Pst agortola jaba agortoler pora ghwatahi ahiba dinot jorny kori ki falor rode bohut duniya hoi sab cover koriba olp vedio digol hole 2part bonai diba aku nai ok bro I'm always will be with you 😘💓
Deda tumar video bur moi sai ahisu xodai vl lage sai but ata Request asel mur ata RU-vid channel asel please tumar video koba subscribe kori dibo le xokolu ke please ❤
@@ankit84106 আচলতে শিলচৰ হ'ল অসমৰ বৰাক উপত্যকাৰ এখন মুখ্য চহৰ আৰু বৰাক উপত্যকা হ'ল অসমৰ তিনিখন প্ৰশাসনিক জিলাৰে গঠিত(কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ), আমি সকলোৱে জানো যে বৰাক উপত্যকা অসমত আছে যদিও - অসমৰ প্ৰধান ভাষা অসমীয়া কিন্তু এই বৰাক উপত্যকা বা শিলচৰৰ প্ৰধান ভাষা হ'ল - বাংলা আৰু এই বাংলা ভাষাক 1961 চনত বৰাক উপত্যকাৰ মুখ্য ( Official Language) ভাষা হিচাপে স্বীকৃতি দিয়া হয়, সেইবাবে ইয়াৰ Banner বা Posters সমুহ অসমীয়া ভাষাৰ বিপৰীতে বাংলা ভাষাত লিখা থাকে ..