❤️
@khogeswarigogoi1902
@khogeswarigogoi1902 2 года назад
কৃষ্ণ প্ৰানজিৎবাপ আমাৰ সেৱা নিবেদিছো। আপোনাৰ শ্ৰী মুখ নিসৃত ভাগৱত পাঠ শ্ৰৱন কৰিছোঁ ধাৰাবাহিক ভাৱে। আপোনাৰ কৃপা ভিক্ষা মাগিছো। কৃষ্ণ
@mridusmitasaikia83
@mridusmitasaikia83 Год назад
আপোনাৰ দ্বাৰা ভগৱন্ত জনৰ মহিমা, ভাগৱত ব্যাখ্যা শুনি আপ্লুত হলো,,সদায় sunu,, নিজৰ জীৱন সাৰ্থক যেন লাগে এনে ভাগৱত ব্যাখ্যা শুনিলে🙏🏻🙏🏻😊
@kaberigogoi1332
@kaberigogoi1332 2 года назад
প্ৰভু জনাক প্ৰথমে সেৱা জনাইছো 🙏।ইমান সুন্দৰ হৈছে,ভাষাৰে বুজাব নোৱাৰিম ।বহুত নজনা কথা জানিব পাৰিছো আৰু আপোনাৰ মঙ্গল কামনা কৰিলো ,পুনৰ সেৱাৰ 🙏🙏🙏🙏🙏🙏
@dipjyotihazarika2879
@dipjyotihazarika2879 Год назад
হে বাপ জন ইমান সুন্দৰ আৰু সময়োপযোগী বিশ্লেষণ আগ বঢ়াইছে শুনি আপ্লুত হৈ পৰিলোঁ। ভগৱন্তই কুশলে ৰাখক। আপোনাৰ যাজন মুখী বাখ্যাই অসমীয়া সমাজ খনৰ কল্যাণ কৰিব বুলি আশা কৰিলো। কৃষ্ণ বাপ জন সেৱা লব। 🙏🏻
@gupalgogoi2389
@gupalgogoi2389 2 года назад
কৃষ্ণ কৃষ্ণ বাপ । কৃতাৰ্থ হলো ব্যাখ্যা ভাগ শ্ৰৱণ কৰি ।সেৱাৰে কৃষ্ণ কৃষ্ণ ।
@probinbora135
@probinbora135 2 года назад
কৃষ্ণ কৃষ্ণ বাপ শঙ্কৰদেৱে বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰা দৰে কলিত প্ৰানজিৎ গগৈ বাপে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভাগৱত বাখ্যা কৰি প্ৰচাৰ কৰিছে । তেখেতক শতকোটী প্ৰনাম কৃষ্ণ কৃষ্ণ ।
@nijaradas4894
@nijaradas4894 2 года назад
🙏🏼🙏🏼🙏🏼🙏🏼কৌটি কৌটি প্ৰণাম প্ৰভু ,কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼
@satyenborgohain5683
@satyenborgohain5683 2 года назад
বৰ সুন্দৰ কথা কৈছে । মোৰ মনে অন্তঃকৰণেৰে মানি লৈছে । কৃষ্ণ !
@promodborah3768
@promodborah3768 8 месяцев назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এনে দৰে পেৰনা দি থাকিৱ ধন্যবাদ ❤❤❤❤❤❤
@ajitdas9889
@ajitdas9889 2 года назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ 🙏 কৃষ্ণ কৃষ্ণ 🙏
@ramaborah3940
@ramaborah3940 2 года назад
কৃষ্ণ🙏সেৱা জনালোঁ। বিপিন বৰুৱা গৃহত হে কৃষ্ণ মাধৱ🙏🙏
@promodborah3768
@promodborah3768 9 месяцев назад
কৃষ্ণৰ পভু আপোনাৰ ভাগৱত শ্ৰৱণ শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ ❤❤❤❤❤❤
@promodborah3768
@promodborah3768 8 месяцев назад
কৃষ্ণৰ কৃষ্ণৰ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ভক্ত সকলক হেৱা জনালোঁ আৰু ভক্ত আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ হকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰেই পেৰনাদিযে জেন ধন্যবাদ ❤❤❤❤❤
@promodborah3768
@promodborah3768 9 месяцев назад
Ram Krishna আপোনাৰ ভাগৱত শ্ৰৱণ শুনি ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰেই পেৰনাদিযে জেন ধন্যবাদ থাকিল ❤❤❤❤❤
@user-qn9uz5ee4b
@user-qn9uz5ee4b 3 месяца назад
😊😊😊
@bimaladas7604
@bimaladas7604 2 года назад
প্ৰভূ ঈশ্বৰ তোমাক শত কৌটি প্ৰণাম প্ৰভু
@biswajitbaruah3564
@biswajitbaruah3564 2 года назад
Krishna Krishna Krishna, koti koti pranam prabhu.
@axomibarasha6741
@axomibarasha6741 8 месяцев назад
Krishna Prabhu 🌼🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️
@bashantadas1542
@bashantadas1542 Год назад
Jai jai sreekrishna bhagaban jai sreekrishna jai sreekrishnà
@HemaDas-g2s
@HemaDas-g2s 11 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন 🙏🙏🙏🙏🙏🙏🙏
@upakhisivam5568
@upakhisivam5568 2 года назад
কৃষ্ণ কৃষ প্ৰভু তযু চৰণত প্ৰণাম জনালো 🙏🙏🙏🙏
@bhabanidhisaikia8757
@bhabanidhisaikia8757 2 года назад
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@punyarabha151
@punyarabha151 2 года назад
🙏 Krishna krishna 🙏🙏 probhu pranam 🙏🙏🙏🙏🙏🙏🙏🙏🔥
@bashantadas1542
@bashantadas1542 Год назад
Krishna krishna gogoi baap om namo shree krishna bhagaban tomar saranat sata coti pranam coti coti pranam
@runudas7405
@runudas7405 Год назад
Bahut bhal lage suni iman sundarkai bujai dse sakaluwe jate saatat ji likha ase takhe mani salib lage
@kumudgayan1664
@kumudgayan1664 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰাণজিৎ বাপে আজি জগতত কৃষ্ণ ভক্তি ৰএক মধুৰ আলোড়ন সৃষ্টি কৰিছে, সেয়ে তেখেতলৈ কৌটি সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@mrinalmedhi8346
@mrinalmedhi8346 10 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@manuranjanchetia6867
@manuranjanchetia6867 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@hemlatasaikia1811
@hemlatasaikia1811 Год назад
Krishna Krishna Krishna Prabhu apunak . pranam janalu
@nipulborah6265
@nipulborah6265 Год назад
সুন্দৰ আৰু শুদ্ধ অসমীয়া বাখ্যা শুনি নিজকে ধন্য মানিছো ।
@hirenhandique6576
@hirenhandique6576 Год назад
সুন্দৰ প্ৰকাশ।কিন্ত, তোমাৰ বাখ্যা বহুত দিঘলীয়া।মুখ্য বিষয়ৰ উপৰততেই চমুকৈ প্ৰকাশ কৰিব লাগে ।আৰু তোমাৰ বাখ্যা যিমান শুনিচো সকলো আধৰুৱা।
@labagogoi3561
@labagogoi3561 2 года назад
জয় শ্ৰী কৃষ্ণ ☀️🚩🙏
@lakhipegupegu7772
@lakhipegupegu7772 2 года назад
কৃষ্ণ প্ৰভু চৰণে কৰিছো প্ৰনাম কৃষ্ণ কৃষ্ণ
@anannyaborah9212
@anannyaborah9212 Год назад
Probhu kripa kora tumar charanot koti koti pronam janaisu
@purnimadas4543
@purnimadas4543 Год назад
🙏🙏আপোনা সবাৰো শ্ৰীচৰণ সেৱা জনালো জয় গুৰু শংকৰ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏
@tutumonibayan8659
@tutumonibayan8659 2 года назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত সেৱা নিবেদিছো অতি সুন্দৰ ব্যাখ্যা কৰিছে 🙏🙏🙏🙏
@bashantadas1542
@bashantadas1542 Год назад
Krishna krishna gogoi baap jai jai jai shree krishna bhagaban tomar saranat coti coti pranam
@prahladgogoi8847
@prahladgogoi8847 2 года назад
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।
@chandakantadas4973
@chandakantadas4973 Год назад
Ha bap aapunak khotakuti pronam jonalu krishna
@gautamsaikia3397
@gautamsaikia3397 11 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু হৰি কৃষ্ণ
@sabitakalita7065
@sabitakalita7065 Год назад
সুন্দৰ বাখ্যা।কৃষ্ণ সেৱা জনালো বাপজনাক।
@promodborah3768
@promodborah3768 9 месяцев назад
কৃষ্ণৰ পভু জনা আৰু ভক্ত record voice note how i met american eagle roanoke river ভাগৱত শ্ৰৱণ শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দৰেই পেৰনাদিযে জেন ধন্যবাদ ❤❤❤❤❤
@dulumoniborah-hu9zk
@dulumoniborah-hu9zk Год назад
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏
@rulennath7538
@rulennath7538 2 года назад
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।
@prasantadutta6999
@prasantadutta6999 2 года назад
কৃষ্ণ কৃষ্ণ বাপজনা অধমৰ সেৱা গহণ কৰিব আপোনাৰ বাখা আৰু সুমধুৰ কণ্ঠ আমাৰ বৰ ভাল লাগিল।
@jahnabinath7464
@jahnabinath7464 7 месяцев назад
Mu CR
@ikklive5333
@ikklive5333 2 года назад
কৃষ্ণ দেই বাপ জয় গুৰু শংকৰ
@bantideka823
@bantideka823 2 года назад
কৃষ্ণ কৃষ্ণ বাপ জন মোৰ সেৱা ভাগ গ্ৰহণ কৰিব কৃষ্ণ 🙏।
@mondiragogoi8048
@mondiragogoi8048 4 месяца назад
Krishno bap❤ ❤ ❤ ❤
@trailukyagogoi4298
@trailukyagogoi4298 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভূ বহুত ভাল লাগিল
@bobymuktiar4753
@bobymuktiar4753 Год назад
Krishna krishna ati hundor
@sumisaikia3911
@sumisaikia3911 Год назад
আপোনাৰ অমৃতময় কৃষ্ণ কথা শুনি ভাল লাগে।। কৃষ্ণ বাপজন
@manjuphukan5280
@manjuphukan5280 10 месяцев назад
Ratiu xuni thaku.tuponi naha apunar path suni
@mintubora-lj5cz
@mintubora-lj5cz 9 месяцев назад
Wa❤❤❤❤❤❤❤
@amritbaroi9693
@amritbaroi9693 Год назад
Probhu 🙏🙏🙏
@ritulborah7059
@ritulborah7059 2 года назад
ভাল লাগিল শুনি আপোনাৰ ভাগৱত পাঠ।
@hridaymedhi7002
@hridaymedhi7002 2 года назад
কৃষ্ণ কৃষ্ণ মাধৱ ৰাম ৰাম 🙏
@dipugogoi8336
@dipugogoi8336 Год назад
বহুত সুন্দৰ আপোনাৰ বাখ্যা শুনিলে আমনি নালাগে কৃষ্ণ কৃষ্ণ
@gunodharnath3247
@gunodharnath3247 9 месяцев назад
Krishna Krishna Krishna Prabhu pranam
@nitulgogoi8229
@nitulgogoi8229 Год назад
Krisnha krisnha
@dhaniramkonwar6172
@dhaniramkonwar6172 Год назад
কৃষ্ণ! জ্যোতিময় বাপজনাৰ সৰ্ব্বমঙ্গল হওক।
@user-iy4dy8ke9j
@user-iy4dy8ke9j Год назад
কৃষ্ণ কৃষ্ণ বাপ জনক সেৱা জনাইছো।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 10 месяцев назад
Krishna Krishna Krishna baap shwa gonalu krishna
@promodborah3768
@promodborah3768 9 месяцев назад
Krishna aapka video bahut achcha Laga thanks 🙏🙏🙏🙏🎉🎉🎉❤❤❤❤
@purnimadas7779
@purnimadas7779 Год назад
🙏🙏🙏🙏Krishna krishna🙏🙏🙏🙏
@brojengogoikrisnakrisna7975
@brojengogoikrisnakrisna7975 2 года назад
Krishna Krishna Bap Hewa janalu
@jaanmonidevi9722
@jaanmonidevi9722 Год назад
Krishno krishno
@gakulchandranath3982
@gakulchandranath3982 Год назад
Boikhunthot okanman homoi thoka thoka Jen lagil.... Bhut hundor bhut hundor
@princhipriyadoley4866
@princhipriyadoley4866 Год назад
কৃষ্ণ প্ৰভু ৷ আপোনাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি যথেষ্ট জ্ঞান অনুভৱ পাইচো ৷ কিন্ত গুৰু শৰণ লব পৰা নাই ৷ কৃষ্ণ কৃষ্ণ৷
@nialifestyle2482
@nialifestyle2482 10 месяцев назад
কৃষ্ণ আপোনাৰ চৰণত শতকৌতি প্ৰণাম ।
@jyotirekhadeka473
@jyotirekhadeka473 2 года назад
Bhagavad porha arubashya Kora nap janar xurtu bor bhunia
@dimpolchutia3088
@dimpolchutia3088 Год назад
Bohut besi val lage apunar vagobat path
@bitulkalita6684
@bitulkalita6684 Год назад
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@creative-dd3zt
@creative-dd3zt Год назад
Ram ram Krihna krishna gogoiডাঙৰীয়াআকোনাৰ দিঘা’য়ু কামনা কৰিলো ৷
@urmilabordoloi5725
@urmilabordoloi5725 2 года назад
কৃষ্ণ,বাপজনাৰ চৰণত সেৱা জনালো ।🙏🙏 ভাওনা প্ৰদৰ্শন ৰ স্থান সম্পৰ্কত বৰ সুন্দৰ কথা ক'লে 🙏🙏।
@Nikhita7959
@Nikhita7959 Год назад
Joi Hari Krishna phrophu joi
@hemodharborah2834
@hemodharborah2834 Год назад
কৃষ্ণ কৃষ্ণকৃষ্ণ বাপ প্ৰনিপাত জনাো !
@jagotkonwar586
@jagotkonwar586 Год назад
Jay guru krishna
@sunilrabha5391
@sunilrabha5391 2 года назад
jai Krishna pran Krishna prabhu Krishna
@PabanBora-kk1ht
@PabanBora-kk1ht Год назад
Prabhu apunar kantha srabon koriboloi ha prana bisara.krishna.
@ramcharandeka9143
@ramcharandeka9143 2 года назад
Om namah Bhagawate Vasudevaya.
@budhingogoi7377
@budhingogoi7377 2 года назад
কৃষ্ণ🙏🙏🙏🙏
@user-rj7od1mk4n
@user-rj7od1mk4n Год назад
Krishna Ram 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@gitanjalipathak1375
@gitanjalipathak1375 Год назад
কৃষ্ণ প্ৰভু বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ কৃষ্ণ 🙏 খুব ৰস পালোঁ কৃষ্ণ 🙏
@sadanandagogoi1880
@sadanandagogoi1880 2 года назад
অতি সুন্দৰ কথা কৈছে বাপজনাই। কৃষ্ণ কৃষ্ণ বাপ।
@bedantabirajgogoi9187
@bedantabirajgogoi9187 Год назад
যি সকলে বাপজনাৰ ব্যাখ্যা বেয়া পাইছে তেখেতসকলে সুন্দৰ কৈ ব্যাখ্যা আগবঢ়াব। সকলো উপকৃত হব। কৃষ্ণ কৃষ্ণ কৃষ্ণ জয গুৰু শ্ৰীমন্ত শঙ্কৰ
@purabinath4607
@purabinath4607 Год назад
He krishnna provu mur xewa grohon koriba
@bhaktirsagor
@bhaktirsagor Год назад
বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@jeetakotoky876
@jeetakotoky876 Год назад
Joi guru sankor.
@pikudas2865
@pikudas2865 2 года назад
কৃষ আপোনাৰ চলন্ত প্ৰণিপাত জনালোঁ
@srimontabora710
@srimontabora710 2 года назад
Sri krishnio nomoh.
@sewalidevi5889
@sewalidevi5889 11 месяцев назад
হে মহন্ত 🙏🙏🙏
@anuboruah4928
@anuboruah4928 Год назад
প্ৰভু ভগৱন্তই যেন আৰু শক্তি দিয়ক । যাতে ভাগৱতৰ তত্ব সমুহ গোটেই পৃথিৱীতে অলপ হলেও পায় ।
@balendramedhi6016
@balendramedhi6016 9 месяцев назад
সুন্দৰ ব্যাখ্যাৰ কথা কীৰ্তন শুনি খুব ভাল লাগিছে ♥️🙏
@priyankaphukan6560
@priyankaphukan6560 Год назад
কৃষ্ণ কৃষ্ণ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ।🙏🙏🙏🙏
@joyantasaikia2651
@joyantasaikia2651 Год назад
কৃষ্ণ কৃষ্ণ,
@PRANITADAS-tq6lt
@PRANITADAS-tq6lt 11 месяцев назад
Krishna Krishna 🙏🙏🙏🙏
@mausumkalitaproduction7354
@mausumkalitaproduction7354 8 месяцев назад
Om Namah Bhagawat Basudevaie🌸🙏🏻🌸
@poragboruah4156
@poragboruah4156 Год назад
🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ 🙏
Далее
Они захватят этот мир🗿
00:48
Просмотров 920 тыс.
To mahh too🫰🍅 #abirzkitchen #tomato
01:00
Просмотров 2,7 млн
Bhagwat Path. Riju Pathak. (Video-1)
27:25
Просмотров 433 тыс.