Тёмный

how to invest in SBI mutual fund through Yono SBI || Yono ৰ মধ্যমত mutual fund ত কেনেকৈ invest কৰিব? 

digi work asom
Подписаться 216
Просмотров 3,3 тыс.
50% 1

নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আমি কথা পাতিম 'how to invest in mutual fund through yono sbi, Yono ৰ মধ্যমত mutual fund ত কেনেকৈ invest কৰিব' এই বিষয়টোৰ ওপৰত। আপুনি যদি এজন এচ বি আই ৰ গ্ৰাহক আৰু আপুনি এচ বি আই ইউনো এপটো ব্যৱহাৰ কৰি আহি আছে তেতিয়া হ'লে ডিমেট একাউন্ট নোহোৱকৈয়ে আপুনি এচ বি আই মিচুৱেল ফান্দত ইনভেষ্টমেন্ট কৰিব পাৰে।
হুতো এচ বি আই গ্ৰাহকে মিচুৱেল ফান্দত ইনভেষ্টমেন্ট কৰিব বিছাৰে, কিন্তু ইনভেষ্টমেন্টৰ প্ৰক্ৰিয়াটো নাজানে কাৰণে মিচুৱেল ফান্দত বিনিয়োগ কৰিব নোৱাৰে। সেই কাৰণে আমি এই ভিডিঅ'টোত এচ বি আই ইউনো এপৰ মাধ্যমত কেনেকৈ মিচুৱেল ফান্দত বিনিয়োগ কৰিব পাৰি তাৰে বিষয়ে আলোচন কৰিছো।
বহুতো এচ বি আই ইউনো ব্যৱহাৰকাৰী গ্ৰাহকে এই বিষয়টোৰ ওপৰত তলত দিয়া প্ৰশ্নবিলাক ইউটিউৱত বিছাৰে।
nvestment in mutual fund by Yono SBI app,
how to start SIP in Yono SBI app,
yono sbi me mutual fund kaise kare,
yono sbi me mutual fund kaise dekhe,
investment in SIP by yono SBI app ইত্যাদি।
এই সকলো বিলাক প্ৰশ্নৰ উত্তৰ আপুনি এই ভিডিঅ'টোত পাব। সেয়েহে বৃস্তিত বিবৰণৰ কাৰণে এই ভিডিঅ'টো শেষলৈ চাওক |
‪@digiworkasom‬
My website : howtoonline.in

Опубликовано:

 

8 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 4   
@rinjumonigohainshyam4023
@rinjumonigohainshyam4023 16 дней назад
ভাল লাগিল
@digiworkasom
@digiworkasom 14 дней назад
ধন্যবাদ।
@manabendrakumarkazi7650
@manabendrakumarkazi7650 6 месяцев назад
ভাল লাগিল
@digiworkasom
@digiworkasom 6 месяцев назад
ধন্যবাদ।
Далее
Bike Challenge
00:20
Просмотров 22 млн
Best SBI SIP Plan For 5 Years
8:08
Просмотров 361 тыс.