Тёмный
No video :(

How To Make Roller & Adjuster II 02 Step Cage Broiler Farm 

Techno Farming
Подписаться 5 тыс.
Просмотров 34 тыс.
50% 1

বৰ্তমান অসমত যি হাৰে নিবনুৱাৰ হাৰ বৃদ্ধি পাই আছে এই সমস্যাৰ সমাধানত আমি চৰকাৰ বা চৰকাৰী চাকৰিৰ আশাত নাথাকি কৃষি কৰ্ম বা ফাৰ্মৰ লগত জঢ়িত হৈ স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিম। আমাৰ এই গোটৰ প্ৰধান উদ্দেশ্য হল আমি কি ভাবে আধুনিক প্ৰক্ৰিয়াৰে ফাৰ্ম কৰি আগুৱাই যাব পাৰোঁ তাৰে বিষয়ে আলোচনা,লগতে সৰু সৰু Tips দিব চেষ্টা কৰি আহিছোঁ। যাতে আমাৰ ফাৰ্মাৰ সকলে পালন কৰা কুকুৰাৰ উচিত মূল্যৰ পোৱা যায় আৰু আধুনিক ভাবে ফাৰ্ম কৰি স্বাৱলম্বী হব পাৰিব বুলি মই ভাবো ।
সেয়েহে আমি সকলোৱে মিলি আমাৰ ফাৰ্মাৰ সুবিধা বাবে Techno Farming নামৰ RU-vid channel টোত যোগদান কৰি গোটৰ সদস্য হোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আপোনাৰ লগতে আন ১০ জনো এই Video চাই স্ব-নিৰ্ভৰশীল ভাবে নিবনুৱা সমস্যা সমাধান কৰিব পৰাকৈ মোৰ Video সমূহ Share কৰি দিব বুলি আশা কৰিলো। ধন্যবাদ।
পিঞ্জৰা পদ্ধতিৰ ফাৰ্মৰ লাভালাভ সমূহ :
১।Cage farming বা পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফলীয়া পতান বা ভূছিৰ ব্যবহাৰ নহয়। যাৰ ফলত ভূছিৰ অতিৰিক্ত খৰচ সমূহ নোহোৱা হৈ পৰে।
২। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত অধিক হাৰত মূৰ্গীৰ placement কৰিব পৰা যায় (০.৯ বৰ্গফুট প্ৰতি মূৰ্গী)। যাৰ দ্বাৰা কম ঠাইতে অধিক মূৰ্গী পালন কৰি অধিক লাভ আদায় কৰিব পৰা যায়।
৩। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ বা কৃষক জনৰ কষ্ট কম হয়। ভূছি ৰেকিং কৰিব লগীয়া নহয় আৰু ফাৰ্মত অ'ত' দ্ৰিংকাৰ (auto drinker) সংস্থাপনৰ ফলত পানীৰ নাটনি নহয়।
৪। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ ক্ষেত্ৰত heat stroke অৰ্থাৎ গৰমৰ পৰা হোৱা মৰ্টেলিটী ৰোধ কৰিব পৰা যায়।
৫। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ তুলনামূলক ভাৱে পৰিস্কাৰ হৈ থাকে আৰু তাৰ ফলত বিভিন্ন মাৰাত্মক বেমাৰ যেনে CRD, IBD, RD আদিৰ পৰা তুলনামূলক ভাৱে হাত সাৰি থাকিব পাৰি।
৬। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ এমনিয়াৰ গেছৰ মাত্ৰা বহুপৰিমানে কমি যায় যাৰ ফলত ফাৰ্মৰ মূৰ্গী সমূহৰ স্বাস্থ্য ভালে থাকে আৰু ওজন সোনকালে বৃদ্ধি পায়।
৭। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ ত ভেকুৰ জাতীয় বেমাৰ যেনে - aspergillosis , aflatoxicosis আদিৰ পৰা হাত সাৰি থাকিব পৰা যায়।
৮। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ জনৰ কামৰ পৰিমান হ্ৰাস পায় , কাম কৰা মানুহৰ প্ৰয়োজন হ্ৰাস পায় আৰু বেছিকৈ চাপৰি কাম কৰিব লগীয়া নোহোৱাৰ ফলত ফাৰ্মাৰজনৰো স্বাস্থ্য ভালে থাকে।
৯। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ চৰাইবোৰ মাটিৰ পৰা ওপৰত থাকে বাবে ফাৰ্মৰ বতাহ চলাচলত সুবিধা হয়।
১০। বানপিড়ীত অঞ্চল সমূহৰ বাবে পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ অত্যন্ত সুবিধাজনক। এনেধৰনৰ ফাৰ্ম সমূহক বানপানীয়ে ক্ষতি কৰিব নোৱাৰে
১১। এনেধৰণৰ ফাৰ্ম সমূহত পানী আৰু পানীৰ পাত্ৰ সমূহ সদায় পৰিস্কাৰ হৈ থাকে যিহেতু ভূছি আদি নাথাকে।
১২। জোতা চেন্দেল বা এনেধৰণৰ অন্য সামগ্ৰীৰ পৰা হ'ব পৰা সংক্ৰমন কম হয়।
১৩। Shead ready ত ৰৈ যোৱা অনাকাংক্ষিত আসুৱাহ সমূহৰ প্ৰভাব প্ৰতক্ষভাবে মূৰ্গীৰ ওপৰত নপৰে।
Cage farming বা পিঞ্জৰা পদ্ধতিৰ বিষয়ে সবিশেষ জানিবলৈ PREMIUM CHICK FEEDS P LTD ৰ চুপাৰভাইজাৰ অথবা ব্ৰাঞ্ছ মেনেজাৰৰ লগত যোগাযোগ কৰক।
BICHITRA NARAYAN
8486262297
#technofarming
#cagefarming
#poultryfarming
Low cost model with high benefit
Premium Chick Feeds Pvt Ltd
Bichitra Narayan 8486262297

Опубликовано:

 

28 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 53   
@gobindachandrasahu6006
@gobindachandrasahu6006 Год назад
ଭଲ ଆଇଡିଆ, Good idea
@maheshkumar-tg7vj
@maheshkumar-tg7vj Год назад
Sir which type of plastic sheet used please tell me
@jessboon2212
@jessboon2212 Год назад
ভাল লাগিল👍👌👌
@technofarming5734
@technofarming5734 Год назад
ধন্যবাদ
@hossenkawser7063
@hossenkawser7063 Год назад
আমি মালয়েশিয়াতে থেকে দেখিতেছি ❤️
@kailashrajbongshi7945
@kailashrajbongshi7945 Год назад
Apuni vedio bonai thik asa kintu phone korila phone rec koribo laga
@chandansarma1479
@chandansarma1479 8 месяцев назад
Kuntu tripal use korise ..... ?
@dushmantabora2627
@dushmantabora2627 Год назад
সুন্দৰ ❤️❤️❤️
@technofarming5734
@technofarming5734 Год назад
Thank you
@smartmobilephone2023
@smartmobilephone2023 Год назад
Dada amra macha kore6i, kin2 khub machi ho6e, kono ki osud a6e, ami gazol branch, thake bacha niya6i,, plz jana thakle bolben?
@kumudbora6632
@kumudbora6632 Год назад
বিচিত্ৰ ছাৰ,পোৱালি উঠা পাছত সাং ফাৰ্ম খন চাফা কৰা video এটা বনাবচোন
@rubulmedhi6575
@rubulmedhi6575 Год назад
Ai farm khon rati dekhaboson lightbor kot kenedore logai sam
@chiranjibdutta7088
@chiranjibdutta7088 Год назад
important vlog
@technofarming5734
@technofarming5734 Год назад
Thank you so much
@binaynath2457
@binaynath2457 Год назад
Love from mirza
@technofarming5734
@technofarming5734 Год назад
Thank you
@monjitdeka7222
@monjitdeka7222 Год назад
Aitu system krile farm khn gundho hb nki
@sankarkuriti2355
@sankarkuriti2355 Год назад
How to get or buy the roller sheet
@slnsln2611
@slnsln2611 Год назад
Bhai Hindi ya Urdu mein bhi bola karo pura video dekh liya kuch samajh mein nahi aaya
@user-zm7sn3vt6o
@user-zm7sn3vt6o Год назад
Ghor to kiman ukho lage
@lofi_song.308
@lofi_song.308 Год назад
Sir ye India me hai ya Nepal Bhutan hai
@user-xc7gt1tb6h
@user-xc7gt1tb6h Год назад
CRD hola ki koribo laga ata video bonabo sun
@himalayapegu1826
@himalayapegu1826 Год назад
Dada Arunachal Pradesh pine dibo apribo neki
@surajitsinghgogoi7263
@surajitsinghgogoi7263 Год назад
Very good idea sir
@ilovetravelingzugaldas4978
@ilovetravelingzugaldas4978 Год назад
Dada kenei cage to bonai ATA video dibo plz
@showravhossainshuvo9739
@showravhossainshuvo9739 10 месяцев назад
কথা বুজা যায় না ভাই 😔💔😔
@nayanofficial7492
@nayanofficial7492 Год назад
Dada moi o broiler farm Koribo issha hase kenekoi premium companyk contact korim plz reply dibo buli haka rakilu
@dipaligogoi83
@dipaligogoi83 Год назад
Dada 6/20 feet cage t kimn chick s thobo parim
@sekanderhossain4949
@sekanderhossain4949 Год назад
কোন জেলায় অবস্থিত এই ফার্ম?
@surajitsinghgogoi7263
@surajitsinghgogoi7263 Год назад
Very good idea
@Assam2222
@Assam2222 Год назад
Thanks bro👌👌👌👍👍👍👍
@tapantamuli3164
@tapantamuli3164 Год назад
100 /20 ft kiman powali bharab para jaba
@abinashsaikia7408
@abinashsaikia7408 Год назад
Location to kok sun firm khonor...
@popibokalial2267
@popibokalial2267 Год назад
Sir aiat kiman toka r proujon hoi
@RakshyaAksh
@RakshyaAksh 2 месяца назад
Farm r adress tu dioksun
@harpitarao4069
@harpitarao4069 Год назад
Where is this farm located?
@pallabjutiofficialvlog7442
@pallabjutiofficialvlog7442 Год назад
Lit tu kanakoi logowa hoi
@onlycompilation52
@onlycompilation52 Год назад
Sir mui Premium company logot contract ot boiler puhibo khujisu Cage farming mur Ghor Dudhnoi ot hoi sir Goalpara District 100km from Ghy Please let me know sir thankyou 🙏
@aasikavillagevloge9199
@aasikavillagevloge9199 Год назад
Hindi me video banaiye
@KrishnaNath-bs4co
@KrishnaNath-bs4co 22 дня назад
Apunar No tu dib sun
@pranabbarman23
@pranabbarman23 Год назад
Aapunaar diya number tut emaan call korisu but aapuni call receive koraa naai. Kiba specific time aase neki ? Mur kothaa kisumaan hudhibo aasile so kindly jonaabo
@technofarming5734
@technofarming5734 Год назад
Msg ata kariba muk cal back karim
@pranabbarman23
@pranabbarman23 Год назад
@@technofarming5734 Ok, thank you
@dipankarchetia136
@dipankarchetia136 Год назад
Dada aitu Kun jagat ase technology sabor be koisu
@onlycompilation52
@onlycompilation52 Год назад
Dada number tu diok mui oh jorito hobo khuji asilu MSG kurim apunak
@khalekali2238
@khalekali2238 Год назад
দাদা আপোনাৰ নামৰটো দিব
@dipakboro7858
@dipakboro7858 Год назад
Nambar dey
@madiniranjankonwar5675
@madiniranjankonwar5675 Год назад
Apunar number dibo
Далее
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Просмотров 1,9 млн
How to make battery cage for chicken (Bamboo cage)
16:44