Тёмный

Monore Koina | Zubeen Garg | Official Music Video | Zubeen Garg Music 

Zubeen Garg Music
Подписаться 433 тыс.
Просмотров 7 млн
50% 1

Monore Koina is a saga of colorful dreams, pale obstacles, and a blessed reunion. The song tells a story of the undying spirit of love. It tells you how despite having uncountable thorns on the road, love remains pure as the pearl drops in an autumn morning.
#ZubeenGarg #ZubeenGargMusic
----------------------------------------------------------------
Lyrics: Zubeen Garg and Rahul Gautam Sharma
Music: Zubeen Garg
Singer: Zubeen Garg
Music Production: Zubeen Garg
Guitar: Ishanu
Saxophone: Amitabh Barooa
Backing Vocals: Arundhati Bhanupriya
Mix & Mastering: Diganta Sharma
Recorded at Studio ChikMik by Sibabrata Sharma (Babloo)
Cast: Zubeen Garg, Mousumi Alifa
Additional Cast: Trishanu Bhuyan, Pinky Devi
Concept: Zubeen Garg
Directed By: Sachin Baruah
Director Of Photography: Gyan Gautam
Aerial Photography: Jaydeep Paul
Editing & Visual Promotion: Protim Khaound,
D.I.: Rajesh Yadav
Production Design: Rhitu Prayag Garg(MON)
Art: Jyoti Sankar Bhattacharya
Makeup: Bhaskar Jyoti Dutta
Costume: Juri Kalita
Line Producer: Manoj KR Mishra
Asst. Line Producer: Pranjit Koch
Produced By: Zubeen Garg, Garima Saikia Garg
----------------------------------------------------------------
♪Stream the Full Song Here♪
Amazon Music - Apple Music - Gaana - Spotify - Wynk - Jio Saavn - Hungama - Resso - RU-vid Music.
Connect with the song: zubeengargmusi...
----------------------------------------------------------------
Lyrics:
It's me and you
Forever...
Together...
We'll meet again and again
My love is eternal
I'll die for you
I'll die with you
মনৰে কইনা মোৰ
এৰি গুচি গ’লি মোক
কোনোবা দূৰ পছিমলৈ
তেজৰ আবিৰ ঢালি মোক
ৰঙা এঙাৰ বুকু মোৰ
জ্বলি ছাঁই হ’বলে বাকী
দুদিনৰ পৃথিৱীত
আলহী হ’বৰ বাকী
ৰৈ থমকি পুতি খোপনি
হঠাতে হেৰালে ঠিকনা
নিজা বুলিবলে’ আছে আজি কি এৰাপৰলীয়া ভালপোৱা
পানীৰঙৰে ৰংচঙীয়া কেনভাছতো যে শূন্যতা
উকা কাগজৰ আঁক-বাকতো ঘূৰি-পকি গৈয়ো মোৰ হোৱা
হৈয়ো মোৰে যাৱ আঁতৰি
Do you breathe?
I don't breathe without you
You sleep?
I don't...
I don't sleep without you
My death is in you
অশৰীৰী আৱেগৰে
বাউলী পিয়াসী বাসনা
প্ৰণয়ৰে পকোৱা শিপাৰ
বুকু শুদা কৰা যাতনা
এই সমুখত দেখি থাকোঁতেই পলকতে হ’লি নোহোৱা
মোৰ আদৰৰ মন বাখৰৰ খেদি খেদি যোৱা কামনা
হৈয়ো মোৰে যাৱ আঁতৰি
----------------------------------------------------------------
🔔TURN ON THE BELL ICON on the channel for new alerts! 🔔
Subscribe for more such videos:
RU-vid: / @zubeengargmusic4594
Follow ZubeenGargMusic on:
Instagram: / zubeengargmusic
Facebook: / zubeengargmusicofficial
Twitter: / zubeengargmusic

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 9 тыс.   
@BORNALIKALITA
@BORNALIKALITA 2 года назад
এনেকৈয়ে আমাৰ প্ৰেৰণা হৈ ৰোৱা তুমি। অসমীয়াই যেন ভাল সংগীত, ভাল গীতিসাহিত্য, ভাল গানেই আজীৱন শুনে। শ্ৰোতা সকলে যেন বুজি পাই সংগীতৰ সকলো genour যেনে Rock, Pop, Electrofolk music ইত্যাদি। Rahul Gautam Sharma তোলৈ মোৰ মৰম চেনেহ সকলো ঢালি দিছোঁ। Monore Koina Rocking.
@জয়মহাকাল-শ৯ভ
বা কথাখিনি ভালেই লিখিছা কিন্তু বানান কেইটামান ভুল হৈ আছে চাবাছোন দেই ৷ *এনেকৈয়ে , প্ৰেৰণা , আজীৱন , শ্ৰোতা , ঢালি ৷ কথাটো কোৱা বাবে বেয়া নাপাবা আকৌ দেই ৷ বহুত ভালপাওঁ তোমাক সেয়ে ক’লো ৷
@putulali5945
@putulali5945 2 года назад
I love you baa
@Zubeen_Garg_IndianFan.
@Zubeen_Garg_IndianFan. 2 года назад
বৰ্নালী বা ....... জুবিন দা আৰু আপোনাৰ গীতৰ বহুদিন জুতি পোৱা নাই । অনুগ্ৰহ কৰি গীত বনাওক সেই পুৰনি গীত বোৰৰ দৰে ❤️❤️❤️🙏
@kangkangoswami715
@kangkangoswami715 2 года назад
শ্ৰুতা-শ্ৰোতা আজিৱন-আজীৱন ধালি-ঢালি তুমিৰে আৰম্ভ ত‌ইৰে শেষ। বাইদেউ আপুনি স্বনামধন্য গায়িকা বাবে কথাখিনি উল্লেখ কৰিলো। ক্ষমাপ্ৰাৰ্থী।।।
@জয়মহাকাল-শ৯ভ
@@kangkangoswami715 তুমি বুলি জুবিনদাক কৈছে আৰু তই বুলি ৰাহুল গৌতম শৰ্মাক কৈছে ৷ গতিকে সেইটো ভুল হোৱা নাই ৷
@hemantaborah7001
@hemantaborah7001 2 года назад
৪৯ বছৰ বয়সত এনেকুৱা উতপাত কন্ঠ আজিলৈ কোনো গায়কৰ শুনা নাই বয়সৰ ক্ৰমে কন্ঠস্বৰ বাহি গৈছে। এই কন্ঠ ঈশ্বৰৰ দান ভগৱানে আপোনাক আৰু আশীৰ্বাদ কৰক আৰু দীৰ্ঘায়ু কৰক। আপোনাৰ এজন অনুৰাগী হিচাপে বহুত মৰম আৰু শুভকামনা যাছিলো। 🙏❤️
@nilimborah1978
@nilimborah1978 2 года назад
@LearnwithDevajit
@LearnwithDevajit 2 года назад
❤️💚💥
@bijudeka4536
@bijudeka4536 Год назад
@@nilimborah1978 you have received krle busy and subscribe by RSS
@sandanshortgeming8676
@sandanshortgeming8676 Год назад
Uuuuuuuuucc
@sandanshortgeming8676
@sandanshortgeming8676 Год назад
@@LearnwithDevajit MB mb
@nayanmoni2030
@nayanmoni2030 10 месяцев назад
জুবিন দা আপুনি মানুহ নে ভগবান 🙏❣️ আপোনাৰ গান নুশুনিলে ৰাতি টোপনি নাহে চোন ❤😘🙏🥀🥰
@ajitnnath9001
@ajitnnath9001 29 дней назад
জুবিন দা পৃথিৱীৰ সংগীত জগতৰ এক ভগৱান
@krishnakantalahon6167
@krishnakantalahon6167 2 года назад
1+ মিলিয়ন এক সপ্তাহত 😍😍🔥🔥জয় জুবিন দা
@bijitborah3303
@bijitborah3303 2 года назад
Zubeen mane 🔥🔥🔥🔥
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 года назад
ভিডিঅ' , গান দুয়োটাই একদম Next Level হৈছে এইবাৰ ❤️❤️❤️❤️❤️ জুবিন গাৰ্গৰ Fans বোৰে টিপ চহী মাৰি যোৱা এফালৰ পৰা 👍
@assammixvideo1064
@assammixvideo1064 2 года назад
💥✔️✔️🔥🔥🔥🔥🔥
@ankurtech687k6
@ankurtech687k6 2 года назад
My channel
@bikashkalita5678
@bikashkalita5678 2 года назад
@@ankurtech687k6 a
@diptidas9580
@diptidas9580 2 года назад
Kl
@amritkalita9222
@amritkalita9222 2 года назад
@@ankurtech687k6 ok
@rashmikalita2563
@rashmikalita2563 2 года назад
উফ্ ককাইদেউ ❤️ কবলৈ ভাষা নাই 😘 সদায় হীৰা হৈ আমাৰ মাজত জিলিকি থাকক 🥰🙏❤️
@robinkvlogs5178
@robinkvlogs5178 2 года назад
বহুত বহুত বেছি ধুনীয়া লাগিছে দা
@krrishnath-music2594
@krrishnath-music2594 2 года назад
মাজে মাজে ভাবি আচৰিত হওঁ ... জুবিন দাৰ বয়সৰ বঢ়াৰ লগত তেওঁৰ কণ্ঠ আৰু বেছি আকৰ্ষণীয় হবলৈ ধৰে ... আজিৰ দিনটো তেওঁৰ মাতৰ লগত কোনো বেলেগ গায়ক থিয় হব নোৱাৰে ... জুবিন আছে তো অসমীয়া music industry আছে ❤️ সৰুৰে পৰা কেৱল এজনেই গায়কক আটাইতকৈ বেছি ভাল পাওঁ সেইয়া হল আমাৰ মৰমৰ জুবিন দা 💞 জুবিন অসমৰ এক সম্পদ ..অসমীয়া সংগীত জগতক ইমান বছৰে ওপৰত তুলি ৰখা মানুহজন .. তেওঁক চাই চাই এ Inspiration লৈ বহুত গায়ক জন্ম হল আৰু হৈ থাকিব ... জুবিনদা দীৰ্ঘায়ু হওক আৰু আমাক এনেদৰে ভাল ভাল গান উপহাৰ হিচাপে দি থাকক .. জয় জুবিন দা ❤️
@chandankn
@chandankn 2 года назад
Natun mokkel bandor Vreegu kashyapok ban kariba lage
@hgcreation4715
@hgcreation4715 2 года назад
Yes, zubeen daa Assamese music industry r hero🔥🔥🔥
@bulbulsanowarhussain6158
@bulbulsanowarhussain6158 2 года назад
Hoi o moiu asorit hou ketiaba ketiaba.... ♥️♥️♥️❤️❤️
@mrinalmixvlogs7023
@mrinalmixvlogs7023 2 года назад
Zubeen daa great singer
@mrinalmixvlogs7023
@mrinalmixvlogs7023 2 года назад
@@bituaxam7723 a mja Joi zubeen daa ❤️❤️❤️
@মিণ্টুঅসম
@মিণ্টুঅসম 2 года назад
*_জুবিন দাৰ গানতেই , আমাৰ শৈশৱ, যৌৱন আৰু জীৱন ❤❤❤ আজীৱন তেওঁৰ অনুৰাগী হৈ থাকিম ❤❤❤❤_*
@ASSAMTECHHELP
@ASSAMTECHHELP 2 года назад
Zubeen দা মানে অসমৰ হিয়াৰ আমঠু ! তেখেতৰ গীত বেয়া হোৱাৰ প্ৰশ্নয় নুঠে ! দাদাৰ বাবে লাইক এটা ! Just love u Zebeen দা
@nibirnayan1523
@nibirnayan1523 2 года назад
Joi zubeen da
@mayengbambudhi8696
@mayengbambudhi8696 2 года назад
6y7h
@kaushikkhound4554
@kaushikkhound4554 2 года назад
@@nibirnayan1523 0pq
@udayanofficial5390
@udayanofficial5390 2 года назад
সুন্দৰ।
@hiradas8197
@hiradas8197 2 года назад
I love song zubeen da ❤️❤️❤️😘😘😘
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Год назад
জুবিন মানে - জনপ্ৰিয়তা জুবিন মানে - এটি শিহৰণ জুবিন মানে - আৱেগ জুবিন মানে - জীৱন জয় গুৰু জুবিন ককাইদেউ 🤟🏻🥰 জয় আই অসম ✊ ❤️
@ankurjyoticreation3126
@ankurjyoticreation3126 2 года назад
তোমাক বৰ ভাল পাওঁ দাদা তোমাক বৰ ভাল পাওঁ দাদা অসাধাৰণ হৈয়ো সাধাৰণজনৰ মাজত থকা তুমি এক ব্যতিক্ৰমী সত্তা, কপাহতকৈও কোমল হৃদয়ৰ গৰাকী তুমি। বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াজনেই তুমি। উন্মনা ফাগুনৰ দৰেই তুমি দুৰ্দান্ত প্ৰেমিক মানৱতাৰ। জাত-পাতৰ নামত সমাজখন ভাগ হোৱাটো তুমি কাহানিও নিবিচাৰা। তুমি নিবিচাৰা ধৰ্মৰ নামত ভাই-ভাইৰ মাজত বিবাদ হোৱাটো। এই স্বাৰ্থপৰ পৃথিৱীত আজিও নিস্বাৰ্থভাৱে কাম কৰা তুমি অক্লান্ত ৰণুৱা, এজাক তমসাৰ মাজতো তুমি এজোলোকা পোহৰৰ ৰেঙণি। আমাৰ দৰে কিমানৰ যে তুমি জীৱনৰ প্ৰেৰণা! তোমাৰ সুৰৰ অমিয়া ধাৰা যেতিয়া শাওণৰ ৰিম্ ঝিম্ বৰষুণজাক হৈ নামে তেতিয়া কত যে শুকান মৰুভূমিত এপাহি তেজী গোলাপে প্ৰাণ পাই উঠে সেয়া ছাগে তুমিও নাজানা। তোমাৰ গীতসমূহ এক সঞ্জীৱনী শক্তি দাদা প্ৰতিটো উজাগৰী নিশা যেতিয়া বিষাদে হেঁচা মাৰি ধৰে, বেদনাই ৰুদ্ধ কৰে তেতিয়া তোমাৰ গীতৰ কলিত আমি বিচাৰি পাওঁ জীৱনৰ নতুন অৰ্থ, মৰহি যোৱা সপোনবোৰে পুনৰ পিন্ধে সেউজী পোচাক। কেৱল মানুহেই নহয়, আন জীৱকূলৰ প্ৰতিও তোমাৰ সমানেই মৰম। সিহঁতেও তোমাক বৰ ভাল পায়। গছৰ সৈতে কথা পাতি আপোনপাহৰা হোৱা দাদা তুমি সঁচাই অনন্য। তুমি সদায়ে মুক্ত। দাদা তুমি নুবুজা ৰাজনীতিৰ মেৰপাক, সত্যৰ পথিক দাদা তুমি নাজানা মিথ্যাচাৰ। সেয়ে আমাৰ ভৰসা সদায়ে মাথোঁ তুমি। আমি জানো আনে কৰিলেও তুমি আমাক কেতিয়াও প্ৰতাৰণা নকৰা। কাৰণ তুমি সূৰ্য্য আৰু সূৰ্য্য কেতিয়াও ম্লান নহয়। কেতিয়াবা বৰ বেজাৰ লাগে দাদা যেতিয়া কিছুমানে তোমাক এনেই সমালোচনা কৰে, যেতিয়া কিছুমানে নিজৰ স্বাৰ্থৰ বাবে তোমাক ব্যৱহাৰ কৰিব খোজে। এটা কথা নুবুজোঁদাদা সমাজৰ বাবে ইমান ত্যাগ কৰাৰ পিছতো কিয় বাৰু কিছুমানে তোমাক বুজিব নুখুজে। আমাৰ বাবে তুমি ভগৱান দাদা, হৃদয়ৰ এটুকুৰা উজ্জ্বল ৰত্ন। তোমাৰ স্নিগ্ধ হাঁহিত আমাৰ দুচকুৰে বয় অনাবিল আনন্দৰ বন্যা, হৃদয়ৰ নিভাঁজ কোণৰ পৰা উল্লাসত ভাহি আহে "জয় জুবিন দা।" ✍️অংকুৰ জ্যোতি বৰা, হোজাই।
@MayurMixAssamese
@MayurMixAssamese 2 года назад
অতুলনীয় ❤️ দাদা আমাৰ বাবে কেৱল কণ্ঠশিল্পী এ নহয়, তেখেত এটি আৱেগ..🥰🥰
@ranjitduwarah8560
@ranjitduwarah8560 2 года назад
Hoi
@axomiyaupdates8205
@axomiyaupdates8205 2 года назад
Big fan mayur da
@axomiyaupdates8205
@axomiyaupdates8205 2 года назад
Mayur Manash da🥰🥰🥰🥰🥰🙏🙏🙏
@ripanjyotikalita9069
@ripanjyotikalita9069 2 года назад
Hi dada
@apusarma6584
@apusarma6584 2 года назад
Moyur da apunr video sai bhut val lage
@motivateyourself9474
@motivateyourself9474 2 года назад
শব্দ সুৰ আচৰিত ধৰণে সময়ৰ সৈতে খাপ খোৱা। সেইবাবে হয়তো কোৱা হয় জুবিন দা সৰ্বকালৰ দৰদী শিল্পী। 🥰🥰🥰😍😍😘😘
@dipankorray7402
@dipankorray7402 2 года назад
@Sima Deka zg lavar \
@bhasyatidevi2921
@bhasyatidevi2921 6 месяцев назад
Asi mai gaan tu shunisu...realy aeta aeta word mon sui goise...kiman dhunia asom..aru kiman dhunia amr singer zubeen da....shodai Val ke thakok ..❤
@BREEZUSAIKIA
@BREEZUSAIKIA 2 года назад
জুবিন দা আপুনি সদায় কুশলে থাকক , আমাৰ আয়ুস বোৰো আপোনাৰ হওক এইয়াই ভগৱানৰ ওচৰত হাত যোৰ কৰোঁ সদায়।❤️❤️🙏🙏কিয় নাজানো আপোনাক সেই "তুমি মোৰ মাথোঁ মোৰ" দিনৰ জুবিন দাৰ নিচিনাই চাই থাকিব বিচাৰোঁ।বহুত বহুত মৰম দাদা❤️
@nayannath6787
@nayannath6787 2 года назад
😍
@stateprograms8571
@stateprograms8571 2 года назад
Thank you
@crazynhealthy4990
@crazynhealthy4990 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-9g6QROCA3h0.html
@jintupator7042
@jintupator7042 2 года назад
ইমান অপেক্ষাৰ অন্তত গীতটো পালোঁ। গাৰ নোম শিয়ৰি উঠিল। কঁপনি উঠি গৈছে শিৰা উপশিৰা। ভাষাৰে বুজাব নোৱাৰোঁ। সঁচাকৈয়ে বিচৰাতকৈও বহুত বেছি আবেগিক হৈ গ'লো গানটো শুনি। সময় অসময় নাই, যেন শুনিয়ে থাকিম , শুনিয়ে আছোঁ।❤️💕 love you দাদা। মৰি মৰিও জন্ম হ'ম আপোনাৰ গান শুনিবলৈ। বহুত বেছি আবেগিক হৈ পৰিলোঁ। হাজাৰ বছৰ জীয়াই থাকক আপুনি। প্ৰতিজন শ্ৰোতাই আজি আকৌ এবাৰ "জয় জুবিন দা"।
@NitulDadhara
@NitulDadhara 2 года назад
জুবিন দাৰ পুৰণি গীতৰ সোৱাদ নতুন ৰূপত ❤️
@fluteminal538
@fluteminal538 2 года назад
😍😍😍
@hrishikeshbarman5314
@hrishikeshbarman5314 2 года назад
Mukha
@explorerjs0157
@explorerjs0157 2 года назад
❣️
@ritomkalita470
@ritomkalita470 2 года назад
Nitul da atiya matro tumar madhumaloti full video চাবলে অপেক্ষা কৰি আছো
@ratanbbr6969
@ratanbbr6969 2 года назад
Mix Master 3rd class hoisa kela
@Rajibsahariah
@Rajibsahariah 2 года назад
জুবিন দা সদাই জীয়াই থাকক আমাৰ মাজত । লাভ ও জুবিন দা❤️❤️❤️🙏🙏
@taidstar787
@taidstar787 2 года назад
নিগনি সদায় নিগনি আৰু বাঘ সদায় বাঘ।জুবিন দা গানটো শুনি আমনি নলগা হৈছে বহুতবাৰ শুনিলো,আৰু শুনিম।গানটোৰ অপেক্ষাত ৰৈ আছিলোঁ"Finally আজি পালোঁ। WE LOVE YOU ZUBEEN DAA ❤
@GourangaRaagOfficial
@GourangaRaagOfficial 2 года назад
গীতটো শুনি কাৰ কাৰ সেই যন্ত্ৰ,অনামিকা,মাজুলী,মুখা,..লৈ মনত পৰিছে 🤗🤘❤️❤️❤️❤️ Goldie দা,ফালিছে দেই 🤘🤘আকৌ সেই দিনবোৰলৈ ঘূৰাই লৈ গ'ল সচাই🙏❤️তাৰ বাবে অশেষ ধন্যবাদ গুৰুদেৱ❤️ আৰু এই গীতটো compose কৰাৰ সময়ত আপোনাৰ লগত studioত এই অধমে আপোনাৰ কণ্ঠত "মনৰে কইনা"বুলি প্ৰথমে কোৱা, শুনা আৰু composing চোৱাৰ সৌভাগ্য হৈছিল দাদা🤘🙏❤️প্ৰথম "মনৰে কইনা"বুলি লিখি থোৱা সেই কাগজখন আজিও ৰাখিছোঁ গুৰুদেৱ🤗🤘🙏আৰু আজি গীতটি শুনি সেই সময়বোৰলৈ মনত পৰিছে😪😪😪❤️❤️🙏 আপোনাৰ সৃষ্টিত সদায় কিবা নতুন এটা বিচাৰি পাওঁ আৰু এই সংগীতৰ পথাৰখনিত আপোনাৰপৰা আজিলৈকে মই যিখিনি সঁহাৰি,মৰম ও আশীৰ্বাদ পাইছোঁ তাৰ বাবে চিৰকৃতজ্ঞ দাদা🙏🙏🙏🙏প্ৰভুৱে কুশলে ৰাখক সদায় 🙏🙏🙏 My recent duets with zg: ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-BTyidKtOSu4.html ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-R9QgXEfEAiw.html ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-9wgGwu4vQjg.html ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Vpk-jNIw-0M.html ভাল লাগিলে #gouranga_raag_official এই দুখীয়া channel তোকো অকণমান subscribe n share কৰি মৰম দিব দেই 🤗❤️🙏
@pranjalgaming9664
@pranjalgaming9664 2 года назад
Big fan dada 😍 zg love r
@pranabjyotibhai5521
@pranabjyotibhai5521 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-AeB03zp9BEU.html
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-hXWq7gh6_Ko.html
@abhijitkalita7266
@abhijitkalita7266 2 года назад
Gold is always gold..love you zubeen da ❤️❤️
@probin7548
@probin7548 2 года назад
Hoi kin2
@nikunja777
@nikunja777 2 года назад
আপুনি দেৱতুল্য আপোনাৰ সৃষ্টি সীমাহীন আপোনাৰ কণ্ঠ অতুলনীয় চিৰ দিন চিৰকাল,আপুনি আমাৰ গৌৰৱ,ভগৱান,আমাৰ সম্পদ ।আপোনাক আমি সকলোৱে সংৰক্ষণ কৰি ৰাখিম আৰু ৰাখিছোঁ । আপুনি আমাৰ মাজত সদায় অমৰ হৈ ৰব। জয় জুবিন দা ❤️❤️
@remixworld1965
@remixworld1965 Год назад
😌❤️জুবিন গাৰ্গ মোৰ কাৰণে এটুকুৰা হীৰা ।এই হীৰা টুকুৰা টোক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ আৰু এই হীৰা টুকুৰাটো যে মোৰ অসম খনত জ্বিলিকি আছে তাক লৈ বহুত বেছি সুখী অনুভৱ কৰো । এই হীৰা টুকুৰাটোক সকলোৱে এবাৰ চুই চাব বিচাৰে আৰু যেতিয়া এই হীৰা টুকুৰাটো গানত জ্বিলিকি উঠে সকলোৱে দেখি নাপালেও তাক আঁতৰৰ পৰা চাইয়েই সুখী হয় । এই হীৰা টোৰ গীতৰ সুৰতেই আমি বিহুৰ অহাৰ আগতেই উমান পাওঁ এই হীৰা টোৰ কাৰণেই আমি নিজক অসমীয়া বূলি কবলৈ সাহস পাওঁ এই হীৰা টোৰ কাৰণেই উঠি অহা প্ৰতিটো প্ৰজন্মই কয় যে আমাৰ অসম খনত এটা সাংঘাটিক ধৰণৰ হীৰা পৰি আছে যিটো হীৰা অসমৰ বাহিৰে পৃথিৱীৰ কোনো ঠাইত বিচাৰিলেও পোৱা নাযায় । সেই কাৰণে এই হীৰা টুকুৰাটো সকলোৱে সংৰক্ষণ কৰাটো দৰকাৰ আৰু বহুতো protection দিয়াটো দৰকাৰ যাতে এই হীৰাটো আমাৰ মাজৰ পৰা কোনেও টানি নিব নিবিচাৰে আৰু যিদিনা এই হীৰা টুকুৰাটো নাই কি‌য়া হৈ যাব সেই দিনা অসমীয়া বিহু, জাতি ,মাটি সকলো মৈ -সালনি হৈ পৰিব আৰু সেই দিনটো নাহিবলৈ আমি সকলোৱে এতিয়াৰ পৰাই সংৰক্ষণ কৰি থম আৰু সদায় ৰাখি থম জয় জুবিন গাৰ্গ জয় আই অসম❤️🌚 ।
@mrinalrikusarmah4501
@mrinalrikusarmah4501 2 года назад
জুবিন গাৰ্গ সময়তকৈ সদায় এখোজ আগত। কেতিয়াও পুৰনি নোহোৱা জীৱন্ত কিংবদন্তি জুবিন গাৰ্গ, জুবিন গাৰ্গৰ সৃষ্টি।অনাদি অনন্ত কাললৈ জুবিন গাৰ্গ বিৰাজমান।আমি বৰ সৌভাগ্যবান অসমীয়া,জুবিন নামৰ হীৰা এটুকুৰা আমাৰ আপোন সদায়।Love you Zubeen da❤️ forever 🙏
@pranabjyotibhai5521
@pranabjyotibhai5521 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-AeB03zp9BEU.html
@spondancreation1874
@spondancreation1874 2 года назад
@ZBG Music Axom ok
@jahid_iqbal
@jahid_iqbal 2 года назад
মোৰ স্কুলীয়া দিনৰ "জুবিন দা"ক আকৌ ঘূৰাই পোৱা যেন লাগিছে....এক বুজাব নোৱাৰা অনুভৱ "মনৰে কইনা" ❤️👌 Love you #ZubeenDa ❤️
@anujnath4565
@anujnath4565 2 года назад
মানুহজনেই প্ৰিয় ☺️ _______আৰু তেওঁৰ গান প্ৰিয় হোৱা নোহোৱাৰ কোনো প্ৰশ্নই আহি নপৰে। তেখেতে মঞ্চত উঠাৰ লগে লগেই এনে লাগে যেন আমাৰ আনন্দবোৰ আকৌ সজীৱ ৰূপত। Love you zubeen daa - তুমি সদায় হাঁহি থাকা।
@gafurahmed4841
@gafurahmed4841 2 года назад
সংগীত জগতৰ ৰজা হয় ৰজা জয় জুবিন দা ♥️🥰
@Manash167
@Manash167 Год назад
Xosa kotha bro
@kirtikamaldas6737
@kirtikamaldas6737 2 года назад
জুবিন দাই যি গান গালেও ভাল হয়,ভাল লাগে😘😘😘😘 আমাৰ heart throb🔥🔥 খাৰঘূলিৰ 🐅🐅🐅 অসমৰ❤কলিজা😘 আমাৰ প্ৰিয় জুবিন দা❣❣❣ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো দাদা❤❤
@nibirnayan1523
@nibirnayan1523 2 года назад
Joi zubeen da
@trishnamonikalita5808
@trishnamonikalita5808 2 года назад
জুবিন দা অসমীয়াৰ উশাহ ❤️ আমাৰ সম্পদ ❤️ the most awaited song is here finally ❤️❤️❤️❤️❤️❤️❤️
@hrisekeshdas8294
@hrisekeshdas8294 2 года назад
১০০০ বাৰ শুনিলেও মন নভৰে , বুকুত প্ৰেমৰ ধুমুহা সৃষ্টি কৰা গান এইবোৰ, সঁচাকৈ পূর্ব জন্মৰ কিবা পুণ্য ৰ ফলতেই চাগেই তোমাৰ দৰেই শিল্পী ৰূপী ভগবান এজন পাইছো, জুবিনদা তোমাৰ দীঘায়ু কামনা কৰিলো😘
@Dipankarjyoti01
@Dipankarjyoti01 2 года назад
Maa saraswati akhibad Zubeen da logot hodai ase...hai babe...🙏🙏 Kontho aru mitha hoi goi ase🙏🙏🙏
@picart8434
@picart8434 2 года назад
Congratulations Zubeen Da ❤️❤️❤️🔥🔥🔥 ❤️❤️যুগ যুগ জীয়াই থাকা❤️❤️
@সীমান্তলা-হনঅসম
জুবিন দা তুমি অদ্বিতীয় ❤❤😘😘 lifeঅত প্ৰথম বাৰ কোনো এটা গান একেৰাহে ২৩ বাৰ শুনিলো । তুমি মোৰ মাৰ অতিকৈ প্ৰিয় আৰু মোৰ বাবে ভগবানৰ এটা অংশ । মৰম❤❤❤❤❤
@সীমান্তলা-হনঅসম
নিশ্চয়
@parthapratimtalukdar7761
@parthapratimtalukdar7761 2 года назад
আমাৰ জুবিন দাৰ গান hit নহোবনে ,,ইমান সুন্দৰ গীত এটি আগবঢ়াইছে,মই দহ বাৰ শুনিলো আৰু শুনিয়ে থাকিম।Jai Zubeen daa 👌👌🙏🙏
@jagadishdas9546
@jagadishdas9546 2 года назад
Moi atiyaloi 200ber xunilu ...ro 500ber man galu..
@papunath7864
@papunath7864 2 года назад
Hosai bohut Vall lagil huni👍👍👍
@mrinalmixvlogs7023
@mrinalmixvlogs7023 2 года назад
Xunai nhy zubeen daar channel2 subcribe kri db 🙏🙏🙏🙏
@jagadishdas9546
@jagadishdas9546 2 года назад
@@mrinalmixvlogs7023 Zubeen dai Chenal realis korar loge subscribe korisu.....
@mrinalmixvlogs7023
@mrinalmixvlogs7023 2 года назад
@@jagadishdas9546 thnks 🙏❤️❤️❤️ bro
@anamikaboravlog2863
@anamikaboravlog2863 5 месяцев назад
Gantur ata line e mon sui gol" dudinor prithibit alohi hbo baki"zubeen garg e thike gaise sachake ai prithibi khnr ami dudinor alohie hoi aru adin ari gusi jbo lgibo amr sthayi jaga nhoi..godk thnx emn dhunia prithibi khn dekhuaba babe
@rahulzg4371
@rahulzg4371 2 года назад
সাংস্কৃতি জগত খন জীপাল কৰিলে আপুনি , গানৰ পৃথিৱীত নতুন ইতিহাস ৰচিলে আপুনি, সমাজ সেৱাৰ ধৰ্ম মানিলে আপুনি , অসমীয়াৰ বিপদৰ সময়ত নিৰ্ভয়ে সদায় আগত থিয় দিলে আপুনি ...🙏❤️🙏 এজন মানুহ , এটা নাম আৰু এসাগৰ ভালপোৱা ...♥️♥️♥️♥️ মোৰ আষুস খিনিও আপোনাক দিলো দাদা❤️❤️❤️❤️ দাদাৰ কাৰনে ❤️ 👈 এটা..❣️❣️
@banashreesahariah1498
@banashreesahariah1498 2 года назад
❤️❤️❤️❤️❤️❤️💖জুবিন দা , আপোনাৰ সৃষ্টিয়ে সদায় মন্ত্ৰমুগ্ধ কৰে । ভগৱানে আপোনাক সদায় কুশলে ৰাখক....।💖💖💖💖💖💖
@assamhotspot578
@assamhotspot578 2 года назад
যিমানে শিল্পী আহক ..zubeen dA নিচিনা কোনো হব নোৱাৰে..zubeen dar নামতো সদায় সুখীয়া হয় ৰব ..পুৰনি গানবোৰৰ নতুন সোৱাদ 😍😍
@ARINDOM111
@ARINDOM111 Год назад
জুবিন গাৰ্গৰ কন্ঠ,সুৰ আৰু শব্দৰ গাঁঠনিৰ লগত ফেৰ মাৰিব পৰা এজনো নাই আৰু অনাগত দিনতো কোনো নোলায়।। "জয় জুবিন দা" ---- অৰিন্দম
@জীৱনজিন্দাবাদ-ণ৫জ
জুবিন দা মেইন ...বাকি সব মোহ-মায়া ✌️ Million subscribers লাগে জ্বলডি √ , Zubeen da rock ❤️❤️💚
@hk_mahanta
@hk_mahanta 2 года назад
গানটোৰ শ্বুটিং তেজপুৰ ৰ ❤️ আৰু জুবিন দাই পুৰণি দিনলে যেনে মুখা, ৰুমাল এইবোৰ দিনলৈ মনত পেলাই দিলে ❤️ আৰু এনে ধৰণৰ সুন্দৰ video পাই থাকো যেন। জয় জুবিন গাৰ্গ 🎶🎵
@arindamsarmah5105
@arindamsarmah5105 2 года назад
৬০ বাৰৰ বেছি শুনিলোঁ গানটো কিন্তু হেঁপাহ পলাই যোৱা নাই। যিমানে শুনো সিমানেই আৰু শুনিব মন যায়। জয় জুবিন দা❤️
@jagadishdas9546
@jagadishdas9546 2 года назад
Matra.,
@wkbh6170
@wkbh6170 Год назад
Uffffffffffffffff.... What a music!!!! What a voice!!!!! What a feel!!!! What a pain!!!!!!!!❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤... Zubeen Da 🙏🙏🙏🙏🙏🙏🙏🙏
@nikupatowary8406
@nikupatowary8406 2 года назад
জুবিন গাৰ্গ অসমৰ বাবে এটি ভগৱানৰ দান,,🙏🙏 যাৰ কণ্ঠত অমৃত আছে,, আপুনি হাজাৰ বছৰ জীয়াই থাকক 🙏❤️❤️❤️ নিজেও নাজানো কিমান ভাল পাওঁ আপোনাক ❤️ আপুনি প্ৰতিটো পুৱাৰ ৰদালি হয় 🥺❣️ আপোনাৰ গানেৰে দিনটো আৰম্ভ হয় আৰু আপোনাৰ গানেৰ দিনটো শেষ হয় ❤️❤️❤️❤️❤️
@assampeteam
@assampeteam 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-k-GijxJ_RHU.html
@borah7
@borah7 2 года назад
Xosa koisa
@sikhuraaj3494
@sikhuraaj3494 2 года назад
It's true ❤️❤️
@SanjibnathVlogs
@SanjibnathVlogs 2 года назад
❤❤❤❤
@mrarundas9024
@mrarundas9024 2 года назад
Love you zg ❣️
@dipankarbaruah8161
@dipankarbaruah8161 2 года назад
হীৰা হৈ জন্ম লৈছা সদায় এনেকৈয়ে জিলিকি থকা দাদা ।।।।বহুত বহুত বহুত বেছি ভাল পাওঁ আপোনাক ।।।সদায় এনেকৈ 25 বছৰীয়া হৈ জীয়াই থাকিবা আমাৰ মাজত😍😍😍😍😍😍😍😍💖💖💖💖💖lov u forever 🙏🙏👌👌😎
@tekintoke5895
@tekintoke5895 Год назад
Zubeen daa always in my heart 💔🥲🥺😫
@prathapratim3259
@prathapratim3259 2 года назад
জুবিন দাদাই যদি চিঞৰিও থাকে মই শান্তিৰে শুনি থাকিম ঘন্টাৰ পাছত ঘন্টা ৷ কাৰন জুবিন মানেই সুৰ ৷ এটি অনৱদ্য গীত ৷ শুনি আছো বাৰে বাৰে ৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা মোৰ আয়ুস জুবিন দাকে দিয়ক ৷ Love u bro
@RDstatuscreation2086
@RDstatuscreation2086 2 года назад
জুবিন এক তুলনা বিহীন সুৰ হয়তো এনেকুৱা এজন মহান শিল্পী নোলাব আমাৰ মাজত।বহুত বহুত মৰম আৰু সদায় সুস্থ হৈ থকাৰ কামনা কৰিলো ।
@riturajaxom8139
@riturajaxom8139 2 года назад
গানৰ সুৰ আৰু গানৰ কথা হৃদয় চুই‌ গৈছে ♥️ জুবিন দা সকলো গানেই সুমধুৰ ♥️ zubeen da rock.....🥰
@PakhiRajbonshi
@PakhiRajbonshi 2 года назад
Zubeen Da Jui🔥💥
@princhdhonjit6373
@princhdhonjit6373 2 года назад
Ummmmm hoi....joy zubeen da ❤❤❤❤❤
@durlavmshry1312
@durlavmshry1312 2 года назад
পাহি😀🖤
@zgrahulassam9893
@zgrahulassam9893 2 года назад
Jy zubeen da
@hemanta6317
@hemanta6317 2 года назад
Video aru channel tur link tu tumar channel ot share kori dibo para ...kheitu ketiyaw nokora .....
@missionmedico1155
@missionmedico1155 2 года назад
@@hemanta6317 🤣👍
@anuragg_sarma
@anuragg_sarma 2 года назад
জুবিন দা সঁচাকৈ বহুত ভাল হৈছে গানটো ❤️✨ We need this type of song in our industry 🔥🔥💗... জয় জুবিন দা❤️
@kongkonborah7693
@kongkonborah7693 2 года назад
लव यू जुबीन दा। वह व्यक्ति जो असमिया संगीत, संस्कृति का संस्थान है। दयालु, असम के दिल की धड़कन, भारतीय जीवित किंवदंती❤
@jintupriyam
@jintupriyam 2 года назад
ককাইদেউ ❤️😘 ভাষাৰে এক বুজাব নোৱাৰা এটি গান, যাৰ অপেক্ষাত ব্ৰতী আছিলোঁ ❤️ 😘😘 LOVE YOU DADA ❤️😘❤️....
@Kaustov
@Kaustov 2 года назад
लाखों आएंगे, मगर ऐसा फंकार सद्दियो में एक बार ही आता है । ❤️जुबिन गार्ग❤️💤💤👏🎈
@ratulzubeenian1578
@ratulzubeenian1578 2 года назад
বহু অপেক্ষাৰ অন্তত আহি পালে "মনৰে কইনা" জুই হৈছে জয় জুবিন দা ।।জয় আই অসম।।
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 года назад
MiXiNG আৰু মাষ্টাৰিঙে ইমান ধুনীয়া গানটো শেষ কৰি পেলাইছিল 😩 জুবিন গাৰ্গে নিজেই কৰিব লাগিছিল এই দুটা কাম
@soshikantakalita7218
@soshikantakalita7218 2 года назад
অসমত বহুত কণ্ঠশিল্পী আছে কিন্তুু আপোনাৰ দৰে হ’ব নোৱাৰে জুবিন দা..❤️ ভগৱানে ভালে ৰাখক আপোনাক..🙏
@priyankahazarika8967
@priyankahazarika8967 2 года назад
ভাষা নাই ক'বলৈ কিমান যে সুন্দৰ হৈছে গীতটি। মাত্ৰ বাৰে বাৰে শুনি আছো 🥰 Lyrics 🔥🔥
@pranabjyotibhai5521
@pranabjyotibhai5521 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-AeB03zp9BEU.html
@parthajitsarma4803
@parthajitsarma4803 2 года назад
❤ৰঙা এঙাৰ বুকু মোৰ জ্বলি ছাই হবলে বাকী দুদিনৰ পৃথিৱীত আলহী হবৰ বাকী 🥰 💝 Outstanding Lyrics 😍 ❣ Love you zubeen da ❤
@hotelgouri6581
@hotelgouri6581 3 месяца назад
❤❤❤
@abinashtalukdar1641
@abinashtalukdar1641 2 года назад
সংগীত জগতৰ ৰজা জুবিন দা।।।। জুবিন দাক বেয়া পোৱা কেইটাক কুকুৰ বুলি কলো মই ।। জুবিন দাৰ বাবে গোটেই জীৱনটো দি দিব পাৰো..... I love you Zubeen da♥️
@indiancolours4267
@indiancolours4267 2 года назад
সৰুৰে পৰাই তেওঁৰ গীত শুনি ডাঙৰ হৈ আহিছো । অসমীয়া ৰ আবেগ তেওঁ মৰম তেওঁ । ❤️ Zubeen Garg ❤️❤️
@filimonfilimon123
@filimonfilimon123 2 года назад
Nice 👌👌🌹🥰
@assamesetrader007
@assamesetrader007 2 года назад
সিংহই আজি গৰজি উঠিছে। আজি বহুত দিনৰ মূৰত মোৰ speaker কেইটা প্ৰাণ পাই উঠিলে। Was missing this genre of music .. This is the genre where noone can touch zubeen da..😍😍
@dhrubajyoutiroydannyzg9385
@dhrubajyoutiroydannyzg9385 2 года назад
জুবিন দাৰ, নতুন নতুন ধুনীয়া গীত চোন ওঁলাই আছে- দেখোন speaker ত বজোৱা নাই নেকি?
@assamesetrader007
@assamesetrader007 2 года назад
@@dhrubajyoutiroydannyzg9385 সদায়েই বজাই থাকোঁ। মই কৈছোঁ যে Rock Genre ৰ এনেকুৱা গান বহুত দিন মূৰত গাইছে জুবীন দাই। speaker ত full Volume শুনি ভাল লাগি গ'ল
@pranabjyotibhai5521
@pranabjyotibhai5521 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-AeB03zp9BEU.html
@joutisankar8972
@joutisankar8972 2 года назад
@@assamesetrader007 ahetukr pist anekua gener gaan pua nasilu
@mukundakalita4018
@mukundakalita4018 2 года назад
এক মিলিয়ন ভিউজ হৈ গ'ল । কোনে কোনে গানটো এশবাৰতকৈ অধিক শুনিছা হাত দাঙা ।
@retuponphotography5563
@retuponphotography5563 Год назад
Atiya 5 m +hoo
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Год назад
এশবাৰ কিয় হাজাৰ বাৰ শুনিম দাদাৰ গান কেতিয়াও আমনি নালাগে । জয় গুৰু জুবিন ককাইদেউ ।
@asvolgs7221
@asvolgs7221 3 месяца назад
Mor hespa nai...mon gol
@asvolgs7221
@asvolgs7221 3 месяца назад
❤❤❤
@monjyotinath6428
@monjyotinath6428 2 года назад
বহুত ভাল লগা video, লগতে গান টো ___ আগলৈ যাতে নতুন নতুন গান বোৰ গাই যাওক 🙏 জুবিন দা ____😊🤘🎤💖❣️
@manjitmalakar9497
@manjitmalakar9497 2 года назад
গান টো পোৰা একদম জুই,, শেষ হবলে নাপাই এ,আকৌ খুনো 1st ৰ পৰা 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@zgankurgarg3535
@zgankurgarg3535 2 года назад
"মনৰে কইনা"; কবলৈ ভাষা নাই দাদা"❤❤ শেষত জয় জুবিন দা"✊✊ দাদা ভগৱান"🙏🙏
@papuchandanvolog2386
@papuchandanvolog2386 2 года назад
জুবিন দা তুমি 🔥🔥 বাৰে বাৰে চাইছো আমনি লগা নায় 💚💚 মোৰ হৃদয় গুৰু ভগবান স্বৰূপ জুবিন দা🙏 💚💚 তুমি অমৰ হৈ থকা এই প্রাৰ্থনা জনালো ভগৱানৰ ওচৰত 🙏🙏
@zgrobinkhakhlary2882
@zgrobinkhakhlary2882 2 года назад
100% xosa kotha, dadar proti2 gaanei mur otikoi priyo, so xuni bohut bohut vl lage. Jimane hok dadar gaan xunile moi xokolu pahori jaw
@souravnath3932
@souravnath3932 2 года назад
মনৰে কইনা বহুত দিনৰ অপেক্ষাৰ অন্তত। 🌚🤞❣️🤝জয় জুবিন দা ❣️🤝☺️🥺❣️ , জয় আই অসম। King 👑 of Assam 💚 Zubeen da....🌚❣️ Love from , Abhayapuri, Bongaigaon ❣️🤞💚🔥...
@santoshstudyimportantparto3118
@santoshstudyimportantparto3118 2 года назад
Same to you
@মইঅসমীয়া-ম৪স
(কবিতাৰ শিৰোনামা) "তুমি মহান জুবিন দা" ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া 'জু' আখৰেৰে হৃদয়ত যতি পেলাই যোৱা, 'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা। 'ন' আখৰেৰে নতুন আশা জগাই তোলা, তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা। তোমাৰ কণ্ঠত আছে অসীম যাদু, ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু। গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে তুমি এজন সমাজসেৱক, হেজাৰ-হেজাৰ সুৰেৰে তুমি হোৱা মহান গায়ক । টোপনি নাহিলেও আহি যায় টোপনি, কেৱল তোমাৰ গীত শুনি-শুনি। জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা, চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।
@niturajgogoi8131
@niturajgogoi8131 2 года назад
ধুনীয়া হৈছে❣️❣️❣️
@মইঅসমীয়া-ম৪স
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-7ZWbMHtO_DY.html
@dilwarzg966
@dilwarzg966 2 года назад
Well done bro
@pranjaltamulimusical3617
@pranjaltamulimusical3617 2 года назад
জয় জুবিন দা
@maheshsarmah6073
@maheshsarmah6073 2 года назад
সুন্দৰ
@Dipankar_Gogoi12
@Dipankar_Gogoi12 2 года назад
3 দিনত অসমীয়া গানৰ ভিদিঅত 700k+ viewers প্ৰথম দেখিছো ।। এইটোৱেই জুবিন দাৰ power ।। জয় জুবিনদা জয় অসমীয়া 🙏।।
@arupdas9216
@arupdas9216 2 года назад
Hoy
@LifeandLiving763
@LifeandLiving763 9 месяцев назад
Zubeen da with face painting superhit always
@journeylifevlogging1738
@journeylifevlogging1738 2 года назад
কিমানবাৰ শুনিলোঁ হিচাপ নাই। Love you Zubeen Da 🥰🥰🥰🥰❤❤❤🙏
@manalishadas2421
@manalishadas2421 2 года назад
কিমান ভাল পাওঁ দাদা আপোনাক ভাষাৰে বুজাব নোৱাৰো ❤❤❤❤ আপোনাৰ নিচিনা অসমত দ্বিতীয়জন কোনেও হব নোৱাৰে 🙏❤❤❤😍😍😍 love you Dada❤❤
@papu_roy____
@papu_roy____ 2 года назад
Love you. ❤️
@trofficial3460
@trofficial3460 2 года назад
Right
@dhanjitdas7253
@dhanjitdas7253 2 года назад
Right
@pranabjyotibhai5521
@pranabjyotibhai5521 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-AeB03zp9BEU.html
@bhargavgogoi3615
@bhargavgogoi3615 2 года назад
The 90's Zubeen Garg is back! ✨
@SwapanDas-kb8gh
@SwapanDas-kb8gh Год назад
10000% rt
@Jawgan_editz
@Jawgan_editz Год назад
এক কথাত কবলৈ গলে আমাৰ অসম বাসীৰ সুভাগ্য যে আমি জুবিন দাক পালো। আমি সকলোৱে তেওঁৰ ওচৰত আজীৱন ঋণী হৈ ৰ'ম। তেওঁৰ অবিহনে সংগীতৰ কথাই চোন কল্পনা কৰিব নোৱাৰি। তুমি সদায় কুশলে থাকা❤❤
@shubhangshusauravofficial5153
@shubhangshusauravofficial5153 2 года назад
দেহ মন জুৰ পৰি গ'ল। আকৌ যেন সেই সুৰীয়া গীতৰ সোৱাদ ঘূৰাই পাইছো। জয় জুবিন দা।
@PradipDas-pn2vu
@PradipDas-pn2vu 2 года назад
Oosongzubben
@rinjumoniborah8857
@rinjumoniborah8857 2 года назад
আগৰ গীতবোৰৰ যুগলৈ ঘুৰি যোৱাৰ নিচিনা লাগিছে❤️❤️ ধন্যবাদ দাদা। আকৌ এটা ধুনীয়া গীত আমাক দিয়াৰ বাবে 🙏
@sanjibkashyap5646
@sanjibkashyap5646 2 года назад
তেওঁৰ গানতেই আমাৰ প্ৰজন্মৰ শৈশৱ , যৌৱন - জীৱন হয় !! জুবিন সদায় জুবিনেই , ধন্যবাদ 😌❤️
@jitumonimalakar799
@jitumonimalakar799 2 года назад
Pf, Z1*a qa t
@rupjyotidas4451
@rupjyotidas4451 2 года назад
Right bro
@srihemendasdas9450
@srihemendasdas9450 2 года назад
right bro
@rajanidas1698
@rajanidas1698 8 месяцев назад
Zubeen daar RU-vid channel hoi ei2 Axom bakhi hit subscribe button...axomor no1 RU-vid channel bonai diya plz....joi Zubeen Da❤️❤️❤️
@jishurajmusical399
@jishurajmusical399 2 года назад
পুৰণি গান বোৰ ৰ সুৰ বিচাৰি পালো.. ইমান এটা ধুনীয়া গান উপহাৰ দিয়া বাবে দাদাক ধন্যবাদ.. You Are a Living legend.. love you zubeen da❤❤
@HazarikaDaaVlogs__
@HazarikaDaaVlogs__ 2 года назад
Dada main❤️
@kabitagoswami2169
@kabitagoswami2169 2 года назад
অতীত মোৰ হাতৰ তলুৱাত ওপঙি থকাৰ দৰে লাগিছে 🧠 কাহানিও পুৰণি হব নোৱাৰা নতুন জন জুবিন 💓 গানটো কিমান ভাল লাগিছে বুজাব নোৱাৰি ভাষাৰে ❤
@redefiningeducation1163
@redefiningeducation1163 2 года назад
বুজা নোহোৱাৰ পৰা আপোনাৰ সংগীত শুনি ডাঙৰ হৈছোঁ, আপোনাৰ সংগীত শুনি হাঁহিছোঁ, ভাবুক হৈছোঁ, প্ৰেমত পৰিছোঁ । ।
@raktimjs
@raktimjs 5 месяцев назад
All I came here is for the electronic guitar in the background.... THE best!!!!🥹🥹🥹
@theeasternworld
@theeasternworld 2 года назад
*শব্দ, সুৰ আৰু সংগীতৰ সুমধুৰ মায়াজাল* ❤❤
@bhupengohain8714
@bhupengohain8714 2 года назад
একেৰাহে ৭বাৰ শুনিলো...নাই আমনি লগা নাই...শুনিয়ে থাকিম সদায়...I love you Jubin da💖💖💕💕💕💕💕💕💕💕
@deepdeepu4304
@deepdeepu4304 2 года назад
তোমাৰ গান শুনিয়ে ডাঙৰ হ'লো, হয়টো তোমাৰ গান শুনিয়ে শেষ নিঃশ্বাস ত্যাগ কৰিম 🥺 তুমি ভগৱান জুবিন দা ❤❤❤
@dolibaishya7598
@dolibaishya7598 2 года назад
Apunar gan xunile gotei sorgo khon jatra kora jen paw❤🙏 apunak nijot koi o besi vl paw🙏 apunar nuxuna ke ata din o par nokoru. Para hole mor aayukh xini o di dilu hoi. Jug jug jio zubeen sir❤ from balisatra and well come to balisatra sabha
@ankitanath2160
@ankitanath2160 2 года назад
হৃদয়স্পর্শী গান।। অতীতৰ সুৰ পুনৰবাৰ যেন ভাঁহি উঠিছে ।। Love You Zubeen Da.....
@opcgaming1602
@opcgaming1602 2 года назад
আশা কৰো আপোনী সদায় আমাক এনেকুৱা গীত বোৰ দি যাব সদায় । আৰু আপোনাৰ দীৰ্ঘায়ুৰ কাৰণে সদায় আল্লাহৰ ওচৰত ওচৰত দোৱাহ কৰি আছো । Love you Zubeen da... আপোনী আমাৰ সদায় অন্তৰত থাকিবা ।
@Karanpathakofficial
@Karanpathakofficial 2 года назад
জুবিন গাৰ্গ সদায় সকলোৰে প্ৰিয় ❤️ তেওঁৰ গীত ত বিচাৰি পাওঁ এক নতুনত্ব ❤️ মোৰ সংগীত জীৱনৰ সদায় গুৰু হৈ ৰব আপুনি❤️🙏 প্ৰত্যেক জন উঠি অহা সঙ্গীত শিল্পীৰ আদৰ্শ আপুনি ।
@subayelmadaripur2545
@subayelmadaripur2545 2 года назад
মাদারীপুর থেকে দেখতেছি শুভ কামনা রইলো. মো:সুবায়েল. মাদারীপুর, ঢাকা, বাংলাদেশ
@dhrubakalitamix8606
@dhrubakalitamix8606 2 года назад
Zubeen da you are the live legend of Assam ..we proud that ..our generation is so lucky to see you to have you ..as our heartthrob.......love you .Zg da...
@dipankarborahvlogs6225
@dipankarborahvlogs6225 2 года назад
1995 ৰ সেই সুৰ বোৰ বিচাৰি পাইছোঁ এই গানটোত তুমি যুগে যুগে চিৰযোগমীয়া হৈ থাকা ভগবান😍😘
@pinkubaishya3709
@pinkubaishya3709 2 года назад
অসমীয়া সংগীত জগতখনৰ নক্ষত্ৰ তুমি, তুমিয়েই আমাৰ সাহস, অনুপ্ৰেৰণা, জীয়াই থকাৰ উশাহ সকলোবোৰ ❤️❤️❤️❤️
@gautamdutta340
@gautamdutta340 Год назад
৪৯ বছৰ বয়সতো হিলাই দিছে দাদাই.... জুবিন দা প্ৰণামো তোমাক 🙏
@shamishbhuyan52
@shamishbhuyan52 2 года назад
জুবিন দাৰ প্ৰতিটো গানৰ দৰেই এইটোও হৃদয়স্পৰ্শী গান ❤️❤️
@KhargeSaloi
@KhargeSaloi 2 года назад
*মনৰে কইনা মোৰ...🥀🍂🙂 কিয় এৰি গলি মোক 🕊* *জয় জুবিন দা❣*
@bonoriyaa
@bonoriyaa 2 года назад
"এৰি গুছি গ'লি তাতে কি হ'ল? মনৰে কইনা মোৰ? তোতকৈও বেছি কলিজাৰ ওচৰত, জুবিন দা মোৰ" মোৰ ফালৰ পৰা জুবিন দা আৰু জুবিন অনুৰাগীলৈ শুভেচ্ছা 🎉
@bonoriyaa
@bonoriyaa 2 года назад
জুবিন দাৰ গানে, প্ৰত্যেকে জন অসমীয়াৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে।❤️
@mridusmitasaharia8153
@mridusmitasaharia8153 5 месяцев назад
এই মানুহ জন যে কিমান প্ৰিয় শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম💗 এবাৰ প্ৰত্যক্ষ ৰূপে আপোনাক সাক্ষাৎ কৰাৰ আগত মই যদি মৰি যাওঁ জীৱনটোক লৈ সঁচাই ক্ষোভ থাকি যাব।