বহুত বহুত ভাল লাগিলে চাই video Tu ,xosakoi zubeen da বহুত বহুত ভাল । Zubeen দা আমাৰ ভগবানৰ দৰে, I love you zubeen da , xosakoi zubeen da বহুত বহুত ভাল মানুহ ।
আগৰ video saisu but subscribe kora nasilu, aji kori dilu.. অতি সুন্দৰ কিছু আবেগ ভৰা ছুটি ছবি খুবেই ভাল লাগিল, বেলেগ ক'ব আৰু ভাষা নাই.... পিছৰ খণ্ডবোৰলৈ বাট চাই ৰ'লো....lv u zubeen daa 🥰🥰