"আচলতে মানুহ এদিনত প্ৰেক্টিকেল নহয়,প্ৰেক্টিকেল হোৱাৰ পিছত থাকে এটি দীঘলীয়া কষ্টকৰ যাত্ৰা"...
এনেকৈয়ে কেতিয়াবাৰ চতুৰ্থ খণ্ড।পার্থ গোস্বামীৰ শব্দ কেইটামানক নিজৰ কৰিলোঁ।ৰশ্মিৰ গান আৰু কিছুমান কথা... কবলৈ বিচৰা কথা, unfiltered কথা।
শুনিব আৰু আনকো দিব শুনিবলৈ।
5 окт 2024