তিনি মহলীয়া ঘৰ এটা সাজিলে ৰাষ্টাৰ পৰা আইন মতে ১২ বা ১৬ ফুট হ'ব লাগে।কাৰণ ১৯৫০ চনৰ দৰে ভূমিকম্প হ'লে এই ঘৰৰ তিনি মহলৰ পৰাই ১২ বা ১৬ দুৰত ইটাৰ টুকুৰা পৰিব । তেনে স্থলত ২০ মহলীয়া ঘৰ টোৰ পৰা কিমান দুৰত ইটা বা প্ৰকাৰ টুকুৰা পৰিব ভাবি চাব হে অসমৰ বৰ মুৰিয়া সকল। অন্যায়ৰ এটা সীমা আছে । এই অন্যায়ে সকলো সীমা চেৰাই গৈছে। ওপৰত বিচাৰ প্ৰতি এজন আছে ।কথাতো পাহৰি নাজাব।
General knowledge অসমৰ কেৱল তিনি জন মান মন্ত্ৰীৰহে আছে।বাকী মন্ত্ৰী,বিধায়ক তথা অসমৰ জনসাধাৰনৰ general knowledge nil.গতিকে এই তিনি জন মান মন্ত্ৰীৰ মতেহে আমি চলি থাকিব লাগিব।এয়াই পৰিবৰ্তন।অশান্তিৰ অসম এতিয়া।
Na khauanga na khane dunga 😅. All corrupt politicians are under this dialogue are making fool of Assamese people. Most corrupt person is backstabber who is taking shelter under bjp