🔴 DNA টেষ্টৰ ফলাফল প্ৰকাশৰ পিছত জাহাংগীৰ হোছেইনৰ ভাতৃ জাহিদুৰে প্ৰথমবাৰৰ বাবে মুখ খুলিলে NEWS LIVEৰ আগত
🔴 জাহাংগীৰৰ মৃতদেহটো আৰু সন্ধানহীন মুণ্ডটো বিচাৰি সোনকালে পৰিয়ালক চমজাই দিবলৈ আহ্বান ভাতৃ জাহিদুৰৰ
🔴 তদুপৰি ককায়েক জাহাংগীৰক হত্যাৰ পিছত এতিয়া প্ৰাণৰ আশংকাত আৰক্ষীৰ ওচৰত আশ্ৰয় লৈ থকাৰ কথা প্ৰকাশ জাহিদুৰৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
4 окт 2024