Тёмный
No video :(

LIVE | Gourav Gogoi | Sivsagar | বিজেপি চৰকাৰৰ পৰা কিহৰ হিচাপ বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে?| N18L 

News18 Assam/Northeast
Подписаться 3,2 млн
Просмотров 66 тыс.
50% 1

LIVE | Gourav Gogoi | Sivsagar | বিজেপি চৰকাৰৰ পৰা কিহৰ হিচাপ বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে?| N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gouravgogoi #sivsagar #assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 78   
@LijaySutradhar-kt4rr
@LijaySutradhar-kt4rr Месяц назад
Gaurav Gogoi zindabad zindabad
@PriyamChutia
@PriyamChutia Месяц назад
Right 👍
@user-dg4vz2sl1k
@user-dg4vz2sl1k Месяц назад
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয় গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ
@JNBoro.123-
@JNBoro.123- Месяц назад
অহা বছৰত আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নাগে।
@myway3433
@myway3433 Месяц назад
গৌৰৱ গগৈ জিন্দা বাদ ।
@sashibhatta5198
@sashibhatta5198 Месяц назад
শক্তিশালী বিৰোধীৰো দৰকাৰ শাসনত থকা চৰকাৰ এখনৰ পৰা ৰাইজে কাম সঠিক ৰূপত পোৱাৰ স্বাৰ্থত ৷ সেয়েহে সুবিধা উলিয়াই লৈ গৌৰৱ গগৈ, অখিল গগৈ, দেৱব্ৰত শইকিয়া আদিয়ে হোৱাই-নোহোৱাই বৰ্তমানৰ চৰকাৰৰ কামৰ সমালোচনা কৰি থাকক ৷ হিবি চৰকাৰৰ বাবে সেয়ে হব পেট্ৰোল-ডিজেল আদি ৷ গগৈ সকলে প্ৰয়াত তৰুণ গগৈয়ে তেওঁৰ দিনত কি উন্নয়ন সাধন কৰিছিল সেইবোৰ চোৱাৰ প্ৰয়োজন নাই বুলি ভাবক ৷
@user-of4yf2pu7w
@user-of4yf2pu7w Месяц назад
Gaurav gogoi👍
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Месяц назад
We want Gaurabh Gogoi as CM of Assam.
@user-ot1mn3df5h
@user-ot1mn3df5h Месяц назад
আপুনি ১০ বছৰৰ কলিয়াবৰৰ হিচাপটো দিয়ক আগতে
@GoutomMudoi-qk3zr
@GoutomMudoi-qk3zr Месяц назад
Gorav gogi zindabad
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru Месяц назад
Proud of Assam Gairab Gogoi
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb Месяц назад
Very good ledar gaurv gogoi zindabad next Cm Goruv gogoi zindabad congress party zindabad
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs Месяц назад
26 prodan montri hobo Gogoi sir Zindabad 🙏
@user-ij4yt6jk4i
@user-ij4yt6jk4i Месяц назад
कांग्रेस🎉❤
@travelzindagiblogs8328
@travelzindagiblogs8328 Месяц назад
Hasa katha
@lnl6069
@lnl6069 Месяц назад
Hoi, Amak hisab lage...🙏🙏
@AbhijitLalung-n1y
@AbhijitLalung-n1y Месяц назад
Good 👍
@user-dg4vz2sl1k
@user-dg4vz2sl1k Месяц назад
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ বিৰোধী জিন্দাবাদ জিন্দাবাদ বিৰোধীৰ চৰকাৰ বহুত প্ৰয়োজন হৈছে
@pranjalbhuyan1098
@pranjalbhuyan1098 Месяц назад
Gourav gogoi zindabad❤
@padmadharkalita3775
@padmadharkalita3775 Месяц назад
সকলো কথাৰহে । কামৰ নহয় ।মুখেৰে নহয় কামেৰে দেখুৱাওক।বোকা চতিয়াবলৈ ৰাইজে ভোট দিয়া নাই
@dilkhus3044
@dilkhus3044 Месяц назад
Toi vote disili neki....nai dia jodi mone mone thak
@madhabkalita1143
@madhabkalita1143 Месяц назад
Good sir
@krishnabhatta636
@krishnabhatta636 Месяц назад
ওপৰৰ মালক পদত্যাগ কৰিবলৈ বাধ্য কৰক
@bakulboruah2026
@bakulboruah2026 Месяц назад
গৌৰৱ গগৈ জিন্দাবাদ
@narendradas5609
@narendradas5609 Месяц назад
26 t C M of Assam
@user-ot1mn3df5h
@user-ot1mn3df5h Месяц назад
আপুনি নিজ সমষ্টিৰ হিচাপ কেতিয়া দিব ৰাইজক .
@jayantadutta1024
@jayantadutta1024 Месяц назад
গৌৰৱ গগৈ আহিছে বিজেপিসকল আঁতৰি দিয়য়য়য়য়য়ককককক
@DibakarBarman-z7p
@DibakarBarman-z7p Месяц назад
Good
@user-mp2vi7ho2t
@user-mp2vi7ho2t Месяц назад
১০বছৰৰ কলিয়াবৰৰ হিচাপ কিমান দিলা তুমি নিজে
@padmadharkalita3775
@padmadharkalita3775 Месяц назад
😂
@user-ot1mn3df5h
@user-ot1mn3df5h Месяц назад
BJP Zindabad
@SB.PRIYOMPRIYOM
@SB.PRIYOMPRIYOM Месяц назад
Gaurav gogoi zindabad 🎉
@oxomormusic4453
@oxomormusic4453 Месяц назад
কংগ্ৰেছ জিন্দাবাদ
@gh12138.
@gh12138. Месяц назад
Congress❤
@nandeswartaye805
@nandeswartaye805 Месяц назад
নিজ সমষ্টিৰ হিচাপ কেতিয়া দিব ৰাইজক জনোৱা উচিত
@user-ij4yt6jk4i
@user-ij4yt6jk4i Месяц назад
Toi BJP r samsa niki
@ayotriphukonmohan5638
@ayotriphukonmohan5638 Месяц назад
Right
@jugeswarphukan9726
@jugeswarphukan9726 Месяц назад
Gorab.assamar.gorab.jindabad
@girishchtalukdar2574
@girishchtalukdar2574 Месяц назад
Need
@BanamalibarmanSaru
@BanamalibarmanSaru Месяц назад
ঘৰ ঘৰ সোমোৱাৰ আছে ঢৰকাৰি টকা একো নিদিলেও হয় ।
@bitulchutia35
@bitulchutia35 Месяц назад
ভুতৰ আগত কোৱা আপুনাৰ ৮৫০০ কেতিয়া পাৱ ৰাইজে হেইটো কথা কওক আৰু আপুনাৰ আগৰ কলীয়াবৰ হিচাপটো দিয়ক
@user-uy3jz8oy4n
@user-uy3jz8oy4n Месяц назад
অই তহত ৩টা জালুক এশ, ২৬ কেজি চবজিৎ কি হব জলা হব জানু মাইকী মাছ।তোৰ কথা মোদি য়ে। শুনিব জানু।
@mukutborah4081
@mukutborah4081 Месяц назад
Very good. Gourav gooi. ❤
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb Месяц назад
Very good right sir
@user-pk5zg7gz4w
@user-pk5zg7gz4w Месяц назад
Gaurabji apunak janauje ajiloike aapuni bahut bhal kam kari aase,gatike aamar akhamar janatai apunak cm hisabe bisare,jiye aapuni aaru bhal kam kari jabaloi anurudh janalu,kinto akhamar janatak kunudin dhukha nidiye jen,aiye mur akha.aapunar bhal kamar karane dhainyabad giyapan kari
@Pronobborah-ug8tt
@Pronobborah-ug8tt Месяц назад
কলিয়াবৰত কি কৰিলে
@nabajitchaliha8084
@nabajitchaliha8084 Месяц назад
আপোনালোকও একোজন ৰাইজৰ প্ৰতিনিধি, চৰকাৰৰ লগত সহযোগিতা কৰি ৰাইজক উদ্ধাৰ কৰক। বিতৰ্ক কৰি হিচাপ বিছাৰিলে ৰাইজৰ উন্নয়নৰ নহয়।নহ'লে যোৰহাট সমষ্টি ৰাইজে আপোনাকো ক্ষমা নকৰিব, কাৰণ আপোনাৰৰো দায়িত্ব আছে। আৰু গগৈ ডাঙৰীয়া চৰকাৰৰ বিৰুদ্ধে মাত মাতি থাকিলে ই উন্নয়ন নহয়। যেনে কলিয়াবৰ লোকসভা সমষ্টি।
@test-ix9im
@test-ix9im Месяц назад
Salute to Mr gaurav Gogoi....income kiman korila haituwu lagibo raijok...
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Месяц назад
কলিয়াবৰত দহ বছৰে কি কৰিলে হিচাপ দিয়ক?
@umamili6576
@umamili6576 Месяц назад
তুমি কোন হয় কবলে😂😂
@rajennath5788
@rajennath5788 Месяц назад
তয়কোন
@dipakbaruah8987
@dipakbaruah8987 Месяц назад
ই গোৱৰ আৰু গো মূত্ৰ অলপ বেছিকৈ খাইছে ।
@digantadeka7201
@digantadeka7201 Месяц назад
Cameraman kot gol😂
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn Месяц назад
বাদ দিয়াহে মিছা কলে কিদাল হব ৷
@kumudbaruah2001
@kumudbaruah2001 Месяц назад
গৌৰৱ গগৈয়ে বানপানীৰ আচিলালৈ নিৰ্লজ ভাৱে ৰাজনীতিৰ বেহা মেলিছে। চৰকাৰ বিজেপিৰ চৰকাৰৰ লগত সহযোগিতা নকৰি চৰকাৰ খনক আক্রমণৰ লক্ষ্য কৰি লৈছে। লাভ নহব। তেওঁৰ পিতৃ তৰুণ গগৈয়ে হেলিকপ্টাৰৰ পৰাহে বানপানী চাইছিল। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই এবুকু পানীত নামি বানপীৰিতৰ খবৰ লৈছে। অসমৰ ৰাইজে এইবোৰ নিৰিখ্য়ন কৰি আছে। গৌৰৱ গগৈ বৰ্তমান দ্বিতীয় পাপু হবলৈগৈ আছে।
@dipakmahanta28
@dipakmahanta28 Месяц назад
right, tar Bapekor Hisap to agote koribo lage,karone gau gogoi bapekor lgt mili durnitir bishal pahar gorhi goise,iman basor a cm hoi tar bapake ki kori goise,bapek sai putek duyota ake dalal
@dipakbaruah8987
@dipakbaruah8987 Месяц назад
ঐ কথা অলপ চিন্তা কৰি কোৱা ভাল । অন্ধভক্ত বহুতো দেখিছোঁ ।
@apurbabhuyan8121
@apurbabhuyan8121 Месяц назад
ধন্যবাদ, লাখটকীয়া সচা উত্তৰ দিলে 🎉❤
@apurbabhuyan8121
@apurbabhuyan8121 Месяц назад
​@@dipakbaruah8987নিজে কাৰ ভক্ত পিছে?
@pulinsharma8826
@pulinsharma8826 Месяц назад
বেয়া নাপাব যোৱা 10বছৰত বিজেপিয়ে শিৱসাগৰত কি কি কাম কৰিছিলে তাক লৈ এতিয়া যে উথপথপ। তেতিয়াৰ সাংসদ গৌৰৱ গগৈ লগতে কংগ্ৰেছী নেতা সকলে এই মহা বানপানীত শিৱসাগৰবাসীৰ নিশ্চয় নাজল নাথল অৱস্থাত তেওলোকৰ কিয় সময় নহল খবৰ লবলৈ। দুখ লগা বিষয় যে বিজেপিয়ে এইবিলাক সুৰুঙা ৰাখি টকা পইছা খালে আপোনালোকেও ভাগ পালেনেকি।কিয় এই পৰিস্থিতিত ৰাইজ খনক আভুৱা ভবাই বান পৰিস্থিতিক পযবেক্ষন কৰিছেনে নে ৰাইজক ভাল লগাইছে। সকলো চৰকাৰে এটা পইচাৰ ইপিঠি সিপিঠি।
@bhupennath6771
@bhupennath6771 Месяц назад
. কলিয়াবৰ সমস্টিত তুমি কি কি কৰিলা সেইটো অসমৰ জনতাক হিচাব দিয়া।
@rv7787
@rv7787 Месяц назад
BJP samsa toi
@Minaramgogoi-xg4qo
@Minaramgogoi-xg4qo Месяц назад
বালৰ কথা উল্লেখ কৰিছ,কাম তোৰ‌ , বাকী বোৰ চাইছ ?
@umamili6576
@umamili6576 Месяц назад
তুমি কোন হয় 😂😂😂
@dipakbaruah8987
@dipakbaruah8987 Месяц назад
দি আছু ৰহ ।
@PrashantaDihingia-t2g
@PrashantaDihingia-t2g Месяц назад
Iidal bikhat fati hubidhabadi
@bapandeka
@bapandeka Месяц назад
70. Basara. Ki. Karila
@localgamerz9112
@localgamerz9112 Месяц назад
😂
@krishnabarman5395
@krishnabarman5395 Месяц назад
To to me Aisa thok nehi
@user-lx9tv2qw7y
@user-lx9tv2qw7y Месяц назад
আগতে কলিয়াবৰ হিচাপ দাখিল কৰক । দৰকাৰ হলে দিব নেকি ? চৰকাৰৰ বদনাম গাই লাভ নাই । মাথো বানপানীত ৰাইজক সহায় কৰক মহাশয় ।
@shantipriyasaikia-fr3sl
@shantipriyasaikia-fr3sl Месяц назад
Reporter jonor kothabur bhal nalage. Parele alop din tarning labo lagebo
@shantipriyasaikia-fr3sl
@shantipriyasaikia-fr3sl Месяц назад
Reporter dada pareley sir bule matok dada nahoi.
@alimashyam2406
@alimashyam2406 Месяц назад
Good👍
@DipakDas-lf5km
@DipakDas-lf5km Месяц назад
Good
Далее