Audio credits
Song KRISHNA KAANAI
Singer PRIYANKA BHARALI
Lyrics/Composer KAMALA GOGOI
Music Director DR. LOHIT ROHIT
Mixed & mastered by DIGANTA BORDOLOI
Chorus Singers Swarnali Aaideu, Tanushre Devi
Musicians-
Flute-Parameswar Basumatary
Nagara-Debeswar Saikia
Banjo-Nirmal Das
percussion-Piti Borah
melody Designed by G.K.Maina
Khul: Gautam Saikia
Recorded At Raj Music Studio By Ripu Mohan
Art works& Lyrical Video Editor: Harish Ranjan Gogoi
বিশেষ কৃতজ্ঞত -
মৃনা ভৰালী (মাতৃ), দিহা সম্ৰাট কমলা গগৈ, ডo লোহিত ৰহিত, শৰৎ নীল, নয়ন, আৰু গীতটিৰ লগত জড়িত সমূহ শিল্পীসকল তথা সমূহ শুভাকাংশী।
Lyrics:
ঘোষা -
কিয় বাছা জন্ম হৈলি
কংসৰ কাৰাগাৰে
কিয় বাছা উপজিলি
অভাগীৰ উদৰে
ক'তেনো লুকোৱাম
কংসই দেখিব
দেখিলেই জাননে
বাছা তোক মাৰিব
সেয়েহে লাগিছে মোৰ ভয় বাছা
মা নহয় জানো মই
অ' বাছা
তোৰ মা নহয় জানো মই।।
পদ -
কোনো পিতা -মাতাই নোৱাৰে সহিব
সতি - সন্ততিৰে দু:খ
শিলতে আছাৰি কংসই তোক বধিব
কেনেকৈ চামে তোৰ মুখ বাছা
দুখৰে উপৰি দু:খ।।
ভাঙনি-
হে ৰাম পালি পহৰীয়া কেও নাজানিলা
থিতাতে ঘুমটি গৈলে।
নন্দ ৰাজাৰ ঘৰে
পিতা বসুদেৱে
কৃষ্ণক পলুৱাই থৈলে ।।
খৰতাল -
এ নন্দ ৰাজাৰ গৃহে আজি আনন্দ উৎসৱ
পুত্ৰ ৰূপে পাইলে আজি ভকত বান্ধৱ
হৰি হে প্ৰাণৰে কানাই
তুমি বিনে ভকতৰ আন গতি নাই।।।
এ যশোৱাই ভাৱিলে কৃষ্ণ মোহোৰ সন্তান
নৰ ৰূপে বৃন্দাবনে সাধিলে কল্যাণ
হৰি হে তুমি হে ৰাম
তুমি ভকতৰ প্ৰাণৰো প্ৰাণ ।।।।
কৃষ্ণ ৰাম
কৃষ্ণ ৰাম
অ' হৰি ৰাম
হৰি ৰাম ৰাম।।।।।
31 авг 2023