Тёмный

Dihanam by Amiya Neog Kalita Shyamantak Haron# স্যমন্তক হৰণ ৷কথা,সুৰ, কণ্ঠ - Amiya Neog kalita 

Amiya Neog Kalita's Dihanam World official
Подписаться 217 тыс.
Просмотров 226 тыс.
50% 1

লক ডাউনত ঘৰতে কৰি দিছো মিউজিক ট্ৰেক লগাই ৷৷কথা,সুৰ,কণ্ঠ,সংগীত ব্যৱস্হাপনা মোৰ ৷বাদ্যযন্ত্ৰী সকল - কমল চন্দ্ৰ কলিতা, প্ৰতীম গগৈ, দিগন্ত শইকীয়া, আৰু মৃগাংক দুৱৰা ৷বিশেষ কৃতঞ্জতা ভাৰ্গব, সৌৰভ ৷কেমেৰা ভাইটি প্ৰিয়াকু আৰু সম্পাদনা ভাইটি পাৰ্থ ৷লক ডাউনৰ মাজতে সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জনালো ৷
সকলোৱে নামটো শুনিব আৰু অনুগ্ৰহ কৰি চেনেলটো চাবচ্ ক্ৰাইব কৰি, লিংকটো শ্বেয়াৰ কৰিব ৷আপোনালোকে সহযোগিতা আগবঢ়ালেহে আধ্যাত্মিক সংগীত সমূহ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ হব ৷
কৃষ্ণ ৷জয় গুৰু শংকৰ ৷
সকলোৱে আমাৰ চেনেলটো Subscribe কৰি আনলৈকো পঠাব আৰু মোক দিহানাম প্ৰচাৰ কৰাত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ
লগতে মোৰ অন্য এটি চেনেল HORINAMOR AMIYA য' ত আপোনালোকে অসমৰ বিভিন্ন ঠাইত আমি পৰিবেশন কৰা দিহানামৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব ৷ চেনেলটো Subscribe কৰিব বুলি আশা ৰাখিলোঁ
লিংকটো তলত দিয়া আছে ৷
/ @bhonineog8853
plz subscribe & share my Channel
pgm সকলোৱে নামৰ কথা খিনি দুৰভাষ যোগে বিচাৰে ৷ সেয়েহে আপোনালোকৰ কথা ৰাখি নামটিৰ কথাখিনি সকলোৰে সুবিধাৰ্থে লিখি দিছোঁ ৷ দুই এটা শব্দ সাল- সলনি কৰিছোঁ আপোনালোকে তেনেদৰে পৰিবেশন কৰিব পাৰিব ৷
সকলোৱে আমাৰ চেনেলটো Subscribe কৰি আনলৈকো পঠাব আৰু মোক দিহানাম প্ৰচাৰ কৰাত সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ
লগতে মোৰ অন্য এটি চেনেল HORINAMOR AMIYA য' ত আপোনালোকে অসমৰ বিভিন্ন ঠাইত আমি পৰিবেশন কৰা দিহানামৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব ৷ চেনেলটো Subscribe কৰিব বুলি আশা ৰাখিলোঁ
লিংকটো তলত দিয়া আছে ৷
/ @bhonineog8853
ANKStudio
Recordist -- Princhipriya Kalita
মধুময় হৰিনাম :: MadhumoyHarinam
• মধুময় হৰিনাম দিলা গুৰু...
কৃষ্ণ বৃন্দাৱনে
• কৃষ্ণ বৃন্দাবনে By Ami...
আকাশত শুনিছো
• #AkashotXunisu by Amiy...
নাম প্ৰেমৰ জৰি
• Dihanam By Amiya Neog ...
অনন্ত শয়ন
• "অনন্ত শয়ন" #AnantaXa...
ভকত বৎসল
• Princhipriya kalita কণ...
ভক্ত প্ৰহ্লাদ
• দিহানাম #ভক্তপ্ৰহ্লাদ ...
ৰুক্মিণী
• Dihanam // ৰুক্মিনী //...
Amiya Neog Kalita
@amiyaneogkalitasdihanamworld
Amiya Neog Kalita's Dihanam World
Follow my #Facebook page:
www.facebook.c...
অমিয়া নেওগ কলিতাৰ কন্ঠ, কথা, সুৰ আৰু সংগীত পৰিচালনাৰে ভক্তিৰ ৰসময় সুৰ-সংগীতৰ বিশেষ ব্যৱস্থা---- Amiya Neog Kalita's Dihanam World ৷
#AmiyaNeogKalita দিহানামৰ কন্ঠ পেছাধাৰী কন্ঠশিল্পী তথা প্ৰশিক্ষক, বিচাৰক আৰু বক্তা ৷ লগতে, ভক্তিমূলক অনান্য গীত, টোকাৰী গীত, দেহ-বিচাৰ গীত, কামৰূপী লোকগীত লগতে অন্য সমূহ লোকগীতো এই চেনেলত উপলদ্ধ হব ৷
তাৰোপৰি ভক্তিমূলক গীত মাত, লোক-সংস্কৃতি তথা ধৰ্মীয় বিভিন্ন কাম-কাজৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ মনৰ কথা জানিব পাৰিব ৷
এই চেনেলটোত পৰিৱেশিত হোৱা প্ৰতিটো দিহানাম, টোকাৰী গীত অমিয়া নেওগ কলিতাৰ স্ব-ৰছিত, সুৰ আৰু সংগীত পৰিচালনা নিজৰ৷
How to contact Amiya Neog Kalita?
How to contact Amiya Neog?
Contact Number Amiya Neog Kalita
Contact number of amiya neog kalita
আপুনি যদি আপোনাৰ অঞ্চলত তেওঁৰ অনুষ্ঠান আয়োজন কৰিব বিচাৰে; তেনেহ'লে অনুগ্ৰহ কৰি যোগাযোগ কৰিব::
বালিঘাট (নাজিৰা), #শিৱসাগৰ : 7002440637
#Dihanam #AmiyaNeogKalita #amiyaneog #amiyaneogdihanam #dehbisargeet #tukarigeet #Kamrupialukageet #kamarupia #borgeet #assameseculture #sivsagar #holi #holispecial #assam #assamesedevotionalsongs #abhimanyu ##harharmahadev #srimantasankardev #SriSriMadhabdeva #SankarMadhab
Dihanam Amiya Neog Kalita amiyaneog amiyaneogdihanam dehbisargeet tukarigeet Kamrupialukageet kamarupia borgeet assameseculture sivsagar holi holispecial assam assamesedevotionalsongs & share my Channel no -7002440637- • JAMUNAR BALITE (ASSAME...

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 141   
@bupaboro6228
@bupaboro6228 2 года назад
Dhuniya lagies dei 👍😍😍
@mainudeka8592
@mainudeka8592 3 года назад
👍 বৰ সুন্দৰ বা ..
@karunasaikia6584
@karunasaikia6584 3 года назад
Maja
@dipjyotinath8117
@dipjyotinath8117 4 года назад
Bhut dhunia baideu
@malahazarika4459
@malahazarika4459 2 года назад
Mojaaa lagise
@bitupanbaruah2887
@bitupanbaruah2887 4 года назад
Krishna ... Hundar hoise ...m
@kavitaboraneog7345
@kavitaboraneog7345 2 года назад
Dhuniya
@rinisaikia8372
@rinisaikia8372 3 года назад
কৃষ্ণ কৃষ্ণ
@MomiChetia-p4k
@MomiChetia-p4k Месяц назад
Nice❤❤😊
@bantilaskar1354
@bantilaskar1354 7 месяцев назад
Jay shree Krishna ❤❤❤
@giterthidutta1577
@giterthidutta1577 2 года назад
Hosai imn spostho kontho apunr ....hunila huni thakibor mn jy apunr namhomuh ...kukhol kamona korisu 🙏 From sivasagor Magarahat ...
@Bondeep_Saikia
@Bondeep_Saikia Год назад
কৃষ্ণ প্ৰভু 😘🙏🏼💝
@atulokalita4134
@atulokalita4134 3 года назад
Ati sunder Nam. Krishna Krishna
@bredjan_morang
@bredjan_morang 2 года назад
Nice
@munindragogoi2586
@munindragogoi2586 3 года назад
সুন্দৰ ।কলিত হৰি নাম আগবঢাই শ্রবন আৰু কীৰ্তন কৰা সকলে গতি প্ৰাপ্ত হয। বৈকুণ্ঠ স্থান পায । কৃষ্ণ কৃষ্ণ
@ritasaikia2416
@ritasaikia2416 3 года назад
,vl lagisy
@dipamonibaruah9800
@dipamonibaruah9800 3 года назад
Nice 🔥🔥🔥🔥💕💖💗
@dipaksarmah4237
@dipaksarmah4237 2 года назад
Very nice word
@nayanjyotiborah6277
@nayanjyotiborah6277 2 года назад
🙏🙏🙏🙏🙏
@junalibhuyan4346
@junalibhuyan4346 3 года назад
Bhut dhunia baidew 🙏🙏🙏🙏🙏
@ankitakonwar2581
@ankitakonwar2581 3 года назад
Apunar voice2🔥🔥🔥
@ramcharandeka9143
@ramcharandeka9143 3 года назад
Joy rama krishna
@sukanyaborah6067
@sukanyaborah6067 4 года назад
বাইদেউ আপুনাৰ মাতটো bohtধুনিয়া।শুনিলে শুনি থাকিব মন য়াই।
@anupamborah2427
@anupamborah2427 4 года назад
সচাঁকৈ অতি সুন্দৰ বা....🙏🙏🙏
@hangsharamdas4613
@hangsharamdas4613 4 года назад
অতি সুন্দৰ হৈছে
@durlovesaikia5721
@durlovesaikia5721 3 года назад
স্যমন্তকহৰণভাওনাখনমইকৰিছিলো
@mr.majuli6066
@mr.majuli6066 3 года назад
Bhut bhut dhuniya lagise , anedore agbohai thakibo amr majot huni bhut val lage , apunr voice tu hunile montu bhut val lage.Jibont bhut agbahi jauk
@bhargavnarayan201
@bhargavnarayan201 4 года назад
বহুত বহুত সুন্দৰ খুৰী🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@m.kmajuli1503
@m.kmajuli1503 4 года назад
সুন্দৰ বাইদেউ.
@rekhadas6551
@rekhadas6551 4 года назад
ধুনীয়া লাগিছে 👌👌👌
@binitalamu1924
@binitalamu1924 4 года назад
সঁচাকৈ বৰ সুন্দৰ কণ্ঠ বাইদেউৰ ।🙏🙏
@uttamchetia4427
@uttamchetia4427 4 года назад
Khub hundor🙏🏼. Mon pobitro hoi jai apunar nam huni🙏🏼🙏🏼🙏🏼🙏🏼
@anxu9005
@anxu9005 4 года назад
Baideu bhut val lagil
@nijoratamulidutta6986
@nijoratamulidutta6986 3 года назад
Bohut sweet voice aru apunar right n left t thoka dui sohojugir voice u bohut sweet hoi like you 💕💕
@hemantadas8527
@hemantadas8527 4 года назад
বহুত ধূনীয়া লাগিছে
@ratnahazarika101
@ratnahazarika101 4 года назад
ইমান সুন্দৰ কন্ঠ। শুনি শুনি আমনি নালাগে।
@vedicastrologyassam555
@vedicastrologyassam555 4 года назад
বৰ সুন্দৰ !
@nikhilkrmohan4277
@nikhilkrmohan4277 4 года назад
Krishna Krishna.. Val lagil baideo
@bolinchutia4250
@bolinchutia4250 3 года назад
অতি মধুৰ আৰু হোপ্ৰভাত
@travelerslakhiminath9325
@travelerslakhiminath9325 4 года назад
dhunia hoise baideo
@krishnakant1891
@krishnakant1891 4 года назад
Very very sweet voice Lovely song
@mamavaginsivsagar8186
@mamavaginsivsagar8186 4 года назад
সুন্দৰ বাইদেউ
@jumisaloi7408
@jumisaloi7408 4 года назад
মজা হৈছে আই
@Beauty_Vibes193
@Beauty_Vibes193 4 года назад
সুন্দৰ হৈছে বাইদেউ.."সোন "ধুনীয়া লাগিছে.. এনেদৰে আগুৱাই যোৱা👌👍💐
@lakudutta5247
@lakudutta5247 4 года назад
বৰ ধুনীয়া লাগিল👌👌👌
@naturaldesigner1004
@naturaldesigner1004 4 года назад
বৰ সুন্দৰ ভাল লাগিল বাইদেউ
@dhanmoninath6706
@dhanmoninath6706 4 года назад
সুন্দৰ, মোৰ অতি জনপ্ৰিয় দিহা নামটি, প্ৰিন্সিপ্ৰিয়া কলিজালৈ উজ্বল ভৱিষ্যত কামণা কৰিলো। মাৰ প্ৰতিটো কাৰ্যত অনুপ্ৰেৰণা দি আগবাঢ়ি গৈ মাৰ যি জনপ্ৰিয় আসণ আছে সমাজত, তাক মাৰ পিছত তুমি ধৰি ৰাখিবলৈ চেষ্টা কৰিবা কলিজা।
@kunalkaushik1144
@kunalkaushik1144 4 года назад
baideu bohut val hoise.............. i love the song
@nirmaliduttabania____4959
@nirmaliduttabania____4959 4 года назад
সুন্দৰ বাইদেউ ৷ ভাল লাগিল
@bornalikakati1745
@bornalikakati1745 3 года назад
Aii namtu bohut bohut val hoise all the best beautiful ❤️❤️ ❤️ very nice very nicely .......
@nituborah468
@nituborah468 4 года назад
jaiii.....sree..🌹🌹Krishna🙏🙏🙏🙏🙏🙏🙏🙏👣🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💕
@rupa5334
@rupa5334 2 года назад
Kimanj hundar lagile hui
@rupamboruah4396
@rupamboruah4396 4 года назад
Oti hundor ,,, apunaluk aguai jaok amr akhibad hodai ase,,vogobontoi kipa korok,, Krishna
@chimpineog2620
@chimpineog2620 3 года назад
Hundor 🙏🥰
@dibyajyoti1526
@dibyajyoti1526 4 года назад
Bohut dhunia hoisy
@bubulborah5262
@bubulborah5262 4 года назад
অনন্ত নমস্কাৰ!জয় ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়, অনন্ত নমস্কাৰ।
@kam4aladas444
@kam4aladas444 4 года назад
.
@user-nz3fl9dq7i
@user-nz3fl9dq7i 4 года назад
অতি সুন্দৰ। এটা গীত চাৰি পাচ বাৰ শুনো মই
@rinkidas9565
@rinkidas9565 4 года назад
Zip😽😼😼😼😻🙈🙊😺😺😼😻⛑️👳👲🙆💇💇💆🙋🤷🚶🤰🤰🏃🗣️
@rinkidas9565
@rinkidas9565 4 года назад
.👩‍❤️‍💋‍👩💪👇🤝✍️✍️✍️❤️💓💘💔👄
@rinkidas9565
@rinkidas9565 4 года назад
,ydlo
@rinkidas9565
@rinkidas9565 4 года назад
I👁️👀👣💛💙💗 👄👅💣💣👔
@sunmunsoundandvideo7857
@sunmunsoundandvideo7857 4 года назад
অতি সুন্দৰ লাগিছে
@karabikitchens9599
@karabikitchens9599 4 года назад
ভাল লাগে আপোনাৰ কণ্ঠ,,,,, আগুৱাই যাব
@dibyajyotisaikia3438
@dibyajyotisaikia3438 4 года назад
অমিয়া নেওগে শেষলৈ বিহু সুৰীয়া কৰি দিহানাম ভাগ বৃকৃত কৰি পেলালে
@amiyaneogkalitasdihanamwor4408
@amiyaneogkalitasdihanamwor4408 4 года назад
দিব্যজ্যোতি শইকীয়া ডাঙৰীয়া ৷ আপোনাক এটা কথা অৱগত কৰিব বিচাৰো যে লোক সংগীতৰ সুৰ বান্ধি থোৱা নাই ৷হয়তু আপোনি নাজানে ৷সুৰৰ টনাটনি লোকসংগীতত থাকেই ৷গতিকে নজনাকে কমেন্ট নিদিলে ভাল হয় ৷ কাৰন এক শ্ৰেণী মানুহে আনক সমালোচনা কৰিবলৈকে ইউ টিউব চায় ৷আপোনি যদি সুৰকাৰ তেনেহলে মোক শিকাই দিব ৷মোৰ নং 7002440637 ৷ বিকৃত শব্দটো শুদ্ধ কৰি লিখিব লগতে শিল্পীক ব্যৱহাৰ শিকিব যদিহে আপোনি মোতকৈ সৰু ৷ আপোনি সংস্কৃতি জগতৰ কোনটো দিশত পাৰ্গত তাকো জনাব ৷দিহানামৰ সুৰ অন লাইন যোগে আপোনাৰ পৰা শিকিব ৷ফোন নং দিব ৷ বহু কষ্ট কৰি নাম সমূহ লিখি সংস্কৃতিৰ ভেটি চহকী কৰিব বিচাৰিছো অসমৰ বহু দক্ষ ব্যক্তিৰ আৰ্শিষ পাই ৷ আৰু শুনক স্যমন্তক হৰণ দিহা নামটোৰ কথা,সুৰ মোৰ নিজৰ ৷
@dibyajyotisaikia3438
@dibyajyotisaikia3438 4 года назад
কৃষ্ণ আই নিজ গুণে প্ৰসন্ন হওক
@amiyaneogkalitasdihanamwor4408
@amiyaneogkalitasdihanamwor4408 4 года назад
কৃষ্ণ শব্দটো উচ্চাৰণ কৰা বাবে ধন্যবাদ জনালোঁ ৷নিজ গুণে প্ৰসন্ন হব পৰা নাই হোৱা ৰাইজৰ আৰ্শিষ বিচাৰো ৷কিন্তু!
@dibyajyotisaikia3438
@dibyajyotisaikia3438 4 года назад
আপোনাৰ সুমধুৰ কণ্ঠস্বৰ ,দিহানামভাগৰ আৰম্ভনি সুৰ তালকলৈ মই আপোনাৰ অনুগামীহৈ আহিছো ৩ বছৰ পয্যন্ত।গতিকে আজি আপোনাক সাধাৰন এষাৰ বক্তব্য উপস্থাপন কৰাত যদিহে মোৰ কিবা দোষ হৈছে তাক আপোনাৰ অনুগামী বুলি অপৰাধ মৰ্জনা কৰিব। জয় গুৰু শ্ংকৰ
@progotidevi3195
@progotidevi3195 4 года назад
ভাল লাগিছে অমীয়া বৌ
@junsonowal3292
@junsonowal3292 4 года назад
Wow duniya lagise ba
@dwijendraroy7032
@dwijendraroy7032 4 года назад
Bahut dhunia hoise Baideo.
@amritsaikiaflutistofficial9122
@amritsaikiaflutistofficial9122 4 года назад
ভাল লাগিল l
@madhujyachutia6160
@madhujyachutia6160 3 года назад
Bahirar pthebi ati piya
@bichitrabhuyan1745
@bichitrabhuyan1745 3 года назад
অতি উত্তম ।
@bedantanathofficl9284
@bedantanathofficl9284 4 года назад
বৰ ভাল লাগিল, ,,,,,,,অনাগত দিনবোৰ আৰু মংগল হওঁক
@Bk-nk1lj
@Bk-nk1lj 4 года назад
Bohut val lagil huni.... Kuntu eta kotha buji napalu unlike korake ki beya dekhile ba hunile..
@sharatnath4071
@sharatnath4071 4 года назад
আপোনাৰ কণ্ঠত সঁচাই ভগৱান আছে। মনটো পুলকিত কৰি তুলিলে । কৃষ্ণ
@ShraddhanjaliChutia-qy8sv
@ShraddhanjaliChutia-qy8sv 4 года назад
Hundor
@krittikasaikia2969
@krittikasaikia2969 4 года назад
মন ভৰি গ'ল
@gokulbarman394
@gokulbarman394 4 года назад
Dhuniya lagisa baido
@swarnalatavlogs6465
@swarnalatavlogs6465 4 года назад
nicè
@bastobdutta6381
@bastobdutta6381 4 года назад
কৃষ্ণ 🙏🙏🙏
@abhirajkalita6388
@abhirajkalita6388 4 года назад
সুন্দৰ কণ্ঠ বাইদেউ
@mrinaldutta5930
@mrinaldutta5930 3 года назад
বৰ শুন্দৰ হৈছে, বাইদেউ, সহযোগী দুয়োগৰাকী বৰ ধুনীয়া লাগিছে, প্ৰিন্ছিপ্ৰীয়া কলিতাৰ শুন্দৰ কন্ঠ । ধন্যবাদ
@chandakashish06
@chandakashish06 4 года назад
Khub bhal lagise..
@kolpo94
@kolpo94 4 года назад
Moja
@birendas3425
@birendas3425 4 года назад
Dhuniya lagise
@tusharpratim2457
@tusharpratim2457 4 года назад
Hundor hoisa....
@jatinchetia7899
@jatinchetia7899 4 года назад
Apunar diha nambur huni bohut val lage monbur......
@junemonisaikia7978
@junemonisaikia7978 4 года назад
Bohut dhunia lagise
@mamanisaikia4115
@mamanisaikia4115 4 года назад
Nice video
@likhandas3390
@likhandas3390 4 года назад
সুন্দৰ হৈছে বাইদেউ। আপোনাৰ গীত ,মাত, সুৰ অপূৰ্ব। আগুৱাই যাওঁক, কুশলে ৰাখক বাইদেউ।
@mihir7535
@mihir7535 4 года назад
কৃষ্ণ অতি অপূৰ্ব আপোনাৰ কন্ঠ মাতৃ শুনি ভাল লাগিল জয় কৃষ্ণ শংকৰ গুৰু
@sushmitasaikia8400
@sushmitasaikia8400 4 года назад
Apunar kontho xosai bor xundor xuni thskile aamoni nalage
@kailashsarmah406
@kailashsarmah406 4 года назад
Dhuniya hoisa. Ru diba son natun2 deha naam
@pakhiborah6524
@pakhiborah6524 4 года назад
Oti xundr ba moi apunr xokolubur namei xunu
@bhrigukalita6479
@bhrigukalita6479 4 года назад
Val lagil
@abinashsaikia2018
@abinashsaikia2018 4 года назад
সুন্দৰ কন্ঠ
@sumborahmisssumborah6079
@sumborahmisssumborah6079 2 года назад
🙏🙏🙏apunar hori name huni khubh besi Val lage
@nilakhisonowal5032
@nilakhisonowal5032 4 года назад
🙏🙏🙏
@chandragogoi9045
@chandragogoi9045 4 года назад
Nice👌👌
@marybordoloi681
@marybordoloi681 4 года назад
Very nice
@parandutta2233
@parandutta2233 4 года назад
ভাল লাগিল সচাকৈ
@krishnahazarika8716
@krishnahazarika8716 4 года назад
Good very good
@prasantaboruah2101
@prasantaboruah2101 4 года назад
নমস্কাৰ বাইদেউ মোৰ সেৱা গ্ৰহণ কৰিব আপোনাৰ প্ৰত্যেক টোৰ নামেই বৰ সুন্দৰ সুমধুৰ কাৰণ প্ৰত্যেক টোৰ নামেই ঈশ্বৰ গুণাগুনে মন প্ৰাণ জুৰ পেলাই যায়। যদিও মনটো বেয়া লাগে আপোনাৰ নাম কেইটা লগাই লোৱা লগে লগে মনটো প্ৰৱিত্ৰ হয় যায় । সেয়েহে প্ৰভু জনাৰ শ্ৰী চৰণত প্রাৰ্থনা কৰিছোঁ আপুনি যেন এনেদৰে আগবাঢ়ি যায় আৰু আমি যেন নতুন নতুন নাম শুনিব পাওঁ আপোনাৰ পৰা ।
@nitulphukan5861
@nitulphukan5861 4 года назад
Ok
@bornalikakati1745
@bornalikakati1745 3 года назад
It's okay
@janmonibora4238
@janmonibora4238 4 года назад
Eman bhaln laggil geet ti huni
@munumintu5622
@munumintu5622 4 года назад
Nice voice ba
@gakulchamuah8919
@gakulchamuah8919 4 года назад
সুন্দৰ
@khargeswardeka5908
@khargeswardeka5908 4 года назад
Nice vdo
@bidyadharsaikia5502
@bidyadharsaikia5502 4 года назад
সুন্দৰ হৈছে
Далее
To mahh too🫰🍅 #abirzkitchen #tomato
01:00
Просмотров 3,4 млн
Standoff 2 is a true horror! #standoff #horror #meme
00:13
Tumar Namot Bonti Jolau 2023
9:19
Просмотров 7 тыс.