Тёмный

PADMASHRI JADAV PAYENG | THE FOREST MAN OF INDIA | অসমৰ এগৰাকী পৰিৱেশ কৰ্মী।মুলাই তেখেতৰ উপনাম। 

The Old Trunk
Подписаться 230
Просмотров 12 тыс.
50% 1

‪@theoldtrunkk‬ JADAV PAYENG | THE FOREST MAN OF INDIA | অসমৰ এগৰাকী পৰিৱেশ কৰ্মী।মুলাই তেখেতৰ উপনাম।
Jadav "Molai" Payeng (born 31 October 1959) is an environmental activist[1] and forestry worker from Majuli, popularly known as the Forest Man of India. Over several decades, he has planted and tended trees on a sandbar of the river Brahmaputra turning it into a forest reserve. The forest, called Molai forest after him,[5] is located near Kokilamukh of Jorhat, Assam, India, and encompasses an area of about 1,360 acres / 550 hectares.[6][7] In 2015, he was honored with Padma Shri, the fourth-highest civilian award in India.[8] He was born in the Indigenous Mising tribe of Assam
He belongs to the Mising people tribe in Assam, India. He, along with his wife and 3 children (1 daughter and 2 sons), used to live at the house he had built inside his Forest. In 2012, Jadav built a house at No. 1 Mishing Gaon near Kokilmukh Ghat and shifted to this house with his family. Since then, they have been living in this house. Jadav, however, travels daily to his Forest to tend and look after the plants and trees. He has cattle and buffalo on his farm and sells the milk for his livelihood, which is his only source of income. In an interview from 2012, he revealed that he has lost around 100 of his cows and buffaloes to the tigers in the forest, but blames the people who carry out large-scale encroachment and destruction of forests as the root cause of the plight of wild animals.
যাদৱ পায়েং (ইংৰাজী: Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে।ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত[4] তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। বৰ্তমান সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল: অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ, মজ, শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেঁকীয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান। নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে। ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে। গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা। শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে।
#assamesenewstoday #forestmanofindia #assamesepodcast #travelholic #kaziranganationalpark #padmashri #mishing #enviorment #farmerpodcaste #farmer
#assam #green #gogreen #jungle #junglesafari #molai #forest #earth #greenearth #environment #worldenvironmentday #plants #plantation #tree #savetrees #saveplanet #saveearth #savejungle #greenery #oxygen #forest #india #amazon #weather #unfiltered
The old Trunk.
CHILDHOOD MISCHIEVOUS, PRESENT SECRETS
PRESENTED BY SANKAR BORAH.
Rewinding old memories
"Rewinding Old Memories" delves into the art of revisiting past experiences, whether cherished or challenging, through the lens of memory. It explores the intricate process of recalling events, emotions, and sensations, often with a sense of nostalgia or introspection. Through this subject, one can examine how memories shape identity, influence decision-making, and contribute to personal growth. It invites contemplation on the fluid nature of memory, its reliability, and the transformative power of revisiting the past with a fresh perspective. From simple recollections to profound reflections, "Rewinding Old Memories" offers a journey through the tapestry of human experience.

Опубликовано:

 

1 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 15   
@theoldtrunkk
@theoldtrunkk 14 дней назад
সকলোৱে আমাৰ চেনেলটো চাবস্ক্ৰাইব কৰিব, আপোনালোকৰ সহায় সহযোগ বহুত প্ৰয়োজন।
@madhukantakhakhlari1476
@madhukantakhakhlari1476 3 месяца назад
পায়েং ডাঙৰীয়া ভগৱানে আপোনাক দীঘায়ো কৰক। ময়ো ঘৰৰ ওচৰতে সাত বিঘা মান বিঘামান বিভাগীয় মাটিত প্ৰায় 700টা গছ ৰোৱা হল লেতেকো, কলাজামুক অৰ্জুন শিলিখা ভোমোৰা গৰ্জন মেহেগানি আজাৰ আদি কেইবাবিধো গছ 1998 চনৰ পৰা আজিলৈকে ৰুই আছো।
@theoldtrunkk
@theoldtrunkk 3 месяца назад
আপোনাৰ কমেনটো প়াই ভাল লাগিলে । আমাৰ আগন্তুক ভিডিঅ” বোৰ চাৱ বুলি আশা থাকিল । আপোনাৰ থিকনাটো দি ৰাখিব, কেতিয়াবা আপোনাৰ হাবিখন খন চাবলৈ আহিম । ধন্যবাদ ॥
@CaugarLion
@CaugarLion 3 месяца назад
Sir Mur Logor Ajonu apunar usorole goisile Phd Koribole 🥰🙏
@aruncharoh6722
@aruncharoh6722 3 месяца назад
Payang sir COVID corona sob misa aitu bjp
@JibonDeka-he1vz
@JibonDeka-he1vz 3 месяца назад
বছৰি এসপ্তাহৰ বাবে হ'লেও লকদাউন দিয়াটো অতিশয় প্ৰয়োজনীয়।
@MonNilim-xm7fq
@MonNilim-xm7fq 3 месяца назад
বৰ ভাল লাগে চাৰৰ প্ৰতিভা সমূহ 💞🥰🤗👌👍🙏
@junsaikia9196
@junsaikia9196 3 месяца назад
Khub val lagil ....hosakoi 1week year t bondha dibo lage 🙏
@munmunipayeng
@munmunipayeng 3 месяца назад
🙏🙏
@NilakantaPatiri-hu8vl
@NilakantaPatiri-hu8vl 3 месяца назад
❤❤❤❤❤❤❤❤❤❤❤❤
@AnjalNarah
@AnjalNarah 3 месяца назад
This is good life ❤❤❤🎉🎉
@minapegu675
@minapegu675 3 месяца назад
Bahut val lagil
@theoldtrunkk
@theoldtrunkk 3 месяца назад
🙏
@hareswardas9881
@hareswardas9881 3 месяца назад
আটাইতকৈ উপযুক্ত বাৰ্তালাপ
@theoldtrunkk
@theoldtrunkk 3 месяца назад
🙏
Далее
#kikakim
00:10
Просмотров 12 млн
Лучше одной, чем с такими
00:54
Просмотров 654 тыс.
Meet JADAV PAYENG • Forest Man of India
17:33
Просмотров 25 тыс.