Тёмный

Moi Henu Premote Porisu | Lyrics | Neel Akash, Nilavnita 

KAKUTU OFFICIAL
Подписаться 13 тыс.
Просмотров 210
50% 1

♬♩ Stream ~ Moi Henu Premote Porisu | Neel Akash, Nilavnita lyrics
• MOI HENU PREMOTE PORIS...
♬♩ Listen best of the tiktok playlist
/ playlist
Support/follow
/ nilavnita
/ neel_d_akash
/ ajoyphukan
/ _gayotriboro
/ uuday.shankar45
/ kakutu__creations
Facebook
/ neelofficials
/ nilav.nita
/ profile.php
{Lyrics - Neel akash}
(না না না না নানা না না না)
নাজানো কিয় জানো বুকু খন কপি জাই
আধা ভোগা টোপনিতে সপোন নেও যুকাই
{Chorus 1 Nilav Nita}
নাজানো কিয় জানো হিয়া খন তিতি জাই
মৰম সনা কলিজাতে উখাহে কৈ ঠই জাই
তুমি জানা নে মইও জানো
{Verse 1 Neel akash}
নতুন নতুন ৰঙে কিনো সাজিছো
তুমি বুজা নে মইও বুজু মৰম মকে কিয় আদৰি
আনিছো মোৰ পাগল-পাগল ভাবনাতে তোমাকে বিচাৰোঁ
মই হেনো প্ৰেমতে পঢ়িছোঁ
ভাবী ভাবী লাজতে মৰিচু
মই হেনো প্ৰেমতে পঢ়িছোঁ
ভাবী ভাবী লাজতে মৰিচু
{Chorus 2 Nilav Nita}
প্ৰেমতে পঢ়িছোঁ প্ৰেমতে পঢ়িছোঁ
লাজে লাজে আহি সপোনে বুকুতে জিৰালে
আৰে আৰে মনৰ প্ৰাণৰ চেনেহী গীত যুৰে
{Verse 2 Neel akash}
অ. লাজে লাজে আহি সপোনে বুকুতে জিৰালে
অ. আৰে আৰে মনৰ প্ৰাণৰ চেনেহী গীত যুৰে
তুমি জানা নে মইও জানো
নতুন নতুন ৰঙে কিনো সাজিছো
তুমি বুজা নে মইও বুজু মৰম মকে কিয় আদৰি
আনিছোঁ কিয় জানো মইও আজি কালি তোমাকে বিচাৰোঁ
মই হেনো প্ৰেমতে পঢ়িছোঁ
{Chorus 3 Nilav Nita}
লাজে লাজে লাজে বাকী ভাবী আছোঁ
মই হেনো প্ৰেমতে পঢ়িছোঁ ভাবী ভাবী লাজতে মৰিচু
অ.. চুই চুই চোৱা চেঁচা চেঁচা
মৰমৰে বৰষা মিঠা মিঠা মিঠা
কিনো এ'আ ভাল লগা ভাল পোৱা
সা.. চুই চুই চোৱা চেঁচা চেঁচা মৰমৰে বৰষা
মিঠা মিঠা মিঠা কিনো এ'আ ভাল লগা ভাল পোৱা
{Verse 3 Neel akash}
তুমি জানা নে মইও জানো
নতুন নতুন ৰঙে কিনো সাজিছো
তুমি বুজা নে মইও বুজু মৰম মকে কিয় আদৰি আনিছোঁ
মোৰ পাগল-পাগল ভাবনাতে তোমাকে বিচাৰোঁ
মই হেনো প্ৰেমতে পৰিলোঁ
প্ৰেমত পৰি কিনো ভাবি থাকোঁ
মই হেনো প্ৰেমতে পঢ়িছোঁ
ভাবি ভাবি লাজতে মৰিছো
💕 Comment "i love you" 'If you're reading this 💕
#neelakash #nilavnita

Видеоклипы

Опубликовано:

 

2 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
Камень, ножницы, нейронка
00:33
Просмотров 711 тыс.
July 3, 2024
4:10
Просмотров 11 тыс.
Mirjalol Nematov - I love you (Videoklip)
3:56
Просмотров 3,2 млн
Stray Kids "Chk Chk Boom" M/V
3:26
Просмотров 46 млн
MACAN - Я хочу с тобой  feat SCIRENA
3:18
Просмотров 239 тыс.
MACAN, A.V.G - Привыкаю
2:55
Просмотров 238 тыс.