Тёмный

local villagers songs লোকেল গাঁৱলীয়া গান 

আবেগ অনুভূতি
Подписаться 2,8 тыс.
Просмотров 752 тыс.
50% 1

আবেগ আৰু অনুভূতি,,,, abeg aru onuvuti
#Abeg_aru_onuvuti#আবেগআৰুঅনুভূতি
• Video
• Video
• Video
• আবেগ আৰু অনুভূতি/Abeg ...
নমস্কাৰ,
�আবেগ আৰু অনুভূতি � chennel ৰ পৰা সকলোকে স্বাগতম জনাইছো।
আবেগ আৰু অনুভূতি chennel এক আবেগিক অনুভূতিক blog হাঁহি ধেমালিৰ উপৰিও বহুতো মনোৰঞ্জনৰ বাবে খোলা হৈছে।
সকলো বন্ধু বান্ধৱক chennel ৰ সন্মান বজায় ৰাখি
Chennel টো পৰিচালিত কৰিবলৈ অনুৰোধ জনালো।
আৰু তলত দিয়া নিয়মবোৰ মানি চলিবলৈ অনুৰোধ জনালো।
chennel ৰ সদস্য সকলে নিজৰ তালিকাৰ পৰা
বন্ধু বান্ধৱী সকলক chennel ত নিমন্ত্ৰণ কৰিব আৰু chennel tu subscribe কৰি chennel টো সবল কৰিবলৈ সহায় কৰিব।
সকলোৱে ভাল বা হহোৱা নাইবা শিক্ষামূলক comments কৰিব।
কোনো ধৰণৰ ৰাজনৈতিক নাইবা জাতি ধৰ্মক লৈ কোনো মন্তব্য কৰি নিজৰ লগতে chennel ৰ মৰ্যদা হানি নকৰিব।
আশা কৰোঁ নিয়মবোৰ মানি চলিবলৈ সকলোৱে চেষ্টা কৰিব।
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় ।
আবেগ আৰু অনুভূতি

Опубликовано:

 

16 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 42   
Далее