Тёмный

Live From Majuli (Sangeetmoy Bhagawat). 

Riju Pathak.
Подписаться 74 тыс.
Просмотров 53 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 278   
@prabhatpatgiri6262
@prabhatpatgiri6262 2 года назад
Dhanyawad Prabhu anekuwa lagil Jen majuliloi gai bhaktir sagart dubi asso ........jak bhasare prakash karib nuwaro ati uttam aponar bakhya o prakashbhangi......
@rupasaikia7513
@rupasaikia7513 2 года назад
কৃষ্ণ, প্ৰণাম বাপ, আপোনাৰ শ্ৰীমুখে মাজুলীৰ সংগীতময় ভাগৱত পাঠ শ্ৰৱণ কৰি বৰ আনন্দিত হলো,লগতে নৱ নিৰ্মিত নাম ঘৰ ভাগো দৰ্শন কৰি শান্তি পালো।আপোনালৈ অশেষ আন্তৰিক শুভ কামনা যাছিলো। ভগৱানে আপোনাক কৃষ্ণ কথা কবলৈ অফুৰন্ত শক্তি দিয়ক।🙏🏻🙏🏻ঢ
@rivachiringphukan1440
@rivachiringphukan1440 2 года назад
কৃষ্ণ সেৱা জনাইছো , বহুত ভাল লাগিল ।
@promodborah3768
@promodborah3768 7 месяцев назад
কৃষ্ণৰ কৃষ্ণৰ পভু আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন‌ ❤❤❤❤❤❤❤
@gitalineog6489
@gitalineog6489 2 года назад
কৃষ্ণ প্ৰভু বাপজনা আপোনাৰ শ্ৰী চৰণলৈ বুলি কৌটি কৌটি সেৱা নিবেদিলো ।আপোনাৰ এই সুমধুৰ সঙ্গীতময় ভাগৱত অনুষ্ঠান আমাৰ অতিকে প্ৰিয়।কি যে আপোনাৰ সুললিত সুৰ সুমধুৰ কণ্ঠ শুনি হেপাঁহ নপলায় ।আমি নিজও সময় পালেই শ্ৰৱণ কৰো আৰু আনকো শুনিবলৈ উৎসাহ যোগাও।আপুনি যে দীৰ্ঘায়ু হয় এনেদৰে আমাক কৃষ্ণ কথা শ্ৰৱণ কৰাই থাকিবলৈ এইয়াই ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা 🙏🙏🙏 কৃষ্ণ প্ৰভু কৃষ্ণ 🙏🙏
@ganeshkoch561
@ganeshkoch561 2 года назад
Krishna 🙏🙏🙏 bappp pronam jonalu apunak bap oti xundar bappp krishna kotha bappp apunar shoronot xhato kouti pronam jonaluuu bapp 🙏🙏🙏
@jonalihandique4729
@jonalihandique4729 2 года назад
হে' প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰীচৰনত শত কোটি প্ৰণাম জনালোঁ ।কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ।।
@monikahazarika6506
@monikahazarika6506 2 года назад
Krishna, probhu iswar shota k uwti pronam jonalu Krishna Krishna.🙏🙏🙏🙏🙏
@rakhihandique1701
@rakhihandique1701 2 года назад
Krishna Bap pronam. Kowti kowti bar pronam. Mur jibanar pra herai jua Mur Guru janak ani Mur hridoyat thapon kori diar babe hata hata barpr
@assameseallinone2941
@assameseallinone2941 2 года назад
কৃষ্ণ ♥️♥️♥️♥️মাজুলীৰ পৰা শত শত প্ৰণাম 🙏🙏🙏
@arundhatidas7881
@arundhatidas7881 2 года назад
বাপ কৃষ্ণ ৷ ৰাতি শুৱাৰ আগত, ৰাতিপুৱা শুই উঠি ঘৰৰ কামবোৰ কৰাৰ সময়ত আপোনাৰ ৰসময় কৃষ্ণ কথা শুনো ৷ মন গ'লেই শুনো ৷ আপোনাক ভগবানে কুশলে ৰাখক, দীৰ্ঘায়ু কৰক যাতে আমি এই ৰস আৰু অধিক পাও ৷ আপোনাৰ সতে বাদ্য সংগত কৰি কৃষ্ণ কথাক আৰু অধিক ৰসময় কৰাৰ কাৰণে সেৱা জনালো
@jojneswargogoi3274
@jojneswargogoi3274 2 года назад
কৃষ্ণ বাপ ৷ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ৷ শ্ৰৱণ কৰি আপ্লুত হৈছোঁ ৷ হৃদয় ভৰি গৈছে ৷ এই যাত্ৰা অবিৰত হওক ৷ প্ৰভু ভগৱন্তৰ কৃপা হওক ৷
@AtulBorahOfficial
@AtulBorahOfficial 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাসৱৰ দৰে মহা পূণ্যৱন্ত মহা মহন্তৰ মুখ পদ্ম হন্তে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো, আপোনাসৱক প্ৰভু ভগৱন্তই সৰ্বতো প্ৰকাৰে কুশলে ৰাখক,যাতে সদায় আপুনি এনেদৰে কৃষ্ণ কথা কৈ আমাৰ দৰে মহা অধমৰ সকলৰ উপকাৰ সাধন কৰি যাব পাৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@iboroboro2755
@iboroboro2755 2 года назад
He kripalu probhu apunar soronot vokti bhora sewa jonalu Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏 Krishna Krishna Krishna
@malashreebora492
@malashreebora492 2 года назад
পুৱা ই মোৰ গুৰু দেৱৰ চৰনত প্ৰণাম জনালোঁ। মাজুলীৰ অতি সুন্দৰ নৱনিৰ্মিত গুৰু গৃহত আঁতৰৰ পৰা শত শত প্ৰণাম জনালোঁ। আপোনাৰ স্তূতি বৰগীতে আগবাঢ়ি যোৱা পাঠভাগি একান্ত ভাবে শুনি শুনি চকুপানী ওলাই গ'ল প্ৰভূ , ইমান সুন্দৰ ভাৱে ভগৱানক প্ৰভু আপোনাৰ পাঠ শুনি থকা ভক্তৰ হৃদয়ত স্থাপন কৰিছে প্ৰভূ শতকোটি প্ৰণাম জনালোঁ
@oujaribhurbandha3982
@oujaribhurbandha3982 2 года назад
বাপ ঈশ্বৰ শতকৌটি প্ৰনাম আৰু সকলোৰ বাপ ঈশ্বৰ লৈ সহচ্ছ কৌটি প্ৰনাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ কৃষ্ণ কথা শুনি বহুত সুখী হলো। কৃষ্ণ কথাই হৃদয় চুই গৈছে বহুত সুন্দৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@krishnatamang7248
@krishnatamang7248 2 года назад
কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। অতি সুন্দৰ মনোৰম পাঠ ব্যাখ্যা শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ। এনেদৰেই যেন ভগৱন্তৰ গুণ নাম কীৰ্ত্তন কৰিবলৈ আপোনাক সদায় কুশলে ৰাখক কৃষ্ণ। 🙏জয় গুৰু শঙ্কৰ 🙏
@mahindrybayan4383
@mahindrybayan4383 2 года назад
অতি মন পৰশা। ঈশ্বৰে আপোনাক পৰম আয়ুস দিয়ক। মানুহৰ মাজত ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থাকক।
@aikankalita6733
@aikankalita6733 2 года назад
Krishna kripamoi pranam
@sarbeswardoley2388
@sarbeswardoley2388 2 года назад
প শল🐷🐷🦓
@sarbeswardoley2388
@sarbeswardoley2388 2 года назад
ছ🐶🐶
@sarbeswardoley2388
@sarbeswardoley2388 2 года назад
ঐ ?₹
@madhavkonwar6500
@madhavkonwar6500 2 года назад
ধন্যবাদ বাপ। সত্ৰ নগৰীত পুন: পুন: বাৰ ভক্তী ভাবাপন্ন বাপ আই সমস্তৰ জ্ঞান চকু খুলিবলৈ প্ৰচেষ্টা কৰা বাবে। "এক দেৱ এক সেৱ এক বিনে নাই কেৱ" এইয়া সকলোৰে হৃদয়গম হওক। জয় গুৰু শঙ্কৰ মাধৱ।
@binapanidas6368
@binapanidas6368 2 года назад
কৃষ্ণ কৃষ্ণ বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ৷মাজুলিৰ নামঘৰৰ এই সংগীতময় ৰসৰ আস্বাদনে জীৱনটোক ধন্য মানিলো ৷ ভগৱানে আপোনাক অফুৰন্ত শক্তি দিয়ক এই ধৰ্মৰ বাণী বিলাবলৈ ৷ কৃষ্ণ কৃষ্ণ প্ৰভূ শতকৌটি প্ৰণাম গ্ৰহন কৰিব ৷
@anjanarupadas6601
@anjanarupadas6601 2 года назад
🙏🙏হে গুৰুজন আমাৰ শতকোটি প্ৰণাম জনাইছো কৃপা কৰিব🙏 তুমি সে শংকৰ গুৰু ভকতৰ কল্পতৰু, জানি মই পশিলো শৰণে। আৰ আন নাহি ত্ৰিভূবনে। শৰণে পশিলো বাপ গুচায়ো সংসাৰ তাপ নাম মোৰ নচাৰোক মনে।। 🙏🙏
@sangitamedhi553
@sangitamedhi553 2 года назад
প্ৰনাম প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। অতিকৈ সুন্দৰ আৰু মনোমোহা অনুস্থান প্ৰভূ কৃষ্ণ🙏🙏
@abmonty7274
@abmonty7274 2 года назад
হে প্ৰভুজন সেৱা জনালো । অপূূৰ্ব, মনোৰম কবলৈ ভাষা নাই কেবল আনন্দত চকুলো নিগৰিছে । অঞ্জলি দাস
@jayantadutta7259
@jayantadutta7259 2 года назад
প্ৰভূ জনা তোমাৰ দুখানি চৰণ য'ত য'ত পৰিব তাতে মোৰ শিৰ থাকিব । কৃষ্ণ ।।
@basantidas1486
@basantidas1486 2 года назад
হে বাপ ইমান সুন্দৰ অনুষ্ঠান আপোনাক ভগৱানে ঐশ্বৰিক শক্তি দিছে আপুনি সচাই একান্ত ভকত আপোনাৰ চকুপানীয়ে আমাকো কন্দুৱা্লে।
@amiyasaikia8822
@amiyasaikia8822 2 года назад
কৃষ্ণ কৃষ্ণ বাপ ৰাসলীলাৰ সুন্দৰ ব্যাখ্যাই হৃদয়ৰ মল পখালি আনন্দৰ পুৰীত প্রৱেশ কৰালে,বাপজন শতকোটি প্রণাম জনালোঁ 🙏🙏🙏🙏🙏🙏🙏সকলোৰে মংগল কামনা কৰিলোঁ | ধন্য কলি যুগ | ধন্য নৰ তনু |ধন্য ভাৰতবৰ্ষ | কৃষ্ণ.........
@harichandrabori8835
@harichandrabori8835 2 года назад
কৃষ্ণ বাপ, সেৱা জনালো। বহুত বহুত ভাল লাগিল অনুষ্ঠান ভাগ। প্ৰভু ঈশ্বৰে যেন ভগৱন্তৰ অমৃতময় গুন-গৰিমা এনেদৰেই লোকসকলৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰি থাকিবৰ বাবে আপোনাক কৃপা কৰে--তাক আন্তৰিকতাৰে কামনা কৰিলো। আপোনাৰ utube চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত আপোনাৰ অনুষ্ঠান প্ৰায়ে চাওঁ আৰু নিজকে ধন্য অনুভৱ কৰো। এবাৰ কায়িক ভাৱে লগ পোৱাৰ বহু আশা মনত পুঁহি ৰাখিছো। কৃষ্ণ।
@himakshithakuriya6003
@himakshithakuriya6003 2 года назад
হে মোৰ পৰম শ্ৰদ্ধাৰ প্ৰভু ঈশ্বৰ আপোনাক শত সহস্ৰ প্ৰনাম এই মহান বাণীএ আমাৰ দৰে অধম সকলক কৃতাৰ্থ কৰিছে আৰু লগতে কৃষ্ণ কথা কোৱাৰ বাবে অধিক শক্তিশালী কৰিবলৈ কামনা কৰিলো কৃষ্ণ 🙏
@dipikagogoi2840
@dipikagogoi2840 2 года назад
কৃষ্ণ হে প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰী চৰনত শত কৌটি প্ৰনাম জনালো। ।
@archanakalitaphukan4281
@archanakalitaphukan4281 2 года назад
কৃষ্ণ প্ৰভূ 🙏 ...! হে গুৰুজন, আপোনাৰ শ্রী মুখে পৰম মঙ্গলময় আৰু তত্বপূৰ্ণ কৃষ্ণকথা শ্ৰৱণ কৰি হৃদয় পুলকিত হৈ পৰে...! এই সংগ সদাপ্ৰাপ্ত হয় যেন তাকেই ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো ... লগতে আপোনাৰ সৰ্বতোপ্ৰকাৰৰ কুশল কামনা কৰিছোঁ..🙏
@anjalibaruah7669
@anjalibaruah7669 2 года назад
বৰ সুন্দৰ প্ৰভূ জনা, হৃদয় চুই গৈছে। সকলো লৈকে ভক্তি ভৰা সেৱা জনাইচো🙏🙏🙏🙏🙏🙏🙏🙏জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ
@kalpanasaikia4588
@kalpanasaikia4588 2 года назад
হে পিৰম গুৰু আত্মাৰে আপোনাৰ শ্ৰী চৰণত হত বাৰ সেৱা নিবেদিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏
@parineetapari2645
@parineetapari2645 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম,, বহুত বহুত ভাল লাগিল,,মোৰ প্ৰকাশ কৰিবলে শব্দ নাই বাপ,,🙏🙏🙏🙏🙏
@bontiborah5014
@bontiborah5014 2 года назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্রভু আপোনাৰ শ্ৰীচৰণত শ ত কৌটি প্ৰণিপাত জনালোঁ,লগতে মোৰ চিৰ চেনেহী জন্মভূমি মাজুলীৰ সমস্ত ভক্ত বৃন্দৰ চৰণত এই কণ সুযোগোটে ভক্তি ভৰা সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@shyammahanta-w8f
@shyammahanta-w8f 2 месяца назад
আপ্লুত হলো।মন প্ৰাণ হৰি ৰসৰে ভৰি গল।আপোনাক সেৱা যাছিলো
@minakshibora4725
@minakshibora4725 2 года назад
Oti sundor sulolito kontho apunar probhu Udhobosokhi loko geete amar ontor sui goise Krishnai kripa korok apunak Gobindo Gobindo
@pakghorthefoodhub7059
@pakghorthefoodhub7059 4 месяца назад
Krishna Prabhu Dayamoy kripa koriba🙏🙏🙏🔥
@pranatisaikia2424
@pranatisaikia2424 2 года назад
Prabhudew apuner sree saronat koti koti Namosker
@gouripravadas7435
@gouripravadas7435 2 года назад
🙏🙏🙏Krishna Bap sewa janalo, hari name boikunth prakashe aapunar nam majulit prakashit hawk Krishna, aasirbad karib Krishna 🙏🙏🙏💐💐💐
@budhanbhuyan7410
@budhanbhuyan7410 2 года назад
Krisna pravo Hori Raam
@jayantarabha8353
@jayantarabha8353 2 года назад
কৃষ্ণ প্ৰভু 🙏🙏🙏
@jayantidas3472
@jayantidas3472 2 года назад
ধন্যবাদ হে মহাত্মা বাপ ঈশ্বৰ অতি সুন্দৰ প্ৰদৰ্শন ধন্য হলো ঈশ্বৰে আপোনাক দীৰ্ঘ আয়ুস কৰক কৃষ্ণ কৃষ্ণ 🙏❤️🙏
@malashreebora492
@malashreebora492 2 года назад
সুপ্ৰভাত
@malashreebora492
@malashreebora492 2 года назад
সুপ্ৰভাত
@malashreebora492
@malashreebora492 2 года назад
সুপ্ৰভাত
@mnath7444
@mnath7444 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ , প্ৰণাম শতকৌটি প্ৰণাম প্ৰভূ ।🙏🙏🙏
@RohiniKotoki
@RohiniKotoki 11 месяцев назад
Bohut bohut thoinya bad kisnya,kisnya
@NiruDevi-td3hn
@NiruDevi-td3hn 9 месяцев назад
Kriahna bap sahasra pranam janalo krishna ❤
@runusaika4715
@runusaika4715 2 года назад
, অতি শুৱলা ও সাৱলীলভাৱে কৰা ভাগৱতৰ ব্যাখ্যা শুনি হৃদয় শাত পৰি গৈছে, কৃষ্ণ কৃষ্ণ সেৱা হে জনালোঁ
@manashreesaikia7364
@manashreesaikia7364 2 года назад
Krisno grujon xosordha arm fmly xewa lob apunr dirghaiu kmna korilu 🙏🙏🙏🙏
@brojengogoikrisnakrisna7975
@brojengogoikrisnakrisna7975 2 года назад
Krishna Krishna Bap. Hewa janalu.
@purushottamupadhyaya6365
@purushottamupadhyaya6365 2 года назад
কৃষ্ণ ।।সেৱা জনালোঁ।।।আই সকল কিয় বা পিছৰ ভাগত বহিছে যে।।।।
@manjurajkonwar2807
@manjurajkonwar2807 2 года назад
হে গুৰুদেৱ সেৱা আগবঢ়াইছো । আপোনাৰ কৃপাত আমি অভাজনে মাজোলী হৰি মন্দিৰ দৰ্শন কৰিবলৈ আৰু কৃষ্ণ প্ৰভু ৰ কথা শুনি বনলৈ পায় কৃতাৰ্থ হলো ।
@padmakumariburagohain6490
@padmakumariburagohain6490 2 года назад
Pranam Baap Prabhu! ATI xunder are xulolit path huni hridai jur pori goise, aaponak Isware Mongol koribo Baap Prabhu !Krishna !
@assmesvideo6000
@assmesvideo6000 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ অতি সুন্দৰ ব্যাখ্যা সহস্য প্ৰনামধৰ্মপ্ৰান সকলোলৈ গুৰু জনৰ আশীৰ্বাদ সদাই সকলোৱে পাও যেন কৃষ্ণ কৃষ্ণ কৃষ্ণ
@gyandeepborah79
@gyandeepborah79 2 года назад
🙏🏿🙏🏿কৃষ্ণ বাপ আপোনাৰ চৰণত কোটি কোটি প্ৰনাম।
@minakshibora4725
@minakshibora4725 2 года назад
Pronam probhujon majulir samosta vakat brindoloi sewa nebedon korilu apunar shree mukhe Bhagowat banixuni dhonya holu Krishna Krishna Krishna
@junumech653
@junumech653 2 года назад
কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ কৃপালু গুৰুজনাৰ অধমৰ সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম 🙏🙏🙏🙏বৰ সুন্দৰ প্ৰভূ কৃষ্ণ
@renuchoudhury5044
@renuchoudhury5044 2 года назад
🙏🙏 কৃষ্ণ বাপ গুৱাহাটীৰ পৰাই মই অধমে আপোনাক সেৱা জনালো আশা কৰো গ্ৰহন কৰিব খুবেই ভাল লাগিল আপোনাৰ অনুষ্ঠান খিনি চাই কৃষ্ণ
@ramcharandeka9143
@ramcharandeka9143 2 года назад
Om namah bhagawate vasudevaya.
@jinuprovadas6006
@jinuprovadas6006 2 года назад
হে মোৰ প্ৰভূ ঈশ্বৰ ইযান সুন্দৰ মন প্ৰান হৰি গৈছে । বুজাব নোৱাৰা অনুভৱ । আবেগিক হৈ যোৱা দেখি আমাসবৰু । কৃষ্ণ কৃষ্ণ কুশলে ৰাখক ভগৱন্তই এয়ে প্ৰৰ্থনা ৰাম কৃষ্ণ ।
@samprity01
@samprity01 2 года назад
হে মহান পুণ্যাত্মা শত কোটি প্ৰণাম জনালোঁ। এই ব্যাখ্যা ত আপোনাৰ লগতে আমাৰো অশ্ৰু নিগৰি আহিল এনে লাগিল যেন স্বয়ং ভগৱান আমাৰ ওচৰত আছে তেওঁ ক সেৱা জনোৱা নাই। আমি চিনি পোৱা নাই।আপোনাক আৰু শক্তি দিয়ক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
@manjulabora8219
@manjulabora8219 2 года назад
🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏❤️🙏 ❤️❤️
@দিগন্তবৰদলৈ
কৃষ্ণ বাপ ঈশ্বৰ অনুষ্ঠান ভাগি বৰ আকৃষ্ট হৈছে আপুনি ভকতৰ চিৰ নমষ্য হৈ থাকিব কৃষ্ণ। চমু হ'ল আশা থাকি গ'ল বাপ ঈশ্বৰ আপোনাৰ মঙ্গল হওক কৃষ্ণ।
@pradipsarma6762
@pradipsarma6762 2 года назад
Uttam . Satradhikar Pravu Iswar seva grahan koribo, Ram Krishna Narayan
@parijatbaruah7743
@parijatbaruah7743 2 года назад
He Probhu apunar vdo sai bujabo nuara anubhob mur ....apunak koti2...Pronam jonalu ... 🙏🙏
@ghanashamrajbongshi5608
@ghanashamrajbongshi5608 2 года назад
কৃষ্ণ বাপ। সেৱা জনালো।
@nabajyotidas6117
@nabajyotidas6117 Год назад
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏
@ratulbora6910
@ratulbora6910 2 года назад
Ram:krishna:ram:krishna:bap:krishna
@RanjanitaSaikia-u2s
@RanjanitaSaikia-u2s Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক শতকৌতি প্ৰনাম জনাইছো 🙏🙏🙏
@RanjanitaSaikia-u2s
@RanjanitaSaikia-u2s Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক ভগৱানে কুশলে ৰাখক 🙏🙏🙏🙏
@rimaborah6457
@rimaborah6457 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰনাম ৷
@nawakantanath5252
@nawakantanath5252 2 года назад
কৃষ্ণ কৃষ্ণ বাপ প্ৰণাম 🙏🙏🙏,,,😭😭😭
@bantipator8687
@bantipator8687 2 года назад
"কৃষ্ণ প্ৰভু জন প্ৰণিপাত জনালোঁ।।"
@bhabenborah845
@bhabenborah845 2 года назад
কৃষ্ণ. অপুৰ্ব ব্যাখ্যা আছিল
@nilimapathak4130
@nilimapathak4130 2 года назад
Krishna krishna pravu pranam 🙏🙏
@daisyrabha2343
@daisyrabha2343 2 года назад
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna
@kankanlahkar1617
@kankanlahkar1617 2 года назад
কৃষ্ণ কৃষ্ণ 🙏🙏 প্ৰণাম
@himangshuvlogs470
@himangshuvlogs470 2 года назад
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল ভিডিও টু
@rumibasumatari1962
@rumibasumatari1962 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏
@bhagyabora8815
@bhagyabora8815 2 года назад
Bap Krishna krishna krishna
@noo9b535
@noo9b535 2 года назад
he probhu vagawantar proti eman premm eman voktldekhi apluta hoi goisu,Krisna Krisna Krisna
@gorimatalukdar8725
@gorimatalukdar8725 2 года назад
কৃষ্ণ, জয় গুৰু শংকৰ
@কৃষ্ণকানাই-ড৬ঙ
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 ঈশ্বৰ অতি সোন্দৰ । সেৱা জনালো।
@sduttavlogs1940
@sduttavlogs1940 2 года назад
Bor Hundor anusthan Krishna 🙏🙏🙏🌺
@prahladdas862
@prahladdas862 Год назад
Krishna bap koiti koiti pranam 🙏🙏🙏🙏🙏❤
@gitimonihazarika1490
@gitimonihazarika1490 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভূ
@daduldas1643
@daduldas1643 2 года назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।। প্ৰভূ আপোনাৰ শ্ৰী মুখেৰে হৰি ৰ নাম শুনি আনন্দ পালো,।।
@renukakalita2459
@renukakalita2459 2 года назад
কৃষ্ণকৃষ্ণ
@kabitadas61
@kabitadas61 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰভূ শত কোটি প্ৰণাম জনালো ।কৃষ্ণ কৃষ্ণ ৰাম
@junmoni3573
@junmoni3573 2 года назад
কৃষ্ণ
@dipakborah1152
@dipakborah1152 2 года назад
🙏🌺Krishna Bap Ishwar🌺🙏he Bap apunaloi akhek shuv kamona thakil, Ishwar Krishnai apunak aru adhik Voktiban aru Gyanban korok🙏🌺❤🌺🙏
@putuldas3984
@putuldas3984 2 года назад
Ram kreshna he gurujan samuh bhaktai sewajanaisu kreshna
@rubigogoi5227
@rubigogoi5227 2 года назад
🙏কৃষ্ণ প্ৰভু বৰ ভাল লাগিল।পিছৰ খিনি শুনিবলৈ পাম বুলি আশা কৰিলোঁ
@babitakumarimajudekaborah4995
@babitakumarimajudekaborah4995 2 года назад
কৃষ্ণ কৃষ্ণ সহস্ত্ৰ কৌটি প্ৰণাম সমস্ত ভকত বৈষ্ণব সবলৈ কৃষ্ণ কৃষ্ণকৃষ্ণকৃষ্ণ🙏🙏🙏🙏🙏🙏
@mamonidas1659
@mamonidas1659 2 года назад
Krishna probhu 🙏🙏pronam 🙏🙏🙏🙏🙏
@nilimarabha7373
@nilimarabha7373 2 года назад
Krishna bap pronam
@pramudnath2228
@pramudnath2228 2 года назад
কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ সুমধুৰ অমৃত পান কৰি নিজকে ধন্যমানিছো ।কৃষ্ণ প্ৰভু কৃষ্ণ ।
@antonychetia8478
@antonychetia8478 2 года назад
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম,বাপজনা ভক্তিভৰা সেৱাভাগ গ্ৰহন কৰিব কৃষ্ণ
@rulennath7538
@rulennath7538 2 года назад
কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ , ধন্য অতি সুন্দৰ , অতি সুন্দৰ ।
@bhobaniborgohain1721
@bhobaniborgohain1721 2 года назад
কৃষ্ণ কৃষ্ণ🙏🙏 প্রভু ঈশ্বৰ আপোনাৰ শ্রী চৰণত সেৱা নিবেদিলো কৃপা কৰিব🙏🙏আপোনাৰ লগতে মাজুলী বাসীৰ সকলো ভকত বৈষ্ণবলৈ কৌটি কৌটি প্রণাম যাচিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@pranitasaikia2790
@pranitasaikia2790 2 года назад
সমষ্ট ভকতৰ লগতে প্ৰভুজনালৈ সেৱা নিবেদিছোঁ ৷কৃষ্ণ কৃষ্ণ ৷
@nilimachoudhury5019
@nilimachoudhury5019 Год назад
কৃষ্ণ কৃষ্ণ শতকৌটি প্ৰণাম 🙏🙏🙏
@jinukakati1589
@jinukakati1589 2 года назад
He bandhab guru gobind krishan pranam🙏👏🌷
@rimaborah6457
@rimaborah6457 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰনাম প্ৰভু ঈশ্বৰ৷ ধন্যবাদ
@probhawati8478
@probhawati8478 2 года назад
কৃষ্ণ কৃষ্ণ হে মহান আপোনাৰ শ্ৰীচৰণত এ কনিকা ঠাইপোৱাৰ মানসেৰে শতকোতি প্ৰণাম জনালো।হৃদয় ছুই যোৱা সংঙ্গীতময় ভাগৱত অমৃত পাণ কৰাই আমাৰ দৰে মূঢ়মতিক শক্তি প্ৰদান কৰিলে।আপুনি চীৰঞ্জিবী হৈ ৰওক বৈ থাকক নীৰবধী এইঅমৃত ।কৃষ্ণ পুনৰ সেৱাৰে ।জয় গুৰু শঙ্কৰ ।
@padmalochandas4787
@padmalochandas4787 2 года назад
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু ইশ্বৰ আপুনি শুৱালকুছিৰ ভাগৱত পাঠৰ অনুষ্ঠান বিলাকো আপোনাৰ Yotub ত দিব চোন ৷
Далее
Bhagawat Path (Live From Dibrugarh).
1:16:57
Просмотров 72 тыс.
Sangeetmoi Bhagawat Katha Live From Biswanath Chariali.
2:02:41
DEMONS ARE ATTACKING BRAWL STARS!!!
09:08
Просмотров 12 млн
Исповедь / Мася
2:47:10
Просмотров 187 тыс.
Rate our flexibility 1-10🔥👯‍♀️😈💖
00:12
Satradhikari .Riju Pathak, 🙏
11:54
Просмотров 16 тыс.
MANIARI MOHAPURUKHIYA SATRA
2:05:15
Просмотров 45 тыс.
MAHA BHAGAWAT PATH # music -- Zoon Bora
49:25
Просмотров 177 тыс.
DEMONS ARE ATTACKING BRAWL STARS!!!
09:08
Просмотров 12 млн