মানসিক ৰোগ কি? মানসিক ৰোগৰ লক্ষণসমূহ কি কি? মানসিক ৰোগৰ দৰৱৰ আছে নেকি পাৰ্শ্বক্ৰিয়া? GMCHৰ মনোৰোগ বিভাগৰ মুৰব্বী ডাঃ সুৰেশ চক্ৰৱৰ্তীয়ে জনাব সবিশেষ।
এইবাৰৰ 'দৃ্ষ্টি আৰু যুক্তি'ত চাওক 'মানসিক ৰোগ আৰু প্ৰতিকাৰ' সন্দৰ্ভত আলোচনা
#ddnewsassamese #news #ddnewsassam #health #healthtips #meantalhealth #phycology #DepressionAndAnxietyAwareness #Depression #gmch
15 сен 2024