Тёмный

#Bhagwat_Path 

Riju Pathak.
Подписаться 66 тыс.
Просмотров 222 тыс.
50% 1

দৰং জিলাৰ হুছেইন চুবুৰী ৰ বৰনামঘৰত ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধৰ পৰীক্ষিত ৰজাক প্ৰদান কৰা ব্ৰহ্ম জ্ঞান সম্পৰ্কত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ অনুষ্ঠানৰ কিছু সম্পাদিত অংশ সংৰক্ষণৰ বাবে ৰখা হল লগতে আপোনালোকে শ্ৰৱণ কৰি আনন্দিত হব বুলি আশা ৰাখিলোঁ। কৃষ্ণ।

Опубликовано:

 

23 окт 2021

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 431   
@tulumonihazarika4090
@tulumonihazarika4090 2 года назад
Kitshna🙏🙏provu..
@elimonidas3557
@elimonidas3557 2 года назад
Krishna Krishna Bap kouti kouti pranam🙏🙏🙏🙏🙏🙏🙏
@namitapatar2478
@namitapatar2478 2 года назад
কৃষ্ণ , বাপ ভক্তি ভৰা সেৱা নিবেদিলো ।
@devarajkaibarta4305
@devarajkaibarta4305 2 года назад
সেৱাহে জনালোঁ । বাপ কৃষ্ণ কৃষ্ণ ।
@chinugogoi8928
@chinugogoi8928 2 года назад
Krishna bap iman hundor byakhya huni bohut dhanya holu🙏🙏🙏🙏🙏🙏
@Tate618
@Tate618 2 года назад
কৃষ্ণ বাপ সেবা কৰিছো কৃষ্ণ 🙏🏻🙏🏻🙏🏻
@binandadas9675
@binandadas9675 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু মাধৱ শতকৌটি প্ৰনাম কৃষ্ণ ।🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃ।
@jyotielectrical3891
@jyotielectrical3891 2 года назад
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বর প্রণাম
@bhubenthakuria9006
@bhubenthakuria9006 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ।
@binandadas9675
@binandadas9675 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু শতকৌটি প্ৰনাম কৃষ্ণ ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃঃঃঃ।
@ranjitagogoi9713
@ranjitagogoi9713 2 года назад
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ
@gangadevi4089
@gangadevi4089 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম ।হে প্ৰভু শত কোটি প্ৰণাম জনালোঁ ।
@monikachangmai3801
@monikachangmai3801 2 года назад
Ha provu hauaha jonalu krishna
@dilip6pesrabha759
@dilip6pesrabha759 5 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালাে ইমান সুন্দৰ আপােনাৰ ভাগৱতৰ ব্যাখ্যাই মােৰ মন মুহিত কৰি তােলে কৃষ্ণ কৃপা কৰিব
@madhabidas6553
@madhabidas6553 Год назад
কৃষ্ণ শঙকৰগুৰু মাধৱ পৰম গুৰুজনা আপোনাৰ শ্ৰীমূখৰ ভাগৱতৰ অমৃত জ্ঞান দেহ মন আল্পুত হৈছে পৰম সূখ অনুভৱ হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bontiborah5014
@bontiborah5014 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ শ্ৰীচৰণত ভক্তি পূৰ্ণ সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@jaganathsonowal2365
@jaganathsonowal2365 2 года назад
🙏 কৃষ্ণ 🙌
@DipikaSharma-pq2rz
@DipikaSharma-pq2rz 8 месяцев назад
Krishna.Bapjana.Apuner.byakhya.bahut.val.lagil.bahut.2.dhonyabad.thakil.krishna.
@nilimarabha4710
@nilimarabha4710 2 года назад
Krishna krishna bap pronam
@bipulkalita6116
@bipulkalita6116 7 месяцев назад
কৃষ্ণ প্ৰভু বাপ জনলৈ শতকোতি প্ৰণিপাত জনাইছোঁ 🙏🙏🙏🙏
@dipaliborah8007
@dipaliborah8007 Год назад
কৃষ্ণ কৃষ্ণ। আপোনাৰ চৰণত শতকোটি সেৱা জনাইছো। আৰু নিয়মিত ব্যাখ্যা শুনিবলৈ অধিক আগ্ৰহেৰে বাট চাই থাকো। কৃষ্ণ 🙏🙏🙏🙏🙏
@amiyasaikia8822
@amiyasaikia8822 Год назад
প্রভূ ঈশ্বৰ চকুৰ পানী ওলাই গৈছে....বাপ শতকোটি প্রণাম🙏🙏🙏🙏🙏🙏🙏
@violeenalaskar3742
@violeenalaskar3742 Год назад
কৃষ্ণ কৃষ্ণ বাপ‌অমৃত পান কৰাইছে, সুন্দৰ বিশ্লেষণ,গৃহতে থাকিয়া দেখিলো তযু চৰণ।সময় সুযোগ পালে এই সৎসঙগ লাভ কৰাৰ প্ৰয়াস কৰা হৈছে। কৃষ্ণ।
@PratulchDas
@PratulchDas 2 года назад
Pranam bap bar Sundar suni Danya halu
@charugogoi2219
@charugogoi2219 2 года назад
Probhu. Brohmgnyan sompakot Soron r somondhe apunar obhimot huni stombhit hoi golu. Iman satya কথা r boktaak kroti kroti pronam.
@minatideka7551
@minatideka7551 2 года назад
Krishna Krishna prabhu aponar charonot sewa nibedon korilo🙏🙏🙏
@abhijittalukdar7151
@abhijittalukdar7151 8 месяцев назад
বৰ ভাল পালোঁ, অলপ হ'লেও বাপ কৃষ্ণ ভক্তি ত লিন হ'লো । কৃষ্ণৰ কৃপা ভিক্ষা তেওঁৰ চৰণত সদায় বৰ্তি হৈ থাকিব পাৰোঁ। কৃপা কৰক ♥️🙏🙏🙏
@tarulatatalukdar5118
@tarulatatalukdar5118 Год назад
কৃষ্ণ প্ৰভূ ৰঙালী বিহুৰ অলগ যাচিলো। আৰু সেৱা লৱ।লগতে আমাৰ পৰিয়ালৰ পৰা সেৱা লব।
@pankajboruah3673
@pankajboruah3673 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ।।
@prasantaborah3891
@prasantaborah3891 2 года назад
কৃষ্ণ কৃষ্ণ বাপ দাসৰ সেৱা গ্ৰহণ কৰিব 🙏🙏🙏
@jayasaharia5055
@jayasaharia5055 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু ।হুচেইন চুবুৰী মোৰ চিনাকী গাও প্ৰভু ।
@krishnapriyammusical7737
@krishnapriyammusical7737 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু জনা সেৱা নিৱেদিছো।
@manuranjanchetia6867
@manuranjanchetia6867 Год назад
হে হৰি হে ৰাম হে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nilimapathak4130
@nilimapathak4130 2 года назад
Krishna pravu bahut vl lagil pranam 🙏🙏
@user-mz1vf2un7f
@user-mz1vf2un7f 2 месяца назад
Krishna Krishna provu eswar apunar soronot khawa jonalu 🙏
@probitiburagohain5278
@probitiburagohain5278 2 месяца назад
হে বাপ ঈশ্বৰ সেৱা জনালোঁ ৰাম কৃষ্ণ কৃষ্ণ।
@rimaborah6457
@rimaborah6457 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত শতকৌটি সেৱা জনালো৷ বহুদিন বিৰতিৰ পাছত আপোনাৰ শ্ৰীমুখে কৃষ্ণ কথা শুনি কৃতাৰ্থ হলো ঈশ্বৰে আপোনাক কুশলে ৰাখক৷
@dipikagogoi2840
@dipikagogoi2840 2 года назад
কৃষ্ণ কৃষ্ণ হে প্ৰভু ভক্তি ভৰা সেৱা যাচিলো । বহুত ভাল লাগিল
@daisyrabha2343
@daisyrabha2343 2 года назад
Krishna Krishna prabhu bhakti bhara sewa janaisu🙏🙏 Krishna
@kalpanathakuria5741
@kalpanathakuria5741 7 месяцев назад
কৃষ্ণ কৃষ্ণ প্রভু বহুত ভাল লাগিল🙏🙏🙏
@manjulabhuyan5676
@manjulabhuyan5676 2 года назад
Krishno 🙏🙏🙏
@nabanitaborah9821
@nabanitaborah9821 2 года назад
কৃষ্ণ প্ৰভূ
@bhairabjyotidas613
@bhairabjyotidas613 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভূ।
@pranatibaishya4614
@pranatibaishya4614 2 года назад
কৃষ্ণ ৰাম
@sumudas6715
@sumudas6715 2 года назад
প্রভুদের আপোনি কৃষ্ণ ভাবনামৃত ধুনিয়া লাগিছে🙏🙏🙏
@minuphukan372
@minuphukan372 2 года назад
বৰ ভাল লাগিছে শ্ৰৱন কৰি , কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
@daduldas1643
@daduldas1643 2 месяца назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@nabagogoi3367
@nabagogoi3367 2 года назад
Provu.pronam.
@debojyotidas6315
@debojyotidas6315 2 года назад
Krishna Krishna.🙏🙏 pranam.
@dinabandhudas6110
@dinabandhudas6110 2 года назад
KrishnO Provu
@atulokalita4134
@atulokalita4134 2 года назад
বাপ কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সমধুৰ ভাগৱত কথা শুনিব পাই অতি আনন্দিত। আশাকৰোঁ আগলৈকো এনেদৰে শুনিব পাই থাকিম। জয় গুৰু শঙ্কৰ
@archanmaladevi188
@archanmaladevi188 2 года назад
Krishna 🙏🙏🙏sewa jonalu probhu iswar. 🙏🙏🙏
@dipokgogoi202
@dipokgogoi202 2 года назад
কৃষ্ণ কৃষ্ণ গুৰুজনা আপোনাক সেৱা জনালো
@nabakantanath9163
@nabakantanath9163 2 года назад
বাপ এক বিশেষ। অনোৰুধ বাপ পোৰঞ্জন আখ্যান ভাগ কিয় আগ বঢ়োৱা হোৱা নাই বাপ বৰ আখাৰে বাট চাই ৰৈ আছোঁ প্ৰভূ কৃষ্ণ কৃষ্ণ,,,,,
@khargeswarkalita3502
@khargeswarkalita3502 2 года назад
বাপ ঈশ্বৰ সেৱা ভাগ ধৰিলো । কৃষ্ণ।
@pradipgogoi3182
@pradipgogoi3182 2 года назад
প্ৰণাম জনাইছো বাপ। ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল।
@saratmedhi3923
@saratmedhi3923 2 года назад
কৃষ্ণ কৃষ্ণ, বাপ সেৱা নিবেদিলো ।ভাগৱতৰ brahmagan শ্ৰৱণ কৰি পৰম সন্তোষ পালোঁ ।
@AtulBorahOfficial
@AtulBorahOfficial 2 года назад
বহু অপেক্ষাৰ মূৰত পাঠ ভাগ শুনি অধমে অতিকৈ আনন্দ লভিলো🙏🙏🙏🙏 কৃষ্ণ হৰি ৰাম
@debenkutome7507
@debenkutome7507 2 года назад
কৃষ্ণ প্ৰভু, আপোনাৰ ভাগৱত পাঠৰ শ্ৰৱণ কীৰ্তনৰ ভাগ মই প্ৰায়েই লওঁ প্ৰভু। আগৰ আটাইবোৰ পাঠ মনোগ্ৰাহী লাভ কৰাৰ লগতে জীৱন শৈলী বৌদ্ধিক বৃদ্ধি হ'বলৈ স্থিৰ হৈছোঁ, আজিৰ খণ্ডই বৰ্তমান সমাজ আৰু বৈষ্ণৱসকলে মানি চলিবলগীয়া এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰিলে। ধন্যবাদ, সময় সমাগত।🙏
@kamaleswarkaibarta3440
@kamaleswarkaibarta3440 Год назад
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ॥
@madanborah8890
@madanborah8890 2 года назад
🙏🙏 কৃষ্ণ কৃষ্ণ গুৰু মূৰ্তী বাপ জনলৈ শত সহস্ৰ প্ৰণিপাত জনালো।সচাকৈ অমৃত বৰিষণ কৰি শ্ৰোতাক কৃতাৰ্থ কৰা হৈছে। ধন্য মানিছো। কৃষ্ণ।
@pankajkumarnath2187
@pankajkumarnath2187 Год назад
হে প্ৰভু! আমাকো আপোনৰ চৰণ তলত ঠাই দিয়ক |
@labanyasaikia3848
@labanyasaikia3848 2 года назад
কৃষ্ণ ।ইমান তত্বগধুৰ কথা শুনি বৰ আনন্দিত হৈছো বাপ।
@urmilabordoloi5725
@urmilabordoloi5725 2 года назад
কৃষ্ণ প্ৰভু । ভক্তি ভৰা সেৱা জনালো 🙏🙏।
@monikahazarika6506
@monikahazarika6506 2 года назад
Krishna, Krishna probhu iswar sewa nibadelu. Krishna,
@nirmaltalukdar4562
@nirmaltalukdar4562 2 года назад
Krishna... Sewa dharisu Prabhu Eswar..
@paruldutta5898
@paruldutta5898 2 года назад
Krishna 🙏 🙏 sewa jonalu baap
@ulupik5207
@ulupik5207 2 года назад
প্ৰভু আজিৰ খণ্ডটো শুনি সচাঁকৈ অভিভূত হৈ গ'লো । আপোনাৰ দুখানি চৰণত সেৱা জনালোঁ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ 🙏🙏
@bidisha7975
@bidisha7975 2 года назад
Krishna hewa jonalu krishna ram
@ilimalahon8502
@ilimalahon8502 2 года назад
কৃষ্ণ কৃষ্ণ, আপোনাৰ ভাগৱত ব্যাখ্যা শুনি নথৈ আনন্দিত হৈছো।
@unknown-cn7sf
@unknown-cn7sf 2 года назад
হে , প্ৰভু কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@urmilasaikia1136
@urmilasaikia1136 2 года назад
কৃষ্ণ কৃষ্ণ হেৱা জনাইছো গুৰু 🌺🙏
@abanikalitaentertainment5448
@abanikalitaentertainment5448 2 года назад
Bahut bahut val lagil krishna
@sabitrimedhi6564
@sabitrimedhi6564 2 года назад
কৃষ্ণ কৃষ্ণ ঈশ্বৰপিতাৰ শ্ৰীচৰণত হৃদয়াঙ্কিতেৰে সেৱা নিৱেদিছোঁ প্ৰভূ' অতি তাত্ত্বিক ব্যাখ্যাক আমি বাৰেবাৰে সেৱা নিৱেদিছোঁ আপোনাৰ কল্যান কামনা কৰিছোঁ হৰি ৰাম ৰাম ৰাম হৰি
@sovanakakati2340
@sovanakakati2340 2 года назад
কৃষ্ণ কৃষ্ণ বাপ।কি‌ সুন্দৰ আধ্যাত্মিক তত্ত্ব জ্ঞান। পুনৰ শুনি ছো।
@antonychetia8478
@antonychetia8478 2 года назад
কৃষ্ণ ৰাম হৰি বাপজনা সেৱাভাগ গ্ৰহন কৰিব
@jintidas6948
@jintidas6948 2 года назад
কৃষ্ণ কৃষ্ণ বাপ।
@jinukakati1589
@jinukakati1589 2 года назад
Krishan bap pranam🌼🌼🌼🌼🙏🙏🙏🤜
@rekhadas5058
@rekhadas5058 2 года назад
কৃষ্ণ কৃষ্ণ গুৰুজনা আপোনাৰ চৰণলৈ শত কৌটি প্ৰনাম নিবেদিলো 🙏🙏🙏
@reetabordoloi5258
@reetabordoloi5258 2 года назад
কৃষ্ণ কৃষ্ণ প্রভু আপোনাৰ চৰণত আন্তৰিক সেৱা ভাগ ধৰিছো | প্রভু আপোনি সদায় কুশলে থাকক | 🙏🙏🙏🙏
@dipahkarytcnnl7998
@dipahkarytcnnl7998 2 года назад
Krishna Krishna parvu sarvan Kari aasu apunar prati kritagyata giapon korisu lagate dhaynabad janisu biratir pisat Krishna naam sarvan Kari palu
@kritangkakakatiarts5577
@kritangkakakatiarts5577 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভূ। 🙏🙏🙏
@mamonisaikia4809
@mamonisaikia4809 2 года назад
কৃষ্ণৰামনাৰায়ণ,গোবিণদজয়,জয়
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
@champawatidekadeka336
@champawatidekadeka336 2 года назад
ৰাম কৃষ্ণ বাপ আজি সৰ্বশ্ৰেষ্ঠ জ্ঞান দিছে শুনি সচাকৈ খুব ভাল লাগিছে
@PurnimaDas-vl9qo
@PurnimaDas-vl9qo 2 года назад
কৃষ্ণ কৃষ্ণ শতকোটি প্রনাম জনালো আপোনাৰ চৰনত কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ গোবিন্দ গোবিন্দ 🙏🙏🙏🙏🙏🙏
@manjurajkonwar2807
@manjurajkonwar2807 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । আপোনাক ভগৱানে কুশলে ৰাখক । ধন্যবাদ থাকিল ।
@hemopravatalukdar408
@hemopravatalukdar408 Год назад
কৃষ্ণ কৃষ্ণ হৰি ৰাম
@bimaladas7604
@bimaladas7604 2 года назад
জয় গুৰু শঙ্কৰ সৰ্বগূণকৰ‌ বহুত বহুত ধন্যবাদ ভাল লাগিল
@jayabhuyan640
@jayabhuyan640 2 года назад
Ha pravo pranam 🙏🙏🙏
@jyotimoni3048
@jyotimoni3048 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ‌ ।
@bhobaniborgohain1721
@bhobaniborgohain1721 2 года назад
পৰম প্রভু ঈশ্বৰ সশ্রদ্ধ সেৱা নিবেদিলো আপোনাৰ শ্রী চৰণত কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏
@bantipator8687
@bantipator8687 2 года назад
"কৃষ্ণ প্ৰভু দাসীৰ সেৱা গ্ৰহণ কৰিব''।
@dipankarbora1456
@dipankarbora1456 2 года назад
Joy Sri Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna Krisna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@pijubordoloi6021
@pijubordoloi6021 3 месяца назад
কৃষ্ণ পঢূ আপূনাক শত কোটি প্ৰণাম
@anumilimorang6038
@anumilimorang6038 2 года назад
Krishna provu hewa bhag grohon koribo.
@pramudnath2228
@pramudnath2228 8 месяцев назад
কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ।
@guneswarpadiguneswarpadi8995
@guneswarpadiguneswarpadi8995 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম অতি সুন্দৰ কথা
@krishnatamang7248
@krishnatamang7248 2 года назад
কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱাভাগ গ্ৰহণ কৰিব বাপ কৃষ্ণ ৰাম। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ প্ৰভু ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক কৃষ্ণ 🙏🙏 ।।জয় গুৰু শঙ্কৰ।।
@karunakantadas4555
@karunakantadas4555 2 года назад
Krishna
@sashiprabhadas2661
@sashiprabhadas2661 3 месяца назад
শত কৌটি প্ৰণাম প্ৰভু।কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
@NibaranNath-bx4ee
@NibaranNath-bx4ee 21 день назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@lohitdas8326
@lohitdas8326 Год назад
Krishna bap Ishor khewa janalo🙏🙏🙏
@munindragogoi2586
@munindragogoi2586 Год назад
কৃষ্ণ সেৱা যাচিলোঁ
@gunamaidevi4570
@gunamaidevi4570 2 года назад
Krishna Krishna 🙏🏿🙏🏿 prabhu. Aji. bar. Santi. Palu.krishna🙏🏿
Далее
ЛЕТО 2024:
00:21
Просмотров 662 тыс.