Тёмный

Dhemaji জিলা অনামিছিং সুৰক্ষা সমিতি আৰু আটাছুৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী | N18V 

News18 Assam/Northeast
Подписаться 3,3 млн
Просмотров 8 тыс.
50% 1

Dhemaji News | ধেমাজি জিলা অনামিছিং সুৰক্ষা সমিতি আৰু আটাছু ধেমাজি জিলা সমিতিয়ে ২০ ছেপ্টেম্বৰত ৰূপায়ন কৰিব গণ সত্যাগ্ৰহ কাৰ্যসূচী
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

18 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 188   
@Gjpchannel23
@Gjpchannel23 15 часов назад
এইজন মিছিং আৰু অনামিছিঙ লৈ বিভেদকামী মন্তব্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনালোঁ
@BikramDoley-wf4mi
@BikramDoley-wf4mi 15 часов назад
অযথা ৰাজনীতি নকৰিব, আপোনালোকৰ এক বিন্দু ও অনিষ্ট নকৰো।
@mising790
@mising790 14 часов назад
দাদাজন এইটোৰ কাৰণে জলিছে যে ধেমাজি জিলা খন six schedule area hbo buli😅😅। দাদা কথা এটা মনত মনত ৰাখিব ধেমাজি, মাজুলী, ঢকুৱাখনা আমাৰ মিছিং লেণ্ড হয় । Six schedule পালে এইকেইটাই পাব বেছি আপুনি বকি নাথাকিব।
@Leeyard
@Leeyard 13 часов назад
ইয়াৰ পৰা গম পোৱা যায় যে মিপাকবোৰে মিচিং ৰ উন্নতি চাব নোৱাৰে, আমি আমাৰ প্ৰাপ্য খিনি বিচাৰিম আৰু লম আপোনালোকৰ তাতে কি অনিষ্ঠ হল। অনা মিচিং সুৰক্ষা সমিতি বোলে ধেত😂
@monjitmedak3807
@monjitmedak3807 4 часа назад
@@Leeyard আহোম বুলি ক দাইৰেক , অসমৰ প্ৰথম বিদেশী আহোম তাত সকল দুই তিনি আছে নেকি ভূঞা,নাথ ,কিবা কিবি এতিয়া বুজিলি নহয় আহোম মানে জনাই, চিলাপথাৰ, ধেমাজি,দকোখানা, মাজুলী, বিশ্বাস যোগ্য নহয়,হিহতবোৰ জনজাতিৰ তেজপিয়া
@sunukumarpegu7034
@sunukumarpegu7034 3 часа назад
এইবাৰ তেজ দি হলেও আমাৰ মিছিং সম্প্ৰদায়ৰ অধিকাৰ লমেই কৈ থলো । মিছিং সম্প্ৰদায় জিন্দাবাদ missing re'ngam i'rroi .
@dpsisang9310
@dpsisang9310 17 часов назад
অনামিচিং সুৰক্ষা সমিতি মানে। আমি কোনো এটা জাতিক অন্যায় কৰানাই আৰু অত্যাচাৰ কৰানাই দেই। আপোনাৰ voice languageৰ পৰা সম্পূর্ণ উলাই পৰিছে যে আপোনি মিচিং বিৰোধী । অসমৰ জনসাধাৰণেই অসমৰ জনসাধাৰণৰ বিৰোধী। এনে হলে কেনেকৈ বিদেশী আগ্ৰাসনক ৰুধিব ?
@gboys7573
@gboys7573 12 часов назад
অনামিছিং সুৰক্ষা সমিতিৰ নাম লৈ আপোনালোকে কি কব বিছাৰিছা, মানে মিছিং আগ্রহী, মাটি দখল কাৰি জাতি। আমাক কোনোবাই আমাৰ অধিকাৰৰ বিষয়ে পাঠ পঢ়াব নেলাগে, যিটো সময়ত আমি সকলোৱেই মিলি বহিৰাগতৰ বিৰুদ্ধে মাত মাটিব লাগে এইটো সময়ত আপোনালোকে এটা ভূমিপুত্র জনজাতিৰ বিৰুদ্ধে কথা কয় কি ফালিব মহাশয়। 😂😂 আমি কাৰোবাৰ মাটি দখল কৰি অসমত বসতি কৰি থকা নাই , গতিকে আমাৰ বিষয়ে প্রতিবাদ কৰিও লাভ নাই। আপোনালোকৰ নিছিনা মানুহৰ কাৰণে আজি বড়ো, তিৱা, কাৰ্বি, গাৰো ভাই সকলে অসমীয়া ভাষা প্রায় কোৱা বন্ধ কৰিলে জানা। আপোলোকে যদি সদায় আমাৰ বিৰুদ্ধে গৈ মাত মাটি থাকে তেতিয়া হলে আমিও মিছিংলেন্ড বিছাৰিম।
@paramanandatayeng4599
@paramanandatayeng4599 12 часов назад
Right 👍
@johandoley2751
@johandoley2751 17 часов назад
স্নেহৰ মনোজ ভাই, জেষ্ঠ নেতৃত্বধাৰী সংগঠক হিচাবে কথাবোৰ গভীৰ ভাৱে চিন্তা চৰ্চা কৰি, মনৰ সংকীৰ্ণতাবোৰ এৰাই ছলি প্ৰগতিশীল চিন্তাৰে কথাবোৰ কব বুলি আশা ৰাখিলো। মিচিংসকল অসমৰেই ভূমিপুত্ৰ।শদিয়াৰ পৰা তেজপুৰলৈকে শ শ বছৰ ধৰি ব্ৰক্ষ্মপুত্ৰ,সোৱনশিৰিৰ,ধনশ্ৰি ... নদীৰ পাৰে পাৰে বান পানীৰ লগত যুজি যুজি হলেও শান্তিৰে নিজৰ কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰি আহিছে। এটা সময়ত এইখন অসমতে শোষিত,নিষ্পেষিত আৰু অৱহেলিত হয়ো অভিমানৰ পাৰ ভাঙি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চামিল হৈ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হও। আমি সকলোৱে সহোদৰ ভাই। চুকাফাই গঢ়ি থৈ যোৱা অসমত আমি ভূমি পুত্ৰ খিলঞ্জীয়াৰ মাজত কোনেও কাৰো প্ৰতি শংকিত হোৱাৰ কাৰণ থাকিব নালাগে। এটা খিলঞ্জীয়াক জনগোষ্ঠীক আন এটা খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি শংকা সৃষ্টিৰ সম্ভাব্য পৰিৱেশক নিলগাই ৰাখি বিষয়বো একেলগে বহি মুখা মুখিকৈ মুক্ত মনেৰে আলোচনা কৰিব পাৰি নিশ্চয়। পিছপৰি থকা অঞ্চলবোৰ উন্নয়ন হলে কেৱল মিঙৰে নহয় ইয়াত বসবাস কৰি থকা সকলো জনগোষ্ঠীৰেই হব। মিচিংসকল পৃথক ৰাজ্য বা সাৰ্বভৌমত্ব বিছৰা নাই।অসমৰ শ্বায়ত্ব শাসিত পৰিষদসমূহক সাংবিদানিক স্বীকৃতি প্ৰদানেৰে দীল্লী দিছপুৰত থুপ খাই থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ব্যৱস্হাৰ দ্বাৰা পিছপৰি থকা অঞ্চলটোৰ ক্ষীপ্ৰতৰ ৰূপত উন্নয়ণ হে বিছাৰিছো। উন্নয়ন সকলোৰে হওক আৰু সেয়া সকলোৰে কাম্য। আমি সকলোৱে প্ৰগতিশীল চিন্তা আৰু চেতনাৰে এজনে আনজনৰ আৱেগ আৰু অনুভূতিৰ প্ৰতি পৰিপূৰক হৈ কাম কৰি একে লগে আগুৱাই যাওঁ আহক। নহল অসমখনক আকৌ এবাৰ বঙালে পাব। পৰিস্থিতিবোৰ দেখিছেই নহয়। অন্যথাই অসম এদিন নাশ হব। বহুত আন্দোলন দেখি আহিলো। যেনে:- বিদেশী বিতাৰণ আন্দোলন,আলফাৰ সহস্ত্ৰ সংগ্ৰাম,CAA -NRC, এতিয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ,মাতৃ ভাষাৰ প্ৰচলন ইত্যাদিবোৰ। পিছে আমিবোৰ পৰিপূৰক হিচাবে চিন্তা নকৰাৰ কাৰণে কি হৈছেগৈ? # লগ পাব বিছাৰো। কথাবোৰ একেলগে আলোচনা কৰো।
@JPeguHindustani
@JPeguHindustani 15 часов назад
*Mising Réngamé su:pak rélékpé lenpa:yé*
@ArnibanHandique
@ArnibanHandique 12 часов назад
Ami kihole six sedul r vitorot homam amak missing rajotta nalage
@Regional-i7b
@Regional-i7b 10 часов назад
মিৰি গুণ্ডা লগত আমি নাই
@hnd8030
@hnd8030 9 часов назад
Miya gunda tolot solibi tohot ​@@Regional-i7b
@hnd8030
@hnd8030 9 часов назад
​@@ArnibanHandiquetumi bengali hahonot thakibi tohot
@AyanPatgiri
@AyanPatgiri 17 часов назад
অসমীয়া ৰাইজ হেনেও এদিন মিচিং মানুহ শদিয়া পৰা তেজপুৰ জীয়াবুলুলি লৈ আৰু ধেমাজি জিলা খন 6 schidul পাব।আপোনালোকে সিমান বেয়া নজৰ দিব নালাগে।
@tularampanging5658
@tularampanging5658 18 часов назад
তোমালোকৰ নিছিনা মানু্হ থকাৰ কাৰণে সমাজত বিচিংকলা হয়
@bhugeswarpadi9494
@bhugeswarpadi9494 14 часов назад
তহতে কিয় চকু বিকায় ? অ বাইতি তোৰ প্ৰাপ্য আমি বিচৰানাই জানানৃে ? মিৰি পথাৰ মানে মিচিং পথাৰ নহয়নেকি অ পাগল । তোৰ প্ৰাপ্য আমাক শুদিব লাগে আৰু আমাৰ প্ৰাপ্য তোমাক শুদিব লাগে ? পাগল কাৰোবাৰ প্ৰাপ্যক কাৰোবাক শুদিব লাগেনেকি ? নিজকে উচ্ছ কাপৰ বুলি কয় নিম্ন কাপৰ জনজাতি বিছৰাতোহে লাজৰ কথা । আমাৰ প্ৰাপ্য আমি পাবয় লাগিব । কাৰোবাৰ প্ৰাপ্য বিচৰাত বিৰোধিতা কৰাতো বহুত লাজৰ বিষয় চি চি ।
@DevajitDoley-n4b
@DevajitDoley-n4b День назад
তোমাৰ নিচিনা একো নজনা মানুহবোৰৰ কাৰণে অসম খন ৰখা তলত গৈছে ।
@JayPegu321
@JayPegu321 14 часов назад
নিজৰ অধিকাৰ বিচাৰোঁতে আপোনাৰ ইমান বেয়া মনোভাৱ লই অনামিচিং সংগতন গঠন হব নালাগে...
@monjitmedak3807
@monjitmedak3807 4 часа назад
এইজন ছাগলী চুৰ নিচিনা লাগিছে ,আনজন বুঢ়া কি কম সাজ খাই খাই অৱস্থা বেয়া😅😅😅, যেতিয়া ইহতবোৰ জনজাতি বিচাৰে আৰু জনজাতি নিদিওঁ, তেতিয়া কি কৰিব আমাৰ সঙ্গতন অনা আহোম সঙবাত মেল বা অসম বন্ধ
@AyanPatgiri
@AyanPatgiri 17 часов назад
কিয় সিমান গৰম তোমালোকে এই কাৰণে অসমীয়াক অসম ৰকা তললৈ গৈ আছে। শান্তি প্ৰিয় মিচিং মানুহৰ লগতে সিমান জ্বলে বেয়া চকুত পৰে বাকী জাতি লগত কি হব এই কাৰণে নিজৰ নিজৰ লেণ্ড বিচাৰি বলগীয়া হৈছে। অসমীয়া মানুহৰ আপোন পতিয়া চৰিত্ৰ কাৰণে tribal হিচাপে মিলিব লগীয়া হৈছে। আৰু নিজৰ নিজৰ মানুহ মিলিৱ লগীয়া হৈছে। অসমীয়া মানুহ অকল খৰিয়া হৈছে বুজি লক।
@monjitmedak3807
@monjitmedak3807 5 часов назад
কি অসমীয়া ইহঁত অসমৰ প্ৰথম বিদেশী আহোম হয়
@janbhaimusical5827
@janbhaimusical5827 День назад
No six schedule No rest
@lifebridge9567
@lifebridge9567 7 часов назад
মিছিং - অনামিছিং কথাষাৰ নতুনকৈ আনিছে এইজন ব্যক্তিয়ে।।।। আমাৰ MAC অঞ্চলত থকা সকলো ৰাইজক যোৱা election ৰ পৰা সকলো সাহায্য লগতে অন্যান্য সুবিধা সমূহ মিচিং সমাজৰ সমপক্ষ ভাৱেই দি থকা হৈছে। আৰু এই ব্যক্তি জন আজি ৰাজ নীতি কৰিব আৰম্ভ কৰিছে।।। কাম নাই।।। হিচাপ যদি লওঁ তেন্তে চাগে মিচিং দলে পেগু ইত্যাদি ইত্যাদি ৰ লগতে আমাৰ অসমৰ অন্যান্য জনজাতি যেনে , চুতীয়া, ভূঞা, শৰ্মা, নাথ, বৰগোহাঞি, বুঢ়াগোহাঁই আদিকো সমানে সুবিধা প্ৰধান কৰিছে। চাগে আপুনি সুবিধা খিনি আদায় লব পৰা নাই।।।।।।তাৰ বাবে ৰাইজ দায়ী নহয় আপুনি দায়ী, আপোনাৰ দৰে ঠেক মনৰ মানুহ বোৰ দায়ী। যি আজি *মিচিং - অনামিছিং* ৰাজনীতি কৰিব আৰম্ভ কৰিছে। আপোনালোকৰ দৰে মানুহে অসম খন ধ্বংস কৰিছে। মিচিং সকলে সায়ত্ব শাসন পাব নিজৰ বলত। আপোনাৰ দৰে ৰাজনীতি কৰি নহয়। যি অসমৰ ভাই - ভাইৰ মাজত বিভেদ সৃষ্টি কৰে।।। পিছলৈ যাতে তেনেকুৱা ধৰণৰ মতব্য শুনা নাপাওঁ ডাঙৰীয়া ধন্যবাদ।
@pobitradoley7327
@pobitradoley7327 3 часа назад
Right
@Lékor-o1q
@Lékor-o1q 12 часов назад
আমাৰ মিচিং সমাজে একগোট হোৱাৰ সময় হল
@mimangajon9894
@mimangajon9894 День назад
আপোনালোকে কিয় মিচিং সকলক বেয়া পাই জনাব
@UtpaltaidTaid
@UtpaltaidTaid День назад
Mising Ariya hoi misingland
@ranujvlogs8333
@ranujvlogs8333 15 часов назад
আপোনালোকে থাইলেণ্ড মানুহ আমি অনা mising নহয় কেলা
@jatindoley4002
@jatindoley4002 12 часов назад
কাৰ্বি আংলং জিলাত অনা কাৰ্বি থাকিও কিয় যষ্ঠঅনুসুচী পায়?কিয় আপত্তি থাকে তহতৰ
@ThomashDoley-tt5hl
@ThomashDoley-tt5hl День назад
অনামিচিং সংৰক্ষা সমিতি মানে কি?
@Regional-i7b
@Regional-i7b 10 часов назад
Non Missing saved
@jayantadoley1349
@jayantadoley1349 15 часов назад
কি অদ্ভুত ধৰণৰ সমিতি এইখন ,
@ThomashMorang-iq2bk
@ThomashMorang-iq2bk 4 часа назад
ইয়াৰ কথাৰ পৰা কব পাৰি যে সি অসমীয়া নহয়। বাংলাদেশী হয় ছাগে । কবলৈ গলে মিচিংসকলৰ মাটিবোৰখিনি নিজৰ বাসস্থান বুলি স্বীকৃতি দিব বিচাৰিছে। এইটো আমি কেতিয়াও হব নিদো। ইয়াত মাথোঁ অসমৰ মানুহে থাকিব পাৰিব ।
@DhoniramPegu-v7r
@DhoniramPegu-v7r 15 часов назад
Mising eriya hoi
@M_Doley
@M_Doley 23 часа назад
Hongbidhan nohoire baba.. Mising Autonomous Council Act't likha ase.. 50% ST population buli likha ase.. 50% Mising hobo lage buli kotha nai
@Regional-i7b
@Regional-i7b 10 часов назад
অনা মিছিং zindabad
@Regional-i7b
@Regional-i7b 3 часа назад
@@M_Doley কেইজন মিচিং মানুহ আছে ? কিহৰ 6 scheduled ? তহঁতৰ জনসংখ্যা কিমান ?
@M_Doley
@M_Doley 3 часа назад
@@Regional-i7b atia..eyat MAC election'r kotha hoi ase..6th schedule 'r nohoi..aru hun, amat ke kom population thoka Karbi aru Dimasa bhai hokolor 6th schedule ase..
@pobitradoley7327
@pobitradoley7327 3 часа назад
​@@Regional-i7bTumi besi hoisa Sudhurbai Mising manuhk jukai nlb kotha beya hb kintu
@Regional-i7b
@Regional-i7b 2 часа назад
@@M_Doley ,,,ইহঁতে পাহাৰীয়া হয় বুৰ্বক
@bigantaborghain7941
@bigantaborghain7941 23 часа назад
Khilonjiar bhitorte lagibo nelage .alusona nokora karone anekua...akhom sarkare gutai khilonjiar logot alusona korok..ami bhitorte lagile bahiror maanubure huvhidha lobo Aru agor pora loi ase selfishness eri eke log hoi jhush diyok khilonjiar adhikar karone.....
@sanjibpegu3501
@sanjibpegu3501 11 часов назад
সেই জনক কোন পগলা কুকুৰে পঠিয়ালে ? তেনেধৰণৰ সুৰ নাইকীয়া কথা ক'বলৈ। তোমাৰ বাপেকৰ দমত কৈছা নে আন কোনোবাই দালালী চুৰ নেতা কথা মতে কৈছে ? আৰু আমাৰ দালালী সকলে বুজিছে নে আনৰ জাতিৰ পকৰত বা কোনোবাই জাতিৰ নেতাৰ লগতে যোগদান দি লাভ নাই। আৰু সেই জনক ভালদৰে লগ ধৰি কথা পাতিলে ভাল আছে আমাৰ সংগঠন TMPK
@Apurbapegu-pu8yv
@Apurbapegu-pu8yv 14 часов назад
Toi jiman bokileu lav nai burbok
@johnalbertpatir3110
@johnalbertpatir3110 5 часов назад
ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে মিচিং-অনামিচিং কৈ ভাতৃঘাতী সংঘর্ষ সৃষ্টি কৰিব বিচাৰিছে। তেওঁৰ কথাবোৰ উচতনিমূলক। আমিবোৰ কাৰোবাৰ সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচৰা নাই, ষষ্ঠ অনুসূচী আমাৰ প্ৰাপ্য অধিকাৰ।
@Regional-i7b
@Regional-i7b 3 часа назад
@@johnalbertpatir3110 kihor odhikar a kukurhat ? Ahom k jukai nolobi, Ahom a ketiyau juddho k voi nokore, Tohotor jaga Arunachal Pradesh hoi, Tohote Arunachal r pora kheda khai eyat ahise, Amar Ahom a thakibo jaga dise valkoi thak, nohole hangdang kintu tohotor golot poribo, bujiso
@BituponDoley-ds1gn
@BituponDoley-ds1gn 2 часа назад
​@@Regional-i7b renda toi history kiman jano
@dipankarmedi4640
@dipankarmedi4640 Час назад
তোমালোক আহোম অসম আক্ৰমণকাৰি হয়... বিদেশী হয়.. মনত ৰাখিবা...
@biplobdoley-ot4yv
@biplobdoley-ot4yv 18 часов назад
কিয় ইমান জ্বলিচা তুমি
@MohendraPayeng-w2k
@MohendraPayeng-w2k 15 часов назад
থাকিলে কি আপত্তি আছে
@TabuRam-w9j
@TabuRam-w9j 14 часов назад
Mising Assam total population and voter 8 Lakh above.what problem, and any problem Assam bhumipura mising,you understand.
@monjitmedak3807
@monjitmedak3807 17 часов назад
আচল কাৰণটো আহোম মানে অ অ😅😂😂, আপোনাৰ ব্যক্তিগত লাভালাভৰ বাবে কৰিছে নেকি? যদিহে এটা জনগোষ্ঠীক লৈ তাৰগেট কৰিছা ঠিকেই আপোনাৰ এই এদিন বিফল হ'ব, যদিহে অসুবিধা হৈছে চিচিবৰগাও, মাছখোৱা,বৰদলনী , এৰি দিম নহয় তেতিয়া উনিয়ন তেৰটৰী বনাবি জেনেৰেল , অ বি চি কাৰনে ,কি মিচিং মিচিং বুকি আছ
@Regional-i7b
@Regional-i7b 10 часов назад
অনা মিছিং zindabad
@monjitmedak3807
@monjitmedak3807 7 часов назад
@@Regional-i7b🤣🤣😂🤣😂🤣কাম পোৱা নাই , যিমান যি নহক আমি আগত মানে তপ লেবেলত ,আমিও কৰি থাকিম আহোমসকলক জনজাতি হ'ব নিদিয়ে নহয়, only tribel zindabad assam ,
@misinglotta154
@misinglotta154 2 часа назад
আপোনাৰ অসুবিধাতো কত জনালে ভাল পাম আৰু আমাৰ মিচিং জাতীয়ে আপোনালোকৰ ভেটি লই লব মানে বুজি নেপালো! আমি আমাৰ প্যাপ কিনিখে বিচাৰিছো। ইয়াত বিভিন্ন সংগঠন গঠন কৰিবলৈ চেষ্টা নকৰিব আমি কাৰোবাৰ প্যাপ বিচৰা নাই আপোনাৰ অনা মিচিং শব্দ আয়োগ কৰাতো ভাল নহল আকৈ অসম খন ৰকাথলৈ যাবৰ সময় আহিছেগে ! বাকিবোৰ ইতিহাস 👍
@oldisgold6220
@oldisgold6220 5 часов назад
আপোনি কোন? আমাৰ মিচিং জাতিটোক লৈ বেয়াকৈ কৱলে? আৰু ইমান আহখ কট পালে?
@Regional-i7b
@Regional-i7b 3 часа назад
@@oldisgold6220 তুমি কোন মিৰি কেলা ? হাগি ক'তি ধুই পাইছে নে কেতিয়াবা ?
@BituponDoley-ds1gn
@BituponDoley-ds1gn 2 часа назад
​@@Regional-i7b mising main
@LoladKo
@LoladKo 2 часа назад
Nabasibi kintu vaal ke koi disu. Mising bilakog beya ke nokobi. Too kun be​@@Regional-i7b
@RanujPegu-yc4kf
@RanujPegu-yc4kf 10 часов назад
নিজৰ কথা ভাবিবা আনৰ কথা ক'বলৈ তুমি কোন
@oldisgold6220
@oldisgold6220 5 часов назад
আপোনাৰ নিচিনা এজন ব্যক্তি হে কলে যে আমাৰ মিচিং জাতিটো আৰ নামানো বাই আৰু কাৰোবাৰ জাতীক বেয়াকৈ কোৱাৰ আগত হলপ বাবিৱ।
@bhishmapegu
@bhishmapegu 14 часов назад
Missing manuhk beyake kole Assam kon beya dikot jabo . Ai kota monot rokat husit
@Teetekomising
@Teetekomising 7 часов назад
অনা মিচিং বুলি কৰ পৰা ওলালে আকৈ দেত আমাৰ সমাজখন উন্নতি হোৱাত কিয় দেখিব নোৱাৰা বাৰু
@gumragpegu4306
@gumragpegu4306 9 часов назад
অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰ জাতি জনগোষ্ঠীসকলৰ উত্তম ৰক্ষাকৱচ হʼল ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন ব্যৱস্থা। গতিকে এই উত্তম ব্যৱস্থাক সলোৱে আদৰণি জনোৱা উচিত। আৰু এই ব্যৱস্থাৰ সুৱিধা সকলোৱে ভোগৰ ভাগী হব। অনমিচিং নামৰ কোনো জনগোষ্টী নাই্ ।ইমাৰ প্ৰৰোচনামূলক কথা কৈ ৰাইজৰ মাজত বিভাজন অৰাজক পৰিস্থিতি সৃষ্টি কৰাৰ কপচেষ্টা কৰাটো উচিত নহয়।
@monjitmedak3807
@monjitmedak3807 4 часа назад
এই বুঢ়াটোক আৰু এই ছাগলী চুৰ দঢ়ে চোৱা মানুহজনক বচতাত ভৰাই যত আমাৰ গোগামুখত মিচিং যুৱক যুৱতীৰ অসম চৰকাৰৰ হাতত মৃত্যু মুখত পৰিছিল তাতে লৈ আনি মাৰিব লেঙঠা কৰি, ১৯৯৫ যেনেকৈ মিচিঙৰ কাৰনে শ্বহীদ হোৱাৰ কথা ভাবি ভয়ত মিচিং শান্তি নিজকে কবলে ধৰিলে,আৰু এজন উলটা পুলটা কমেন্ট কৰি আছে হিটো মিচিঙৰ ঘৰত ঝাৰো মাৰিবলৈ লাইক নাই,যদি জনাই, ধেমাজি, চিলাপথাৰ,দখোখানা, মাজুলী বিধান সভাৰ সমষ্টিৰ হয় যদি, শান্তি শান্তি কৈ লাভ নাই,এই উলটা পুলটা কমেন্ট কৰকজনক বিছাৰ সকলোৱে, মিচিং তিনিজন যেনেকৈ হৈছিল মৃত্যু হৈছিল, এতিয়া ঠিক তেনেকৈ তিনিজন মাৰিব পাৰিলেই ,৬নমবৰ দফাত হৈ যাব , return LDCM
@manabjyotipolong4038
@manabjyotipolong4038 2 часа назад
ডাঙৰীয়া, এটা কথা অপ্ৰিয় হ'লেও সত্য যে আপোনালোকৰ দৰে এচাম পাভত গজা সংগঠনৰ নেতাসকলে আমাৰ মিচিং জাতিৰ উন্নতি হোৱাতো কেতিয়াও সমৰ্থন নকৰে, সেয়া চিধা কথা। আমি মিচিং সকলে‌ আমি আমাৰ নিজৰ সাংবিধানিক প্ৰাপ্য বিচাৰো। ইয়াত আপোনাৰ দৰে একাংশ পাভত গজা নেতাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে অযথা ভিত্তিহীন মন্তব্যৰে যুক্তি দি বাধা দিবৰ চেষ্টা কৰাতো আমাৰ অসমীয়া জাতিৰ বাবেই দুৰ্ভাগ্য জনক।
@taniaobijoy8067
@taniaobijoy8067 12 часов назад
কোনো বয় কোৱাৰ সংশাস নাই দাদা আপোনাৰ কি কিবোৰ অসুবিধা আছে স্পষ্টকৈ জনালে ভাল ।আপোনাৰ অনামিছিং বোলা শদ্ধটো ভাল লগা নাই ।অসমৰ ভূমিপুএ হিচাপে প্ৰাপ্যখিনি পাৱৰ বাবে অত:দিন ধৰি বহু কষ্টত সংগ্ৰাম কৰি আহিছে ,তাতে আপোনী কেইজনমান মানূহক লৈ অনামিচিং শদ্ধটো লগায় সমিলমিলে বাস কৰা সমাজখনক অৰাজকতাৰ সৃষ্টি কৰাব বিছাৰিছ ।কাইলৈ কিবা বেয়াদিশে যায় তেন্তে আপোনী ঘাত পাতি লব লাগিব।
@Himangshu-ps9mc
@Himangshu-ps9mc 18 часов назад
আপোনাৰ মিচিং সম্প্ৰদায়ৰ ওপৰত ইমান চকু চৰকা কিয়। যদি খিলঞ্জীয়াই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে অসম কিন্তু ৰহাতলৈ যাব। সেইটো কিন্তু কঠাং। আমিও চাই নাথাকো। From মাজুলী মিছিং I LOVE MISSING❤❤
@JYOTISHMili-sh6od
@JYOTISHMili-sh6od 16 часов назад
Good 👍
@Regional-i7b
@Regional-i7b 12 часов назад
মিছিং গুণ্ডা নিপাত যাওক, জীৱনত 6th scheduled দিয়া নহব আহোমৰ জাগাত, কোন কেলা মিছিং হয় চেত ? কুকুৰৰ দৰে দৌৰাই2 মাৰিম
@hnd8030
@hnd8030 9 часов назад
​@@Regional-i7btoi silapatharot ahibine, Dhemaji town ot nai jonait aha tuk miya premir samra ughali di asu ro
@GaneshKutum-pq3my
@GaneshKutum-pq3my 8 часов назад
​@@Regional-i7boi lewra protm axom ahi ne mising ahise ujoni ahi sa goru piton dim kla
@bhdgamer6112
@bhdgamer6112 7 часов назад
@@Regional-i7bMaksuda ahom ki lawra kribi pokor jolise nki
@user-nj6hv7jb9p
@user-nj6hv7jb9p 14 часов назад
Val disa
@SanjayKuli-nb6vb
@SanjayKuli-nb6vb 16 часов назад
এৰা মালিক এনেদৰে মিচিং অনামিচিং বুলি কয় থাকোঁতে যে অসম খন মিঞা ৰাজ্য হ'বলৈ গৈ আছে এইটো অলপ অনুভৱ কৰিব দে
@ArnibanHandique
@ArnibanHandique 11 часов назад
Dhemaji t miyar dam nai Ghar banaboloi yat tmpk aru benguliye bjp r log hoi politics karise
@ripenpegu172
@ripenpegu172 15 часов назад
Kam nai tumar
@sdmusicalcreationkushalbij8331
@sdmusicalcreationkushalbij8331 7 часов назад
No six schedule no rest Mising Réngam írroi ✊✊
@bidaidoleykomeswardoley9427
@bidaidoleykomeswardoley9427 4 часа назад
মিছিং সমাজ জিন্দাবাদ
@bishwajitpegu4820
@bishwajitpegu4820 17 часов назад
M. A. C. Mising jatir karane sarkare hu kiya koi parishad adhikar dise tumalukar ki luksan.
@IloveIndia-fu4oh
@IloveIndia-fu4oh Час назад
Jhoi ai axom 💪
@lakhsmanlagachu6345
@lakhsmanlagachu6345 17 часов назад
Dada apuni hombhob bul bhujisa sage Ami hokluye khilanjiya hoi kio ana Mising mati kahi nim nu Hokluye mili khilonjiya sarthoth nijor mati odhikar ana khilon jiyaloi jab nalage tar babe hoklu khilonjiya mili kam korib lage , Aji khilonjiya mati bihari maruwari Bengali hokle kini amar Assam kon Tripura hob goinase
@user-ex7sz3bp2d
@user-ex7sz3bp2d 14 часов назад
Ki ona mising..ona mising xtt...imaan haxoh tur... heibilak faltu kotha koi laav nai..toi ejon burbokh.. burbokh buli kolu
@muhimkutum6418
@muhimkutum6418 4 часа назад
Amar mising or Raj Niti to koboloi tor ki dorkar toi kot pale Ona mising koisha Jae
@TulyaDoley
@TulyaDoley 10 часов назад
এইসকল মানুহে মিয়াৰ লগত মিতিৰ পতি অসমৰ মাটি মিয়াক দিলে।
@Regional-i7b
@Regional-i7b 12 часов назад
অনা মিছিং zindabad
@OitulKuli
@OitulKuli 8 часов назад
😂😂
@BhaskarjyotiPegu-bv1jw
@BhaskarjyotiPegu-bv1jw 4 часа назад
Kukuror jat jindabad 😂
@kushaldoley4590
@kushaldoley4590 День назад
Tuma luke bjp ik vote disilneki
@kripanathmedok8228
@kripanathmedok8228 5 часов назад
Boddo land ত অনা অসমীয়া মানু্হ 30%তাত দেকুন বিৰোধিতা কৰা নাই।
@golokkaman4923
@golokkaman4923 11 часов назад
অসম ৰসাতলে যাবলৈ বেছিদিন নাই
@rabiphukan2840
@rabiphukan2840 16 часов назад
Ami agut hobo lagibo..
@BhaskarjyotiPegu-bv1jw
@BhaskarjyotiPegu-bv1jw 4 часа назад
Tur heijonik rati dibole akgut hobo lagbi
@papukutum5433
@papukutum5433 15 часов назад
Apunlk dumukhiya kio.... St lage bliu siori thke aru st ko birudhita kra.... Si😊
@rajendrataye7279
@rajendrataye7279 12 часов назад
Apunak Kune bukibo dise 😂😂😂
@HENRY-lu4sl
@HENRY-lu4sl 12 часов назад
No Six Schedule No Rest
@leninmilileninmili8923
@leninmilileninmili8923 12 часов назад
Kam nay... Missing manu hea 6 schidul pale ke ame apunar Mati loylom neke...ke kotha koyse apuni... apuni enay bhakon de lab nay....
@Regional-i7b
@Regional-i7b 11 часов назад
Very good decision Ahom ❤❤❤❤❤❤❤❤
@noyonmilivlogs1012
@noyonmilivlogs1012 3 часа назад
Kam nai jodi hal babole aha ane ojota te gai nathakiba
@bidaidoleykomeswardoley9427
@bidaidoleykomeswardoley9427 4 часа назад
ভয় নকৰিবা দাদা 😅😅😅😅😅😅
@Binud472
@Binud472 12 часов назад
তোমাৰ কি পকৰ জ্বলিছে , অসমত মিঞা খেদি লাগে, খিলঞ্জীয়াক নহয়
@pankajkutum6701
@pankajkutum6701 13 часов назад
Kam nai
@pramodchoudhury6598
@pramodchoudhury6598 17 часов назад
Correct.
@UjjalPegu-du1yx
@UjjalPegu-du1yx 13 часов назад
Mohahoy tmar2 lekam ny. Mising k Birut dita kori lab ny
@Rdewqwrrtt
@Rdewqwrrtt 4 часа назад
Mipak manu kita himan jolisoje Mising manu sixth schedule pale kijai spunalukor
@Rakesh1d
@Rakesh1d 53 минуты назад
Burbok aijn
@Baba883
@Baba883 4 часа назад
He is the enemy of mising
@LoladKo
@LoladKo 2 часа назад
Bisari bisari marim kintu mising okolok beya ke kole.
@NavakantaPegu-x1j
@NavakantaPegu-x1j 14 часов назад
Apuni amar majot umai labnai bai amar odikar ami bisarisu aru bohut anggramor pasot
@nmdin8664
@nmdin8664 4 часа назад
Hei karone tumak nijor jaati sangathan pora ulai dile
@ronujdole9721
@ronujdole9721 5 часов назад
জলিছে 😂😂😂
@MonuraiPayeng
@MonuraiPayeng 4 часа назад
Our mising omajot kon jonai omostrit ,Gogamuk, Dhokukana , majuli aru lakhimpur Ronaganodi aru khaibakonu mising toka alakhat District bonai sixt shedule lobo lagha
@yuvrajtheyatri7092
@yuvrajtheyatri7092 5 часов назад
Tai Ahom..but Tribal..ktya pa hol..N for your kind information the soo called Ahoms n The Turks Mushlim cam to Assam at the same time..11-1200 AD.. Ur not even indigenous..
@MonikantaMili-h3z
@MonikantaMili-h3z 5 часов назад
Henekuwa sinta darare assame unoti nohy aru anekuwa bikito montobiy kori jatir unotit jali takibo nalage ... Bujibo hol aji tariko miya dokol koribo .. bihari dokol koribo anayno bohira goto jatiye iabilakok mat matok nijaor jatike hingka kori lav nai nijor dangko hob bai...pisot aku nata kibo....
@bitupondoley2220
@bitupondoley2220 6 часов назад
Tat ki hl teket hokolor nirbason mishing r hoise tat kobologia ki ase
@golokkaman4923
@golokkaman4923 11 часов назад
বোপাই
@RanujTaye-pb7vy
@RanujTaye-pb7vy 8 часов назад
Jiman bukileyu aku sad dal nohobo mipak kopak😂
@jankutum3145
@jankutum3145 9 часов назад
Tur likiya kukure kole hobo neki 😂😂
@Lokhi350
@Lokhi350 5 часов назад
Onamising mising aibur ki soli ase asomot
@firuzpegu1036
@firuzpegu1036 Час назад
Kela manu tu jenekuwa kula kotaburu tenekuwai kula nonsense to mising buli kolei jole aru
@AssamPRTTay
@AssamPRTTay 9 часов назад
Tai dulab lagib kun hoi Tumi
@prasantamili2254
@prasantamili2254 Час назад
Ki j himan hongbhad mal. Himan kio boi krixa, nijor paypo bisarixu ki ol, kiba problem obne 2mar
@subarnapatir1461
@subarnapatir1461 6 часов назад
2malukor ki Jay dada hot oi😂😂😂
@b.dcreation1386
@b.dcreation1386 3 часа назад
Pokar jolise kio
@BikashMichang
@BikashMichang 13 часов назад
Atasu ki kamot ase
@Rdewqwrrtt
@Rdewqwrrtt 4 часа назад
Mising jati keliye i jahaan bhi desokta hu
@RanjitPegu-so3kl
@RanjitPegu-so3kl 3 часа назад
Apuni balke Buji louk
@swapnagogoigogoi287
@swapnagogoigogoi287 12 часов назад
Thikai koisa। ona misinh alaka bilak humuwaba nalage।Raija consiyas hoba hole
@bhdgamer6112
@bhdgamer6112 7 часов назад
Tur pokor jolise nki Maksuda
@gubinkutum12345
@gubinkutum12345 4 часа назад
Kam nay
@Rdewqwrrtt
@Rdewqwrrtt 4 часа назад
Huskha nam kiya
@Rdewqwrrtt
@Rdewqwrrtt 4 часа назад
Kiya palto kha bhat korrhai
@hbd-v6z
@hbd-v6z День назад
Toi ki boki aso
@JaykantaTaid-mq2rf
@JaykantaTaid-mq2rf 3 часа назад
Ana mising kag koiso .goru. Kag aniso
Далее