Тёмный

Evergreen Singer Dr. Baikuntha Nath Gogoi 

Che-Rai-Doi চে-ৰায়-ডয়
Подписаться 2,4 тыс.
Просмотров 23 тыс.
50% 1

Опубликовано:

 

20 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 66   
@digontagohain7281
@digontagohain7281 Месяц назад
বহুত ভাল লাগিল । শিল্পী গৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছোঁ।
@pratapbaruah35
@pratapbaruah35 2 месяца назад
তেখেতৰ বিষয়ে জানি বৰ ভাল লাগিল। সোণাৰি ত থাকোঁতে সাংস্কৃতিক সন্ধিয়াত তবলা সংগত কৰাৰ মধুৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে। এই মহান শিল্পীৰ জনে বহুতো সুমধুৰ গীত আমাক দি গৈছে l নব প্ৰজন্মই এই গীত বোৰ চৰ্চা কৰাতো উচিত।
@BB-qt1xt
@BB-qt1xt 3 месяца назад
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকাত যিদিনাখন প্ৰথম শুনিছিলো , হতবাক হৈছিলো....!!!!!! ইতিমধ্যে জুবিন দাৰ কণ্ঠত শুনিছোঁ কিন্তু এয়া সুৰ মোৰ বাবে চিৰসেউজ,তুলনাবিহীন 🙏🙏🙏🙏🙏
@bonjurybaruah876
@bonjurybaruah876 Год назад
খুব ভাল লাগিল অনুষ্ঠানটো 22:56 শুনি ৷শ্ৰদ্ধাৰ বৈকুণ্ঠ নাথ গগৈ দেৱৰ এই চিৰ সেউজ গীতবোৰ সংৰক্ষণ কৰিব লাগে ৷ ফুল ফুলক গীতটি মোৰ বহুত প্ৰিয় ৷ শ্ৰদ্ধাৰ শ্ৰীদেৱজিৎ গগৈ দেৱৰ কন্ঠত গীতবোৰ শুনি বহুত ভাল লাগিল ৷👏
@sankarbordoloi2691
@sankarbordoloi2691 Год назад
সুন্দৰ অতি সুন্দৰ বহুত ভাল লাগিছে বহুত বহুত ধন্যবাদ থাকিল 🙏❤️ 🙏
@akmelodyassam2651
@akmelodyassam2651 Месяц назад
বৰ সুন্দৰ আপুনি সুন্দৰ গালে সুন্দৰ অনুষ্ঠান
@chandraphukan7008
@chandraphukan7008 Год назад
খুউব সুন্দৰ সাক্ষাৎকাৰ, বহু কথা জানিলো আপোনাৰ জৰিয়তে। বহু ধন্যবাদ আপোনালৈ 🙏
@bijanborah1064
@bijanborah1064 Год назад
দেৱজিৎ গগৈ দেৱৰ কথা খিনি ভাল লাগিল,,তেখেত লগতে সকলোকে সুধিব বিছাৰিছো যে,,,মন দোলে গীতটো অনাতাঁৰ ভাৰ্চন টো আছে নেকি থাকিলে দিব,,,মই বহুত বিচাৰি পোৱা নাই,🙏
@pankajsarmabarua785
@pankajsarmabarua785 Год назад
বৰ সুন্দৰ ভিডিঅ'। প্ৰচাৰবিমুখ শিল্পীজনক ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ।
@hemaborgohain556
@hemaborgohain556 3 года назад
এই গৰাকী কণ্ঠ শিল্পীৰ গান বোৰ সচাঁই বৰ সুন্দৰ। গানখিনি সংৰক্ষণৰ ব্যবস্থা গ্রহণ কৰাতো অত্যন্ত প্ৰয়োজন।
@dhirajdas6365
@dhirajdas6365 Год назад
এনেহেন গীতৰ আড্ডাত যেণ গোটেই জীৱন পাৰ কৰিব পাৰোঁ। সুন্দৰ সুন্দৰ অতি সুন্দৰ অনুষ্ঠান।
@RanjitDas-jy9nb
@RanjitDas-jy9nb Год назад
সেই মহান শিল্পীৰ কণ্ঠ আছিল সুকীয়া। সহস্ৰ প্ৰণিপাত জনাইছো। কিন্তু অন্য গায়কে গানটো নিজৰ কৰি পেলালে দুখ লাগে। যি গৰাকী শিল্পীয়ে শ্ৰদ্ধাঞ্জলী জনালে তেখেতলৈও কৃতজ্ঞতা জ্ঞাপন কৰিলো।
@happyracoon4417
@happyracoon4417 Год назад
এই সুন্দৰ অনুষ্ঠানৰ যোগেদি তাহানিৰ মহান শিল্পী ডাঃ বৈকুণ্ঠ গগৈৰ বিষয়ে জানিবলৈ পাই, লগতে দেৱজিৎ গগৈৰ কণ্ঠ ত নিগৰি অহা ডাঃগগৈৰ কেইটা মান সুমধুৰ গীত শুনি মন জুৰ পৰি গল।
@renusarmah4201
@renusarmah4201 Год назад
শ্ৰদ্ধাৰ শ্ৰী দেবজিৎ গগৈৰ গীত শুনি ভাল লাগিল। তেখেতলৈ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ ।
@kopouprahladclassic5572
@kopouprahladclassic5572 2 года назад
সুন্দৰ। সুন্দৰ পদক্ষেপ। গগৈদেৱৰ বাকীখিনি গীতকো এই মঞ্চত পোৱাৰ হেঁপাহ থাকিল। । সম্পাদনাত গুৰুত্ব দিবলৈ অনুৰোধ কৰিলোঁ।
@tulyaboruah7078
@tulyaboruah7078 3 года назад
অতি অতি অতি সুন্দৰ দেৱজিৎ দাৰ গীত । মই বৈকুণ্ঠ নাথ গগৈদেৱৰ এই চিৰ সেউজ গীতবোৰ আগতে খুব গাওঁ ইম্মান ভাল লাগে শুনিলে দেহ-মন জুৰ পৰি যায়। মই চেনেলটোক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো কিয়নো তেখেত লোকে বহু চেনেলে কৰিব নজনা কাম কৰিছে। সোণাৰিৰ দেৱজিৎ ককাইদেউলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ তেখেতৰ গান শুনি বৰ আপ্লুত হলোঁ। 🙏🙏🙏🙏🙏
@uttamkumarroy2583
@uttamkumarroy2583 2 года назад
ড: বৈকুণ্ঠ নাথ গগৈৰ বিষয়ে জানিব পাৰি বহুত সুখী হলো।তাৰ বাবে আপোনালৈ বহুত ধন্যবাদ থাকিল
@BB-qt1xt
@BB-qt1xt 3 месяца назад
Thank you so much for sare this video and greate salute to Devajit Gogoi🙏🙏🙏
@prasantarajkhowa
@prasantarajkhowa 3 года назад
বৰ ভাল পালোঁ । প্ৰচেষ্টাক সলাগ ললোঁ । আগলৈয়ো এনেদৰে আশা কৰিলোঁ।
@pankajborbora5923
@pankajborbora5923 Год назад
আজিও তেখেতৰ কেইটামান বাছকবনীয়া গীতে মোহাচ্ছন্ন কৰি ৰাখে 🙏💚 লগতে দেৱজিতকো ধন্যবাদ জনালোঁ।দেৱজিত যোৰহাটত পঢ়ি থাকোতে লগ পাইছিলোঁ।
@sanchaymantra
@sanchaymantra Год назад
বৰ ভাল অনুষ্ঠান এটা কৰিলে। আন্তৰিক ধন্যবাদ আপোনাক।
@renusarmah4201
@renusarmah4201 Год назад
বৰ ভাল লাগিল অনাতাঁৰ শিল্পী বৈকুণ্ঠ গগৈৰ বিষয়ে কথাখিনি জানিব পাৰি। আমাৰ ডিব্ৰুগড়ৰ গৌৰৱ, মহান শিল্পী জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ
@mukutgogoi7879
@mukutgogoi7879 Год назад
Mon dule fagunore ba .... Excellent
@novokachari4499
@novokachari4499 4 месяца назад
I have regained my early life by enjoying this ever memorable hour .Many many thanks to this programming party ,with heartful salute .
@binaboruah4426
@binaboruah4426 2 года назад
সৌভাগ্য বশতঃ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেখেতক দেখিছিলো।তেতিয়া তেখেত ঢকুৱাখনাত আছিল।আমাৰ ঘৰৰ সতে অহাযোৱা আছিল আৰু গৈয়ে হাৰমনিয়ায লৈ গান গাইছিল। "নিঝুম পৰত তই বনদাউকী--",লুইত পৰীয়া চম্পা কলিৰ---" ইত্যাদি।বহুত মনত পৰিছে আজি!
@jadumonigogoi1605
@jadumonigogoi1605 Год назад
তেখেতৰ বিষয়ে জানিব পাৰি ভাল লাগিল৷ তেখেতৰ বিষয়ে বহুদিনৰ পৰা জানিবলৈ বিচাৰি আছিলোঁ৷
@prasantagogoi4965
@prasantagogoi4965 11 месяцев назад
বৈকুণ্ঠ গগৈৰ কণ্ঠৰ নাজানো মন দোলে ফাগুনৰে বা গীতটি পাৰিলে ইউ টিউবত আপলোড কৰকচোন।
@girishdaa3038
@girishdaa3038 Год назад
হৃদয় জুৰ পৰিল।
@PBMUSIC-kp1zr
@PBMUSIC-kp1zr Год назад
তেখেতৰ চৰণে প্ৰণাম বাৰম্বাৰ......PB MUSIC PUTUL BARUAH......
@punyalatagohain6596
@punyalatagohain6596 Год назад
গগৈদেৱক জীয়াই ৰাখিব পাৰিব আপোনাৰ দৰে গায়কেহে বৰ ভাল লাগিল
@lukimasaikia3726
@lukimasaikia3726 2 года назад
Feeling happy to hear about the legend late Dr Boikuntha Nath Gogoi.Thank you for mentioning my father in law composer and singer late Deben Borgohain and renowned singer late Bhabani Borgohain Who were very close to him.great initiatives.
@pragyasaikia5261
@pragyasaikia5261 2 года назад
🙏🙏 মহান শিল্পীজনৰ প্ৰতি, তেখেতৰ পৰিয়ালৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ।
@ranjanborgohain
@ranjanborgohain 2 года назад
Immense pleasure to watch this video....especially to hear about the renowned evergreen singer Dr. Baikuntha Nath Gogoi (Borta).Its incredible to hear from our Debojyoti Gogoi (Kokaideo) about this great singer ...I feel extremely happy to hear him say about my late parents Deben Borgohain and Bhabani Borgohain. Our parents were in touch with Dr. Baikuntha Nath Gogoi (Borta) and he visited our house in North Lakhimpur while performing live in Lakhimpur. So many fond memories still remain afresh. I offer my heartfelt thanks to this channel for bringing out such valuable contents and congratulate Che-Rai-Doi for this initiates.
@dhruborava1581
@dhruborava1581 Год назад
Bikheck dhoynabut jasiloo,Dr Baikuntha Nath Gogoiloy , gittor habathuri khai Ajee iatkoi ahi palye,
@dipakkumarbardoloi3538
@dipakkumarbardoloi3538 Год назад
Ati Xundar. Ei ganti swargia Jyotish Bhattacharya deveo Gaisile. May his soul rest in peace 🙏🙏🎉🎉
@rajkumartaid3744
@rajkumartaid3744 Год назад
মহান শিল্পী জনৰ এটি গীত "দিহিঙে দিপাঙে অনাই বনাই ফুৰোতে" গীতটি আজি মনত পৰিছে।কিয় শুনি পোৱা নগল জানিবৰ মন যায়।
@kanganamalhotra4875
@kanganamalhotra4875 2 месяца назад
Our respectful tribute to this iconic artist. We wish his creations would never go into oblivion.
@bedobratbharali1455
@bedobratbharali1455 2 года назад
অনুষ্ঠানটোৱে আৰু দেৱজিত গগৈ দেৱে পুনৰ মহান শিল্পীজনা আৰু তেখেতৰ সত্ত্বাক পুনৰ সজীৱ কৰি তুলিলে । প্ৰণাম যাঁচিছো সকলোকে
@hemprasadgogoi5081
@hemprasadgogoi5081 2 года назад
Many Thanks for uploading this informations about yesterday's gem Dr. Baikuntha nath Gogoi who was an introvert inborn artist. However , artist Debajit Gogoi described so humbly & respectfully about the late singer it is remarkable and we suggest all you concerned plz make a full time extensive inspirational documentary for coming generations and for a record of Assamese musical history. With anticipations.....
@mdmusical6097
@mdmusical6097 Год назад
বৰ ভাল লাগিল ! বৈকুণ্ঠ ছাৰৰ গীত ফুল ফুলক মোৰ জীৱনৰ এটি অন্যতম প্ৰিয় গীত 🙏
@mukheswarkonwar9754
@mukheswarkonwar9754 Год назад
অশেষ স্ৰদ্ধা জনাইছোঁ।
@rajendrakumarbordoloi8756
@rajendrakumarbordoloi8756 Год назад
দেবজিত গগৈ দাদা ক ছাত্ৰাৱস্থাত জে, বি, কলেজত পাইছিলোঁ ৷ তেখেতৰ কণ্ঠত ভূপেন দা ৰ “পৰহি পুৱাতে তুলুঙা নাঁৱতে ৰংমন মাছলে’ গ’ল” শুনি আপ্লুত হৈছিলোঁ ৷ দেবজিত দাদাৰ Contact No. কেনেবাকৈ পাম নে বাৰু ? ❤
@nilutpalborah9861
@nilutpalborah9861 Год назад
"নাজানো মন দোলে"ৰ Original version Tu kot pam?
@noo9b535
@noo9b535 2 года назад
Baiku nthanathgogoi,,, bulikobo
@ashok5591
@ashok5591 2 года назад
আমি গৌৰৱ কৰিব লাগে যে কাছাৰ ৰেদিও অনুষ্ঠানতো ডা: বৈকুণ্ঠ গগৈ দেৱে মুকলি কৰিছিল।
@maniksonowal5791
@maniksonowal5791 2 года назад
Many many thanks. My favourite singer. Phul phulok rodore ...
@subhanchangmai5703
@subhanchangmai5703 2 года назад
প্ৰিয় শিল্পী জনৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিল🙏🙏🙏
@babeeboruah2088
@babeeboruah2088 2 года назад
এই শিলপী জনৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল ।
@maniksonowal5791
@maniksonowal5791 2 года назад
Mon dule ... What a beautiful song .
@alifagauddin5793
@alifagauddin5793 Год назад
Many many thanks to respected Debajeet Gogoi.
@dilipsarmah6810
@dilipsarmah6810 Год назад
Evergreen Great Artist of Assam.
@pratulchaudhury1195
@pratulchaudhury1195 10 месяцев назад
Beautiful voice
@aparajitagogoi6233
@aparajitagogoi6233 2 года назад
আপ্লুত !
@hemaborgohain556
@hemaborgohain556 3 года назад
ডেকা কালত এখেতে আমাৰ ঘিলামৰা টো চাকৰি কৰিছিল। সেয়া ৭০ৰদশকৰ কথা।
@hemprasadgogoi5081
@hemprasadgogoi5081 2 года назад
Thanks for remembering. Plz share your informative comments as you know and ask any seniors who was in touch with Late B. N. Gogoi..
@jyotidutta7147
@jyotidutta7147 2 года назад
দাদা দেবজিত গগৈ ছাৰৰ ফ'ন নম্বৰটো পোবা যাব নেকি?
@lokapriyahazarika8766
@lokapriyahazarika8766 Год назад
Nice
@BIPULGOGOI
@BIPULGOGOI 2 месяца назад
Thank you🙏🙏🙏🙏
@kumarshishirdas
@kumarshishirdas Год назад
"ফুল ফুলক" গীতটোৰ সুৰকাৰ কোন আছিল অনুষ্ঠানটোৰ পৰা স্পষ্ট কৈ জানিব পৰা নগ'ল ৷ অতি সোনকালে জনালে নথৈ সুখী হ'ম ৷ জনাব বুলি আশাৰে বাট চাই ৰ'লো ৷
@lokapriyahazarika8766
@lokapriyahazarika8766 Год назад
Baikontha Nath Gogoi
@HassanIqbal
@HassanIqbal 3 месяца назад
​@@lokapriyahazarika8766 Apunar phone number tu diyok sun, olop kotha aasil...
@BIPULGOGOI
@BIPULGOGOI Год назад
Thank you so much❤❤❤
@kumarshishirdas
@kumarshishirdas Год назад
মোৰ প্ৰশ্নৰ সহাঁৰি নাপালো
@minatigoswami636
@minatigoswami636 Год назад
Mon joi mur aji palasare phool jayanta hazarika
@kumarshishirdas
@kumarshishirdas Год назад
@@minatigoswami636 ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-cm6phTQvHQc.html
@ranjitbharali2270
@ranjitbharali2270 2 года назад
Debojyoti gogoir contact number tu lage RANJIT BHARALI
Далее
Nah, if that's me? I'm tapping. 😤 #nocommentary
00:45
ОН У ТЕБЯ ЗА ДВЕРЬЮ!
22:33
Просмотров 416 тыс.
Lubna British Pakistani reacts to Sadhguru speech!!
18:14
A documentary of a Charaideo District Sonari
10:56
Просмотров 3,4 тыс.
Parbati Prasad Baruah
8:51
Просмотров 8 тыс.
Nah, if that's me? I'm tapping. 😤 #nocommentary
00:45