Тёмный

Mango Pickle ৰ'দ ত নিদিয়াকৈ এদিনতে কেনেকৈ বনাব আমৰ আচাৰ । এবাৰ এনেকৈ ও বনাই চাওকচোন আমৰ আচাৰ । 

Nitu's world
Подписаться 1,8 тыс.
Просмотров 64 тыс.
50% 1

#mangopickle #ammachar
ডাৱৰীয়া বতৰত আমৰ আচাৰ শুকুৱাবলৈ দিয়াটো বহুত অশান্তিকৰ হয় । আৰু বহুত বেয়ালাগে যেতিয়া আচাৰ বোৰ ভেকুৰ লাগিব ধৰে বা বেয়া হৈ যায় ।
কিন্তু ৰ'দ নোহোৱাকৈ ও আমি আমৰ আচাৰ বনাব পৰো । এনে পদ্ধতিৰে ৰে ।
এই আচাৰ বিধৰ ওপৰিও আমৰ টেঙা মিঠা জ্বলা আচাৰ ও ৰ'দ নোহোৱাকৈ এক দুই ঘন্টাতে মিঠা আচাৰ বনাব পাৰিব । কেনেকৈ ???? চাবলৈ তলৰ লিংটো টিপক ।
• amm Achar| sweet mango...
আৰু বছৰ টোৰ বাবে সংৰক্ষণ কৰি থওক আমৰ দুবিধ কৈ কম সময়তে হোৱা আচাৰ ।
বন্ধু বান্ধৱী সকল যদি মোৰ ভিডিও বোৰ ভালপায় তেনে হলে অনুগ্ৰহ কৰি channel টি subscribed কৰি দিব 🙏

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 43   
@lakhi2000
@lakhi2000 3 года назад
It's really easy and I made some.....outcome was excellent 👍
@nitusworld5887
@nitusworld5887 3 года назад
Thank u
@ranubarman857
@ranubarman857 2 года назад
Oti Xundor hoise 👌👌👌
@pranjaldas-ik6jo
@pranjaldas-ik6jo 3 месяца назад
o।
@nizarasarma8353
@nizarasarma8353 3 года назад
বহুত সুন্দৰ
@nitusworld5887
@nitusworld5887 3 года назад
Thank u
@rubidutta458
@rubidutta458 3 года назад
Khub xundar hoise
@nitusworld5887
@nitusworld5887 3 года назад
Thank u baa
@rashmiskitchenvlog3930
@rashmiskitchenvlog3930 3 года назад
খুব ধুনীয়াকৈ বনাই দেখুৱালে।
@nitusworld5887
@nitusworld5887 3 года назад
Thank u 😊
@bontidevi1211
@bontidevi1211 3 года назад
খুব সুন্দৰ
@rajashreeduariskitchen3518
@rajashreeduariskitchen3518 3 года назад
খুৱ ধুনীয়াকৈ বনাই দেখুৱালা বা👌👌
@nitusworld5887
@nitusworld5887 3 года назад
Thank u dear
@D-art190
@D-art190 3 года назад
খুউব সুন্দৰ
@nitusworld5887
@nitusworld5887 3 года назад
Thank u Anju
@madhabis8026
@madhabis8026 3 года назад
খুব সুন্দর হয়েছে আচারটা আমি বানাবো ৷ নতুন বন্ধু হলাম ৷
@nitusworld5887
@nitusworld5887 3 года назад
ধন্যবাদ
@ritanath8253
@ritanath8253 3 года назад
সুন্দৰ হৈছে নীতু
@bharatiskitchen8289
@bharatiskitchen8289 3 года назад
ধুনীয়া
@BetterLifeAssam
@BetterLifeAssam 3 года назад
খুব সুন্দৰকৈ বনালা নিতু
@nitusworld5887
@nitusworld5887 3 года назад
Thank u 😊
@hiramonichoudhury1361
@hiramonichoudhury1361 Год назад
👌👌👌
@kusumsharma4537
@kusumsharma4537 4 месяца назад
Khub sunder hoise ❤❤
@wajitrahman4859
@wajitrahman4859 3 года назад
Bohut val lagil
@nitusworld5887
@nitusworld5887 3 года назад
ধন্যবাদ
@biswajyotidey4257
@biswajyotidey4257 2 года назад
😍😍😍
@sanahigogoi381
@sanahigogoi381 2 года назад
আপোনালৈ ধন্যবাদ
@tarun679
@tarun679 2 года назад
First time so lovely videos and like n subscriber
@anamikagogoi8562
@anamikagogoi8562 3 года назад
Vl lagile ba...bonai sam..akha korisu muku koribo
@nitusworld5887
@nitusworld5887 3 года назад
Thank u . Sure
@binitatalukdar309
@binitatalukdar309 3 года назад
Borhiya hoise ba moi o bnai sam
@nitusworld5887
@nitusworld5887 3 года назад
ওমম বনাবা
@nslifestyle673
@nslifestyle673 10 месяцев назад
দিদি, আপুনি অসমত ক'ত বাস কৰে? মোৰ প্ৰিয় স্থান হৈছে অসম। মই ভাবো মই চিৰ জীৱনৰ দৰে অসমলৈ গৈছিলো।
@padminisaikia6104
@padminisaikia6104 2 года назад
রদত দিওতে হালধি সানিছো কিন্ত নিমখ নাইদিয়া ।পিছত দিছো বেয়া হব নি জনাব
@nitusworld5887
@nitusworld5887 2 года назад
নাই নহয় বেয়া
@TaruPhukan
@TaruPhukan 3 года назад
আচাৰ বনালাই নেকি নীতু…সুন্দৰকৈ বনালা…
@nitusworld5887
@nitusworld5887 3 года назад
অ বা ঘৰৰে যে আম,কঁঠাল মানুহজনে গলেই অলপ অলপ আনে । বনাই এ থলো
@jishnusofficial5311
@jishnusofficial5311 3 года назад
বাইদেউ নমস্কাৰ..মই নহৰু আদা আৰু জলকীয়া একেলগ কৰি আচাৰ বনাইছো..তেল ৰ পৰিমাণ সকলো ধুনিয়া আছে..মই তাত অলপ নেমু টুকুৰ টুকুৰ লৰ বাকলি গুচাই কাটি দিছিলো...এতিয়া আচাৰ খিনি অলপ গোন্ধ ওলাইছদ..যেন চবজি বেয়া হলে গুন্ধাই তেনকুৱা অলপ মান গোন্ধ ওলাইছে..মোৰ আচাৰ খিনি বেয়া হ'ল নেকি বাই দেউ..নে আদা নহৰু ত অলপ গোন্ধ থাকে .প্লিজ মোক জনাব..কি কৰিম..বাইদেউ...
@nitusworld5887
@nitusworld5887 3 года назад
আচাৰ বিভিন্ন কাৰনত বেয়া বা গোন্ধা ব পাৰে । সেয়ে আচাৰ বনাই যদি বৈয়ামত ভৰাই থৈছা তেন্তে কমেও এক সপ্তাহ ৰদত দিব লাগে । আৰু তেল খিনি ওপৰ তল কৈ বটল টো লৰাই থাকিব লাগে । তেলৰ পৰিমান আচাৰৰ জোখত কৈ বেছি দিব লাগে । বতৰৰ লগত ও কথা থাকে
@nitusworld5887
@nitusworld5887 3 года назад
আৰু কিবা জানিব লগীয়া থাকিলে সুধিবা । ধন্যবাদ
@jishnusofficial5311
@jishnusofficial5311 3 года назад
@@nitusworld5887 ধন্যবাদ বাইদেউ...মোৰ আচাৰ খিনি বাবে মনটো বেয়া..মই ইমান যতন লোৱা পিছটো এনকুৱা হ'ল...
@nitusworld5887
@nitusworld5887 3 года назад
তাকে এনেকুৱা বতৰত আচাৰ বতৰৰ বাবে বহুত বেয়া হয় ।
@devajanibora6660
@devajanibora6660 2 года назад
@@nitusworld5887 be g CR
Далее
A small kitten was dumped #cat #kitten #cutecat
00:41
Traditional Mango Pickle Recipe (3year Life)
9:55