Тёмный
No video :(

Joymola - Shankuraj Konwar | Niranjan Goswami | Diganggana Bora | Harpal Saikia | Aniruddha Barua 

EAHB Media
Подписаться 149 тыс.
Просмотров 657 тыс.
50% 1

Presenting #Joymola (Music Video) by #ShankurajKonwar exclusively on EAHB Media.
--------------------------------------------------------------
Connect with Eikhon Axom Hoi Bhai Media:
👉 bit.ly/SubEAHB...
---------------------------------------------------------------
Joymola by Shankuraj Konwar
Presented by EAHB Media in association with Madmax Entertainment
Audio Credits:
Singer: Shankuraj Konwar
Lyrics-Composition: Niranjan Goswami
Dhol: Lachit Boruah & Biswajit Gogoi
Taal-Gogona: Janmoni Phukon
Pepa:Pity Borah
Flute: Koilash Rabha
Keyboard: Dipkesh Buragohain
Bass: Joydeep Dev Ray
Recorded by Ripunjay Sharma @ Studio Dreams (Ghy)
Mixed and Mastered by Jintu Bordoloi
Video Credits :
Direction and Concept by Aniruddha Barua
Cast: Shankuraj Konwar, Diganggana Bora, Harpal Saikia,Ssumi Sinha, Jay Saikia, Rony Borborah, Antara GG Choudhary
Production House: Bapukon Films
Cinematography: Aniruddha Barua
Choreography: Gayatri Boro
Editing :Amlan Jyoti Rajkhowa
Colour Grading: Upamanyoo Das
Chief AD: Chinmoy Dutta
Art Direction: Chandan Deka
2nd Cam: Krishanku Bidyarthy
Drone: Krishanku Bidyarthy
Camera AC: Ankita Upadhaya
Executive Producer: Rony Borborah
Production: Chandan Deka
LP: Niranjan sarma
MUA: Akash gogoi
HMU Assistant: Sangita Gogoi
Lights: Abul Da/Ritu
Light Boy: Pulak Nath/Rubul da
Camera Attendent: Jayanta Das
Spot Boy: Tiku, Dipak
Cook: Rana, Sultan
Special Thanks to Bihu Cast:
Boys: Sukle, Dhan, Manas, Mon, Pinku, Madhu, Jadhu, Bihari, Krishna, Lakhya
Girls: Maya, Anjali, Papor, Priya, Richa, ⁠Nisha, Dhunu, Matu, Chandana, ⁠Sujainika
[Lyrics]
জয়মলা
গিৰিং গিৰিংকৈ মেঘে গৰজিলে
দাঁও-ধিন দাঁও ধিন দাঁও কৈ
ঢোলেও গৰজিলে
পেঁপাৰে শুৱলা মাত
(হয় বান্ধৈ হয়)
বতাহ বৰষুণে বৰদৈচিলা আহিছে
বৰবিহু লাগিছে গাত
ঐ মেঘতে জিলিকে ঐ
বিজুলী চতকে
আকাশতে জিলিকে তৰা
এ বিহুতলিত জিলিকে
অ’ আমাৰে নাচনী
তাতোনোকৈ একাটি চ’ৰা
টিটৌ ইটিটৌ টিতয়া পাত
আমাৰে নাচনী ততে নাইকিয়া গাত
এ কিনো অসমীয়াৰ
বিহুটি আহিলে বিহুটি আহিলে
গৰু ছালে লগালে মাত কি ঐ
মাতে কি ঐ
গৰু ছালে গৰু ছালে লগালে মাত
পদূলিৰ মূৰতে সুহুৰি মাৰি থৈ
এ ৰংমন ক’লৈনো গ’ল
কমানত থাকোতে হায় ঐ চিঞৰি
চিঞৰি পঢ়িছিলো চিঞৰি পঢ়িছিলো
এংকৰি বেংকৰি
ওলাই আহা লাহেকৰি
বগে সেৱা কৰি বগে সেৱা কৰি যাঁও
বিহুৰে তলিতে হায় ঐ মৰমে
মৰ্মে ঐ মাতিছো
ৰঙিলী পমিলী সৰু দৈ নাচনী
আহ ঐ
একেলগে বিহুকে একেলগে বিহুকে গাঁও
এহে জয়েমলা নাহৰে পেলালে কলি
কলি জয়েমলা নাহৰে পেলালে কলি
কলি জয়েমলা
কেতেকীয়েও মেলিলে
কেতেকীয়েও মেলিলে পাহি
আমে মলিয়ালে
হয় অ’ হয়
যামে মলিয়ালে
হয় হয় হয়
লঠঙা বিৰিখে কুঁহিপাত মেলিলে
বিহুটি পালেহি আহি
জয়েমলা
নাহৰে পেলালে কলি
জয়েমলা
তগৰেও পেলালে কলি
এ গাততে ধৰিলো কলিয়া কুঁচিয়া
শিলতে ধৰিলো বামি
বিহু মাৰিবলৈ আহিছো দদাইদেও
একেলগে নাচিমে আমি
জয়েমলা
নাহৰে পেলালে কলি
জয়েমলা
তগৰে পেলালে কলি
জয়েমলা
কেতেকীয়েও মেলিলে
কেতেকীয়েও মেলিলে পাহি
আমে মলিয়ালে
হয় অ’ হয়
যামে মলিয়ালে
হয় হয় হয়
লঠঙা বিৰিখে কুঁহিপাত মেলিলে
বিহুটি পালেহি আহি
জয়েমলা
নাহৰে পেলালে কলি
জয়েমলা
তগৰে পেলালে
তগৰেও পেলালে কলি
লাওলৈ এইবুলি বাঁহৰে হেন্দালি
কোমোৰালৈ বুলি ছাল
ফাটবিহু তলি কি যে ঐ শুৱনি
দেখিয়েই লাগিছে ভালে জয়েমলা
নাহৰে পেলালে কলি
জয়েমলা
তগৰে পেলালে কলি
জয়েমলা
কেতেকীয়েও মেলিলে
কেতেকীয়েও মেলিলে পাহি
আমে মলিয়ালে
হয় অ’ হয়
যামে মলিয়ালে
হয় হয় হয়
লঠঙা বিৰিখে কুঁহিপাত মেলিলে
বিহুটি পালেহি আহি
জয়েমলা
নাহৰে পেলালে কলি
জয়েমলা
তগৰে পেলালে
তগৰেও পেলালে কলি
Label & Music Publisher: Eikhon Axom Hoi Bhai Media
For business inquiries, mail to hello@eahbmedia.in
© ℗ Eikhon Axom Hoi Bhai Media, Shankuraj Konwar and Madmax Entertainment. All Rights Reserved.
Find us on Social:
SHANKURAJ KONWAR
Facebook: / shankurajkonwarofficial
Instagram: / shankuraj_konwarmusical
EAHB MEDIA
Facebook: / eikhonaxomhoibhai
Instagram: / eahbmedia
MADMAX ENTERTAINMENT
Facebook: / madmaxghy
Instagram: / madmax_entertainment_o...
BAPUKON FILMS
Facebook: / bapukonfilms
Instagram: / bapukonfilms
DIGANGGANA BORA
Facebook: / diganggana.bora
Instagram: / diganggana_bora
HARPAL SAIKIA
Facebook: / harpal.saikia.77
Instagram: / harpalsaikia
NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
___________________________________
Enjoy & stay connected with us!
👉 Subscribe to Eikhon Axom Hoi Bhai Media: 👉 bit.ly/SubEAHB...
👉 Like us on Facebook: / eikhonaxomhoibhai
👉 Follow us on Instagram: / eahbmedia
Joymola | Shankuraj Konwar | Niranjan Goswami | Diganggana Bora | Harpal Saikia | Aniruddha Barua | EAHB Media | Madmax Entertainment | Bapukon FIlms

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 555   
@anujgogoi8666
@anujgogoi8666 5 месяцев назад
বহুত বছৰৰ মূৰত মাটিৰ গোন্ধ থকা বিহু দেখোন এইটো!! অৰ্থহীন বাদ্যযন্ত্ৰবোৰ নথকা বাবে তাহানিৰ দিনলৈ মনত পৰি গৈছে। গীতটিৰ আঁৰৰ সকলোলৈ ধন্যবাদ।
@santanunath7138
@santanunath7138 5 месяцев назад
Fb. J j j t.
@Ahumpwali2.0
@Ahumpwali2.0 3 месяца назад
😊😊😊😊
@Julushreegogoi4645
@Julushreegogoi4645 5 месяцев назад
আপোনাৰ প্ৰতিটো গীতৰে একোটা সুকীয়া মাদকতা আছে। তাতে আপোনাৰ এই জয়মালা গীতটিয়ে চিনাকি মাটিৰ গোন্ধ এটা বিয়পাই পেলালে। হেৰুৱা সুবাস এটা বিচাৰি পালোঁ গীতৰ সমগ্ৰ পৰিকল্পনাৰ মাজত। উভতি গʼলো পুৰণি দিনলৈ। ৰোমাঞ্চকৰ হৈ উঠিল ৰ্মূহুতবোৰ। এনে এটি গীত কথাৰে অসমবাসীক পুনৰুজ্বীৱিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ
@gogoiaxomia1426
@gogoiaxomia1426 4 месяца назад
এনেকুৱা লাগিছে জোনবাই, জানমণি দিনবোৰ যেন ক্ষন্তেকৰ বাবে উভতি আহিল❤
@ambeswargogoi8
@ambeswargogoi8 5 месяцев назад
লিষ্ট ওপৰত লিষ্ট ওলাই থকাৰ পৰত খাটি বিহু অকন শুনিলোঁ। ৰক্ গোৱা শংকুৰ মাতত বিহু অপূৰ্ব হৈছে। অপূৰ্ব ❤❤।
@abhinavborgohain3525
@abhinavborgohain3525 5 месяцев назад
When Shankuraj meets Bihu, a combination you can't skip definitely, that too ft. Savage King ❤️🔥
@jimidas7050
@jimidas7050 4 месяца назад
এয়াই আপোন আপোন, প্ৰকৃত অসমীয়া, নিজস্বতাত উমলি থকা এখিনিমান আবেগ। এই গীতবোৰ জী থাকক বহুযুগলৈ। পুৰণি পুৰণি ভাৱ এটাৰে সৈতে বৰ ধুনীয়া বিহুগীত❤️ , বাকী দিগাংগনা জুই❤️
@rajivdas9937
@rajivdas9937 5 месяцев назад
Shakuraj aru iman dhunia Bihu ,,, Can't believe 😂 Mojja hoise...❤
@jyotibikashgarg8609
@jyotibikashgarg8609 5 месяцев назад
বহুত দিনৰ মূৰত এনে কোৱা এটা নিভাজ বিহু গীত শুনিবলৈ পায় বহুত সুখী হ'লেও । বহুত বহুত শুভেচ্ছা জনালোঁ।
@pallabimorang7757
@pallabimorang7757 5 месяцев назад
নিষ্পাপ,কলুষতাবিহীন পুৰণি পৃথিৱীখনলৈ লৈ যোৱাৰ বাবে অশেষ ধন্যবাদ৷❤❤
@jimlydas6841
@jimlydas6841 5 месяцев назад
আজিৰ প্ৰজন্মই পাহৰি পেলাইছিল আমাৰ বিহুৰ নিজৰ সুকীয়া ৰং আছে। আপোনাৰ কামে সেই সপোন বাস্তব কৰিলে যে এই যুগতো সেই পুৰণি বিহুৰ সুবাস পাব পাৰি.... আপোনাৰ কামক লৈ বহুত গৰ্বিত অনুভৱ কৰোঁ অসমীয়া হিচাপে❤️
@gauravgoswami4429
@gauravgoswami4429 5 месяцев назад
Akdom khati oxomiya pure bihu gaan...ajir generation or hoiu je aeuluke bihur morjoda tu bojai rakhise...xeitu ki gaan aru ki music duyuta falerei...bohut bohut bohut bohut val lagise ❤❤❤ Joy Aai Axom❤
@jeetsaikia-ff8qg
@jeetsaikia-ff8qg 5 месяцев назад
আপ্লুত হৈছোঁ । বিহু বিহু তীব্ৰ অনুভৱটোৱে মনটো ৰঙাই পেলালে। বৰ ধুনীয়া হৈছে । গোটেই দলটোকে মৰম আৰু অভিননন্দন জনালোঁ ।
@antaripgogoi4874
@antaripgogoi4874 5 месяцев назад
Always wondered how Shankuraj dar Bihu lyrics would sound ✨.. after getting this song.. just satisfied with the whole vibe ..the lyrics got the power with the essence of orginal bihu geets of Assam 🙇🙇 Want more like this Shankuraj da❤
@kangkanborah6556
@kangkanborah6556 5 месяцев назад
He proved that RAW bihu songs still can make earthquakes in assam❤
@exotic_youtuber
@exotic_youtuber 5 месяцев назад
ফাট বিহু আৱেগ আমাৰ গৌৰৱ ❤️
@wolverine0
@wolverine0 5 месяцев назад
বহুত দিনৰ মূৰত খাটি বিহু শুনি খুব ভাল লাগিল।❤ নহলে আজিকালি টো বিহুত বিহুৱেই নাথাকে, আধুনিক কৰাত ইমানেই লগে যে আচল বিহুটোয়েই নাইকীয়া কৰি দিয়ে,😢 বহুত বহুত ধন্যবাদ🙏
@user-hw6ul5ut2j
@user-hw6ul5ut2j 5 месяцев назад
শংকুৰাজৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ ৷ যোৱাকালি নগাঁওতে বৰ ভাল প্ৰগেম এটা কৰিলে ৷ জুবিন পাপনৰ পিছতে শংকুৰাজক অসমৰ ৰাইজে আকোঁৱালি ল’ব বুলি মোৰ দৃঢ় বিশ্বাস ৷ শংকুৰাজ তুমি অসমৰ মাটিৰ গোন্ধ থকা চিত্ৰনাট্য আৰু কাহিনী লৈ ভিডিঅ’ বোৰ কৰিবা ৷ অসমৰ মানুহে তোমাক মৰম দিব ৷ বৰ ভাল বিহু বনাইছা ৷ মৰম থাকিল তোমালৈ ৷ মই নগাঁৱৰ পৰা কৈছোঁ ৷
@user-yb8lm2ro4j
@user-yb8lm2ro4j 4 месяца назад
,পাছত বুলি কলে বেয়া হব। শংকুৰাজ ৰ এক সুকীয়া স্থান আছে
@diptyabhashgagoi5727
@diptyabhashgagoi5727 5 месяцев назад
আধুনিক বিহু গায়কবোৰে এইটো শুনাৰ পিছত নিশ্চয় জ্বলা জুইত জাঁ‌প দি মৰাৰ চিন্তা কৰিব।
@samarjyoti312
@samarjyoti312 5 месяцев назад
😂 একদম
@diptyabhashgagoi5727
@diptyabhashgagoi5727 5 месяцев назад
​@@samarjyoti312"পাপৰ" বোলাটোৰ fusion বিহু শুনিলে যে দুচেও দিবলৈহে ইচ্ছা হয়।
@gaurabgogoi
@gaurabgogoi 5 месяцев назад
Moja desa bro
@diptyabhashgagoi5727
@diptyabhashgagoi5727 5 месяцев назад
@@gaurabgogoi জাতিটোৰ খহনীয়া দেখিলে বহুত খং উঠে। "পাপৰ" বোলাটোৱে যে Remix বিহু আৰু Remix লোকসংগীতসোপা গায়, মোৰ যে চিটিকনি এচাৰিডাললৈ হে মনত পৰে। "মামা" বোলাটোৱে আকৌ এইবোৰ নেদেখে।
@j.r213
@j.r213 5 месяцев назад
Ekdom
@rupamoniboruah8799
@rupamoniboruah8799 5 месяцев назад
Khati oxomiya bihu..birat bhal lagil👌
@hiranyadeka111
@hiranyadeka111 5 месяцев назад
Ekmatro Shankuraj Daar krne ahilu.... Gaantu nuxunarr agote LIKE disuuu ❤
@jintusaikia5935
@jintusaikia5935 5 месяцев назад
Like dise vl kotha. Kintu andho bhokto huwatu vl kotha nohoi
@satyahandique5108
@satyahandique5108 5 месяцев назад
শংকুদাৰ গীত সদায়েই শীর্ষত। চকু মুদি লাইক কৰিব পাৰি দাদা
@dipjoyti_das33
@dipjoyti_das33 5 месяцев назад
MOI DIGANGGANA BAA R KARONE SAISU NOHOLE BAKI KEITAK TU SINI NAPAU DIGU❤❤
@achyutgogoi4398
@achyutgogoi4398 5 месяцев назад
Ondho bhokto nohoba baba
@wyrdo_21
@wyrdo_21 5 месяцев назад
অন্ধ ভকতিৰ কি কথা আছে!? খাটি বিহুগীত এইটো। পুৰণি ফকৰা আৰু বিহুকলিৰে পূৰ্ণ।❤ এনেকুৱা composition আজি কালি পাবলৈয়ে টান। জগতৰ পেনপেনিয়া lyricsৰে গান বনাই!😢
@axomiyatumanjit
@axomiyatumanjit 5 месяцев назад
সচাই কবলৈ নাই ভাষা কিমান ধুনীয়া, বিহু বিহু লাগিছে গাত, বিহু (জয়মালা) হুচুৰি (puspa parijat) দুয়োটাই ভাল লাগিছে ❤। Love from Udalguri. TANGLA ❤
@Deepbubu
@Deepbubu 5 месяцев назад
আজৈঐ নেৰিবা বিহু বিহু লাগিলেই গাত ।বহুত বহুত ভাল লাগিল। এইটো এইবাৰ বহুত বাজিব।
@biswajitthengal1783
@biswajitthengal1783 5 месяцев назад
আশ্চৰ্যকৰ দাদা ❤❤❤❤ বৰ সুখী হলোঁ
@geetashrinath1200
@geetashrinath1200 5 месяцев назад
আপোনাৰ গীতসমূহ মোৰ খুব প্ৰিয় ❤️ মাজুলীৰ পৰা শুভেচ্ছা আৰু মৰম যাচিলো 💙
@kashmirideka8900
@kashmirideka8900 4 месяца назад
The front yard of the house is so clean...... beautiful Assamese village home
@rantugogoi6486
@rantugogoi6486 5 месяцев назад
বহুত দিনৰ মূৰত মনে বিচৰা ধৰনৰ এটি বিহুগীত পালোঁ । শুভেচ্ছা জনালোঁ।💐💐💐
@Rhino-Boy-06
@Rhino-Boy-06 4 месяца назад
বিহু আধুনিক হ'ল আগৰ দৰে সকলোৰে ঘৰত দেখা নাপায় এতিয়া বিহু বেপাৰ হৈ পৰিছে মঞ্চত আৰু ধনী মানুহৰ ঘৰত হে দেখা যায় পিছপৰা মানুহৰ সেইকন সুখ নাই আৰু 🥺🥺🙏🏻🙏🏻
@fameff3431
@fameff3431 4 месяца назад
Feeling like a one sided love story represent by music 🥹🥹😍😍😍🥰😍😍😍😍😍😍😍😍🩷🩷🤍🤍🤍🤍🤍🤍🤍🤍 loved it
@biswajitkhaund9501
@biswajitkhaund9501 4 месяца назад
Mind blowing bihu song. Thanks to Shanku for the melodious, shrill & pure Authentic bihu with beautiful lyrics. Shanku, glad to see you as a great bihu dancer. Your steps , pause & Gestures are perfect. Shanku, Waiting eagerly to visualise another album with your voice & dance. God Bless you.
@user-gu5zt8er5u
@user-gu5zt8er5u 4 месяца назад
দাদা বিহু জুই হৈছে ডিব্ৰুগড় দিকম ইকৰাটলি পৰা বহুত মৰম দিলোঁ ❤❤❤❤
@kanishkadas4935
@kanishkadas4935 5 месяцев назад
Beautiful videography❤❤
@tinkubhorali2087
@tinkubhorali2087 5 месяцев назад
When I say I like bihu, this is exactly what I mean 😎❤
@sborah4561
@sborah4561 5 месяцев назад
কি সুন্দৰ লাগিল ঔ, বিহু গাত লাগি ৰ'ব নোৱাৰা হ'লো আৰু🥰🥰
@Miss78327
@Miss78327 5 месяцев назад
Harpal daa r karone ata like
@user-vb2sk6np4z
@user-vb2sk6np4z 4 месяца назад
আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনালোঁ ❤🙏
@subhashisdutta9571
@subhashisdutta9571 5 месяцев назад
Apunar Voice t bihu geet ata hunibo akha asil.....aji puron hol....aibar bihu program hilibo🔥🔥
@rinjukalita7175
@rinjukalita7175 5 месяцев назад
❤🤗 waah হুঁচৰি practice কৰাৰ time ত কৰা অভিমান মৰম খিনি, আকৌ বাছত বহি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি কৰি ফুৰা competition, চোতাল বিহু মনত পৰি গল। তেতিয়া অনুভবে হোৱা নাছিল যে সেই সময় খিনি কিমান 😭 ধুনীয়া আছিল
@narasimhulunosina7632
@narasimhulunosina7632 14 дней назад
I don't understand the lyrics but I like this melodious music and Shankuraj sir's voice ❤❤❤❤ from Andhra Pradesh
@chayangaming6829
@chayangaming6829 5 месяцев назад
The real one ❤️
@bindassguitarist3868
@bindassguitarist3868 3 месяца назад
Bohut dhunia lagile gaan tu ❤❤
@Bornali17
@Bornali17 5 месяцев назад
Bhout dinor murot ATA hundor gaan hunilu .... Adhunikotar dinot hokolu singar atak Ari antu uporr gaan gaise kin2 puronik pahori goise ... Sankuraj da akhyk dhanyabad emn dhunia ATA gaan upohar dwa babe ❤❤
@KaSiYali
@KaSiYali 5 месяцев назад
বিহুক 'বিহু' হিচাপেই উপস্থাপন কৰা বাবে ভাললাগিল।ৰুচিশীল চিন্তাৰ বহিঃপ্ৰকাশক শলাগ নলৈ নোৱাৰিলোঁ।শুভেচ্ছা থাকিল।ভাল হওক সকলো।
@debasishdutta425
@debasishdutta425 5 месяцев назад
Xub hundor hoise geet tu .. bohut dinor murot enekua eta raw bihu hunisu ...
@snigdhasaikia5737
@snigdhasaikia5737 5 месяцев назад
Got goosebumps. Korobat bhitoror oxomiyakhini abegik hoi uthil. Bihur khati roop tu dangi dhorar babe bohut bhal lagil.
@ujjaljyotigautam4915
@ujjaljyotigautam4915 5 месяцев назад
School'or bihu naam monot pelai dili bhai Shanku.....mojja....the same old vibe😍🎉
@hrittiksaikia5918
@hrittiksaikia5918 5 месяцев назад
Harpal da + Shanku da=🔥🔥🔥
@bkochchem1989
@bkochchem1989 5 месяцев назад
জোনবাইৰ শৰতৰ ধুনীয়াৰ পাছত শংকুৰাজৰ জয়মলা : বিহুনামৰ ক্ষেত্ৰখনত মান (benchmark) নিৰ্ণায়ক নতুন সংযোজন ❤
@baishalikonwar6135
@baishalikonwar6135 5 месяцев назад
Bohut bohut dhanyabad Shankuraj daa. Bohu bosor pasot ata bhal bihu gaan hunibo palu. Anekoi apuni aguwai juok. ❤️❤️❤️❤️❤️❤️
@ramanandyt5021
@ramanandyt5021 4 месяца назад
Ufff aibar bihu gorom ... Shankuraj Vibes is always on..❤
@rahuldeka9579
@rahuldeka9579 5 месяцев назад
Shankuraj da hits the range 🎉💥... The bihu bomb 💯
@pallabidutta3393
@pallabidutta3393 5 месяцев назад
ঢকুৱাখনাৰ পৰা মৰম পঠালোঁ ❤❤❤
@angshubora1982
@angshubora1982 4 месяца назад
Bohut val hoise ❤
@mr.jutish6203
@mr.jutish6203 5 месяцев назад
Original বিহু ❤
@pj.pranjalsaikiaofficial8487
@pj.pranjalsaikiaofficial8487 5 месяцев назад
Bihu is about to come And Shankuraj Da give this masterpiece ❤
@jitulgogoi4809
@jitulgogoi4809 5 месяцев назад
খুৱই সুন্দৰ হৈছে বিহু ,Harpal দা মজা ❤
@himangshugoswami1670
@himangshugoswami1670 5 месяцев назад
Bhut bhut bhut bhut moja...xosai asorit ooo bhut xundar
@palashgogoi8773
@palashgogoi8773 4 месяца назад
Assamese culture tu Iman dhunia koi highlight korise ❤😘
@DimpolDeka-tk3ot
@DimpolDeka-tk3ot 4 месяца назад
Hapal da , sankuraj da , diggangana baa ekdom pure song aru acting xeikarone ahilu xub dhuniya
@user-iy7mw8im6y
@user-iy7mw8im6y 5 месяцев назад
Excellent sankhuraj kokai....❤ ইমান সুন্দৰ বিহু গীত ❤
@parthapratimborah1135
@parthapratimborah1135 5 месяцев назад
Shankuraj xodai favourite.bcz jiyei kaam kore..khub xundor hoi..love u SK
@dipaliborah1288
@dipaliborah1288 Месяц назад
সুন্দৰ
@sanjibchangmai4159
@sanjibchangmai4159 4 месяца назад
এইটো হে আচল বিহু গীত ❤
@devoleenanath490
@devoleenanath490 5 месяцев назад
বিহুৰ সমান ধুনীয়া একো নাই....❤️❤️
@mitaligogoi7605
@mitaligogoi7605 5 месяцев назад
কথাখিনি বৰ সুন্দৰ ৷ ধন্যবাদ শংকুৰাজ কোঁৱৰলৈ ৷বহুবছৰৰ মূৰত এনে এটি বিহুগীত শুনিলোঁ৷
@munmibaruah3705
@munmibaruah3705 5 месяцев назад
গীত টো শুনি সুখতে মন তু ভৰি আহিছে । বহুত দিনৰ পাছত নিজৰ বিহু শুনা যেন লাগিছে ।❤
@BhaiolinaBorah
@BhaiolinaBorah 5 месяцев назад
ending tu mozza 😂❤
@kpboruah9641
@kpboruah9641 5 месяцев назад
Shankuraj konwar aru acting ...woww...😮😮😮😮😮😮
@milifestylemr.bhabendutta4722
@milifestylemr.bhabendutta4722 5 месяцев назад
Harpal da jui lagise like ata dia 🎉🎉🎉🎉
@biduytbikashsarmathakur1620
@biduytbikashsarmathakur1620 5 месяцев назад
খাটি বিহু❤
@sibaprasad8382
@sibaprasad8382 4 месяца назад
Love from Kerala ❤❤....happy rongali bihu....and shankuraj da.....love u...
@maina8366
@maina8366 5 месяцев назад
বিহু বিহু লাগিছে গাত❤️ শংকু দা বহুত বেছি ধন্যবাদ এনে এটা গীত দিয়াৰ বাবে❤️
@ranjangogoi583
@ranjangogoi583 5 месяцев назад
Bohut dinor murot pure dhulor matere mzaa bihu eta hunilu 💥💥💥💥
@changfittnessnature2557
@changfittnessnature2557 5 месяцев назад
Xundor….purona bihur feel dise…eibaar husori gaai vaal laagibo ❤
@minakshichetia7528
@minakshichetia7528 4 месяца назад
Outstanding sanku da❤❤❤❤❤🎉🎉🎉
@kuhiborah816
@kuhiborah816 5 месяцев назад
Second bar hunilu aru Second bar comment korisu gan bonale enekua hobo lage jate ebar huni next ako ebar mon zai like zubeen da nisina moza lagi gol.......dada
@junalimachiya6056
@junalimachiya6056 5 месяцев назад
Its my 3rd time😂
@Musictraveller.
@Musictraveller. 5 месяцев назад
আগৰ সেই বিহুৰ সোৱাদ পালোঁ দিয়ক Shanku da💚💚💚💚💚💚
@54.gayatritamuli47
@54.gayatritamuli47 5 месяцев назад
Hunile huniye thkibo mn jai ...ki moza moza gaan bonaise dada❤❤❤❤❤
@Rontuchutia
@Rontuchutia 5 месяцев назад
Dhuniya da 🎉❤
@chitrajitkonwar5476
@chitrajitkonwar5476 5 месяцев назад
king you drop this masterpiece just before the BIHU . love to hear at this time ❤
@shkimoniboravlog7824
@shkimoniboravlog7824 Месяц назад
Royal singer ❤️
@Cheeku786
@Cheeku786 4 месяца назад
ইমান নিভাঁজ... এনেকুৱা দুই এটা মাজে সময়ে দি থাকিব বুলি আশা ৰাখিলোঁ দাদা ❤
@gourovdowarah1877
@gourovdowarah1877 3 месяца назад
The song is amazing ❤
@guptamoniborah1336
@guptamoniborah1336 4 месяца назад
এনেকোবা গীতবোৰতহে আচলতে বিহু মাদকতা পোৱা যায় ❤
@leenahandique4285
@leenahandique4285 5 месяцев назад
অতি সুন্দৰ । বহুত ভাল লাগিল।
@dipakchandradas6628
@dipakchandradas6628 4 месяца назад
It's too good❤
@intelgentbaba6732
@intelgentbaba6732 5 месяцев назад
The Banger of bihu ❤
@rockydada56
@rockydada56 4 месяца назад
ghoosbumpssssssss
@purobeegogoi1343
@purobeegogoi1343 5 месяцев назад
Bhal lagil❤❤
@dipankargogoi97
@dipankargogoi97 5 месяцев назад
❤ Refreshingly different, this dude Sankuraj is a true blue versatile. He's like fish to water at everything he does. 🎉🤩
@anamikahaloi1068
@anamikahaloi1068 5 месяцев назад
Bohut val lagil. Duitai mur favorite. Best wishes to you all..
@sangitachetia8519
@sangitachetia8519 4 месяца назад
Aiya he asol bihu....khub hundor ❤
@pd3414
@pd3414 5 месяцев назад
Nasoni keijoni bahut duniya nasise dai❤
@TaptiRupanjan
@TaptiRupanjan 3 месяца назад
Gitawali Rajkumari aru Gayatri Mahantar pisotei Diganggana Bora assamese timeless beauty 😍
@parikhitmedhipretech3609
@parikhitmedhipretech3609 5 месяцев назад
Sanjur daa ufffff bihu ....kya abaj o ❤
@mrgogoi04
@mrgogoi04 5 месяцев назад
ভাল লাগিল বহুদিনৰ পাছত এনেকুৱা বিহু এটা শুনি ❣️
@kaushikbhuyan17
@kaushikbhuyan17 5 месяцев назад
Shankuraj never disappoints us. Zubeen Papon or pisot aji 1ta val bihu hunilu
@user-cu4rd4zn4z
@user-cu4rd4zn4z 4 месяца назад
Tamam lagise ekebare mon 2 vl lagi goise ❤❤❤
@kapilbora7852
@kapilbora7852 5 месяцев назад
এনেকুৱা বিহু শুনিয়েই ভাল লাগে..
@ishanpratimkashyap9304
@ishanpratimkashyap9304 5 месяцев назад
I don't know how and why Shankuraj Konwar occupied a special part of my heart ❤
@bikashsaikiavlogs
@bikashsaikiavlogs 5 месяцев назад
Shanku da harpal da 😭💖 baht dhuniyaaaa ❤
Далее
When I met the most famous Cristiano
01:03
Просмотров 11 млн