Тёмный

KOTONU JATONA // RANJAN CHUTIA // WHPC // ASSAMESE GOSPEL SONG // 

Ranjan Chutia manik
Подписаться 14 тыс.
Просмотров 45 тыс.
50% 1

WH PC
CSINGER RANJAN CHUTIA
Financar : - Hiren gogoi
Dubbing:-manik chutia
Music composer :-Swapno Jyoti Moran
Edit:- Abhijeet phukan

Опубликовано:

 

21 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 269   
@gargeedoley
@gargeedoley 7 месяцев назад
Praise the Lord gurupita gittu huni bhal lagise Amen 🙏✝️✝️🙏🛐🛐🙏✝️✝️🙏🙏🙏
@sunaliduarah6306
@sunaliduarah6306 7 месяцев назад
Praise the lord.hotya isware pravo jisu pita prabitra pitri matri pruhit mohan guru pita guru maa gutei akhomote joy hok gutei bishowte joy hok. Amen aru amen.
@Junmonigogoi-be9fs
@Junmonigogoi-be9fs 7 месяцев назад
Praise the lord guru pitai 🙏🙏🙏 hallelujah hallelujah hallelujah 🙏✝️🛐🙏
@BarsaRuhi
@BarsaRuhi 7 месяцев назад
Dhoinnobad Amar atmar pita✝️🙏🛐🛐🛐💝 ay গীতৰ যোগেদি সকলো মানৱ জাতিয়ে যেন পৰিত্ৰাণ পাই hallyluah press tha lord ✝️🙏 Amen🛐💝✝️🙏 mon pran horir hat pori jua get dhoinnobad pitai ✝️💝🙏🛐
@rintidutta8746
@rintidutta8746 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ গীতটো খুব সুন্দৰ হৈছে পিতাই ❤️ আপোনাৰ চৰণত কোটি কোটি বাৰ সেৱা জনালো 🛐🛐
@lipikagogoi4434
@lipikagogoi4434 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🛐,হে ঈশ্বৰ তোমাক হত কোটি প্ৰণাম আৰু কোটি কোটি ধৈনবাদ, আৰু আমাৰ মহান গুৰুপিতা আৰু গুৰু মালৈ মোৰ সহস্ৰ প্ৰণিপাত নিবেদৰিছোঁ 🛐🛐🛐 ঈশ্বৰৰ এই গীতটি গোৱা ধৰণেৰে মোৰ জীৱনৰ গতি আছিল আৰু বহু দুখ কষ্টৰ পিছত ঈশ্বৰক পালোঁ আৰু গুৰুপিতাৰ দ্বাৰা ঈশ্বৰে মোক সহায় কৰিলে ।আজি মই এই শান্তিৰ জীৱন কেৱল মাত্ৰ ঈশ্বৰৰ পৰা পাইছোঁ 🙏 ,হে ঈশ্বৰ তুমি সকলোকে আশীৰ্বাদ কৰিবা পিতা আৰু যি সকল লোকে তোমাক এতিয়াও জানিব পৰা নাই তেওঁলোকক তুমি তোমাৰ চৰণলৈ শীঘ্ৰেই মনোনীত কৰিবা প্ৰভু ধৈনবাদ ,হালেলুইয়াহ, আমেন🛐🛐🛐🙏🙏🙏🙏
@JitulChutia-xp9bk
@JitulChutia-xp9bk 7 месяцев назад
সৰ্বশক্তিমান ঈশ্বৰক ধন্যবাদ জনাইছো 🙏✝️
@radhikasahu-nk6hj
@radhikasahu-nk6hj 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 আমাৰ মহান গুৰপিতাৰ পবিত্ৰ চৰণত সেৱা ও ধন্যবাদ জনাইছো 🙏🛐🛐🛐🛐🛐🛐🛐🛐 হে প্ৰভু গীতটো বহুত বহুত ভাল লাগিছে পিতা 🙏❤❤❤❤❤ হাল্লেলুয়া হাল্লেলুয়া আমেন ❤❤
@putumaibora9829
@putumaibora9829 7 месяцев назад
শুভ প্ৰভাতি প্ৰিয়ে একাজলী পুষ্পা জলী য়ে হে প্ৰভু যীচু তুমি আহা আমাৰ মাজলৈ ম ই মহা পাপি প্ৰভু দিয়া পৰিতান আচল পাতি ভৃক্ষা দুহাতেৰে বিচাৰো তোমাক হে প্ৰভু তুমি দয়াময় যীচুৰ হাততে আছে আমাৰ জীৱন আমি ৰোগি মহা পাপি কৰা উদ্ধাৰ যীচু আমাৰ ঈচৰ দয়ালু সব শক্তি মান প্ৰাণ ভৰি দিয়া প্ৰভু মোক আশীৰ্বাদ সদাযে তোমাৰ ল ও আমি তোমাৰ মান সৌৱা চোৱা আমাৰ যীচু য়ে আছে আমাক চাই জয় জয় প্ৰভু যীচু প্ৰিয়ে চিৰ যোগমিয়া শ্মৃতি ৰে 20=24=বৰ্ষ প্ৰিয়ে
@lakhigogoi5243
@lakhigogoi5243 7 месяцев назад
ঈশ্বৰৰ প্রশংসা হওঁক🛐 ঈশ্বৰে দিয়া গীতটী শুনিবলৈ বহুত বহুত ভাল লাগিলে এই গীতটী যোগেদি গোটেই পৃথিৱীত মহিমা হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐🛐🛐🛐🛐
@leenagogoi9664
@leenagogoi9664 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওক ৷ গুৰুদেৱক ঈশ্বৰে কুশলে ৰাখক ৷গুৰুপিতালৈ শতকুটি প্ৰণাম জনালোঁ ৷🙏🙏
@sumkidas500
@sumkidas500 7 месяцев назад
Praise the lord Amen hallelujah hallelujah
@nirojdeori7130
@nirojdeori7130 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক ❤❤❤ মহান গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ, আমেন ❤❤❤
@neepasahu735
@neepasahu735 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 গীতটো শুনি বহুত বহুত ভাল লাগিল পিতা। ঈশ্বৰে তোমাক সদায় শক্তি সাহস আৰু আনন্দ দিয়ক। 🙏🙏❤️❤️❤️
@parijatsaikia184
@parijatsaikia184 7 месяцев назад
ঈশ্বৰৰ প্ৰশ্ংসা হওঁক। গুৰুপিতাক প্ৰনাম আৰু সেৱা জনাইছোঁ। আমেন 🙏🙏🙏
@mithurajj6827
@mithurajj6827 7 месяцев назад
ইমান সুন্দৰ হৈছে পিতাই ভাষাৰে বুজাব নোৱাৰো গীত বোৰ শুনিলে বহুত শান্তি আৰু শক্তি পাওঁ ⛪✝️🛐
@gitanjoligogoi6279
@gitanjoligogoi6279 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏গুৰুপিতাৰ চৰনত শ্ৰদ্ধা আৰু সেৱা জনাইছো 🙏হে যীচু পিতা জীৱন্ত আত্মাৰ গীতৰ যোগেদি আমাক সদাই ধৰি ৰাখিবা 🙏আমেন 🙏🙏🙏
@bishwajitboruah7488
@bishwajitboruah7488 7 месяцев назад
ঈশ্বৰৰ প্রশংসা হওঁক। অতি সুন্দৰ গীত পিতাই। গুৰুজনাৰ এই মহান সৃষ্টি ৰাজিক কুটি কুটি বাৰ প্রণাম জনাইছোঁ। আমেন Praise the lord 🙏🙏🙏
@rubulbaruah9669
@rubulbaruah9669 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হত্তঁক গীতটো শুনি হ্ৰদয় চুই গৈছে পিতাই ইমান সুন্দৰ হৈছে ✝️✝️✝️🙏🙏🙏
@NibhaChangmai-jz7xo
@NibhaChangmai-jz7xo 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক। আপোনাৰ অপাৰ মহিমাক কোটি কোটি ধন্যবাদ। 🙏🙏🙏
@rupabora2769
@rupabora2769 7 месяцев назад
হে ঈশ্বৰ তোমাৰ এই গীতটোৰ জৰিয়তে সকলোকে আশীৰ্বাদ কৰিলা, গুৰু পিতা আৰু গুৰুমালৈ সেৱা জনাইছোঁ আমেন
@binuhazarika2535
@binuhazarika2535 7 месяцев назад
ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক।বৰ সুন্দৰ হৈছে গীতটো। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏🙏🛐🛐🛐🛐
@nitubarua3352
@nitubarua3352 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওক❤,পিতাই গীতৰ যোগেদি প্ৰভু যীচু ৰ কৃপা অনুগ্ৰহ সকলো লৈ হওক,আমেন🙏✝️🙏
@GitanjaliHazarika-jp7ur
@GitanjaliHazarika-jp7ur 7 месяцев назад
Praise Tje Lord Pita Amen
@ajantapatar1901
@ajantapatar1901 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক।অতি সুন্দৰ হৈছে পিতাই ।🙏🙏
@nijaragogoi2552
@nijaragogoi2552 7 месяцев назад
Praise the lord pitai 🙏✝️🛐🙏 pitai geetor jugedi hokolu dakhdakhike arkhibad kork 🙏🙏
@riturajsonowal5115
@riturajsonowal5115 7 месяцев назад
🙏🙏 praise the lord Hundor git pitai 🙏🙏
@manjitabhuyanhandique9006
@manjitabhuyanhandique9006 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক। গুৰু দেউতা আৰু গুৰুমালৈ সেৱা জনাইছোঁ। গীতটো শুনি বৰ দুখ লাগিছে। গীতটোৰ লগত সুৰটো অতি সুন্দৰ হৈছে, দেউতা। আপোনাক ঈশ্বৰে কুশলে ৰাখক, এয়ে প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
@babaisto4019
@babaisto4019 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওক,হে গুৰুজনা তুমি মহান।
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 7 месяцев назад
Praise the Lord Dhaneyabad provhu Kotonu jatonat,moi asilu jiyai Aatmaa hoitiya koresilu wopai napai 😢 Kintu Gurujona juge Diley jibon dann💗😢😢😢🙏🙏🙏
@gayatriburagohain899
@gayatriburagohain899 7 месяцев назад
Praise the lord 🙏😢 Issor k bahut bahut dhanyavad jonaisu 🙏🙏 pitai geet tu bahut hundor hoise🙏🙏🙏 ameen
@pranab79038
@pranab79038 7 месяцев назад
Praise the lord Jesus 🙏🙏🙏
@kishor451
@kishor451 7 месяцев назад
কি বুলি ধন্যবাদ দিম ও পিতা আপোনাক গানতুত যিমান খিনি কথা আছে গোটে সেনিয়ে মোৰ যে জীৱনত ঘটিছে ও আপোনাক ধন্যবাদ দিছু পিতা🙏 praise the lord ❤🙏🙏🙏
@manashigogoi1699
@manashigogoi1699 7 месяцев назад
Nice Probhu heart touching my lord.
@RajuNath-nu3lk
@RajuNath-nu3lk 7 месяцев назад
Praise the lord halleluya amen 🙏 halleluya 🙏 halleluya 🙏 amen 🙏
@mohonsaikia1433
@mohonsaikia1433 7 месяцев назад
Praise the lord ✝️❤️❤️ guru pitai ✝️✝️🙏🙏 halleluya amen
@pramadas5958
@pramadas5958 7 месяцев назад
Praise the lord 🙏✝️❤❤
@aparajitaborbora1668
@aparajitaborbora1668 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক ! গুৰু জনাৰ পবিত্ৰ চৰণত সেৱা জনাইছোঁ। এই সুন্দৰ গীতৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক, আমেন প্ৰভু👏👏👏
@bububorah1727
@bububorah1727 7 месяцев назад
Praise the Lord pitai🙏🙏🙏
@user-ir1tl2ux4m
@user-ir1tl2ux4m 7 месяцев назад
Praise the loard pravu Hallyuya Hallyuya ❤❤❤
@JyotishmanGogoi-z7p
@JyotishmanGogoi-z7p 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওক। গুৰুদেৱ আৰু গুৰু মালৈ সেৱা জনাইছো।এই ঈশ্বৰৰ গীতে সকলোকে আশীৰ্বাদ কৰিবা প্ৰভু আমেন।।🙏🙏
@crazybhargobi
@crazybhargobi 7 месяцев назад
Priase the lord 🙏🛐❤️
@abhijitkalita374
@abhijitkalita374 7 месяцев назад
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA
@bijoyboro7323
@bijoyboro7323 7 месяцев назад
Praise the lord ✝️🛐🛐🛐🛐🛐💓 Hallylluya
@mrigenboruah7493
@mrigenboruah7493 7 месяцев назад
Praise the lord pitai আপোনাৰ এই গীতটো শুনি বহুত ভাল লাগিছে আপোনাক যেন ঈশ্বৰে সদায় ভালে ৰাখে। ধন্যবাদ
@mrinmoytalukdar6601
@mrinmoytalukdar6601 7 месяцев назад
Pranam pita parmeshwar ❤❤❤ praise the lord 🙏 🙏🙏
@junaliborsaikia9697
@junaliborsaikia9697 7 месяцев назад
Praise the Lord 🙏🙏
@dikshita399
@dikshita399 7 месяцев назад
Praise the lord jesus. ❤❤❤❤❤. Ameen.
@RipaSahu-y5t
@RipaSahu-y5t 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক❤️🙏হে দয়ালু প্ৰভূ তোমাৰ এই জীৱন্ত মহিমাময় গীতৰ যোগেদি সকলোকে আশিৰ্বাদ কৰিবা❤️🙏🙏হে প্ৰভূ তোমাৰ পবিত্ৰ চৰণত শতকুতি বাৰ সেৱা আৰু ধন্যবাদ জনাইছো❤️🙏🙇‍♀️🙇‍♀️
@jonaligogoi572
@jonaligogoi572 7 месяцев назад
Praise.the.lord
@junalikonwarjunalikonwar6725
@junalikonwarjunalikonwar6725 7 месяцев назад
Praise the lord Pitai 🙏🙏
@rinagogoi4853
@rinagogoi4853 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুপিতাইৰ চৰনত প্ৰনাম জনাইছো ঈশ্বৰৰ গীতটি বৰ সুন্দৰ হৈছে 🙏🙏😘😘
@rumenbegum8131
@rumenbegum8131 7 месяцев назад
praise the lord, amen. Ishwar ammak ghur bipodor pora uddhar kora.
@prodipdutta3033
@prodipdutta3033 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 গুৰু পিতা লৈ কোটি কোটি সেৱা জ্ঞনাইছো 🙏 আমেন 🙏
@BbLeKbL
@BbLeKbL 7 месяцев назад
Praise the lord
@sanjibsaikia6978
@sanjibsaikia6978 7 месяцев назад
Praise the lord
@Ppbvlogs-i4z
@Ppbvlogs-i4z 7 месяцев назад
Praise the Lord Pitai 🙏🙏🙏😢😢
@debeswarpayeng9036
@debeswarpayeng9036 7 месяцев назад
Praise the lord, Amen❤❤❤
@namitasaikia7730
@namitasaikia7730 7 месяцев назад
ইশ্বৰৰ প্ৰশংসাৰ হওক পিতাই আপোনাৰ যোগেদিয়েই জীৱনৰ পথ বিচাৰি পালো🛐 ।1 যোহন 5:11সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।✝️✝️ গীতটোৰ শুনি ভাল লাগিল🎉💓 পিতাই।
@manashpratimgohain210
@manashpratimgohain210 7 месяцев назад
Hee Jesu tumia mur hohai hoi ahisa provu.. Doya kriba😢❤❤
@JunGogoi-uc9un
@JunGogoi-uc9un 7 месяцев назад
Praise the lord 🙏🙏❤❤ hallelujah ❤️🙏 Amen 🙏🙏
@minakhichutia3543
@minakhichutia3543 7 месяцев назад
Praise the lord pita 🙏🙏🙏🙏
@sonjubawri2939
@sonjubawri2939 7 месяцев назад
Praise the lord amen..
@alakabaruah4991
@alakabaruah4991 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হওক, ধন্যবাদ গুৰু পিতা , গুৰু দেৱৰ পৰিয়ালৰ লগতে আমাৰ সকলো মনদলী, আৰু সদস্যৰ পৰিয়ালৰ লগতে দাস দাসী হৈ গৃহ মনদলীৰ পৰিয়ালৰ মঙ্গল হওক,🙏🙏🙏🙏✝️☦️🙏🙏🙏 আমাৰ সকলোৰে হৈ পৰমেশ্বৰ ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ মই অলকা, ভালেৰে ৰাখিব । আমেন , হালেলূৱা।
@ProgyaRajkhuwa
@ProgyaRajkhuwa 7 месяцев назад
Praise the Lord Gurupita Guruma Amen 🙏❤
@kacharibulilong
@kacharibulilong 7 месяцев назад
Praise the Lord 🙏 Amen
@Swapngogoi
@Swapngogoi 7 месяцев назад
Praise the Lord. ✝️🙏🙏🙏🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 7 месяцев назад
ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।
@badaldas2579
@badaldas2579 7 месяцев назад
Praise the lord 🙏🙏 Amen❤
@duttapartha5245
@duttapartha5245 7 месяцев назад
Praise the Lord❤❤️✝️🙏🙏🙏
@gunakantaboruah3037
@gunakantaboruah3037 7 месяцев назад
Praise the lord.
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx 7 месяцев назад
Praise the Lord 🙏🏻💖🌹⚡🎵✝️🎵⚡🌹💖🙏🏻
@pujachangmai4143
@pujachangmai4143 7 месяцев назад
Praise the lord 🙏 amen
@papugogoipapu6473
@papugogoipapu6473 7 месяцев назад
Praise the Lord Guru pitak . Prabhu jisure hakalu dakh dakhik akhibad karok. amen. 🙏💐✝️
@B2pn84
@B2pn84 7 месяцев назад
Praise the Lord,My ❤ Jesus, Glory Jesus 🙏 Amen ✝️🛐
@mylittleheartdristipratiks7470
@mylittleheartdristipratiks7470 7 месяцев назад
Praise the lord for jesus...Amen
@Bhaskarjp11
@Bhaskarjp11 7 месяцев назад
Praise The Lord🙏❤️
@nirupoma5935
@nirupoma5935 4 месяца назад
ঈশ্ৱৰৰ প্ৰশংসা হওক 🙏 গীতৰ প্ৰত্যেকটো বাক্যই হৃদয় চুই গৈছে।কঠোৰ বাস্তৱে বহুত বাৰ আমাকোএনে ভাৱনাৰ সৃষ্টি কৰাইছিল।। কিন্তু নেদেখা জন আমাৰ সহায় আছিল। ধন্যবাদ প্ৰভু🙏✝️🛐♥️❤️♥️
@fitnessworkout7689
@fitnessworkout7689 7 месяцев назад
Praise the lord .🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@NiharikaTeronpi
@NiharikaTeronpi 7 месяцев назад
প্রথমে আপোনাক প্রনাম জনাইছো গুৰু দেউতা 🙏 মই বহু দিনৰ পৰা প্ৰাৰ্থনা গৃহত জাবলৈ চেষ্টা চলাই আছো কিন্তু আজিলে অসমৰ্থ হৈয়ে আছো পিতা। কাৰণ মই মূৰ্তি পূজা কৰা মানুহলে বিয়া হৈছো, মই এওক বহুত বাৰ কলো কিন্তু এও আজিলে মনা নাই পিতা। সেয়ে মোক অলপ দয়া কৰি প্রাৰথনা গৃহত যাব পৰাৰ সৌভাগ্য দিয়া পিতা🙏 । মই ফন কৰিও কব নোৱাৰাৰ অৱস্থা সেয়ে msj কৰিয়ে জনালো পিতা, মোক অলপ দয়া কৰা পিতা ।
@mridupabansaikia8647
@mridupabansaikia8647 7 месяцев назад
Praise the Lord amen✝️⛪️✝️
@_Debashri_
@_Debashri_ 7 месяцев назад
praise the lord❤🙏
@pranabborpatragohain9111
@pranabborpatragohain9111 7 месяцев назад
Praise the lord...❤❤❤
@deepdutta6846
@deepdutta6846 7 месяцев назад
অতি সুন্দৰ 🎉
@simaurang4390
@simaurang4390 7 месяцев назад
Praise the lord 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@shyamoliboruah249
@shyamoliboruah249 7 месяцев назад
Praise the lord ✝️🙏🛐
@DeepaGogoi-j3g
@DeepaGogoi-j3g 7 месяцев назад
Prasie the lord pitai bahut bahut dhanyawad disu
@arunburagohain3962
@arunburagohain3962 7 месяцев назад
ঈশ্বৰৰ প্ৰসংশা হওঁক। গুৰু পিতাৰ এই মধুৰ গীতটিৰ দ্বাৰা সকলো দাস দাখিকে ঈশ্বৰে আশীবাদ কৰক। Amen 🛐🛐🛐
@abhijeethdr5920
@abhijeethdr5920 7 месяцев назад
PRAISE THE LORD, THANK YOU DEAR 😘 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH,AMEN❤
@PopySaikia-x9m
@PopySaikia-x9m Месяц назад
Bohut bikh kostot asu provu mur petr vitorr ghaa khini hukuai dia provu ..muk hustha kora provu🎉🎉🎉🎉
@Songitaboruah93
@Songitaboruah93 7 месяцев назад
Praise the lord ✝️ ✝️✝️
@pramilaboruah6601
@pramilaboruah6601 7 месяцев назад
Praise the lord 🙏🏻🙏🏻 hallelujah hallelujah hallelujah
@bhagyajyotiphukon
@bhagyajyotiphukon 7 месяцев назад
Praise the lord 🙏 🙏
@DulalGoswami-d2m
@DulalGoswami-d2m 7 месяцев назад
Praise the Lord Amen
@bphukan9263
@bphukan9263 7 месяцев назад
Praise the lord ! Hallelujah ! Amen
@hirensaikia3810
@hirensaikia3810 7 месяцев назад
অতি সুন্দৰ পিতাই 🙏🙏
@citumoniphukan4872
@citumoniphukan4872 7 месяцев назад
Praise the Lord❤❤❤🙏🛐🛐🛐
@manashpratimgohain210
@manashpratimgohain210 7 месяцев назад
Praise the Lord pitai .. Mur exam Tu je val howuk parthna kri dibo akolua❤❤
@ItßRima
@ItßRima 7 месяцев назад
হেই প্ৰভু ঈশ্বৰ🛐❤️... আপোনাৰ মহিমা অপাৰ অজানিতে কিবা ভুল কৰিলোঁ যদি ক্ষমা কৰিব ...বহুত কষ্টত ভুগি আছোঁ প্ৰভু আপুনিয়েই ভাল কৰি দিয়ক ইমান শক্তি নাই মোৰ, যে মই আৰু hojyo কৰিব পাৰিম ❤️✝️🛐😔 পোহৰ বাত দেখুৱাব প্ৰভু 😔😭😭 নহলে মোক শেষ কৰি নিয়ক... আমেন 🙏🏼
@user-ui2wz5bu8w
@user-ui2wz5bu8w 7 месяцев назад
ঈশ্বৰৰ পবিত্ৰ গীতেৰে সকলোকে আশীৰ্বাদ কৰক 🛐 হে প্ৰভু তোমাক কোটি কোটি বাৰ ধন্যবাদ জনাইছো আৰু মহান গুৰুপিতাকো ধন্যবাদ জনাইছো আমাৰ যে নতুন জীৱন দিলা আমাৰ পৰিয়াল টোক উদ্ধাৰ কৰিলা প্ৰভু যীচু পিতা 🛐 সদায় তোমাৰ পবিত্ৰ শ্ৰীচৰণত ধৰি ৰাখিবা🛐✝️
@santoshsahu-pz3yy
@santoshsahu-pz3yy 7 месяцев назад
Praise the Lord ✝️🙏🏻
Далее
Bipodor bondhu //Ranjan chutia// gospel song WHPC
7:19
Puwa te tumar //Ranjan chutia// gospel song// WHPC
7:12
Asamese gospel song
6:11
Просмотров 2,4 тыс.
Ranjan Chutia // All gospel songs // whpc //
1:12:13
Просмотров 44 тыс.
Sokuwe Morom Dekha Hole
5:36
Просмотров 1 млн