Тёмный

Guwahati Incident : গুৱাহাটীত মহানগৰীত দুটাকৈ গুলীচালনাৰ ঘটনা। N18V 

News18 Assam/Northeast
Подписаться 3,1 млн
Просмотров 57 тыс.
50% 1

Guwahati Incident : গুৱাহাটীত মহানগৰীত দুটাকৈ গুলীচালনাৰ ঘটনা। পদে পদে এতিয়া যেন অসুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে মহানগৰীবাসীয়ে। কেতিয়াবা যদি পিষ্টল টোঁৱাই চোৰে লুটি নিছে চেইন মোবাইল, কেতিয়াবা আকৌ গুলীয়ে থকা-সৰকা কৰে কাৰোবাক। বৃহস্পতিবাৰে দুটাকৈ গুলীচালনাৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটীক। গুলীচালনাত ইতিমধ্যে মৃত্যু হৈছে এজন যুৱকৰ। কইনাধৰাত সংঘটিত প্ৰথমটো গুলীচালনাৰ ঘটনা। স্কুটীৰে অহা দুৰ্বৃত্তৰ দলে গুলীচালনা কৰে অঞ্জন নাথ নামৰ যুৱকজনক। বশিষ্ঠ এটা শ্ব’ৰূমত কৰ্মৰত অঞ্জন নাথ গৈছিল কইনাধৰাৰ শহুৰেকৰ ঘৰলৈ। এখন পালছাৰ বাইকত আহি কইনাধৰা পোৱাৰ পাছতেই স্কুটীৰে অহা দুৰ্বৃত্তই বুকুত গুলীয়াই সন্তপৰ্ণে ত্যাগ কৰে ঘটনাস্থলী। সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় অঞ্জন নাথৰ। মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ লতাকটাত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা খালী কাৰ্টিজ।
ইফালে, একেদিনাই মহানগৰীৰ গাড়ীগাঁৱত গৰজি উঠিল আৰক্ষীৰ বন্দুক। ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ আৰক্ষীয়ে ফুটাব লগা হ’ল গুলী।
n18oc_crime
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#guwahatifiring #doubblefiringinguwahati #guwahaticrimenews #news18assamoriginals
#News18AssamNE #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia #news18assamne
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm

Опубликовано:

 

11 окт 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 7   
@Hemantaraj45
@Hemantaraj45 9 месяцев назад
uff...ki j axomiya koisa nohoi...jui ekdom
@digantanath8122
@digantanath8122 9 месяцев назад
চি চি টিভি নাছিল নেকি সেই ঠাইত? কোন খাবলৈ নোপোৱা কেইটাই গুলিয়ালে, উচিত তদন্ত কৰিব লাগে,
@dipankard6048
@dipankard6048 9 месяцев назад
Where is CCTV survillience at smartcity ?
@ranjugogoi419
@ranjugogoi419 9 месяцев назад
আৰক্ষী কেইজন দেখিবলৈ এনেকুৱা লাগিছে যেন তাত একোৱেই হোৱা নাই। সিহঁতে ভাবে যত যি হয় হওক।তাত ইমান মাথা মাৰিবলৈ দৰকাৰ নাই।আমি মালটো পালেই হল সেই বাবেই আজি মহানগৰীত প্ৰতি দিনাই চাঞ্চলক্যৰ ঘটনা হ'বলৈ ধৰিছে।👩‍✈️👸🤠😎🤓🤔🤭💁🙅🙋🤷🤷🤦🙍🙎
@jmk5318
@jmk5318 9 месяцев назад
Thanks ❤❤❤
@birendeka5674
@birendeka5674 9 месяцев назад
Smrti city no security. Amrit kal where gone
@tilakgoswami2146
@tilakgoswami2146 9 месяцев назад
Kon thai hoise koba nowara ?
Далее
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
Косплей на ГОЛОВОЛОМКА 2!
15:20
Просмотров 601 тыс.
Diuretics | Pharmacology | Dr Najeeb
3:03:35
Просмотров 1,1 млн
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29