ভাল লাগিল বা । গণেশৰ কাষত থোৱা নৱপত্ৰিকা বুলি কোৱা হয় , যি নৱিধ বৃক্ষৰ তাত সমাৱেশ থাকে । মা মহামায়াৰে এই ৰুপ । বিশ্বাস আছে মা নৱবিধ বৃক্ষত অৱস্থান কৰে । সেয়েহে পূজাৰ সপ্তমী তিথিত প্ৰথম পুজা এই " নৱপত্ৰিকা" ক বিধি বিধান মতে পুজা কৰি স্নান কৰোৱা হয় । জয় মা মহামায়া 🙏🏻 জয় মা দুৰ্গা 🙏🏻