Тёмный

LIVE : Junmoni Rabha Case Updates | জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল | N18L 

News18 Assam/Northeast
Подписаться 3,3 млн
Просмотров 559 тыс.
50% 1

LIVE : Junmoni Rabha Case Updates | জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#junmonirabhacaseupdates #junmoninews
n18_live
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 455   
@dulumonigogoi3311
@dulumonigogoi3311 7 месяцев назад
একেবাৰ মিছা ।আমি আগতে অনুমান কৰিব পাৰিছিলো এনেকুৱা হব।ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে এদিন জোনমনিয়ে ন্যায় পাব।
@Anubhab205
@Anubhab205 7 месяцев назад
গ'ম পাইছিলোৱেই যে জোনমনিয়ে ন্যায় নাপায় বুলি কাৰণ অসমক লৈ আমি যিমানেই গৌৰব নকৰোঁ কিয় অসমৰ ন্যায় ব্যৱস্থাটো ইমানেই লেতেৰা যে আমাৰ নিচিনা সৰু সৰু মানুহবোৰে ন্যায় নাপায়েই । যদি দূৰ্ঘটনাই হয় তেন্তে কি হ'ল জোনমনিৰ চেইন ডাল , কিয় প্ৰথমবাৰ গাড়ীখন পৰীক্ষা কৰোঁতে জোনমনিৰ ম'বাইলটো পোৱা ন'গল , কিয় পিছতহে পোৱা গ'ল নে প্ৰথমবাৰ আমাৰ আৰক্ষীয়ে ভালদৰে চকুৰেই নাচালে । ডাঙৰ মানুহবোৰে যদি অপৰাধ কৰাৰ পিছতো বাচি যায় তেন্তে সংবিধানৰ মূল্য কি ? নালাগে কোনো CBI ৰ জেৰা , নালাগে আমাক টকাৰে কিনা ন্যায় মাথোঁ এটি সৰু অনুৰোধ আপোনালোকে কিয় সেই পোচাক যোৰক বদনাম কৰিছে কিয় ইমান ভয় কৰিছে ,কিয় ইমান টকাৰ আশাত দৌৰিছে । মই কওঁ আপোনালোক যিমান ডাঙৰ মানুহেই নহওঁক কিয় , এটা বৃহৎ শূন্য আপোনালোক । নালাগে দিয়ক টকাৰে কিনা ন্যায় আমাক , মাথোঁ ভালকৈ থাকিৱ ভগবানে এদিন আপোনালোকৰ ন্যায় ল'ব আৰু টিল টিলকৈ প্ৰতিটোপাল চকুপানীৰ মূল্য দিৱ লাগিৱ । যিমান টকা লাগে সিমান গোটাওক যাতে মৃত্যুৰ চিতাখনো টকাৰেই দিৱ পাৰে । ক্ষমা কৰিৱ এই অধমক দুৱাষাৰ কোৱাৰ বাবে ।
@lakshmiprasad3018
@lakshmiprasad3018 7 месяцев назад
God takes action
@Anubhab205
@Anubhab205 7 месяцев назад
@@lakshmiprasad3018 umm.
@user75677
@user75677 7 месяцев назад
বৰ সুন্দৰ অনুভৱ এটি উপস্থাপন কৰিলে 👌 ধন্যবাদ নজনাই নোৱাৰিলো 🙏৷
@Anubhab205
@Anubhab205 7 месяцев назад
@@user75677 ধন্যবাদ ।
@PakhilaBaishya
@PakhilaBaishya 7 месяцев назад
TV 😂
@diptidevi4055
@diptidevi4055 7 месяцев назад
জানমণি ৰাভাক হত্যা কৰি দুৰ্ঘটনা ৰূপ দিয়া হ'ল। । এই কথা আমি আগৰ পৰাই অনুমান কৰি আছিলোঁ। কাৰণ জানমণি ৰাভাক হত্যা কৰা সকল বৰ বৰ লোক। চৰকাৰী লোক। গতিকে CBI হ'ল কেন্দ্ৰীয় চৰকাৰৰ লোক। গতিকে যত অসম চৰকাৰৰ বৰ বৰ লোক জড়িত তাত ভাৰত চৰকাৰৰ বহতীয়াই কেনেকৈ প্ৰকৃত সত্য উদ্ঘাটন কৰিব
@rajeshhazarika1663
@rajeshhazarika1663 7 месяцев назад
হয় একদম ঠিক কথা 😌
@solorider26
@solorider26 7 месяцев назад
Yes
@rajahindu3
@rajahindu3 6 месяцев назад
জানমনি নহয়‌ জোনমনি হে 😒
@jibonkurmi2076
@jibonkurmi2076 6 месяцев назад
Janmoni nohoi oh ,junmoni Ravha
@ratneswarsarma7458
@ratneswarsarma7458 18 дней назад
মিছা কথা জনমনে ৰাভাক চৰকাৰৰ বহতিআই হতা কৰিছে
@rishirajsaikia2743
@rishirajsaikia2743 7 месяцев назад
আপোনালোকে বাতৰি চোৱা সকলক একে কথা একোটা কে ঘুৰাই ঘুৰাই কৈকৈ বৰ আমনি কৰে ।
@sankarrabha3795
@sankarrabha3795 4 месяца назад
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@rajudoleymixxar5635
@rajudoleymixxar5635 7 месяцев назад
News বোৰে আচল কথা সোনকালে নকয় লাহে লাহে সময় বৰ্বাদ কৰি কৰি কৈ থাকে
@ninja4448ii
@ninja4448ii 7 месяцев назад
God god
@PalashDeka-bl1cf
@PalashDeka-bl1cf 23 часа назад
Thikai koise
@khagenkakati6380
@khagenkakati6380 7 месяцев назад
একেবাৰে মিছা৷এনেকোৱা ৰায় পাম বুলি ভবা নাছিলো একমাত্ৰ ভগৱানেহে জানিব৷
@PalashDeka-bl1cf
@PalashDeka-bl1cf 23 часа назад
Yes
@krishnamahanta1115
@krishnamahanta1115 7 месяцев назад
আপোনালোকে মূল বিষয়টো নকৈ আনোসঙিক কথা বোৰ কৈকিয় সময় বোৰ কিয় নষ্ট কৰে ???
@PronabGohain-fd5wd
@PronabGohain-fd5wd 7 месяцев назад
এই সকলোবোৰ CBI ৰ ভেকু ভাওনা।
@gitumanibarman6536
@gitumanibarman6536 7 месяцев назад
Xklo bor.c.b.i.r veko vaona. Lgte assam sorkaror. Vogobane xklo bisar krib
@Songs60027
@Songs60027 7 месяцев назад
ন্যায়া ভগৱানে দিব ।ভগৱানৰ অবিহনে এই পৃথিবীত কোনোও ন্যায়া দিব নোৱাৰে । কাৰণ চি‌‌‌ত‌এ‌ বৃত্ত টোপোলা ভগৱানৰ হাতত ।
@sabitrisvlog721
@sabitrisvlog721 7 месяцев назад
ইয়াৰ উচিত বিচাৰ ঈশ্বৰৰ ওচৰত। মানুহক আৰ কৰিলে ও ভগৱানক মিছা মাতিব নোৱাৰে।
@ushaburagohain6612
@ushaburagohain6612 7 месяцев назад
আগৰ নিউজবো কিয়গাই আছে আছলকথাটো কওক
@user-uz1ki9ue9k
@user-uz1ki9ue9k 7 месяцев назад
আমনি লাগিল
@KushalKrRabha
@KushalKrRabha 6 месяцев назад
অসমৰ ৰাইজৰ হৈ আগতেই কৈ আহিছিলোঁ যে সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত আৰু জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তেই সেই সকল অপৰাধীয়ে মিলি জোনমণিক হত্যা কৰিছিল৷ সেই কাল নিশা ঢাল নাই তোৰোৱাল নাই নিধিৰাম চৰ্দাৰ হৈ সিও চিভিল দ্ৰেছত অকলে তীব্ৰ বেগত নিজৰ বাহন চলাই ওলাই যোৱাৰ প্ৰশ্নই নুঠে ৷
@MDs-qh3km
@MDs-qh3km 2 месяца назад
সকলোৱে জানে যে উচিত তদন্ত নহ'ল, কিয়নো সৰু মানুহৰ বাবে আইন প্ৰণয়ন নহয় বুলি প্ৰমাণ পোৱা গ'ল
@jayantachetia8751
@jayantachetia8751 7 месяцев назад
সঁচাইৰ ৰহস্য হৈয়ে ৰল😢😢
@lakheswarborah3046
@lakheswarborah3046 7 месяцев назад
জোনমণীৰ মৃত্যুৰ ৰহস্য ৰহস্য হৈয়ে থাকিল ।
@jugamayadutta7272
@jugamayadutta7272 6 месяцев назад
23:36 ভগৱান আছে যিকৰিছে সেই জনে এদিন হ'লেও ফল ভুগি ব ই।
@PalashDeka-bl1cf
@PalashDeka-bl1cf 23 часа назад
হয়
@ranjanneog2068
@ranjanneog2068 7 месяцев назад
আচল কথাটো কোৱাৰ আগতে বহুত অদৰকাৰী কথা এগাল বকি থাক তহঁতি 😏
@AtulSaikia-wb8bp
@AtulSaikia-wb8bp 6 месяцев назад
Right
@dhrubajyotigogoi2269
@dhrubajyotigogoi2269 7 месяцев назад
যিবোৰ ইয়াত জড়িত হৈ আছে, সেইবোৰৰ জীৱনত শান্তি নহ'ব আৰু নৰকতো শান্তি নাপাব।
@mkmk9949
@mkmk9949 7 месяцев назад
টকা ৰ নাম জয়ৰাম, টকা ই কৰে সকল কাম !!
@nabanath100
@nabanath100 7 месяцев назад
প্ৰত্যক্ষ দৰ্শীজন কি নাম বা আছিল তেওঁৰ। তেওঁ জীয়াই আছে নে?নে তেওঁকো কিনি পেলোৱা হ'ল ?
@bimalhazarika3518
@bimalhazarika3518 7 месяцев назад
এজন নেদেখা বিচাৰকৰ দ্বাৰা শাস্তি হব ই ।
@minudeka1768
@minudeka1768 7 месяцев назад
জোনমনিয়ে ন্যায় নাপালে ইয়াৰ বিচাৰ ভগবানে কৰিব ।একচিডেনত নহয় ৰহস্য হৈ ৰল ।
@panibina444
@panibina444 7 месяцев назад
চিবিআইক চৰকাৰে মেনেজ কৰিছে
@axomiyaff3919
@axomiyaff3919 7 месяцев назад
Right
@rintub1066
@rintub1066 7 месяцев назад
এই ঢ়ৰকাৰ থকা লৈকে উঢিত বিঢাৰৰ আশা কৰিব নোৱাৰি
@biswajyotirabha2572
@biswajyotirabha2572 6 месяцев назад
ৰাম আহিছে, এদিন নিশ্চয় সঁচা বিচাৰ হ'ব
@user-un8cb8qv3g
@user-un8cb8qv3g 7 месяцев назад
মিছা আমি মানি নলও
@iranisonowal1198
@iranisonowal1198 7 месяцев назад
ভাল মানুহৰ লগত হে এইবোৰ ঘতনা হোৱা দেখা পোৱা গৈছে। 😢😢😢😢 বহুত আঘাত দিয়ে এই নিউজটো পাই থাকিলে। বহুত বহুত 🙏🙏🙏🙏
@user-yi2dy6wj6i
@user-yi2dy6wj6i 2 месяца назад
ধন্যবাদ এনেকুৱা সজাই পৰাই বাতৰি কলে জোনমনিৰ মাকে সছা বুলি ভাবি সোনকালে নমৰিব তুমি শচা ঠিকেই কৈছা
@ratulbaruah4598
@ratulbaruah4598 7 месяцев назад
Yes. Bhogoban asey. Junmoni a niyaai puwaa tu bisarisu.
@Dhruba332
@Dhruba332 7 месяцев назад
মোৰ ব্যক্তি গত কথা,মই সম্পূৰ্ণ বিশ্বাস কৰোঁ যে আমাৰ অসমৰ নিয়াই ব্যৱস্থা এক ঘৃণনীয়,অলাগতীয়াল,টকাৰ সৰণ লোৱা এক অভিনয়ৰ যাত্ৰা😂😂😂
@pixow1913
@pixow1913 6 месяцев назад
দূৰ্ঘটনা হ'লে বিষয়টো সেই দিনাই শেষ হ'ল হেতেন । যিকেইজনে মাৰিলে সেই নৰপিশাচ কেইটাই কিন্তু জীয়াই থাকিলেও ভগবানৰ ওচৰত ইতিমধ্যে মৃত
@ChandanSaikia-dy4ze
@ChandanSaikia-dy4ze 6 месяцев назад
ভগৱানে সকলুকে দিব
@bakharsaikia9796
@bakharsaikia9796 6 месяцев назад
CBIয়ো মিছা কথা কৈছে, আমি ৰাইজে মানি লৱ নোৱাৰো। ৰাজনৈতিক সৰজন্ট।
@user-br7wf5gw9x
@user-br7wf5gw9x 7 месяцев назад
Anil bhuyanh recoding tu ki hol মিচা হল
@IamTimung
@IamTimung 6 месяцев назад
একো বালৰ কাম নাই CID, CBI 😢😢😢😢😢 চৰকাৰৰ ৰাজকোষ অযথা খৰচ কৰিলে এই পংগু CID CBI সকলৰ বাবে, তদন্ত কৰা সকলক অভিশাপ দিছোঁ ইয়াতকৈ বহুত বেয়া দুখ যন্ত্ৰনা ভুগিব লাগিব । জোনমনি বাইদেউ আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক 😢😢😢😢
@jyotishrabha
@jyotishrabha 7 месяцев назад
মানুহ চিনি পাওঁ। কিন্তু নাম নাজানো কোৱাৰ দৰে জোনমনি ৰাভা যে হত্যা কাণ্ড সকলোৱে জানো যদিও মুখেৰে ক'ব নোৱাৰে। CBI-দলে তদন্ত কৰিলেও যে জোনমনি ন্যায় নাপাব। সকলোৱে জান। শেষত সেয়ে হ'ল।😢
@gutungdipakpegu2134
@gutungdipakpegu2134 7 месяцев назад
এটা কথা মাত্ৰ এবাৰ কলে কি অসুবিধা হয় অ ?
@abcassambroadcastingcorpor7403
@abcassambroadcastingcorpor7403 7 месяцев назад
চেইন শব্দটো আপুনি অসমীয়া হিচাপে ভুলকৈ উচ্ছাৰণ কৰিছে কিয়?
@assamnoobgamer9752
@assamnoobgamer9752 7 месяцев назад
মানুহে মানুহক ঠগিব পাৰে । কিন্তু ভগবানক কেতিয়াও ঠগিব নোৱাৰিব। মই আগতে কৈছোঁ ভগবানে এদিন বিছাৰ কৰিব। সত্য কথা ওলাই পৰিব।
@netranjolicreation7194
@netranjolicreation7194 15 дней назад
চিবিআই বৰ্তমান নিৰপেক্ষ নহয় ৷ এইটো দুৰ্ঘটনা নহয় ৷
@user-kf3vc6po6f
@user-kf3vc6po6f 5 месяцев назад
জোনমণিৰ মৃত‌ু ৰহস্য ৰহস্য হয়েই থাকিল
@nirugogoi4576
@nirugogoi4576 6 месяцев назад
এই কথা একেবাৰে ভুৱা আচলতে প্ৰসাশন জৰিত আছে সেই বাবে দুটি বাগৰ মাৰি আছে
@bichitranarayanbora9689
@bichitranarayanbora9689 7 месяцев назад
.মিছা কথা।😢
@user-mi7us2yb8v
@user-mi7us2yb8v 2 месяца назад
অ পুলিচে মিচা কথা কয় প্ৰমাণ পালে জসাধাৰণে, কিন্তূ ভগৱাণে মাফ
@ag5541
@ag5541 7 месяцев назад
জোনমনীৰ মাকৰ বাদে অন্য কোনো ব্যক্তি নাই বাবেই এনে উত্তৰ ৰাইজে লাভ কৰিলে ।
@hareswardaimary4696
@hareswardaimary4696 3 месяца назад
মিছা বাতৰি সম্প্ৰচাৰ নকৰিব ৷
@ranjugogoi419
@ranjugogoi419 7 месяцев назад
আমি যিমানেই যি নকৰোঁ কিয় আমি সাধাৰণ মানুহ যি কেইজনে এই পাপ কথা বিলাক লোকোৱাই ৰাখিছে সেই বিলাকে বহুতো ভূক্ত ভুগি মৰিব ।এই সকলো বোৰ ভগৱানে বিচাৰ কৰিব নিচ্ছয়। ধন্যবাদ 💅👍💅👍👍🙏🙏🏽🙏🏽
@gitadeka1520
@gitadeka1520 7 месяцев назад
Ago kotha bilak suni suni asol kothato suniboloi dhorjya naikia hol.
@user-kh8pg3jn6j
@user-kh8pg3jn6j 7 месяцев назад
কথাটে কয় / খেদিলে শিয়াল পাবা কি, মাৰিলে শিয়াল খাবা কি ? এই বোৰ বাদ দি বৰ্তমান দেশখনৰ ৰাজ্য খনৰ ভাল চিন্তাহে কৰিব লাগে, বেয়াকৈ নলব ভুল হ'লে ক্ষমা বিচাৰিছোঁ/
@nilimakalita7018
@nilimakalita7018 7 месяцев назад
Adharua jen lagil tadanta,bhal laga nai bisar
@pabitranath4675
@pabitranath4675 6 месяцев назад
এটা কথাকে ঘূৰাই পকাই কৈ থকা বাতৰি শুনি একদম ভাল নেলাগে।
@PM-gw1ou
@PM-gw1ou 7 месяцев назад
Big Breking News, আপোনাক কিন্ত বটা দিব লাগে। তিলক কেনেকৈ তাল কৰিব পাৰে। আপোনি জানে।
@KushalDihingia-vg7ie
@KushalDihingia-vg7ie 7 месяцев назад
ধৰিললো যেনিবা দুৰ্ঘটনা বুলি? তাইৰ মোবাইল গীতা কেনেকৈ হেৰাল? বহু প্ৰশ্ন থাকিল???
@subhadutta5368
@subhadutta5368 7 месяцев назад
একেবাৰে মিছা কথা। ফাল্টু বাতৰি । ভেকু ভাওনা সকলো।
@anantaborah2809
@anantaborah2809 22 дня назад
ইমান দীঘল বাতৰি চাবলৈ সময় নাই মানুহৰ চমুকৈ কবা🙏
@RanuBuragohain-ek4sq
@RanuBuragohain-ek4sq 7 месяцев назад
জানিবলৈ মণ আছিল কাৰণে চালোঁ কিন্তু ইমান দিঘল নকৰিলেও হল হেতেন।
@user-oo9xr7eq8b
@user-oo9xr7eq8b 3 месяца назад
ৰহস্য জনক কথা এই যে, গাড়ীখন চূৰ্ন বিচূৰ্ন হৈ গ'ল কিন্তু জোনমনি ৰাভাৰ শৰীৰটো অক্ষত অৱস্থাত পোৱা পৰিলক্ষিত হয়!
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 месяца назад
আগেই কৈছোঁ, সত্যৰ ধ্বংস নাই।
@ranjanbaruah978
@ranjanbaruah978 7 месяцев назад
Cash koribo lage
@promodkumardas9977
@promodkumardas9977 6 месяцев назад
দুৰ্ঘটনা মৰিবলৈ জুন মনি ৰাভা গাৰি লৈ জখলা বন্ধা লৈ ঢাপলি মেলিছিল। হাই CB I ।
@mofidrohman6393
@mofidrohman6393 7 месяцев назад
জোনমনিৰ হত্যা হৈছিল। এই খন নাটক হ'ল।
@govtjobaspirant432
@govtjobaspirant432 7 месяцев назад
CBI ku kini lola.....poisa a main ajikali ......justice pua tu ajikali hohoj nhoi saga..........
@BhumidharNath-im7ml
@BhumidharNath-im7ml 7 месяцев назад
জোনমনি ৰাভাৰ আত্মাই এদিন সকলো হয়্তাকাৰীহতক খেদি খেদি হয়্তা কৰিব। চিবিআইৰ মানুহবিলাকো সাৰি নাযায়। সৈয়্তৰ সদায় জয়!!
@jutichetia9561
@jutichetia9561 7 месяцев назад
ভগবানে বিচাৰ কৰিব
@dhonmonikalita6313
@dhonmonikalita6313 7 месяцев назад
CBI enquiry ek drama. All are same. Any investigation agency is a part of crime or criminal group. So we don't aspect justice.
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 месяца назад
ময়ো বাক্ বিচক্ষণতা প্ৰদৰ্শন কৰণাৰ্থে বহু বহু সময় ধৰি বক্তৃতা দিবলৈ যত্নপৰ। এয়া মানুহ ভাল নাপায় কিয়নো মানুহ ব্যাস্ত।
@jahnobibora5212
@jahnobibora5212 7 месяцев назад
জোনমনিয়ে ন্যায় নাপায়। আইনে ন্যায় দিব নোৱাৰে, নেদেখা জনৰ আইনেহে ন্যায় দিব।
@user-ik1vi3nw4j
@user-ik1vi3nw4j 7 месяцев назад
মই ইটাত উজুটি মাৰিলো ইটা নালাগিল ভাগিল আঙুলিৰ কথাটো জানিব😅😅😅
@BanjitRabha-yq6yx
@BanjitRabha-yq6yx 7 месяцев назад
Eya sampurna Micha kotha dada..aapuni ki koy baru ??
@rajuchetry6364
@rajuchetry6364 7 месяцев назад
Nahoi
@btcbaksa6180
@btcbaksa6180 7 месяцев назад
Cbi k dhon dile o fus Kori prlale
@PareshChoudhury-en5ok
@PareshChoudhury-en5ok 7 месяцев назад
Bhagaban ase gam pabo
@rinasaikiadas4911
@rinasaikiadas4911 5 месяцев назад
Junmonik sorkari manuhe milijuli marise
@niruprabhasaikia5680
@niruprabhasaikia5680 7 месяцев назад
ৰৌবৰলীক ৰক্ষনা বেখনা দিয়া চিবিআইৰ মন্তব্য অসমীয়া ৰাইজে সহজতে মানি লব নোৱাৰে। অসমীয়া ৰাইজ মূৰ্খ নহয়।
@KankhaKoch-qi3nu
@KankhaKoch-qi3nu 7 месяцев назад
100,,%misa hoita kora hoise
@hazirabegum926
@hazirabegum926 3 дня назад
That's very good news🎉🎉🎉. Atleast kiba eta solution dise❤. CBI e eku. Bhal decision dia nai
@JahidulIslam-gp6hl
@JahidulIslam-gp6hl 2 месяца назад
এটা কতা বাৰ বাৰ কৈ সময় নষ্ঠ কিয় কৰিব লাগে।
@healthworld9935
@healthworld9935 7 месяцев назад
Asl kthato kowa. C. B. I bjp r agent.
@dhritirajkashyap1827
@dhritirajkashyap1827 7 месяцев назад
Thtr sbte pblm cash slove korileo pblm nkorilo pblm miya
@JeutiRabha-np1es
@JeutiRabha-np1es 7 месяцев назад
C B I b j p r dalal
@user-cp2vd6wi2e
@user-cp2vd6wi2e 7 месяцев назад
একেটা কথাকে বাৰে বাৰে কৈ নাথাকিব। সেইবোৰ সব বিচাৰৰ নামত ভেকুভাওনা। চি বি আই হলেও দৰমহা খোৱা কৰ্মচাৰী হে টকা পইচা তেওলোককো লাগে। বাকী খিনি নিলেও হব
@LiaAoborpatragohain-ms8zp
@LiaAoborpatragohain-ms8zp 7 месяцев назад
Hoitakari aru hoityok dhaki rokha aru Sorkar hokoluke Bhogowane Soku meli sauk eitu hoitya asil.
@Duleswar-uc5un
@Duleswar-uc5un 2 месяца назад
জোনমনি ঘৰত তালাছীৰ সময়ত জোনমনি ক'ত আছিল-পুলিছৰ জিমাত নে অপৰাধি সজাই এৰি দিছিল,গতিকে বিছাৰতো গ্ৰহনযোগ্য নহয়।(চৰাইদেউ)
@bitupanborah3962
@bitupanborah3962 2 месяца назад
কুনে কাক কিমানত কিনেলে, সেইটো নিউজৰ মাধ্যমত দেখাবনে । এইটোৱেই উত্তৰ ওলাব সকলোৱে জানে। ভগৱান আছে। আমি ভগৱানক দিছোঁ।
@SURESHRAVA-tv1yk
@SURESHRAVA-tv1yk 7 месяцев назад
Thanks for your information to good morning news
@user-br7wf5gw9x
@user-br7wf5gw9x 7 месяцев назад
No justice
@ejikelmarak3245
@ejikelmarak3245 6 месяцев назад
জনজাতি বিলাক সাৱধান তোমাক এই B J P চৰকাৰে এনে কৰিব .
@dilipsarma6766
@dilipsarma6766 7 месяцев назад
এইজন ঘোষকৰ নিউজ শুনি কানঘোলা হয়।
@nripenborgohain201
@nripenborgohain201 4 месяца назад
শাসনভাৰ লোৱা শাসকগোষ্টীৰে জনগনৰ দুখদায়ক ঘটনাক ন্যায়পালিকাও শাসক ৰাজৰ কথামতে উঠাবহা কৰি দেশ শাসন কৰি চলিছে ৷ সেয়েহে অসমত সকলোপিনে অৰাজক পৰিচিতি চলিব ধৰিছে ৷ উদাহৰণ - SI জোনমনি ৰাভা ঘটনাই উল্লেখযোগ্য প্ৰমান ৷ এতিয়া কনমানি বিহু মাৰিবলৈ অহা নাচনী অপহৰণ কৰা ই- ৰিক্সা চালকৰ ওপৰত কি ব্যৱস্থা হ’ব ?
@bharatgogoi324
@bharatgogoi324 6 месяцев назад
পৰিকল্পিত হত্যা আছিল বুলিয়েই সহচ্ৰ জনে কব ,,,,
@mkmk9949
@mkmk9949 7 месяцев назад
দুখ লাগিল 😂
@mamonibora2971
@mamonibora2971 24 дня назад
সত্য ভগৱানেহে জানিব
@user-hw5jj4xc6b
@user-hw5jj4xc6b 7 месяцев назад
CBI r dalo rajnitir kabalt Jen lagil.Newsto sai.
@bulugogoi3548
@bulugogoi3548 7 месяцев назад
Dukhik iswara bisar koribo Jan.🙏
@user-kg3fz5zc4x
@user-kg3fz5zc4x 7 месяцев назад
Sir apuni nisiyorileyo hobo ok sob mamar karbar moi hemonto biswak mur lar tuwo voi nokoru
@ranjanneog2068
@ranjanneog2068 7 месяцев назад
News bur hodai to the point hobo lage, tatiahe raije huni val pai
@nripenborgohain201
@nripenborgohain201 7 месяцев назад
ড০ বিধায়কৰ Video টোৰ পৰাই ৰহস্যময় কাহিনী আৰম্ভ হ’ল ৷
@Movies-k1g
@Movies-k1g 7 месяцев назад
False
@JintuGogoi12345
@JintuGogoi12345 7 месяцев назад
This is totally making drama report......... আচলতে ৰক্ষক হে ভক্ষক😢 অসম আৰু অসমীয়াই কথাবোৰ বুজিবৰ হল...... নহ'লে বহুত পলম‌ হৈ যাব😢😢😢😢.... ইহঁতে নিজক অসমীয়া বুলি কোৱাৰ অধিকাৰ নাই...... অসমীয়া ইমান নিচ নৰাধম অসমক নাছিল কদাপি...... অসম বেছিচ নে নিজৰ মাৰ হতক বেছিচ...🤬🤬🤬🤬
@shivabora7745
@shivabora7745 7 месяцев назад
ভেকু ভাওনা ।লাজৰ বিষয়
@bharatisaikia3540
@bharatisaikia3540 6 месяцев назад
Bare2aketa kothake keo reportare koi thake ?asol kothaloi jabo lage.
@majnurali4040
@majnurali4040 2 месяца назад
সছাকথা বুলি ভাবিব নোৱাৰি
@Funny_Factory805
@Funny_Factory805 7 месяцев назад
কোনেও বিশ্বাস নকৰে , ফলাফল এইটোৱেই হ'ব সকলোএ গম পায় 🙏🏻🙏🏻😖😖
Далее
A small kitten was dumped #cat #kitten #cutecat
00:41