Thank you so much each and every viewer for your love & Support 🙏❤️ we are trying hard to give you better content everytime.if you love this short film than hit a like and share your experience with your siblings ❤️
কিছু পলমকৈ চাইছো চকু পানী ওলাই আহিল অনুমান কৰিছো নিজৰ ও যদি থকা হ'লে। বায়েক-ভাকেয়, ককায়েক ভনীয়েকৰ সম্পর্ক কুকুৰ-মেকুৰী নিচিনা হ'লেও সেই সম্পর্ক সদায় স্মৰণীয়
কিছুপলম কৈ পাইছো । কিন্তু বহু ত ভাল লাগিল । বায়েক ভায়েকৰ মৰম সমানতকৈ বাঘৰ একো হ'ব নোৱাৰে। মোৰো এজনী সৰু ভন্টি আছে তাইৰ লগতো এনেদৰে কাজিয়া হৈয়ে থাকে। কিন্তু মোৰ ভন্টি world r best sister hoi ❤️❤️ thank you , আপোনাৰ short flim চাই বহুত ভাল লাগে আগলৈও এনেকৈয়ে video দি থাকিব।
ভাল লাগিল সকলো ককায়েক ভায়েক বায়েক এনেকুৱা হব লগে নিজৰ টো নাই কাৰণে এনেকুৱা story miss কৰোঁ নিজৰ লগত হবলে শেষ ত চকুপানী ওলাই গৈল শেষত এটা কথা কম , lovely story ❤️❤️
So nice to see the bro and sis relationship in this act play.... Good and reality shows in it.... Perfect acting of sis, bro and mother.... they all well played their roles in this drama.... 😊😊👌👍
Ei Relationship val pua pui eiburotkoi ei video bur besi vl lage aru tumalookor channel or protekto video saisu aru eitue kom je eito sovotke vl lagise❤❤❤