Stream ~ Kar Agomon | Shankuraj Konwar | Assamese song (lyrics Video)
#assamesenewsong #karagomon #shankurajkonwar
(lyrics)
কাৰ আগমন, নিঃশব্দ গোপন।
সপোনত ভুমুকি মাৰি
সোধে মোক ।
তুমি কোন, তুমি কোন।
তুমি আছা ক'ত, নিলগত নে,
কাষত দিবানে হৃদয় খুলি!
জানো সোন জানো সোন।
টোপা টোপে সৰিছে মূকুতা বৰষুণ
শুনিছানে সুৰ
তুমি জোন তুমি জোন !
কাৰ আগমন, নিঃশব্দ গোপন।
সপোনত ভুমুকি মাৰি
সোধে মোক ।
তুমি কোন, তুমি কোন।
নাযাবা আঁতৰি ৰাতি দোভাগ
থাকাচোন কাষতে থাকা।
আছে পাতিবলে বহুতো কথা
জনাবানে এবাৰ মোক তুমি কোন !
কাৰ আগমন, নিঃশব্দ গোপন।
সপোনত ভুমুকি মাৰি
সোধে মোক ।
তুমি কোন, তুমি কোন।
জনাবানে তুমি কোন !
জনাবানে তুমি কোন !
26 апр 2024