Apsc upsc বা National/ International/State level আদিৰ দৰে যিমান থিউৰিটিকেল বা কম্পিটিটিভ পৰীক্ষা আছে সেই পৰীক্ষাবোৰ পাছ কৰিবলৈ মনত ৰখা ক্ষমতা টো বেছিকৈ লাগে। মনত ৰখা ক্ষমতা সকলোৰে একে নহয়, ইয়াৰ বাবে মগজু ভিতৰৰ এটা বিশেষ অংগৰ ক্ষমতা কিমান আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মনত ৰখা শক্তি যাৰ বেছি থাকে তেওঁৰ ক্ৰিয়েটিভিতি বা প্ৰেকটিকেল জ্ঞান কম থাকে। আৰু যাৰ ক্ৰিয়েটিভিতি বা প্ৰেকটিকেল অৰ্হতা বেছি থাকে তেওঁৰ মনত ৰখা শক্তি কম থাকে। মনত ৰখা শক্তি কম থাকিলে থিউৰিটিকেল Exam বা কম্পিটিটিভ Exam বিলাকত বিফল হয়। কাৰন আপুনি পঢ়াটো পঢ়িছে কিন্ত যিমান পঢ়িলে সিমান মনত নৰয়। কিন্তু তেওঁলোকৰ ৰয়। সেই বিশেষ অংগটোৰ বিষয়ে আপোনালোকে নিউৰো' বিজ্ঞান ৰ সহায়ত বা google ত চাৰ্চ কৰি জানিব পাৰিব। গতিকে বিফল হোৱা সকলে দুখ নকৰিব কাৰন আপোনালোকৰ Creativity বা প্ৰেকটিকেল অৰ্হতা বেছি আছে তেওঁলোকৰ বৰকৈ নাই। গতিকে বিফল হোৱা সকলে আপোনালোকৰ Aim টো Change কৰক আৰু Creativity/Practical field ত দিয়ক দেখিব success হবৈ। আজিৰ যুগৰ প্ৰায়বোৰ শিক্ষা বা পৰীক্ষা Applied/practical ভিত্তি নহয় (including employment examination)
Hoi Sir.. Apunar kotha 100 %hudha moi Agoraki professional Lawyer kintu moi atiya AJS Aru APSC Aispirant.. Apunar jitu situation asil usor chuburiya manuh aru homporkiyo manuh kotha koisy same mur logotu hoi asy law pass korily kintu ghoroty bohi asy etc etc etc.. Kintu moi u apunar dory hari jua ni... Moi sesta kori asu... Adin Success hom buli
ছাৰ UPSC ,(civil service),...., success howa besi vag Delhi and other state r university poha so amr axom r general college r pra success howa xuna nai so eaar uprat cmnt lagisl jata motivation pao 🙏🙏👍
Vry vry important & informative video for our young generation Congratulation to both of U সংবাদিক ভাইতি জনে চক্ৰবিষয়াৰ কোঠালৈ দৰজা খন খুলি সৌজন্যতাৰ খাতিৰত তেখেতৰ অনুমতি লৈ সোমেৱা হলে বেচি ভাল হল হেতেন , ।।।
Akdom hosa kotha, usoror manuhe bohut ohubidha kori questions kori kori, kio ghor t ase job ari, ru job nokore nk etc etc.. mentally stress bohut pua jy aibilak questions r karone. Aji 5month r pora ghor t asu exam preparation karone ankua bohut questions r honmukhin hoi asu, I hope adin success hom😢
He is very smart teacher also .he was ex teacher of baksa polytechnic...I was student of him in baksa polytechnic ❤️❤️ love from ex student of baksa polytechnic
কোনোবা এজন মানুহ মোৰ চুবুৰীয়া বা সম্পকীয় হলে মইও সেই জনৰ বাৱে চুবুৰীয়া বা সম্পকীয় । গতিকে আমি সকলোৱে যদি আনক কেৱল down দিবলৈ নগৈ আনৰ বাৱেও positive কথা বতৰা কোৱা আৰম্ভ কৰো তেতিয়াহে এই সমস্যা দূৰ হব।
Bhal Bonaisa Dei videos bur... ADRE r Skill Test t Log Puwa Tumak ! Najanisilu tumi eman bhal video bonuwa buli.... Bhal lagil... Aggg bahi Juwa Kokai !
Prince bhorali da aponar voice tu fm jorhat radio station or deba protim borah sir or voice tu same ekei, bhal lagil hakhyatkar video tu sai, thank you very good,