Тёмный

| MOROM DIYA MUK | ABAHAN THEATRE | PRASTUTI PORASOR | MRIDUL BHUYAN | PRAYASHI PORASHOR | 

Prostuti Porasor
Подписаться 508 тыс.
Просмотров 1,2 млн
50% 1

Drama: Morom Diya Muk
Theatre: Abahan Theatre
Director: Abhijit Bhattacharya
Starring: Prastuti Porasor
Mridul Bhuyan
Prayashi Porasor
#prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #prostutiporasor #mridulbhuyan #prayashiporashor

Опубликовано:

 

20 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 936   
@gautamdeka3488
@gautamdeka3488 4 года назад
ইমান সুন্দৰ নাটক এখন ৰাইজক উপহাৰ দিয়াৰ বাবে মৃদুল ভূঞা দা আৰু প্ৰস্তুতি বাক অশেষ ধন্যবাদ ।
@kamalaanirmolia7374
@kamalaanirmolia7374 3 года назад
Errrr
@pujasahariah8919
@pujasahariah8919 2 года назад
Bhut beya lage চাই
@Pinchipiya
@Pinchipiya 2 месяца назад
Apunar matha beya je hkrne val bostu u beya e pabo​@@pujasahariah8919
@Djb97
@Djb97 4 года назад
বা নাটক খনৰ কাহিনীটোৰ মাজত মই নিজেই সোমাই পৰিছো আৰু নাটকখন শেষ হোৱাৰ পাছতো মোৰ চকুৰ পানী ওলাইয়ে আছে আৰু সমাজক নাটকীয় ভাষাৰে আপোনালোকে বহুতো কথা বুজাই দিলে।।। গোটেই কেইজনৰ অভিনয় সচাকৈ শলাগিব লগীয়া।। বা আপুনি মোৰ অতি মৰমৰ হয়।। আৰু মৃদুল দা আপুনি নাটকখনত নিজক ইমান ধুনীয়াকৈ প্ৰতিষ্ঠাপন কৰিছে।। I am so happy to see all of you.. I wish we will see more and more..
@luhitkoch9279
@luhitkoch9279 4 года назад
বাহিৰত আছো চিন্তা বহুত যিটো পৰিস্থিতি হৈছে ঘৰৰ মানুহ বোৰক দেখাই নেপাম বুলি। তেনেতে ২:৩০pm RU-vid টো চালো। প্রথম তে এইখন নাটককে দেখিলো। অভিনয়, সংলাপ, নাটক ইমানে সুন্দৰ হৈছে। চকুত নিজেই নিজেই পানি নিগৰি গল। বহুত বহুত বহুত বহুত বহুত সুন্দৰ নাটক। বা আপোনাক বহুত বহুত বহুত ধন্যবাদ জ্ঞাপন দিচো, নাটক খন RU-vid দিয়া বাবে। love you ba💓💓😘😘💓💓. Be careful বা। অসমতো কৰুণা virus পালেগে। আজি লৈ বিদায় ললো বা। 💓💓💓💓💓💓💓💓
@bintikumar8513
@bintikumar8513 3 года назад
Emn kandilo
@ratuldeka4372
@ratuldeka4372 3 года назад
L
@itsenjoy4720
@itsenjoy4720 2 года назад
চকুপানী ওলাই গল অ।। ইমান সুন্দৰ নাট।। এতিয়া ৰাতি 1.19 am ত চাই আছোঁ।।ইমান ধুনীয়া নাট এখন উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ।।
@hirenphukanhirenphukan5600
@hirenphukanhirenphukan5600 4 года назад
আজি আকৌ চালো। কান্দিলোঁ‌। বৰ দুখ লাগে নাটকখন চালে। সুন্দৰ কাহিনী উপস্থাপন, সংলাপ, অভিনয়, গীত। চকুত চকুলোৰ ঢল বৈছে ঔ।
@pujamedhi6863
@pujamedhi6863 4 года назад
Ei khon natok sai hoitu kunu ejon dorxokeu sage sokulu nutukakoi thoka nai.....thank you so much madam iman dhuniya ekhon natok upohar diyar babe
@sibanimoran5787
@sibanimoran5787 4 года назад
বহুত বেছি ভাল লাগিছে চাই। কান্দি কান্দি চাই আছোঁ😫😫😫♥️♥️
@dhrtirajdeka9958
@dhrtirajdeka9958 4 года назад
Ultimate prostuti baaa....n Mridul daa.... Sai thakote dusoku boi ahil sokure
@paragsway
@paragsway 4 года назад
মূলাগাভৰু খন লাগে..... আপোনালোকক লাগে যদি কমেণ্টতো লাইক কৰক....
@biplobphukan3469
@biplobphukan3469 4 года назад
Mulaagabhru
@nilanjanarabha3862
@nilanjanarabha3862 4 года назад
Mulaghaburu laga
@barnalidevi4695
@barnalidevi4695 4 года назад
Bordoisila mahiyashi khan diyak sun
@majaniroy194
@majaniroy194 3 года назад
Hi
@majaniroy194
@majaniroy194 3 года назад
Hiihjd
@simantabora7072
@simantabora7072 4 года назад
ভ্ৰাম্যমাণ জগতৰ দুইগৰাকী জনপ্ৰিয় চিনাকী মুখ প্ৰস্তুতি বা আৰু মৃদুল দাক একলগে ।। বহুত ভাল লাগিল
@ninturay1693
@ninturay1693 4 года назад
অভিনেত্রী নাটখনৰ পিছতে মোৰ এইখন আন এখন ভাল লগা নাটক | বহুদিনৰ পৰা ৰৈ আছিলোঁ এই নাটখনলৈ আজি পালোঁ ভাল লাগিল |
@jayantabaishyabaishya8270
@jayantabaishyabaishya8270 4 года назад
কি কম আৰু কবলৈ ভাষা নাই যে ইমান ধুনীয়া অভিনয় ইমান ধুনীয়া কাহিনী কিমান দুখ অনুভৱ হলে এজন লৰা মানুহে কান্দে আৰু তাতকৈ বহুত দুখৰ মানে কাহিনীটো মানে মই নিজেই বহুত কান্দিলো
@prasantanath4963
@prasantanath4963 4 года назад
সছাঁকৈয়ে কন্দুৱাই থৈ গল দেই। মৃদুল হাজৰিকা অভিনয় ও অনবদ্য। সকলোৰে অভিনয় সাবলিল।। প্ৰস্তুতি বাৰ অভিনয় মন পৰশা ।
@mamonibora1235
@mamonibora1235 2 года назад
Bohut bhal lagil,Kandi pelalu,eman xundar abhinoi
@paharideori4288
@paharideori4288 3 года назад
প্ৰস্তুতি বা, ইমান এখন ধুনীয়া নাটক আমাৰ উপহাৰ দিলা... বহুত ধুনীয়া কাহিনীৰে পৰিপূৰ্ণ।
@LahyajyotiDas-kf3fr
@LahyajyotiDas-kf3fr 3 месяца назад
Bohut val lagil.sokupani ulai gol,❤❤❤
@juhibaishya3415
@juhibaishya3415 4 года назад
Prastuti baa is the talented and confidencial actress in the world..
@rimjimdas8333
@rimjimdas8333 3 года назад
bohut val lagil ..kandi kandi salu ..ba apuni bohut dhunea
@niranjannath7129
@niranjannath7129 4 года назад
It’s really heart touching story, cannot stop my tears!!!!!!!! Thanks to all , specially Prastuti ba and Mridul da .
@GautamGautam-nc2wi
@GautamGautam-nc2wi 3 года назад
অভিজিত ভট্টাচাৰ্য্য ৰ কলমত যাদু আছে তেওঁ লিখা বহুত নাটক মোৰ প্ৰিয় প্ৰথম নিশাৰ নাটকবোৰ খুব মিঠা অভিনেত্ৰী, সন্যাসিনী,সম্ৰাজ্ঞী,সন্ধ্যাতৰা,দেউতা, মহাত্মা ৰ চকুপানী, আৰু বহুতো নাটক আছে তেওঁৰ ভাল লগা । আকৌ তেওঁৰ নাটকৰ বাবে ৰৈ আছো ।
@As_vloger752
@As_vloger752 4 года назад
Moi aikhn natok manchatu saisu tothapiu ako abr salu val lagile .it's really good . Moi kbo paru I am lucky .
@UtpalBora-jk2rz
@UtpalBora-jk2rz Год назад
Eman dhuniya hoise kandi dilu 😥😥😥
@debasishburagohain5564
@debasishburagohain5564 4 года назад
Many Thanks. Was weeping in the Pandal while watching this drama in Bhavanipur. মৰ্মস্পৰ্শী নাট। বহুত ধন্যবাদ আকৌ চাবলৈ সুবিধাকণ দিয়া বাবে। আৰু নাট পাম বুলি আশা ৰাখিলো।
@animashdutta4
@animashdutta4 Месяц назад
একেখন মঞ্চত দুগৰাকী বলিষ্ঠ অভিনেতাৰ অভিনয় চাবলৈ কপাল লাগিব , হৃদয় চুই গল❤
@indraneelkachari9130
@indraneelkachari9130 4 года назад
বহুত ধুনীয়া বহুত কান্দিলো । সুন্দৰ নাটক ....👌
@debanandasaikia9272
@debanandasaikia9272 4 года назад
নাটকখন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ|মই এই নাটকখন কেইবাবাৰো উপভোগ কৰিছোঁ|এখন মনপৰশা নাটক|এখন সংলাপ তথা অভিনয় প্ৰধান নাটক বুলি ক'ব পাৰি|বিশেষকৈ মৃদুল ভূঞা আৰু প্ৰস্তুতি পৰাশৰ একেলগে ওলোৱা দৃশ্যকেইটাই প্ৰতিজন দৰ্শকক মুগ্ধ কৰি তোলে|এই নাটকখন চাওঁতে মই কোনোটো পেণ্ডেলতেই দৰ্শকৰ হাই-উৰুমি শুনা নাপালোঁ,সকলো নাটকৰ মাজত একাত্ম হৈ শান্ত পৰিৱেশত নাট উপভোগ কৰাত মগ্ন হৈ আছিল|যিসকলে এতিয়াও এবাৰো চোৱা নাই তেওঁলোকে চালে মোৰ কথাৰ প্ৰমাণ পাই যাব|এটা কথা আচৰিত লাগে যে পাৰ্টীটোৱে এই নাটকখন প্ৰচাৰ নকৰি চাইলেণ্ট কৰি ৰাখিলে!
@uddiptamedhi7794
@uddiptamedhi7794 4 года назад
সচাঁ। আচলতে "মা কালী "ঠাইত এই নাটক খন হে মুল নাটক হব লাগিছিল। ।
@rupjyotinath4120
@rupjyotinath4120 4 года назад
আজিলৈ উপভোগ কৰা নাটক বোৰৰ ভিতৰত এইখনেই শ্ৰেষ্ঠ নাটক।নাটখন চাই কোনেও নকন্দাকৈ কোনেও থাকিব নোৱাৰে।
@moinuddintalukdar2370
@moinuddintalukdar2370 3 года назад
হয়
@jyotiprasadnath7963
@jyotiprasadnath7963 4 года назад
Bhal lagisa sai . Moja.😊😊😊😊.
@bhabanahazarika1748
@bhabanahazarika1748 4 года назад
অতি সুন্দৰ ..চকুলো ধৰি ৰাখিব নোৱাৰিলো ।মৰম অৱিহনে জীয়াই থকা কষ্টকৰ ।
@priancarobin2375
@priancarobin2375 4 года назад
Bht bht bht val lagil Sai... What a versatile actor u are Prastuti baa, and my all time favourite Mridul Bhuyan..
@gautamsarma5296
@gautamsarma5296 4 года назад
এই নাটক খন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।🙏 বৰষুণৰ বাবে ভাল কে চাব নোৱাৰিলোঁ।
@errorgaming4335
@errorgaming4335 Год назад
Prastuti baa k anekuwa acting t xsai bhut val lage😊😊
@monjitboruah8401
@monjitboruah8401 4 года назад
ভাৱনাবোৰৰ জীয়া ছবি 😌😌😌
@parama806
@parama806 11 месяцев назад
Bht dhuniya abhinoi korise .....sokupani ahi gol😢
@BOHAGIMEDIA
@BOHAGIMEDIA 4 года назад
কাহিনী খুবেই হৃদয়স্পৰ্শী ।চকুপানী ওলাই গল।
@deepjyotiartdesign1256
@deepjyotiartdesign1256 4 года назад
Likhiboloi hoitu nejanim . Iman xosa xosa jen loga Ovinoi . Imane konduwaise , nesao buli minimize kori thou, akow saboloi mon jai, bukut hahoh loi kebabaro saisu.... Mridul da aru prastuti ba aponalokak vagabane aru xakti diok, akow eyatkoiyo xundor xundor ghatanabor loi xundor ovinoi bor kori jaok . Vagabane xusaithya kori rakhok .... Xodaye xuvesare..... 🙏👍👌😍
@bbbbbnnnnnnnnmmmmm2540
@bbbbbnnnnnnnnmmmmm2540 4 года назад
Locked down homoi suwa najai nupuwai hei buli eikeidin apuner natok bur sai par korisu . Apuner aru mridul dar ovinoi moi bohut val pau theater jogotr dujon ujjal nokhytra apunaluk . Apunalukok vogobane mongal korok aru apunalukr pora ami hodai val natok sabo paru tare akha korilu. Naat khon sai pise olp sokupani muru ulal. Good luck ba n mridul da. And Abahan team
@pallabivlogs1273
@pallabivlogs1273 3 года назад
Aikhn natok sbo bohut mon goi asl tq ba
@anuragboruah4306
@anuragboruah4306 4 года назад
কন্দুৱাই দিলে অ … এখন হৃদয়স্পৰ্শী নাটক চালোঁ‌। মৃদুল দা আৰু প্ৰস্তুতি বাৰ অভিনয় অত্যন্ত শক্তিশালী।
@junudeka9143
@junudeka9143 2 года назад
eman moja part korise duita a khub val lagise say
@Kaushik632
@Kaushik632 Год назад
ক'বলৈ ভাষা নাই। এইখন নাটক চাই কিমান বেছি ভাল পাওঁ, প্ৰতিটো সংলাপে অন্তৰ চুই যায়। আশাকৰোঁ আগন্তুক আৱাহনৰ নাটকবোৰো এনেকোৱা হোৱা উচিত।
@skjubahomaj3460
@skjubahomaj3460 4 года назад
Baaa oti hundor avinoy ....kabaloi bhakha nai.....
@jitubiswas7254
@jitubiswas7254 4 года назад
Bor beyake kandi palo ou....... Bohut besi val lagil natk khn sai👌👌👌
@jintihaloientertainment4312
Bahut dhuniya natak aru shokolare avinai a man muhu jai. Pisaloi o anekuwa natak pam buli asha karilu.manshat o sai so aru iyato bahut bar salo aru prati bare kando.
@kajalroy3463
@kajalroy3463 4 года назад
চকু পানী ৰখাব নোৱাৰিলো । বহুত দিনৰ মূৰত এখন ভাল নাটক উপভোগ কৰিলো । সুনদৰ কাহিনী
@tilakgoswami1498
@tilakgoswami1498 4 года назад
Axomr r uzzal votatora mridul da aru prastuti ba...... Salute mor fal r pora ei 2 jon axom r hira loi.....long live, God bless u mridul da aru prastuti ba
@harijitdadu2988
@harijitdadu2988 4 года назад
সৰু কালৰে পৰা প্ৰিয় এই দুইজন ❤️❤️
@SachiPrava-sl5qf
@SachiPrava-sl5qf Год назад
Dhnuiya acting baa❤️❤️. Kandi dilu
@narayankalita7181
@narayankalita7181 4 года назад
দুৰ্দ্দান্ত অভিনয় । চকু সেমেকি গ'ল ।
@mithunpatir3863
@mithunpatir3863 2 года назад
Mojaaa story bhutt val laghe mur eikon sai😪😪😪😪😪😪
@rakstar657
@rakstar657 4 года назад
নাটক খনে কন্দুৱাই দিলে ও বৰ বেয়াকৈ । বহুত কান্দিলো নাটক খন চাই । সঁচাই বহুত ধুনীয়া অভিনয় প্ৰস্তুতি বা আৰু মৃদুল দাদাৰ ।❤️
@currentaffairs1561
@currentaffairs1561 4 года назад
প্ৰস্ততি বা আৰু মৃদুল দাৰ অভিনয় বহুত বহুত ভাল লাগে।
@uddiptamedhi7794
@uddiptamedhi7794 4 года назад
সচাঁকৈ এখন অতি সুন্দৰ নাটক। পোন প্ৰথমবাৰৰ বাবে নাটক চায় কান্দি পেলালো। আশা কৰো আগলৈও এনেকুৱা উৎকৃষ্ট মানৰ নাটক উপহাৰ দি যায়। ।।।।
@aminulhoque6321
@aminulhoque6321 2 года назад
Heart touching story.sabo nuwari o.emotional hoi jaw
@lifeisgreenpranjal
@lifeisgreenpranjal 4 года назад
নাটকৰ কথা যে নহয় বাস্তৱ জীৱনৰ কথা ।বহু ত সুন্দৰ
@sabeswarlahon9668
@sabeswarlahon9668 4 года назад
Wrysbmco
@deepshikhadeka2826
@deepshikhadeka2826 Месяц назад
Dada ba..uf ki kom aru kobloi vakha nai. Oo..♥️♥️♥️
@majibarrahman6959
@majibarrahman6959 4 года назад
Dhuniya logdawonr khomoyot j sabo paisu..ru di thakok
@namitakalita8035
@namitakalita8035 3 года назад
Bht dukh lagi jai
@runuma714
@runuma714 Год назад
My fvrt. Prostuti ba.. Aru mridul da... ❤❤❤
@debabarman9325
@debabarman9325 4 года назад
সুন্দৰ নাটক বা আগলৈ এনেকুৱা স্মৃতিৰ আপোনাৰ অভিনয়ৰ নাটক পোৱাৰ আশা থাকিল । আৰু মোৰ হেঁপাহ কোনোদিনে আপোনাৰ লগত একেখন মঞ্চত অভিনয় কৰিবলৈ খুবেই আগ্ৰহ ।নাজানো কেতিয়া সেইটো সুবিধা প্ৰদান কৰিব ।
@dipjyotibarman6682
@dipjyotibarman6682 4 года назад
প্ৰস্তুতি বা তুমি ১০০ বছৰ জীয়াই থাকা,, তোমাৰ নাটক চালে চকু পানী অলায় ও, tqqqq বা. Moku নাটক কৰিব মন যায় ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@assam2515
@assam2515 4 года назад
আবাহন থিয়েটাৰ নাম শুনিলেই মনটো ভাল লাগি যায়। নাটক বোৰ খুব ভাল লাগে। আজিও মনত আছে সৰুতে চাইছিলো স্নেহবন্ধন নাটক খন মৰম এনাজৰী গানটো।
@gitanjalidas2569
@gitanjalidas2569 4 года назад
i love u...prostuti baa .... tmk.moii bht vl pw..... bht.... tmr acting xle pgolr dre hoi jw bht vl lge tmk.... lockdwnt ghrt thki mr maa moii tmr gute keikhn ntok xlu khub vl lgxe... tmi bht dhuniya acting kra...bht dhuniya tmi... ru mridul da thkle vl lge bxi dhuniya hoi xble lv u frevr baa ❤❤❤❤❤❤😍😍😍😍😘😘
@nabajyotibora3919
@nabajyotibora3919 4 года назад
বহুত বহুত বহুত ভাল লাগিল প্ৰস্ত্ততি বা , এইখন নাটকৰ বাবে বহুদিনৰ পৰা বাট চাই আছিলো | মই কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ বাবে এই বছৰৰ পৰা আপোনাৰ নাটকসমূহ চাব নোৱাৰিম | এনেদৰে আগলৈকো আপোনি নাটকসমূহ সংৰক্ষণ কৰি ৰাখিব বুলি আশা ৰাখিলো
@plabonborah4428
@plabonborah4428 2 года назад
Kot thka
@chinmoyeegogoi2629
@chinmoyeegogoi2629 4 года назад
Sobore jibonot happy ending nathake o ba....bohut val lagil....bohut kandilu...
@abinashduwarah3463
@abinashduwarah3463 4 года назад
সুন্দৰ 👌 এনেদৰেই যাতে ভৱিষ্যতলৈও নাটক সমূহ সংৰক্ষণ কৰি ৰাখিব বুলি আশা ৰাখিলো । আমি নিশ্চয় চাই যাম ।
@kishorroy3425
@kishorroy3425 4 года назад
Bahut bhal lagil
@ananyaboruah3123
@ananyaboruah3123 4 года назад
Brindabon theater r smokhan jatra natok khon pam neke karibar usorot
@abinashduwarah3463
@abinashduwarah3463 4 года назад
@@ananyaboruah3123 May be natok khn nai. Moi atiyaloike puwa nai kotu.
@_kisshor_
@_kisshor_ 2 года назад
Mjja ba
@Bitupan-wi6rx
@Bitupan-wi6rx 4 года назад
খুব সুন্দৰ লাগিল।।।। বন্ধৰ মাজতে আৰু আপোনাৰ ওচৰত থকা ভাল ভাল নাট উপহাৰ পাম বুলি আশা থাকিল।।।।
@janmonigogoi3045
@janmonigogoi3045 3 года назад
Bht vl lagil sai
@sanjukhanikar6124
@sanjukhanikar6124 4 года назад
বা আপোনাৰ এই নাটক খন ৰাতিপুৱা বিচনাতে চাই বহুত কান্দি গৈছো, আপুনাৰ বহুত ধুনীয়া আৰু আবেগিক অভিনয় চাই ভাল লাগে@@@@
@SanjayKumar-dk9fo
@SanjayKumar-dk9fo 2 года назад
ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল ভাল লাগিল
@ranganadi6556
@ranganadi6556 4 года назад
বহুদিনৰ মূৰত এখন নাটক চাই কান্দিলো । (কৌশিক বৰা, লখিমপুৰ)
@kalyanjyotisaikia1754
@kalyanjyotisaikia1754 4 года назад
Ba parila ru 2khn mn natok diba sun, lockdown ttt sb parim,, bohut vl lage natok sai 2mrr
@simantaborah645
@simantaborah645 4 года назад
Mojaa prostuti baa 2019-20 natok kaikhn dibo xun parile
@simantabora7072
@simantabora7072 4 года назад
বহুত বহুত ধন্যবাদ বা ।। আশা কৰোঁ দেৰিকৈ হলেও এইবৰ্ষৰ "মুলাগাভৰু" নাটকখন চাবলৈ পাম
@neelrupunath7868
@neelrupunath7868 4 года назад
কি কম বা আপোনাক ইমান সুন্দৰ অভিনয়, চকু পানী ৰখাব নোৱাৰিলো
@ratenthouse1760
@ratenthouse1760 4 года назад
সুন্দৰ হৈছে বা এনেকৈ নাটকবোৰ দি থাকিবা
@hiyangkanatalukdar1828
@hiyangkanatalukdar1828 3 года назад
সংলাপবোৰে অন্তৰ চুই যায় 💕
@surajitbarman521
@surajitbarman521 4 года назад
নাটক খন চাই বহুত বহুত ভাল লাগিছে
@sankarrabha2949
@sankarrabha2949 3 года назад
Jar jar soku pani ulaise like di jua
@sanjaydeka8499
@sanjaydeka8499 4 года назад
বৰ ভাল লাগিছে চাই
@kalpakalita6046
@kalpakalita6046 4 года назад
অৰ্চনা পূজাৰিৰ অভিনয় খুব প্ৰিয় মোৰ।
@rakesh_X7
@rakesh_X7 4 года назад
Prostuti Baa Apuni Upload Kora Gutei Keikhon Natok Bohiya Lage Sai..👌🔥 Apunar Acting Taamamm Vaal Lage 👌👌 Too Good!!! Aru Logote Keikhon Mnn Action Thoka Natok Upload Korok Chun..🙏🙂
@davidgamer6442
@davidgamer6442 4 года назад
Val lagi ba..moja..aru natok diba joldi
@habilali4550
@habilali4550 4 года назад
আপোনাৰ অভিনয় সচাকৈ হৃদয় চুই যায় ও
@sanjibkashyap5646
@sanjibkashyap5646 4 года назад
Vle korise lock down time upload bbe,,, thanks
@bi2186
@bi2186 4 года назад
অতি সুন্দৰ ,,,,কোব কোনো ভাষা নাই,,,,, এই বাৰৰ হৈতে ৩বাৰ দৰ্শন কৰিলো । কিন্তু তথাপিও আমনি নেলাগিল, বা আপোনাৰ আগন্তুক দিন বোৰ যাতে আৰু উন্নটৰ হয় পাৰে তাৰেই কামনা কৰিলো ।,🔥🔥🔥🔥🔥🔥👍
@Karabikapinjal
@Karabikapinjal 3 года назад
Bohut bohut val lagil sai
@gourangasarma4652
@gourangasarma4652 4 года назад
Finally..!
@bornaliborah7099
@bornaliborah7099 3 года назад
Bohut bhal lagil natok khon sai.mridul da you are the best and also prostuti baa.thank you sm aamak eman hundor natok upohar dia babe.god bless you
@ranaprankshot6921
@ranaprankshot6921 4 года назад
Love you ☺️ mridul da.. mridul da mr God..
@deltaone2882
@deltaone2882 4 года назад
প্ৰস্তুতি বাৰ অভিনয় আৰু মৃদুল দাৰ অভিনয় কি Outstanding ... এনেকুৱা অভিনেতা আৰু অসমৰ বাবে উজলা হিৰা...
@ripun8038
@ripun8038 3 года назад
Really heart touching story 😭😭
@Kaushik632
@Kaushik632 Год назад
আজি পুনৰ আকৌ চালোঁ। বহুত ভাল লাগে। হাজাৰ চালেও আমনি নালাগে।
@dipuhandique7214
@dipuhandique7214 4 года назад
বা লভ ইউ।থেংক কিউ দিয়া বাবে!আৰু দি যাব বা
@jayashreenath553
@jayashreenath553 3 года назад
ইমান সুন্দৰ অভিনয় |চকুপানী ৰখাব নোৱাৰিলো |
@bipulgogoi7193
@bipulgogoi7193 2 года назад
Xosai
@dipsikhadevi9565
@dipsikhadevi9565 4 года назад
কন্দুৱাই দিছা বা। অকলে অকলে কান্দিছো। তোমাৰ দৰে মোকো অলপ মৰমৰ প্রয়োজন।
@abhijitanamika9154
@abhijitanamika9154 4 года назад
Hmm sem
@filmychannel6703
@filmychannel6703 4 года назад
aha morom krim😂
@pritirekha7879
@pritirekha7879 4 года назад
Imn Dhunia natok Sai bohut vl lgile aru bohut kandilu .. thank you so much...
@mrinalgoyari8112
@mrinalgoyari8112 3 года назад
A heart touching drama. Having watched I couldn't but cry. Once I happened to watch another drama 'morame moram bisare' a few years before at nalbari where Prastuti baa played main role. That time also I had to dropped tears. I really appreciate you for your amazing acting. The way you play role is very attractive. May you live long. Lots of thanks.
@Balamurali8039
@Balamurali8039 2 года назад
Thanks 🙏🙏🙏🙏🙏👍👍 congratulations 👏👏👏🎉🎉🎉🎉🎉🎉🎉 Mridul da and prastuti baa. Very very nice Abhinay. Bahut bahut bahut Bhal Lagil da Thanks 🙏🙏🙏
@statusmaker1797
@statusmaker1797 4 года назад
আগতে মুখা-মুখিকৈ চাইছো কিন্তু আৰু আজি আকৌ চালো বহুত ভাল লাগিল বন্ধ বাবে।বা আৰু লাগে নাটক এই বন্ধ কেইটা দিনত।
Далее
Распаковка Monster High Potions #monsterhigh
01:00
Akshay Kumar x Harsh Gujral | Roast Standup Comedy
20:32