#gold #goldjewellery #huid how to test gold purity buy HUID jupiter gems & jewellers Sartaz complex col, j. Ali road। lakhtokia call no - 99864012255 , 86386 07939
এবাৰ কাৰখানাত গৈ সুধিবি। এজন এজন কাৰিকৰৰ কিমান দুৰ্দশা। এই মক্কেলে এটা নাকৰ বনাব নোৱাৰিব। আকৌ বুলে সি বহু বছৰ ধৰি সোণৰ লগতে জৰিত। ডাঙৰ ডাঙৰ ব্যৱসায়ি বোৰে সৰু সৰু বোৰক ধ্বংস কৰি আছে। মানে টকা যাৰ দেশ তাৰ। কিন্তু এটা সময় আহিব এই সৰু বোৰেই ডাঙৰ বোৰক শেষ কৰিব।