Тёмный
No video :(

Dhemaji Kendriya Harinam l dhemaji harinaam l জীবনৰ মায়া মোহ l কন্ঠ নিমল বৰগোহাঁই 

Bipul Saikia(Gurujanar abodan)
Подписаться 2,4 тыс.
Просмотров 82 тыс.
50% 1

Dhemaji Kendriya Harinam l dhemaji harinaam l জীবনৰ মায়া মোহ l কন্ঠ নিমল বৰগোহাঁই
your queries :-
dhemaji harinam
Dhemaji Kendriya Harinam
dhemaji kendriya hori naam
dhemaji hari naam
dhemaji harinam hemanta gogoi
dhemaji harinam new
dhemaji harinam party
dhemaji harinam roman dihingia
dhemaji harinam tarani phukan
dhemaji harinam pranab dihingia
dhemaji harinam nirmal bargohain
dhemaji harinam dol
dhemaji harinam all
dhemaji harinam song
dhemaji hari naam 2022-23
dhemaji harinam Krishna gokhay
ধেমাজি কেন্দ্ৰীয় হৰি নাম
ধেমাজি হৰি নাম দল
ধেমাজি দিহা নাম
follow me:-
www.facebook.com
bipul. saikia. 547

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 25   
@user-tm4kz5nb8u
@user-tm4kz5nb8u 3 месяца назад
সুন্দৰ ৷
@user-cp8sp1jz8d
@user-cp8sp1jz8d 9 месяцев назад
Hundor
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 месяца назад
সুন্দৰ হৈছে আপোনালোক ধন্যবাদ দিছো গীতটো জীপাল কৰিতোলাৰ বাবে,,,
@prasantadas-jk2hk
@prasantadas-jk2hk Месяц назад
@Jonalistudio6313
@Jonalistudio6313 Год назад
বহুত ভাল লাগিল
@KrishnaBoruah-qi9ce
@KrishnaBoruah-qi9ce Год назад
সেৱা হে জনালো
@lohitdas8326
@lohitdas8326 11 месяцев назад
Krishna 🙏
@mintusaikia2274
@mintusaikia2274 2 месяца назад
শু নি বহুত ধুনীয়া লাগিল এইটো মানুহৰ জীৱনৰ পৰম সত্য সকলোেৱ জীৱিত কালত ভগৱানৰ নাম লব লাগে ভগবানে সকলোৰে মগল কৰক তাকে কামনা কৰিলো
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 месяцев назад
সুন্দৰ অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন চাইও ভাল লাগিছে, গীতটো শুনি খুবেই আনন্দ পাইছো ধন্যবাদ থাকিল আৰু শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব ভগৱানে আপোনাক, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ,,,, এৰা মানৱ জীৱনটোৱে এনে কুৱা, ভাবিও শেষ নহয় যেকিনো কম বা থম, সুন্দৰ আৰু শুনিও ভাল লাগিছে সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,,,
@gitalisaikia639
@gitalisaikia639 2 месяца назад
মই বাজনা হে সদাই চাও !!!!!মই বজাও যে !!!!শুনি বহুত ভাল লাগে ।!!কিন্তুু মই বাজনাহে !চাওঁ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 месяца назад
সুন্দৰ আৰু শুনিও আনন্দ পালো ,এই টোকাৰী গীত টো শুনি ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,,, গীতটিত সকলো কথা কে সাঙুৰি লৈ পৰিৱেশন কৰা বাবে মনটে মই ধন্যবাদ জ্ঞাপন কৰিছো বহু কথাই কয় এই গীতটোৱে সেয়ে আপোনালোকে গাই যাওক চোন সচা কথা এনে গীত শুনিলে শুনিয়েই থাকিবলৈ মন যায়, ভগৱনত্ই আপনোলোকক সুমতি দিয়ক এই মানসেৰে ই,,, লগতে এই আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে ৰাখক এই মানসেৰে ই,,,,,,,
@dipakgogoi4266
@dipakgogoi4266 9 месяцев назад
Krishna
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 месяца назад
এৰা শুনিলে শুনি থাকিবলৈ মন যায় মোৰো কিন্তু মানৱ জীৱনটোক লৈ গোৱা বাবেই নেকি অতিকৈ সুন্দৰ হৈছে,, দুখো লাগে এনে গীত শুনিলে,, শুনিবলৈকো ভাল লাগিল, সেয়ে আপোনালোকক গাই যাওক চোন গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক ইমানেই ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ,
@user-cp8sp1jz8d
@user-cp8sp1jz8d 9 месяцев назад
Hunndor
@tapanborah6590
@tapanborah6590 Год назад
🙏 প্ৰভু
@DuttaDa-vw8vl
@DuttaDa-vw8vl 10 месяцев назад
Tb
@user-mr6ce6nf5b
@user-mr6ce6nf5b 10 месяцев назад
Mojjj
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 месяца назад
সুন্দৰ আৰু শুনিও ভাল লাগিল,,, পৰিৱেশনো চাই ভালেই লাগিল, দুখো লাগিল শুনি এই গীতটো,, কি কৰিব মানৱ জীৱনটোৱেই এনেকুৱা,, জয় হওক আপোনালোকৰ, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াৰ মানসেৰেই, সুন্দৰ আৰু শুনিও আনন্দ পালো, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত বা দেহ বিচাৰৰ গীত শুনাব বুলি আশা কৰিলোঁ,,
@babudutta3508
@babudutta3508 11 месяцев назад
Apunar hurtu bor bhal lagil
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 месяца назад
ভাল লাগিল গীত টো শুনি, দেহা মন সকলোৱেই শাঁত পৰি গল আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা জনালো সকলোলৈ,,
@bipulsaikiagurujanarabodan2653
@bipulsaikiagurujanarabodan2653 4 месяца назад
Thanks
@chandrahajong7455
@chandrahajong7455 8 месяцев назад
Eman dhunia gaise, huni bhal lagil aru aguai jaok kamina korilo dhonyabad.
@prabhatixur4981
@prabhatixur4981 4 месяца назад
দলটোৰ phone number দিব পাৰিব নিকি❤❤❤
@ASarmy748
@ASarmy748 Год назад
কোন ঠাইত বাৰু জনাব নেকি 🙏 লখিমপুৰ লৈ আহিলে খবৰ দিবচোন বৰ ইচ্ছা আছে তেওঁলোকৰ প্ৰগেম চোৱা কিন্তু সুবিধা পোৱা নাই 🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 месяцев назад
সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল যে কবলৈ ভাষা নাই,,,, গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,,
Далее
Курск - врата Рая / Новости / Шпак
1:14:35
skibidi toilet zombie universe 40 ( New Virus)
03:06
Просмотров 842 тыс.
ЛИЗА - СПАСАТЕЛЬ😍😍😍
00:25
Просмотров 2,1 млн
Mayapur Kirtan Mela Led by His Grace Kamal Gopal dasa.
51:07
Курск - врата Рая / Новости / Шпак
1:14:35