Тёмный

Bhagwat Path || Riju Pathak || Video-22 (প্ৰথম স্কন্ধ) 

Riju Pathak.
Подписаться 66 тыс.
Просмотров 42 тыс.
50% 1

ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান।

Опубликовано:

 

13 июн 2020

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 245   
@daduldas1643
@daduldas1643 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mrinalmedhi8346
@mrinalmedhi8346 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ,প্ৰভূ আমাৰ বাবে আপুনি জীৱনৰ প্ৰকৃত ধন আৰ্জন কৰিবলৈ যি জ্ঞানৰ প্ৰয়োজন সেই জ্ঞান কিঞ্চিৎ হ'লেও লাভ কৰিবলৈ সক্ষম হৈছো, সেয়ে প্ৰভূ মোৰ দৰে অধমৰ আপুনি মহা গুৰু প্ৰভূ। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
@user-iy4dy8ke9j
@user-iy4dy8ke9j 5 месяцев назад
ইমান সাৱলীল ব্যাখ্যা শুনিবলৈ পাই ধন্য হলো। বাপ প্ৰভূ জনক ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ।
@jaduchutia2897
@jaduchutia2897 Год назад
প্ৰভু বহুত ধুনীয়াকৈ আহাৰৰ বিষয়ে বুজাই দিলে 🙏🙏🙏
@mridulasonowal7096
@mridulasonowal7096 Год назад
হে প্রভু, অভাজনৰ সেৱা গ্রহণ কৰিব ❤🙏🙏🙏
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 2 года назад
🙏 Oum santi Oum santi Oum santi 🙏🙏🙏🙏🙏
@manjurajkonwar2807
@manjurajkonwar2807 Год назад
প্ৰভু ঈশ্বৰ প্ৰণাম ।আহাৰৰ। বিষয়ে জানিব পাৰি ধন্য হলো 🙏🙏🙏🙏
@kumudgayan1664
@kumudgayan1664 11 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ মুখশ্ৰী হন্তে আহাৰৰ দৰে এটা উল্লেখনীয় দৃষ্টান্ত সহিত বাখ্যাই সকলোৰে অন্তৰত বাৰুকৈ ৰেখাপাত কৰিব,এয়েই ঈশ্বৰৰ ওচৰত প্ৰাথনা। এনেদৰে আগলৈও কৃষ্ণৰ কৃপা লাভৰ সম্ভাৱনা পূৰ্ণ গুৰু দুজনাই প্ৰবৰ্তন কৰা শুদ্ধ সংস্কাৰময় সাধন কৰিবলৈ আমাক সৰ্বশক্তিমান ঈশ্বৰ পুৰুষে কৃপা বৰষাই ভক্তি প্ৰদান কৰিব বুলি ভাবিছো, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@daisyrabha2343
@daisyrabha2343 4 года назад
Krishna Krishna bap oti xundor krishna sewa janaisu krishna
@dipalisonowal2432
@dipalisonowal2432 2 года назад
কৃষ্ণ প্ৰভু তোমাক কৌটি কৌটি প্ৰণাম জনাইছোঁ ।
@dipkalita8273
@dipkalita8273 8 месяцев назад
বহুতো জ্ঞান লাভ কৰিলোঁ প্ৰভু
@abhijitborah1953
@abhijitborah1953 4 года назад
Krishna bap hewa jnalu Krishna.
@jibikabasumatary231
@jibikabasumatary231 2 года назад
কৃষ্ণ বাপ ভগৱানে আপোনাক কুশলএ ৰাখক 🙏🏻
@subantiburagohain9151
@subantiburagohain9151 4 месяца назад
হে প্ৰভু আপোনাৰ video বিলাক ইমানেই দেৰিকৈ আসে প্ৰভু আৰু একে কেইটা কে আহি থাকে মোৰ বৰ দুখ হৈছে প্ৰভু
@dimbeswari_patar
@dimbeswari_patar 6 месяцев назад
Krishna Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 🙏🙏🙏🙏
@tribeniborah1368
@tribeniborah1368 10 дней назад
🙏
@nialifestyle2482
@nialifestyle2482 9 месяцев назад
কৃষ্ণ আপোনাৰ দুই চৰণত সেৱা থাকিল ।
@kashmiriscreation6929
@kashmiriscreation6929 9 месяцев назад
প্ৰভুৰ শ্ৰী চৰণত সেৱা নিবেদিছো।পলমকৈ হলেও আপোনাৰ দ্বাৰা ভাগৱত কথা শুনিবলৈ পায় সৌভাগ্য লাভ কৰিছো।বহুতো নজনা কথা শিকিবলৈ পাৰিছো।আশীৰ্বাদ কৰিব।কৃষ্ণ🙏
@manishanath3124
@manishanath3124 9 месяцев назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻
@bipinsaikia5008
@bipinsaikia5008 3 года назад
Krishno krishno krishno
@bhairabjyotidas613
@bhairabjyotidas613 3 года назад
ৰাম কৃষ্ণ হৰি
@dipamoniborabora9209
@dipamoniborabora9209 3 года назад
He prabhu jona aamar hewa grahan koribo.aapunar sreemukhe bhagawat sraban kori mon pran vori porise.bhagawantoi aapunar poriyal borgok kukhole rakhok.krishna krishna.
@assamgamer7672
@assamgamer7672 2 года назад
হে বাপজন ,আপোনাৰ কণ্ঠ ইমান সুন্দৰ তাক ভাষাৰে বুজাব নোৱাৰি ।ৰাতি ৰাতি সদায় শুনিবলৈ চেষ্টা কৰো ।জয় শ্ৰীকৃষ্ণ ।
@junmonisaikia3831
@junmonisaikia3831 2 года назад
কৃষ্ণ কৃষ্ণ 🙏🙏
@gopalnath6863
@gopalnath6863 Год назад
Krishna Krishna bap pranipat prabhue apunak dirgho aayu pardan korok Krishna Krishna Ram Ram
@mahendraborah4575
@mahendraborah4575 3 месяца назад
🙏🙏🙏
@bulbulisarma8578
@bulbulisarma8578 2 года назад
🙏🙏 কৃষ্ণ কৃষ্ণ
@pinkudas6167
@pinkudas6167 8 месяцев назад
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@abanikalita9921
@abanikalita9921 4 года назад
Krishna Krishna bap
@hemprovasaikia7205
@hemprovasaikia7205 Год назад
Krishno krishno kroshno krishno krishno
@dipankarmadahi6428
@dipankarmadahi6428 Год назад
কৃষ্ণ প্ৰভু 🙏
@digantadas6171
@digantadas6171 2 года назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাক বহুত বহুত ধন্যবাদ, থাকিল।
@sewalidas4114
@sewalidas4114 Год назад
Xosai apunar xulolit kontho . Apunak vogobane kuxole rakhok.🙏🙏🙏
@nipengogoi9411
@nipengogoi9411 3 года назад
Krishna bap bor hundar lagil....
@orponadas6754
@orponadas6754 2 года назад
Kishan🙏kishan🙏kishan🙏
@rumibasumatari1962
@rumibasumatari1962 2 года назад
প্ৰভু আপোনাৰ শ্ৰীমুখৰ উত্তম ব্যাখ্যা শুনি বহুত উপকৃত হৈছো শতকোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
@ganeshkoch561
@ganeshkoch561 2 года назад
Krishna Ram Ram Ram 🙏🙏🙏
@kushalchetia2670
@kushalchetia2670 Год назад
গোবিন্দ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব ।আপোনাৰ ভাগৱত ব্যাখ্যা পথম স্কন্ধ ভিদিঅ পৰা বহু নজনা কথা জানিলো ।গোবিন্দ প্ৰভূৱে দীঘায়ু কৰক এয়ে প্ৰাথনা ।🙏🙏
@Rajgiyanworld
@Rajgiyanworld 4 года назад
Krishna Krishna,
@rinalahkar8437
@rinalahkar8437 3 года назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ঢৰণত সেৱা নিবেদন কৰিলো। কৃষ্ণ🙏
@manashidevi9262
@manashidevi9262 2 года назад
Joi guru Sankar 🙏🙏🙏🙏
@aaimonisingha4881
@aaimonisingha4881 3 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sasadharrajbangshi3321
@sasadharrajbangshi3321 Год назад
কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏
@subornaroy9303
@subornaroy9303 3 года назад
Krishna prabhu bahut gyanlav karilu prabhu hewa janalu
@tokariassames5871
@tokariassames5871 Год назад
🙏🙏🙏🙏
@rupadutta9005
@rupadutta9005 2 года назад
কৃষ্ণ 👏
@promudrajkhowa5020
@promudrajkhowa5020 11 месяцев назад
কৃষ্ণ কৃষ্ণ ।
@manisankardasmanisankar1485
@manisankardasmanisankar1485 3 года назад
কৃষ্ণ ৰাম কৃষ্ণ মাধৱ গুৰু বাপ চৰণত অধমক ঠাই দিব কৃষ্ণ বাপ
@bhobaniborgohain1721
@bhobaniborgohain1721 2 года назад
কৃষ্ণ প্রভু ঈশ্বৰ আপোনালৈ কৌটি কৌটি প্রণাম যাচিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
@deepanajlidas4523
@deepanajlidas4523 2 года назад
Bap xeuwa jonalo 🙏🙏🙏,..Bap aponar kothakhuni Amar jibonot proyog koribor karone Ami soday jotno korim,...Bap aponar xoronot xeuwa jonai axirbad bisarisu...
@padmaboruah5192
@padmaboruah5192 Год назад
Krishna krishna bap
@krishna5713
@krishna5713 3 года назад
hai Bap ,🙏 Krishnahe bulilu 🌹🙏🙏🙏
@baradadas5158
@baradadas5158 Год назад
Krishna Bap aponer xoronot xeuwa jonalo 🙏
@lakhiprovakatani3510
@lakhiprovakatani3510 3 года назад
কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি সাদৰি চৰণত ধৰি কান্দো বাগৰি বাগৰি ।🙏🙏🙏🙏🙏🙏
@smritirekhagogoiphatowali6480
@smritirekhagogoiphatowali6480 3 года назад
কৃষ্ণ
@golapidas565
@golapidas565 3 года назад
Pranam prabhu
@priyakheebora5029
@priyakheebora5029 2 года назад
Krishna 🙏
@sarajonisardar429
@sarajonisardar429 3 года назад
Krishna Krishna Krishna 🙏🙏
@debajitdas7708
@debajitdas7708 2 года назад
Apunar ei madhur bani xuni dhanna hoi golu prabhu🙏
@orponadas6754
@orponadas6754 2 года назад
Krishna🙏Krishna🙏Krishna🙏
@shyambhuyan435
@shyambhuyan435 2 года назад
Krishna bap Jon 🙏🙏🙏
@dipakborah1152
@dipakborah1152 3 года назад
🙏🌺Krishna,Krishna🌺🙏
@janardonjyotiborah2933
@janardonjyotiborah2933 3 года назад
Krishno 🙏🙏🙏
@ronjitborah1997
@ronjitborah1997 3 года назад
Sewa jonalu.suni aanondo paisu.pranam
@mallikakakati1879
@mallikakakati1879 2 года назад
হৰি ৰাম ৰাম
@mantuvallagilkalita1969
@mantuvallagilkalita1969 3 года назад
Krishna krishna krishna.
@phatikhazarika9539
@phatikhazarika9539 2 года назад
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@joshodadas1968
@joshodadas1968 Год назад
Bap kirshna ohari Oram 🙏🙏🙏🙏
@user-jm9ig1bb2c
@user-jm9ig1bb2c 3 года назад
কৃষ্ণ কৃষ্ণ বাপ ।
@aadya2910
@aadya2910 3 года назад
Hare Krishna Hare Ram
@bondanadas1594
@bondanadas1594 3 года назад
কৃষ্ণ বাপ🙏🙏🙏🙏কৃষ্ণ
@basantasaikia5901
@basantasaikia5901 4 года назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ অমৃতময় বাণী সদায় শুনিবলৈ পাই নিজকে আনন্দিত অনুভৱ কৰিছো ।ঈশ্বৰে আপোনাক দীঘায়ু কৰক ।সপৰিয়ালে আনন্দৰে থাকক ।ভগৱন্ত প্ৰভৱে আপোনাক কুশল কৰক । আমাৰ কাৰণে আপুনিয়ে ঈশ্বৰ সদৃস । নেদেখা জনৰ ওচৰত প্ৰাথনা জনাইছো এনেদৰে অমিতময় বাণী সদায় শুনিবলৈ পাওঁ ।
@mohonsaikia1433
@mohonsaikia1433 3 года назад
Jai shri krishna 🙏🙏🙏
@banigayan4963
@banigayan4963 2 года назад
Krishna Krishna 🙏🙏🙏
@atulokalita4134
@atulokalita4134 4 года назад
Baap Ati Sunder bakhya. Jai guru Sankar. Krishna Krishna.
@giripathak8333
@giripathak8333 4 года назад
Krishna
@malobikagogoi7547
@malobikagogoi7547 4 года назад
কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ মুখ পদম মাজে যি ভক্তি ৰস আমাকলৈ আগ বঢ়াই লে মই ধন্য হলো । কৄষ্ণ।
@munindragogoi2586
@munindragogoi2586 4 года назад
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।ভাগৱতৰ অমৃত পান কৰি কৃত কৃত হৈছো ।ভগৱানে আপোনাক মঙ্গলে ৰাখক ।ধন্যবাদ ।
@bhupendas1971
@bhupendas1971 4 года назад
কৃষ্ণ বাপ ! অতি বিতোপন আলোচনা | মানসিক প্ৰজ্ঞা জাগ্ৰত হৈছে প্ৰভূ | আমি পৰম ভাগ্যৱান প্ৰভূ যে আপোনাৰ শ্ৰীমুখে অনগল প্লাবিত হোৱা মানৱ মনক সংস্কাৰিত কৰিব পৰা অমৰ বাণী তথা উপদেশ সমূহে প্ৰতিজন শ্ৰৱণকাৰীৰ মানসিক স্থিতিক নিশ্চিতভাৱে সংস্কাৰ কৰিব পাৰিছ | এনে পৰ্যালোচনাই সকলোকে প্ৰভাৱিত কৰিব আৰু সমাজৰ কল্যাণ সাধন হ'ব | ধন্য হৈছো | শত কৌটি প্ৰণাম জনালোঁ পুনৰ...... | কৃষ্ণ বাপ, কৃষ্ণ |
@jadabmahanta6775
@jadabmahanta6775 3 года назад
Bhut Val lage apunar ei bhagawat path khuni.khadai enedre khunai thakib sun.krishna Krishna Krishna.
@bontigogoi6984
@bontigogoi6984 2 года назад
আধ্যাত্মিক জ্ঞানৰ কঁঠিয়াতলী খনত ভুমুকি মৰাৰ সুবিধাভাগী দিয়াৰ বাবে প্ৰভূজনাক কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।কৃষ্ণ কৃষ্ণ হৰি ৰাম !!!
@kingofhearts9294
@kingofhearts9294 4 года назад
Bahut Bahut. Dhanyabad atimadhur. Krishna
@assmesvideo6000
@assmesvideo6000 4 года назад
হে কৃষ্ণ বাপ ইমান সুন্দৰ বাখ্যা শুনি থাকিল লেও হেপা নপালাই তথাপিও কিছূমান লোকৰ মনত ভক্তিৰ আগ্ৰহ নাই। তেওঁ লোকক আশীৰ্বাদ জ্ঞান দিয়ক। কৃষ্ণ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ কৃষ্ণ
@binadeka9674
@binadeka9674 Год назад
Krishna Krishna Bap.
@moonkumardas6611
@moonkumardas6611 3 года назад
বাপ এক অমূল্য সম্পদ। বাপক প্ৰশংসাৰ লগতে সহযোগৰ প্ৰয়োজন। অন্তত প্ৰশংসা কৰা সকলে Like কৰক।
@RijuPathakSatradhikar
@RijuPathakSatradhikar 3 года назад
বৰ সন্তোষ পালোঁ । ধন্যবাদ
@moonkumardas6611
@moonkumardas6611 3 года назад
@@RijuPathakSatradhikar এয়া আমাৰ ভাগ্য বাপ। আপোনাৰ এই মহান যাত্ৰা অব্যাহত ৰাখক।
@newjourney8984
@newjourney8984 3 года назад
কৃষ্ণ 🙏
@minakshideka1470
@minakshideka1470 2 года назад
Krishna krishna
@bornalibora7797
@bornalibora7797 4 года назад
প্ৰথমে আপোনাক সস্রদ্ধ প্ৰনিপাত জনাইছো🙏🙏আপোনাৰ ভাগৱত ব্যাখ্যা শুনি শুনি আমাৰ জীবন ধন্য হইছে।মই মুস্টি দানৰ চাউলকেইতা থই ,ৰাতিপোৱা ঘৰচিকা চৰাই বোৰক খাবলই দিও। ভুল হয়চে নেকি ? জনালে নথয় সুখী হম । 🙏🙏🙏
@parineetapari2645
@parineetapari2645 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো🙏🙏🙏
@mantuvallagilkalita1969
@mantuvallagilkalita1969 3 года назад
Krishna krishna krishna bap
@mahanandaadhikary3778
@mahanandaadhikary3778 2 года назад
সুন্দৰ বাপ...
@joyadevi2447
@joyadevi2447 3 года назад
আপোনাৰ ব্যাখ্যা শুনি নথৈ আনন্দিত হৈছো । হে কৃষ্ণ আপোনি দিৰ্ঘায়ো হওক ।।
@benudhardeka6896
@benudhardeka6896 4 года назад
👏 কৃষ্ণ কৃষ্ণ বাপ | আপ্লুত হ'লো প্ৰভু |
@mihir7535
@mihir7535 4 года назад
কৃষ্ণ বাপ অতি সুন্দৰ কথা ব্যক্ত কৰিছে। আপুনি প্ৰকৃত মহন্ত কৃষ্ণ চৰণ চিন্তি সদায় সুদৃঢ় বিশ্বাসে ভগৱন্তৰ কৰ্ম কৰিব লাগে কৃষ্ণ। 🙏🙏কৃষ্ণ দাস হুয়া 🙏🙏প্ৰসাদ ভুঞ্জিয়া 🙏🙏🙏 হস্তে কৰা কাম কাৰ্য। 🙏🙏🙏🙏 কৃষ্ণ স্থানক 🙏🙏🙏🙏 যতনে চলিওক🙏🙏🙏 সাচিয়ো পূণ্যৰ দমক।।🙏🙏
@parthapratimborah3018
@parthapratimborah3018 3 года назад
আপোনাৰ ভাগৱত পাঠ শুনি মনটো শুদ্ধ হৈছে বাপজন কৃষ্ণ
@jinuchawrok5568
@jinuchawrok5568 4 года назад
কৃষ্ণ গুৰু ৷ আহাৰৰ বিষয়ে সুজ্ঞান দিয়াৰ বাবে আপোনাক সশ্ৰদ্ধ প্ৰণাম আৰু অশেষ ধন্যবাদ জনালো গুৰুদেউ ৷
@khagenborah3149
@khagenborah3149 4 года назад
কৃষ্ণ বাপ, আপোনাৰ বাখ্যা শুনি সচাঁকৈ আপ্লুত হৈছো আৰু বহুখিনি শিকিবলৈ ও পাইছো ।
@rupalidas4669
@rupalidas4669 4 года назад
He provu apunar shri mukhe vagobwotr kotha khuni aami khosai aanndit hoisu. Vogbane mongol kork
@user-tf4fn6kw8w
@user-tf4fn6kw8w 4 года назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ অমৃতবানী শুনাৰ পিছতহে মনটো শান্তি লাগে
Далее
1🥺🎉 #thankyou
00:29
Просмотров 22 млн
27 May 2024
1:55:12
Просмотров 2,8 тыс.
1🥺🎉 #thankyou
00:29
Просмотров 22 млн