Тёмный

Happy Mothers Day , but still ther are few mother's weeping on such a blissfull day, Know why! 

Prag News
Подписаться 2,2 млн
Просмотров 679 тыс.
50% 1

Опубликовано:

 

26 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 660   
@madhurjyamohonchutia9453
@madhurjyamohonchutia9453 2 года назад
আই তোমালোকে দুখঃ নকৰিবা । কলিৰ কালত সেই শ্ৰৱণ কুমাৰ আৰু নাই । তোমালোকৰ চকুলো ওলালে মোৰ ও ওলাই কাৰণ মই ও সৰু থাকোঁতে মাতৃ হেৰুৱালোঁ । মাতৃৰ সুখ কি ভাল দৰে বুজিকে পাবলৈ নাপালোঁ 😢😢😢 । মই বুজি পাইছো নিজৰ সন্তানৰ পৰা নিজ পিতৃ - মাতৃয়ে কেনেদৰে আঁতৰি থাকিব পাৰে । মই পিতৃ মাতৃৰ সকলো মৰম মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ দেউতাৰ পৰাই পাইছো । আৰু যি নিজ পিতৃ মাতৃক অলপ শ্ৰদ্ধা কৰিব নাজানে তেনে সন্তাক মই কুলঙ্গা বুলি কৈছো । আই মাতৃ সকল তোমালোকে চিন্তা নকৰিবা ভগৱানে সকলোৰে হিচাপ ৰাখে , তোমালোকক দিয়া সেই দুখঃ এদিন সিহঁতক ও দিব । শেষত তোমালোকক ভগৱানে কুশলে ৰাখকক তাকে ভগৱানৰ ওচৰত প্রার্থনা কৰিছো । 🙏🙏🙏
@lakhimpurroster360k8
@lakhimpurroster360k8 2 года назад
Same bro😭
@rishichoudhury6632
@rishichoudhury6632 2 года назад
ভগৱানক আমি দেখা নাপাও । কিন্তু মা ৰ ৰূপত আমি ভগৱান পাইছোঁ 🙏🏻🙏🏻❤️। সকলোঁ মা লৈ মোৰ সেৱা জনাইছোঁ ❤️🙏🏻
@filmyhouse.1144
@filmyhouse.1144 2 года назад
মা নহলে জীৱন আধৰুৱা । Love you maaaa..🥰🥰🥰
@ranasharma1259
@ranasharma1259 2 года назад
"মা " শব্দ ৰ গভীৰতা আৰু বিশালতা প্ৰশান্ত মহাসাগৰতকৈ বহুতো ওপৰত
@Jieun...777
@Jieun...777 Год назад
Maa t koi dangor amar jibonot kunu hobo noware I love you maa
@djrock5500
@djrock5500 2 года назад
আজি দিনটো বহুতে মাতৃ দিৱস উদযাপন কৰিছে , ফেচবুক , হোৱাটচাপত মাতৃ দিৱস ৰ বহুত ষ্টেটাচ দেখিছোঁ । কিন্তু মাতৃ পিতৃক নিজৰ হৃদয়ত আৰু নিজৰ লগত ৰাখক কাৰণ মাতৃ পিতৃ বাবে আমি এই সুন্দৰ পৃথিৱীৰ খন দেখিছোঁ। সেইবাবে এদিন মোবাইলত ষ্টেটাচ দিয়াত কৈ সদায় নিজৰ লগত ৰাখক চাব সেয়া কিমান আনন্দ।
@phukanarmylovers2782
@phukanarmylovers2782 2 года назад
কেনেকৈ মানুহ ইমান স্বাৰ্থপৰ হব পাৰে বাৰু 😒 যি গৰাকী মাতৃয়ে সৰুৰে পৰা একো কষ্ট একো অভাৱ নিদিয়াকৈ ডাঙৰ দীঘল কৰি নিজে নাখাই নিজ সন্তানক খুৱাই , সেই গৰাকী মাতৃক নিজ ঘৰৰ পৰা কেনেকৈ উলিয়াই দিয়ে 😭। সেই বিলাকে মাকৰ যি মৰম আদৰ এইবোৰ একো এই বুজি নাপায় 😠। বৃদ্ধা আশ্ৰমৰ সকলো মাৰ বাবে ভগৱানৰওচৰত শক্তি আৰু সু স্বাস্থ্য কামনা কৰিলোঁ 🙏 মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ সকলো মা লৈ ❤️🌍😘। নৈৰ সমান বব কোন আই সমান হব কোন ☺️ মা আপোনালোক অমৰ হৈ ৰওক 🙏।
@momiboruah355
@momiboruah355 2 года назад
হয় মাতৃক কেতিয়াও এনেকোৱা কৰিব নাপায়. কিনতু নিজে বোৱাৰী হিচাপে গম পাইছো, সকলো বোৱাৰীয়ে বেয়া নহয়. কিছুমান শাহু বহুত বেয়া হয়. ময়েই যিমানেই শাহুক ভাল পাবলৈ যত্ন কৰো, সিমানেই মোকহে বেয়া পায়, আৰু যিজনী বোৱাৰীয়ে তেওক বেয়াকৈ গালি গালাজ পাৰি থাকে তাইকে ভাল পাবলৈ যতন কৰি থাকে. মই personally গম পাইছো যাক কোনোবাই অনতৰৰপৰা বেয়া পায়., তেও যিমানেই চেচা নকৰক কিয় ভাল কেতিয়াও নাপায়. মোক যিমানেই বেয়া পাওক মই শাহুৰ প্রতি কৰিবলগা দায়িত্বখিনি কৰি যাম. কিনতু কেতিয়াবা খুব দুখ লাগে
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 2 года назад
মোৰ মা , আৰু সকলোৰে মা লৈ মোৰ বহুত বহুত মৰম যাচিলো 💓 সংসাৰত মাৰ সমান কোনো হব নোৱাৰে , নৈৰ সমান কোনো বব নোৱাৰে 🥰
@kanchanboruah2096
@kanchanboruah2096 2 года назад
Bor dukh Lage
@educationcompany.6793
@educationcompany.6793 2 года назад
তেওঁলোকৰ ও এনেকুৱা হ'ব এদিন।
@snnn2500
@snnn2500 2 года назад
মা মা মা তোমালোকলৈ মোৰ অজস্ৰ হিয়াৰ মৰম শ্ৰদ্ধা নিবেদন জনাইছো ।
@manalishadas2421
@manalishadas2421 2 года назад
পৃথিৱীৰ সকলো ধুনীয়া মা সকলক মাতৃ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনালো ❤😘🙏💫
@pollabdeori4156
@pollabdeori4156 2 года назад
😏😏
@mituldeka6992
@mituldeka6992 2 года назад
@@bharat9515 00000plp
@pinkygohain8092
@pinkygohain8092 2 года назад
@@pollabdeori4156 k nmlM
@momiboruah355
@momiboruah355 2 года назад
@@pollabdeori4156 ui
@Mompipathori.123
@Mompipathori.123 Год назад
সেই কাৰনে কিয় পুতেকক চিনি পাবা বিবাহৰ পিছত,ভাতৃ চিনি পাবা সমপতি ৰ ভাগত,ভাৰযা চিনি পাবা বৃদ্ধ কালত।চৰকাৰে কঠোৰ আইন কৰিব লাগে এইবিলাকক শাস্তি দিবলৈ।
@julibaruahbaruah9616
@julibaruahbaruah9616 2 года назад
মা মাথোঁ এটি শব্দ নহয় ই আবেগ মাতকৈ শ্ৰেষ্ঠ এই ধৰাত একো নাই । পৃথিৱীৰ সকলো মা লৈ সেয়া জনালোঁ ।
@1mikon
@1mikon 2 года назад
সকলো মাতৃয়ে বৃদ্ধঅৱস্থাত আদৰ যত্ন পাব লাগে। হয়। বেদনা দায়ক এনে দুখ দেখিলে। কিন্তু কেতিয়াবা অৰ্থনৈতিত অৱস্থাৰ কাৰণে বা পৰিয়ালৰ মানুহবোৰ বৰ্হিৰাজ্যত থাকিব লগা হ’লে বৃদ্ধ অৱস্থাত মাক দেউতাকক শুশ্ৰুষা কৰিব খুজিলেও নোৱাৰে। তেতিয়া নিদেই বহুতে বৃদ্ধাশ্ৰমলৈ যাব খুদে বা যায়। কিছুমান বৃদ্ধাশ্ৰমত ককা আইতা হতে ইমান হাহিঁ ধেমালি আৰু স্ফূৰ্তিত থাকে । বেয়া লাগিল ইয়াত সকলোৱে বেচি দুখ কৰি থকা দেখিলো। আশাকৰো তেওঁলোকৰ দৈনিক মনোঞ্জনৰ কাৰণে কত্তৃপক্ষই কিছুমান activities আৰম্ভ কৰে যেন যি activities এ তেওঁলোকক আনন্দ দিয়ে।
@theexplore19
@theexplore19 2 года назад
মা-দেউতাক কেতিয়াও অৱহেলা অনুগ্ৰহ কৰি নকৰিবা প্লিজ 🙏🙏🙏 বহুত দুখঃ পাইছোঁ ! দাদা বাইদেউ সকল নিজৰ নিজৰ মা দেউতাক উভতাই ঘৰত নি নিয়া l মোৰ ভগৱান মা দেউতা যি জনে জন্ম দি ডাঙৰ দীঘল কৰি আজি পথ দেখুৱালে তেখেত সকলক নিজৰ গৃহৰ পৰা বাহিৰ কৰি দিলা l মোৰ মা দেউতা নাই বহুত দুখ কৰোঁ l এনেকৈ বহুত আছে প্লিজ তেনেকে কেতিয়াও দূৰত আঁতৰাই নিদিবা l
@dipurajgogoi4531
@dipurajgogoi4531 2 года назад
"মা" মা,পৃথিৱীৰ শ্ৰেষ্ঠতম এটা নাম🌚। মা,তকৈ সহজ গভীৰ কোনো অনুভূতি নাই!.💗
@mixedindia6977
@mixedindia6977 2 года назад
সেই বৃদ্ধাশ্ৰম কোনে নিৰ্মাণ কৰিছিলে.....সেই ধাৰনাই মানুহক বেয়া কৰিছে ..যদি এনে ব্যৱস্হা নথকা হলে সকলোৱে ঘৰত মাক দেউতাক ৰাখিলে হয়...ইয়াৰ ওপৰত চৰকাৰৰ বহুত কৰনীয় আছে.যদিহে বৃব্দ গৰাকীৰ পুএই চাকৰি কৰে তেতিয়া আধা দৰমহা মাতৃ বা পিতৃক প্ৰদান কৰিব লাগে ...তেতিয়া দেখা যাব কেইজনে মাতৃ বা পিতৃক বৃদ্ধাশ্ৰমত ৰাখে...
@sumonrkalita6999
@sumonrkalita6999 2 года назад
Ji hokaLor Lara swaLia sakari kore tewLukar maa deuta hokoL he bidhya ashramt thake khetiyak, hajira kora hokoLor nathake...
@mixedindia6977
@mixedindia6977 2 года назад
@@sumonrkalita6999 hy . moi hei hokolke kob bisarisu...
@vaitinath6146
@vaitinath6146 2 года назад
হে ভগবান কত আছা জি গিতা লৰাই মাকক বাপেকক এনেকোৱা কৰিচে খিহতকো জাতে এনেকুয়াই কৰি দিয়া আৰু🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ANAZORY09
@ANAZORY09 2 года назад
Dukh lagil ma hbdo Tu je ata kiman hundr jar nai hi he bujibo😰😰😰😰love you all mothar ❤
@priyankabaruah2311
@priyankabaruah2311 Год назад
এইবোৰ দেখি শুনি এনেকুৱা হৈছে যে সদায় ভগৱানক দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰোঁ সোনকালে যেন সংসাৰ সাগৰৰ পৰা লৈ যায়। কিবা ভাল নলগা হৈছেগৈ আৰু । জীৱনৰ অসহায় দিনবোৰত কিহেবা অপেক্ষা কৰি আছে আমাৰ এই ভয়ে খেদি খেদি মাৰিছে।
@nipulsaikia8671
@nipulsaikia8671 2 года назад
মানবীয়তা থকা লৈকে আমি সকলো পৃথবীত একলগ হৈ থাকিম।
@White-vt9yy
@White-vt9yy 3 месяца назад
Krishno 🙏😭
@pobanchandraborgohain5703
@pobanchandraborgohain5703 2 года назад
Lots of loves & humble respect to all my dearmost mothers.
@nayanmonidutta9768
@nayanmonidutta9768 2 года назад
🙏🙏🙏🙏যেতিয়া প্ৰতিগৰাকী মাতৃয়ে সুখী হ'ব তেতিয়াহে মাতৃ দিৱসে সাৰ্থকতা পাব | বৃদ্ধাশ্ৰমত থকা বা ঘৰত থকা বেছিভাগ মাতৃয়েই যেন আজি সুখী নহয় 😪😪😪🙏🙏🙏
@dayanandaentertainmentambi9187
@dayanandaentertainmentambi9187 2 года назад
I love you❤ maaa.... Love you all mother s
@pinkygohain8092
@pinkygohain8092 2 года назад
KPnn zpapN. Lspb. All,b,non
@miriboy5074
@miriboy5074 2 года назад
মই বহুত গৌৰৱ অনুভৱ কৰো কিয়নো মিচিং মানুহে আজিলৈকে কোনো এজন মাকক বিদ্ধাশ্ৰমত নাৰাকে
@jyotismitadeka8808
@jyotismitadeka8808 2 года назад
kio narakhe kobo paribo ne ?
@miriboy5074
@miriboy5074 2 года назад
@@jyotismitadeka8808 আৰে ভাই আমাৰ ভগৱানৰ দৰে শ্ৰদ্ধা কৰে আৰু বুঢ়ী হলে কাম কৰিব দিব নাপায় আমাৰ সমাজত আৰু আপুনি কেতিয়াবা দেখিছে বুলি কব পাৰিবানে?
@jyotismitadeka8808
@jyotismitadeka8808 2 года назад
@@miriboy5074 hy diyok... maa dauta bhogowan swrup..
@miriboy5074
@miriboy5074 2 года назад
@@jyotismitadeka8808 you are right 👍
@jitumonibora2874
@jitumonibora2874 2 года назад
মাতৃ দিৱস আমাৰ জীৱনৰ প্ৰতিটো দিনেই বুলি পালন কৰা উচিত।এটা দিনত মাতৃৰ ত্যাগ মনত পেলালে নহ'ব।যিসকল লোকে মাতৃ দিৱসৰ বিষয়ে নাজানে, সেইসকল সহজ সৰল গাঁৱৰ সন্তানে মাকক মৰমেৰে সদায় ৰাখিছে।কিন্তু দেখাত শিক্ষিত যেন লগা এচামেহে মাক দেউতাকক অৱৰ্জনাৰ দৰে মন গ'লেই দলিয়াই দিছে।এনে মানসিকতাৰ ধ্বংস হওক।মাক-দেউতাকৰ সপোনবোৰ পূৰ হওক।
@prabhatkumargogoi2717
@prabhatkumargogoi2717 2 года назад
বৃদ্ধাশ্ৰমৰ বাসিন্দা কোনেও হবলৈ নিবিচাৰে, বাধ্য হৈহে বাসিন্দা হৈছে ৷ কিয় তালৈ আহিবলগীয়া হ’ল এই কথাটো কোনেও পৰাপক্ষত প্ৰশ্ন নকৰাই শ্ৰেয় ৷ এই প্ৰশ্ন কৰিলেই অতীতৰ দুখ বোৰ সোঁৱৰাই দিয়াহে হব আৰু ইয়াৰ ফলত সকলো আইতাৰে মনলৈ নিজৰ নিজৰ তিতাকেহা অতীত বোৰে আমনি কৰিব ৷ যোগাত্মক প্ৰশ্ন কৰক , ভালবোৰ সোধক, গান গাবলৈ নাচিবলৈ দিয়ক ,কবিতা সাধু সাঁথৰ কবলৈ দিয়ক , তেতিয়া সকলোৰে মনলৈ ফুৰ্টি আহিব , আহিব মনলৈ স্বাচ্ছন্দ্য ৷ আইতা কেইগৰাকীৰ চকুপানী টুকি থকা ভিডিঅ চাই দুখ লাগে ৷
@pallabidas2890
@pallabidas2890 2 года назад
সঁচাই ভাবিলে ভয় লাগে ....আমাৰ বা আকৌ কী গতি হয় ...কিমান যে দূখ লগা কথা 😥😥
@BhadraDekaBoruah
@BhadraDekaBoruah 5 месяцев назад
😂🎉😢😢😅😅❤😮😅
@hazarikaassam9627
@hazarikaassam9627 2 года назад
Ma....... Bohut dhuniya modhur kotha bur hikai se Aita 2maluke kukhole thakokk
@ddhemali2.040
@ddhemali2.040 2 года назад
বৰ দুখ লাগে অ' যাৰ বাবে আমি আজি এই পৃথিৱীখন দেখিবলৈ পাইছোঁ তেনে এগৰাকী ভগৱান ৰূপী মাতৃক জানো জীৱনৰ অন্তিমখনত অৱহেলা কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়াতো উচিত জানো? এই পৃথিৱীত পিতৃ-মাতৃৰ বাহিৰে কোনো অদ্বিতীয় ভগৱান নাই।কাৰণ তেওঁলোকে আমাক জন্ম দিছে । এই পৃথিৱীলৈ আনি‌ পোহৰৰ বাট দেখুৱাইছে, জন্ম পৰা ডাঙৰ হোৱালৈ ক'ত যে কিমান চিন্তা। ক'ত ৰাতি নিজৰ সন্তানৰ ভালৰ কাৰণে চিন্তা কৰি কিমান উজাগৰে দিন ৰাতি পাৰ কৰিছে। তাৰ পিছতো আমি জানো নিজ মাতৃক জীৱনৰ শেষ ক্ষণত অৱহেলা কৰিব লাগে জানো। আচলতে মা দেউতাৰ বাহিৰে এই পৃথিৱীত কোনো আপোন মানুহ নাই। গতিকে পিতৃ- মাতৃৰ সন্তানৰ প্ৰতি এই ত্যাগৰ কথা অন্তত আমি অলপ ভাবিব‌ লাগে। শেষত, সকলোৰে মা- দেউতা যেন কুশলে থাকক। 🙏❣️
@nabinboro2651
@nabinboro2651 2 года назад
Matri amar jivanor oporiharjya ongo, eyar obihone amar sokolu adhuruwa, ma tujhe Salam...
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Год назад
Heart' touching videos. Bohut bohut xuvokamona jonaloo Xokolu maak . Xokolubur maak mur Voktivora sewa jonaloo. God bless to all grand father.
@pranitakonwar1413
@pranitakonwar1413 2 года назад
আজি মাতৃ দিৱসত সকলো মাতৃসম "মা" লৈ শ্ৰদ্ধা জনালোঁ 🙏
@lukumoninath9096
@lukumoninath9096 3 месяца назад
Tekhet hokolor lora suwali eu jen tekhet hokolok tenekowai kore vagbanor usrt mor parthona 🙏 har har Mahadev .. radhe radhe
@dayanandaentertainmentambi9187
@dayanandaentertainmentambi9187 2 года назад
Maa r homan hobo nu kuun! Noirr homan bobo nuu kuun! Amar maa dewtar dore hoyok amar val puya siro seujia. Love you maaaa
@jundas7979
@jundas7979 2 года назад
মই মোৰ মাক নেদেখা বাবে আজি বহুত কষ্টৰ জীবন পাৰ কৰিছোঁ, যাৰ মাক নাই খেইজনে বুজে জীবন কিমান কষ্টৰসন্মুখীন হয়
@trishnasarania1281
@trishnasarania1281 2 года назад
Stay strong ❤️ jibonot aguwai juwa
@biswajittasa146
@biswajittasa146 2 года назад
Love you maa and love to all mother in this beautiful mother's day
@nitiskitchen4659
@nitiskitchen4659 2 года назад
যিবোৰে নিজৰ মাকক এনেকুৱা কৰিছে সিহঁতৰো এনেকুৱা অৱস্হা হ'ব, সিহঁতৰ ল'ৰা ছোৱালী নিশ্চয় আছে,
@huminiyt2044
@huminiyt2044 2 года назад
Happy mother's day ......i love you maa
@chayagogoi1011
@chayagogoi1011 2 года назад
Love all mother 😊❤when I see this video that time I can't stop crying. Long live mother
@junakgaming4047
@junakgaming4047 2 года назад
I love you মা আমি সদায় আপোনালোকৰ লগত আছোঁ ❤️❤️❤️
@Hiracreation170
@Hiracreation170 2 года назад
আমি ভগবান দেখা নাই কিন্ত মা দেখিছোঁ ভগবানৰ আন এটি ৰূপ মা মাৰ অবিহনে জীৱনটো কল্পনাই কৰিব নোৱাৰি চবৰে মৰম খলনি হব পাৰে কিন্তু মাৰ মৰম কেতিয়াও খালনি নহৈ মা অভাৱ কোনেও পো ৰাব নোৱাৰে ,,,,ক্ষকলোৱে মা খাদাই সুখত ৰাখিব ,,,❤️❤️❤️❤️
@tushargoswami6036
@tushargoswami6036 2 года назад
জগতৰ সমূহ আই মাতৃলৈ সচৰধ প্ৰনাম ।
@thebossyt631
@thebossyt631 2 года назад
LOVE YOU GRANDMOTHER
@sumonsaikia1825
@sumonsaikia1825 2 года назад
Happy mother's day ..... 🙏 GOD bless all of you...
@Tired524
@Tired524 2 года назад
Matrik ji lora suwali ye bridhya boyoxot morom kore xei lora suwaliye jibonot xofolota labh kore.Ishworor patot sob likha thake. love to all mothers.
@SatishchNath-gg1bz
@SatishchNath-gg1bz 2 года назад
I love aita all ,, happy mother's Day
@anjalikumar2129
@anjalikumar2129 2 года назад
মা,তকৈ সহজ আৰু গভীৰ কোনো অনুভূতি নাই। সকলো মালৈ মোৰ আন্তৰিক মৰম তথা শ্ৰদ্ধা যাচিলো।
@mayurrsarma8652
@mayurrsarma8652 2 года назад
Manuh bure kunu kotha chinta koribo nuara hol.maa sobtu ekebare dhansha korile .
@kamalkalita338
@kamalkalita338 Год назад
এই সকল মোৰ মা । ময় নিবিচাৰোঁ মোৰ মাৰ চকুৰ পানী । দুখীয়া হলেও সদায় ময় মোৰ মাক লগত ৰাখি মোৰ মাৰ মুখৰ হাহিতী ছাই থাকিব বিচাৰোঁ । মোৰ পত্নীয়ে মা নহলে অকণমান সময়ো থাকিব নোৱাৰে । কাৰণ তেওঁ মাক নিজৰ মা বুলিয়ে শেৱা সুচৰুখা কৰে । কিন্তু নেজানো কনেকৈ পুত্ৰ কৈনাই কেনেকৈ মাক অৱহেলা কৰিব পাৰে । আৰু ময় অনুভৱ কৰোঁ আশ্ৰমত থকা সকলো মোৰে মা সেয়েহে মই ভগৱানৰ ওচৰত প্ৰৰ্ণাম জনালোঁ তেওঁ লোকৰ ভালে কুশলে থাকক ।❤️❤️❤️
@hemkantaborah7434
@hemkantaborah7434 2 года назад
সেই পুত্ৰ বোৱাৰীবোৰৰ একে অৱস্থাত হ'ব। আৰ্জিলে ফল ভূঞ্জিবলৈ পায়।
@madhusmita9931
@madhusmita9931 2 года назад
I love you 😘maaa..... Love you all mothers day ❤️
@rumiborah531
@rumiborah531 2 года назад
Xakalu maa loi sardha aru pranam janalu.I love you maa
@dibrugarhentertainments3145
@dibrugarhentertainments3145 2 года назад
Happy mothers day maaa
@jaidurrahman745
@jaidurrahman745 2 года назад
Maa jese iss duniya mai koi nehi hai .
@dipjyotideka3898
@dipjyotideka3898 2 года назад
হৃদয় চুই যোৱা কাহিনী
@priyangshugogoi3062
@priyangshugogoi3062 2 года назад
Happy Mothers day Mom's 💓 💗 💖 Love you all 😘😘😘💐💐❤❤
@chandanbaruahvulag9168
@chandanbaruahvulag9168 2 года назад
ধনী , ধনী মানুহৰ ল’ৰা’’ বোৰে হে মাক , বাপেকক এনেকোৱা কৰে প’ৰিষ্টিতিৰ কৰে , দুখীয়া ল’ৰা’’ ছোৱালী বোৰে এনে কাম নকৰে
@mitalidas9182
@mitalidas9182 2 года назад
Happy mother's day 😭😭😘😘
@ASMXBOT
@ASMXBOT 2 года назад
I love you mom dad💜💚❣️💕
@pratimaboruah8718
@pratimaboruah8718 2 года назад
Always Luv u my Mother and all Mother s. ❤❤❤❤❤❤❤❤❤
@deepsikhaborah6233
@deepsikhaborah6233 2 года назад
Happy mother's day 🌹🌹🌼🌼🌼🌼
@biswagogoi8523
@biswagogoi8523 2 года назад
Love you maa ❤️❤️❤️❤️❣️❣️💞💞💞
@sanatanchetia88
@sanatanchetia88 2 года назад
Happy mother's day..i love you maa ❤️❤️❤️
@jatinhazarika3798
@jatinhazarika3798 2 года назад
I love you....maa......
@nilakshigogoivlogs5434
@nilakshigogoivlogs5434 2 года назад
I love you maa❤️ Bohut beya lagile aibur dekhi😥😥😥 Love you all mothers.
@lathugogoi7779
@lathugogoi7779 2 года назад
পৃথিবীৰ সকলো মাতৃয়ে যাতে সুখ আৰু ‌শান্তিয়ে‌ থাকক তাৰে কামনা কৰিলোঁ
@Alice_7848
@Alice_7848 2 года назад
I love you maaa moi .......🙏🙏🙏🙏😭😭😭😭😭
@sunitadutta2854
@sunitadutta2854 2 года назад
Old age home t thoka hokolu aitake Happy mother's day ... love you ♥️
@jurigoswami1149
@jurigoswami1149 2 года назад
পৃথিৱীৰ সকলো মাক সেবা জনালোঁ
@surenboro6975
@surenboro6975 2 года назад
Maa o maa apunalukor choronot xoto kouti pronam .
@anjumoni3006
@anjumoni3006 Год назад
সেৱা জনাইছো সকলো ভালকৈ থাকক.
@Assamreceipevlogs01
@Assamreceipevlogs01 Год назад
😢😢😢😢❤❤❤ like u maa god bless u maa,,
@mustafizur_rahmann
@mustafizur_rahmann 2 года назад
HAPPY MOTHER'S DAY
@bonjitarahang729
@bonjitarahang729 2 года назад
Bohut Bea Lage Dei Anekua Koribo Napai 🥺🥺😭😭😭 Love You So Much Aaita Xokol 😍🥰😘😘😘 Maa Love You So Much 😍🥰😘😘😘God Bless All Of You 😍🥰💓🙌🙌
@bhaskarfoxelomg9438
@bhaskarfoxelomg9438 2 года назад
i love you maa................
@sanjivsaikia3061
@sanjivsaikia3061 2 года назад
মই নিজে মৰি যাম, কিন্তু মই মোৰ মাক বিদ্ধা শ্ৰমত নথ ও।
@poliborah4815
@poliborah4815 2 года назад
হৃদ‌য় চুই গ'ল অ' , আৰু বৃদ্ধাশ্ৰম নহওক
@mrinmoykalitaart50
@mrinmoykalitaart50 2 года назад
মাতৃ এনে এটা শব্দ যাৰ বাবে আমি এনে ধুনীয়া নেদেখা পৃথিৱীৰ বাসিন্দা হৈছো।
@minutinarzary5676
@minutinarzary5676 2 года назад
I love maa ❤️❤️ ❤️❤️ I love all Mathers
@bibiboradas3053
@bibiboradas3053 2 года назад
সকলো মা লৈ🙏🙏🙏🙏🙏
@suhanaahmed1371
@suhanaahmed1371 Год назад
Moi jabo bisarisu address please
@jugalbhuyan5318
@jugalbhuyan5318 2 года назад
I could not stop my tears I hope never come such situation In every bodies life that they have to leave their mother I love my mother self lesly And i prey to Good please give me the enargy that i love my mother endlessly
@hiranyataye503
@hiranyataye503 2 года назад
Happy mother's day 👩💝💐
@Taralibaishya729
@Taralibaishya729 2 года назад
Happy mothers day... ❤🙏❤
@nayanmonisaikia4517
@nayanmonisaikia4517 2 года назад
মা ❤
@bhobenjyotiphukan91
@bhobenjyotiphukan91 2 года назад
কুলাঙ্গাৰ সন্তান আছেই । সকলো সন্তান পপীয়া অৱশ্যে ই নহয় যদিও । মঙ্গল হওঁক বৃদ্ধা আশ্ৰমৰ সকলোৰে ।
@bubugohain6712
@bubugohain6712 2 года назад
সচাকৈ বৰ দুখ লাগিল । আপোনাৰ লোকৰ কথা বোৰ সেই কোলাংগা ল'ৰা বোৰে শুনিছে জানো ? আপোনালোকে শাও নিদিলেও শাও লাগিব । সিহঁতকো এদিন ল'ৰা বোৰে এনেকুৱা কৰিব ।
@gayatreedas7147
@gayatreedas7147 Год назад
দূর্ভাগা সেই সন্তান যার মার জন্য সর্বউচ্চ অনুভূতি নাই। জয় মাতৃ জাতির জয়।❤❤❤❤❤
@assamescuteactorandactress5220
@assamescuteactorandactress5220 2 года назад
I love u maa
@debajitdas9136
@debajitdas9136 2 года назад
Love. You. Ma
@Lxgogoiii579
@Lxgogoiii579 2 года назад
নিজৰ মা ৰ সমান কোনো হ'ব নোৱাৰে 😢।। গোটেই পৃথিৱীখন তোমাৰ বিপক্ষে হলেওঁ যি গৰাকী নাৰী গোটেই জীৱন তোমাৰ পক্ষতেই থাকিব সেইগৰাকীয়েই হ'ল "মা"❤️ পিতৃ-মাতৃৰ প্ৰতি অন্তৰত শ্ৰদ্ধা- ভক্তি থাকিলে কোনো দিৱসৰ প্ৰয়োজন নাই প্ৰতি দিনে তোমাৰ দিৱস হওঁক মা❤️ ভালে ৰাখক পৃথিৱীৰ প্ৰতিগৰাকী মাক❤️😘 সকলোলৈকে মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।। 🌺❣️🌼 কাৰ সহায়ত এইখন পৃথিৱী দেখিবলৈ পালে সিহঁতে 😪😪
@rekhaborah5177
@rekhaborah5177 2 года назад
Ma 🥰🥰🥰
@donaranibhowmick7258
@donaranibhowmick7258 2 года назад
Happy Mother's Day ... ❤
@hirensaikia3810
@hirensaikia3810 2 года назад
হৃদয় বিদাৰক কাহিনী 🙏🙏
@loveyouasaam9672
@loveyouasaam9672 2 года назад
I love u ma Ma mane hokolu 💚
@krishmipatar206
@krishmipatar206 2 года назад
Love you all Mothers
@YOUCAN245YGFRR
@YOUCAN245YGFRR 2 года назад
Love you maa 🥰🥰
@gaganthakuria3133
@gaganthakuria3133 2 года назад
Sakur pani olai gol oo maa hot ..I love you...maaa
@indramoran5249
@indramoran5249 2 года назад
I love you ma plz take care all membars💖💖💖
@chandanchoudhury4268
@chandanchoudhury4268 2 года назад
"মা" , শব্দটোত এটা যাদু আছে,যিটোৱে তুলনাবিহীন এটা অনুভুতি তেজত বোৱাই দিয়ে। ১০ মাহ ১০ দিন গৰ্ভত ধাৰণ কৰি অতি কষ্টৰ মাজেৰে জন্ম দি আমাক এই সুন্দৰ পৃথিৱীখনলৈ আদৰি আনে। মাটিত থলে পোকে খাব,মুৰত থলে ওকণিয়ে খাব, এনেদৰে প্ৰতি মূহুৰ্ত মৰমেৰে আৱৰি ৰাখি খুটি খাব পৰা কৰে। সেয়ে মাৰ স্থান ঈশ্বৰৰো ওপৰত। তেনে এগৰাকী মাতৃক এনেদৰে অত্যাচাৰ আৰু অৱহেলা কৰাজনক মানুহ নামৰ এটা দুঠেঙীয়া জন্তু
Далее
Думайте сами блин
18:15
Просмотров 602 тыс.
Бокс - Финты Дмитрия Бивола
00:31
I get on the horse's nerves 😁 #shorts
00:12
Просмотров 3,1 млн
Change is life  | Dr. B M HEGDE | TEDxGlobalAcademy
22:14