মই ভাৱিছিলো মৃণাল কলিতা দেৱে লিখা "বকুল ফুলৰ দৰে" উপন্যাস খনৰ কাহিনীটোত আপোনালোকে অভিনয় কৰিছে কিন্তু নহয় চাইহে গম পালো ।সেই কাহিনীটো যদি এটা ভিডিঅ'ত পৰিণত হʼল হয় আমি খুবেই আনন্দিত হʼলো হয় বাৰু যি কি নহওঁক আপোনালোকৰ এই ভিডিঅ' টি চাই ভাল লাগিল আৰু আগুৱাই যাঁওক শুভেচ্ছা থাকিল 😊🥰❣️
উপন্যাস খনৰ পৰাই অলপ কাহিনী লৈছে যেন লাগিছে,তাত স্কুলৰ কথা আছে ইয়াত কলেজৰ কথাৰে start কৰিছে,চৰিত্ৰ দুটাৰ নাম একেই😮 Mrinal kalitar novel, 2021ত সাহিত্য অকাডেমি ৰ দ্বাৰা শিশু সাহিত্য বঁটা লাভ কৰিছে novel খনে।
Moon moon dada suwali tur ovinoi val howa nii blg suwali ata lobo lagisil .... Dada ata manuhhh r karone gotai vdo tu vl nologa hoi knekuwa hbo .... Apuniii juiii ❤ But suwalijoni 😢 Keep it up 💪
Bohut val lagile video 2sai aru anka video di thaka aru anka video di thakila adin holau hofol hoba moi aji pora 2mat frnd hoi golu... Akha kore su 2meu mur frnd hua jate