Тёмный

Dibrugarh Bengali Federation News 

Bapi Sarkar
Подписаться 489
Просмотров 63
50% 1

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাংগঠনিক সম্পাদক প্ৰয়াত দীপঙ্কৰ ৰায় যোৱা 21 ফেব্ৰুৱাৰী 2024 প্ৰেচাৰ ষ্টক হৈ ডিব্ৰুগড়ৰ ইউৰভিচন হস্পিটেলত চিকিৎসাধীন হৈ যোৱা 22 ফেব্ৰুৱাৰী দুপুৰীয়া 1.10 মিনিটত সকলোকে কন্দুয়াই স্বৰ্গগামী হৈ। আজি সন্ধিয়া 6 বজাত স্থানীয় শান্তিপাৰা বাণীসধান বিদ্যালয়ৰ সম্মুখত প্ৰয়াত দীপঙ্কক শ্ৰদ্ধাঞ্জলি জনোৱাৰ হয়। উপস্থিত থাকে কেন্দ্ৰিয় সমিতিৰ কাৰ্যকৰী সভাপতি নিৰ্মল কান্তি শীল ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বাপি চৰকাৰ, মুখ্য সাংগঠনিক সম্পাদক ৰাজু চন্দক ধৰি কেইবাগৰাকী পদাধিকাৰীৰ লগতে সদস্য সকল স্থানীয় ডিব্ৰুগড় বাসী ৰাইজ।

Опубликовано:

 

16 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
ROBLOX TRAND AGAIN. Part 7☠️🗿🙋🏻‍♀️
00:16
The rivalry of Lawrence and Salman
6:14
Просмотров 1 млн
ROBLOX TRAND AGAIN. Part 7☠️🗿🙋🏻‍♀️
00:16