@ ৰেম্পত খোজ দিয়েই শিৰত মুকুট পিন্ধিলে টিনাই © টিনা লাহনৰ শিৰত জিলিকিল টিন গ্ৰেণ্ড উইনাৰ মুকুট ( Teen Grand Winner ) গোৱাত অনুষ্ঠিত হোৱা ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়া ২০২৪-২৫ ত সৰুপথাৰৰ টিনা লাহনে টিন গ্ৰেণ্ড উইনাৰ মুকুট পাবলৈ সক্ষম হৈছে ।
10 окт 2024