Khub e dukkhojonk ....Amaro gao khon ank dubi ase ... Amr nijor fissure dubi goise dukhon ... 😭... Ghort o Pani .. apunalokor video r joriote ..hokoloke dekhua r babe onek dhonyobad
😭😭😭😭😭😭😭😭😭😭😭😭😭 😭😭😭😭😭😭😭😭😭😭😭😭😭 হে ভগৱান কি ৰূপ ধৰিছা ও এই বানপানী য়ে বহুত ভয়ংকৰ ৰূপ ধৰিছে আমি ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে এই বোৰ অতি সোনকালেই থিক হয় আৰু আগৰ সমাজ খন ঘুৰাই পাওঁ তাৰেই কামনা কৰিলো 🙏 🙏 🙏 😥😥😥😥😥😥😥 আমি নো কি কৰিব পাৰিম আমি ভগৱান ৰ ওচৰত প্ৰাৰ্থনা হে কৰিব পাৰিম 😭😭