Тёмный
No video :(

Muslim Marriage Explained | মুছলমানৰ বিবাহৰ নতুন আইন, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত N18V 

News18 Assam/Northeast
Подписаться 3,3 млн
Просмотров 617 тыс.
50% 1

Muslim Marriage Explained | মুছলমানৰ বিবাহৰ নতুন আইন, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#himantabiswasarma #polygamy #childmarriage #parthajyotiborah
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

4 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 344   
@hemantamahanta5578
@hemantamahanta5578 Месяц назад
অসমৰ মুছলমানসকলৰ বিবাহত. লাগি থকাত কৈ অসমত. উন্নয়ন. কৰিব লাগে ।
@durgeshwarbaruah
@durgeshwarbaruah Месяц назад
X
@NazmalHussain-gs8ki
@NazmalHussain-gs8ki Месяц назад
4:03 ❤
@NurAlaminIslam-t2d
@NurAlaminIslam-t2d Месяц назад
😊😊
@Nahar678r
@Nahar678r Месяц назад
Sala nob Tu kiya kor liya re
@jabirahmed5984
@jabirahmed5984 Месяц назад
National Family Health Survey (NFHS), showed that polygynous marriage is more prevalent among Muslims (1.9%), followed by other religious communities (1.6%), and least prevalent among Hindus (1.3%).
@user-ml3ou7fm3x
@user-ml3ou7fm3x Месяц назад
অসমৰ মুছলমানৰ পোকড়ত লাগি থাকিলে সংখ্যা গুৰু সম্প্ৰদায়ৰ কিছু মুছলমান বিৰোধী খুশি হয়। তাতকৈ ভাল হ'ব ৰাজ্যিক কৰ্মচাৰীক পেন্সন দিয়াটো।
@user-nd9ft7kh2r
@user-nd9ft7kh2r Месяц назад
নিজৰ দেশ আৰু অসমীয়া জাতিৰ কথা চিন্তা কৰক অসমৰ ঐতিহ্য ৰ কথা চিন্তা কৰক মিছা statement দি , ভুৱা তৈথ্য ৰে অসমীয়াক বিপথে পৰিচালনা কৰি হিংসা বিয়পুৱা এৰি দেশৰ চিন্তা কৰক মুছলমান মহিলাৰ কথা যিমান চিন্তা কৰিছে সিমান খিনি নিজৰ বাবে চিন্তা কৰক ভাল হব মুছলমান সকল আছে থাকিব
@amzadhussain1433
@amzadhussain1433 Месяц назад
Right
@gutungdipakpegu2134
@gutungdipakpegu2134 Месяц назад
এয়া হেমন্তৰ ধ্বংসৰ আগজাননী । তাতকৈ অসমৰ উন্নতি / প্ৰগতিৰ/ নিবনুৱা সমস্যা / বান পানীৰ সমস্যা / শান্তি ঐক্যবদ্ধতাৰ দিশত / বিষয়ত গুৰুত্ব দিয়া উচিত । মুখ্য মন্ত্ৰী ডাঙৰীয়া , হিন্দু - মুছলিম আৰু বাল্য বিবাহ ওপৰত লাগি নেথাকি ,অসমৰ সামগ্ৰিক উন্নতিৰ ওপৰত চকু দিয়ক ।
@aichakhatun2619
@aichakhatun2619 Месяц назад
Hosa kotha
@nekibuzzaman5195
@nekibuzzaman5195 15 дней назад
Islamor bibahor beohe Hadisot ase.Pritibit thoka Islam r loke jenekoi palon Kore Assam thoka Islamor r loke take palon koribo,amar Prophets amak dia neomr bade,konoba mor kha rojar kotha manim.Himantai nijor bibah brhmone korar nisinakoi korisene,amar kotha koi politics koribo nalage.Dehor unnatar kotha parile sinta korok naiba upjoktak gadi ari deok.Latera politics bad deok.
@moromlaskar7543
@moromlaskar7543 Месяц назад
কুরআন ও হাদীস মোতাবেক সংশোধন করতে হবে।নতূবা মুসলিম বিবাহ নিয়ে টেনশন করার কারন কি।
@assamnewwaz2131
@assamnewwaz2131 Месяц назад
পবিত্র কুরআন আৰু হাদিস মতে বিবাহ হোৱাটো ভাল হব | by Assam Amir Hamja .
@kudierail6061
@kudierail6061 Месяц назад
হয়
@user-jk3lp5ne8f
@user-jk3lp5ne8f Месяц назад
Musalman name mai itni barkat hai ki social media aur rajniti ki roji roti ispar hi chalti hai ❤❤❤ Sehmat ho to like karo
@asadulhoqu666
@asadulhoqu666 Месяц назад
Bro you are right
@user-jk3lp5ne8f
@user-jk3lp5ne8f Месяц назад
@@asadulhoqu666 hujur mai bro nhi sis hu
@ahadalam698
@ahadalam698 29 дней назад
@@user-jk3lp5ne8f mera v yai soch hai
@nksorts455
@nksorts455 Месяц назад
Hindu marriage act থকাৰ চৰ্তে ও বহু হিন্দু লোকে বহু বিবাহ আৰু বাল্য বিবাহ হত আবদ্ধ হোৱা সমাজত বহু উদাহৰণ আছে।।।দেশৰ ন্যা়য় বিয়াবস্থাই যি কোনো আইন সংশোধন কৰে সেই আইনৰ সমৰ্থন কৰাটো আমি সকলোৰে দায়বদ্ধ।।।
@n.musiccompany9670
@n.musiccompany9670 Месяц назад
সাংবাদিক দাদা আপুনি আইনবিলাকৰ বিষয়ে যি দৰে বৰ্ণনা কৰিলে ভাল লাগিল। পিছে মুছলমান সমাজত অতিত আৰু বৰ্তমান বাল্যবিবাহ আৰু বহু বিবাহ এটা তথ্য আগবঢ়ালে ভাল হলেহেতেন। এনে বিতং আলোচনা কৰিলে ভাল লাগে
@mahmudul1456
@mahmudul1456 Месяц назад
1
@physiosalim8974
@physiosalim8974 Месяц назад
Ballo bibahr case t kune besi oporadhi ulal gom paisene... Hindu act thokar pisotu kiman j Hindu ye bohu bibah kori rakhise apuni khobor loisene... Nijor gaar fale saihe anok kobo lage
@zamir_aslam
@zamir_aslam Месяц назад
Apuni Teacher hole besi val asil 😅🤭
@MK.NURSERY.ASSAM.
@MK.NURSERY.ASSAM. Месяц назад
😅
@matiurrahman6989
@matiurrahman6989 Месяц назад
বাল্য বিবাহ বন্ধ হোৱাটোত সম্পূৰ্ণ সহমত ।কিন্তু বন্ধ্যা ও সন্তান নোহোৱা পৰিয়ালে সন্তান ক'ত পাব ?সন্তান তুলি লোৱাৰ এটি সহজলভ্য বিধান আছিল যদিও তাতো চৰকাৰৰ বহু বাধ্য-বাদকতা আছে বুলি পৰস্পৰে জানিব পৰা গৈছে ।তাৰোপৰি বিবাহৰ কিছুদিন পিছতেই পত্নীৰ বিভিন্ন আভ্যন্তৰীণ বেমাৰ,নানা দুৰ্ঘটনাত তথা পেৰালাইছিচৰ দৰে মাৰাত্মক ব্যাধিৰ দ্বাৰা শয্যাগত হৈ থাকে ;তেনে ক্ষেত্ৰত পুৰুষজনে কেনেকৈ গাৰ্হস্হ্য ও দাম্পত্য জীবন যাপন কৰিব ;সেই বিষয়ে ও স্পষ্টকৈ জনাৰ অবকাশ আছে ।এই ক্ষেত্ৰত পুংখানুপুংখ উক্তি বোৰ সন্নিবিষ্ট থকাৰ আবশ্যক বুলি অনুভৱ কৰা হৈছে!!
@AminaKhatun-cy3ns
@AminaKhatun-cy3ns Месяц назад
বহু বিবাহ আৰু বালিকা বিবাহ বন্ধ হলে ভাল হব
@user-dp3ot8lh4f
@user-dp3ot8lh4f Месяц назад
না
@user-ey1cl2gf8m
@user-ey1cl2gf8m Месяц назад
(ক) Living together বৈধ । (খ) প্ৰাপ্তবয়স্কৰ অবৈধ মিলন বে-আইনী নোহোৱা হ'ল । (গ) বাল্যবিবাহ বন্ধ হোৱা উচিত। সমৰ্থন যোগ্য। (ঘ) যি সকলৰ লৰা-ছোৱালী নহয় তেতিয়া কি কৰা উচিত হব । (ঙ) যি সকল নাৰী অবৈধ সম্পৰ্ক ৰক্ষা কৰি ঘৰ এৰি যায় ,তেতিয়া পুৰুষ জনে কি কৰিব ?
@debabratray2261
@debabratray2261 Месяц назад
Khali sex biya activity Kicuman manuhor biyar picot sex nai teoloke kio porokia nokoribi porkiya Prem vogobane Roth koribo noware 2 jon r sanmati thakile kuno Act ako koribo noare
@jibonkhan1272
@jibonkhan1272 Месяц назад
Yes thanks 🙏
@physiosalim8974
@physiosalim8974 Месяц назад
Narir kono dukh nai dada.. sob dukh purukhor... Purukh bilak pokort tel e dibo lagibo mora loike
@utpalgoswami1990
@utpalgoswami1990 Месяц назад
মুছলমানৰ পোকৰত কিয় লাগি আছে, মুছলমানৰ "সংখ্যা বঢ়া নায়" আপোনাৰ হিছাবত ভূল হৈছে । গড় হিচাপত হিন্দুৰ সংখ্যাহে কমিছে । হিন্দু ল'ৰা - ছোৱালীৰ বিবাহৰ প্ৰতি আকৃষ্টতা কমিছে । মন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰিয়ালতে বিয়া নকৰা ল'ৰা - ছোৱালীৰ সংখ্যা কিমান ? হিন্দুৰ প্ৰতীখন গাঁৱত ১০/১৫ টা বিয়া নকৰা ল'ৰা ছোৱালী পাব, কিন্তু মুছলমানৰ ১০/১৫ খন গাৱত এটাও ল'ৰা ছোৱালী নাপায়। হিন্দু ল'ৰা ছোৱালীয়ে বিয়া নকৰায় কিয় ? আপোনাৰ নিচিনা ভন্দ দেশ প্ৰেমীৰ বাবে নহয় বুলি কব পাৰিবনে ?
@manindrakar2811
@manindrakar2811 Месяц назад
Very nice.
@MubarakAli-iu2gt
@MubarakAli-iu2gt Месяц назад
ভাল পদক্ষেপ ।
@matiurrahman6989
@matiurrahman6989 Месяц назад
চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ লোকৰ বাবে বিবাহ পন্জীয়ণ বাধ্যতামূলক কৰক আৰু নিয়মত কিছু শিথিলতা কৰক তথা সেয়া আগন্তুক বৰ্ষৰ ১লা জানুৱাৰীৰ পৰা প্ৰবৰ্তিত কৰাৰ দিন নিৰূপণ হওঁক ।
@A2Zby-cd5qc
@A2Zby-cd5qc Месяц назад
অসমর উন্নয়নর কারনে অলব ভাবিব লাগে 😅মামা 2026আহি। আছে 😢😢😢
@anowarhussainkhan5731
@anowarhussainkhan5731 Месяц назад
যিবিলাক মহিলাৰ সন্তান জন্ম নহয় বা বেলেগৰ লগত সম্পৰ্ক ৰাখে তেওঁলোকৰ কাৰণে কিবা আইন আছে নেকি?মোৰ wifeঅৰ অলপ মানসিক সমস্যা আছে। ছোৱালীজনীৰ ঘৰৰ পৰা কোৱা নাছিল। এতিয়া আমাৰ পৰিয়ালত বহুত অসুবিধা হৈছে। ভাল বেয়া বুজি নাপায়।মই কি কৰা উচিত?
@mofizuddin4090
@mofizuddin4090 Месяц назад
পবিত্র কোৰান আৰু নবীজিৰ আইন অনুযায়ী আইন বনালে নিশ্চিত বাবে সকলোৱে মানিব। বাল্যবিবাহ আৰু বহু বিবাহ কোনেওঁ পতিব নালাগে। আৰু বন্ধ হব লাগে।
@jiyasShorts121
@jiyasShorts121 Месяц назад
Apuni hoito nobijir aien val dore na jane agote nobijir hadis Mubarak pori ahok tar pisot comment koribo 😡
@hazarika3679
@hazarika3679 Месяц назад
40% or 50%...but these type of ordinance cannot change anything in these scenerio of Assam
@shafikulalam1878
@shafikulalam1878 Месяц назад
অসম চৰকাৰে উন্নতিৰ কামত মনোযোগ দিয়ক
@baharulislam1281
@baharulislam1281 Месяц назад
মুছলমান ৰ পকৰত লাগি থকাৰ কাৰনে মুখ্যমন্ত্রী হৈছে নেকি।
@ijajahmed2502
@ijajahmed2502 Месяц назад
নহলে ভোট নাপাব যে 😂😂😂
@JohirulIslam-fb1en
@JohirulIslam-fb1en Месяц назад
এটা এনেকুৱা সময়ৰ অপেক্ষা কৰি থাকক যেতিয়া এই বিবাহ ব্যৱস্থাটো সম্পূৰ্ণ নশ্চাত হৈ যাব যেতিয়া কোনে কাৰ পুতেক কোনে কাৰ জীয়েক কোনেও সেইটো বুজি নাপাব ।কাৰণ মাতৃ জনি কেইবা জনৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ পাছত পোৱালি জনিৰ জন্ম হৈছে তেতিয়া হলে কোনো পুৰুষেই নিজৰ সন্তান বুলি স্বীকৃতি নিদিব আৰু পোৱালি টোৰ ভৱিষ্যত জীৱন অন্ধকাৰ হব। গতিকে এইবোৰ বিষয় চৰকাৰৰ উন্নয়নৰ কোনো ৰেখাই হব নোৱাৰে।
@abulhussain36
@abulhussain36 Месяц назад
Kun o A 2.....manuhor hontan k powali nokoy....jibo jontu naibkob a sorai sirikoti r hontan k he powali
@imanali6456
@imanali6456 Месяц назад
Totally agree with this❤
@karimulahmed3734
@karimulahmed3734 Месяц назад
Very good ❤❤❤
@gyanbikakh8436
@gyanbikakh8436 Месяц назад
চৰকাৰৰ কি চিন্তাধাৰা। অবিবাহিত লৰা ছোৱালী 18+ হলে OYO t জাই শাৰীৰিক সম্বন্ধ কৰিলে কোনো সমস্যা নাই। কিন্তু যদি কোনোবাই সামাজিক ভাবে দুজনী বিয়া পাতে সেইটোত ইমান কঠোৰ।
@JahanaraSojib
@JahanaraSojib 19 дней назад
So nice bhaiya❤
@AklimaKhatun-bh4yf
@AklimaKhatun-bh4yf Месяц назад
বহু বিবাহ বন্ধ কৰিব লাগে অনুৰোধ কৰিছোঁ চৰকাৰক। মোৰ চাৰিজন লৰা ছোৱালী থৈ মোৰ স্বামীয়ে আৰু এটা বিয়া কৰিছে। মই খোৰাকী দাবী কেছ কৰিছো কিন্তু এতিয়া লৈকে খোৰাক দিয়া নাই । তিনিটা লুৰা ছোৱালী মোৰ লগত আছে । গতিকে মই অনুৰোধ জনালোঁ বহু বিবাহ বন্ধ কৰিব লাগে।
@juriahmed4233
@juriahmed4233 Месяц назад
বেলেগৰ লগত চেনি খালে তেনেকুৱা হয়।
@mahmudunnobi6242
@mahmudunnobi6242 13 дней назад
❤❤ 4:52
@matiurrahman6989
@matiurrahman6989 Месяц назад
১৯২৯ চনৰ বিবাহৰ আইন সংশোধন হব পাৰে ,কিন্তু ১৯৩৫ চনৰ মুছলমান বিবাহ আৰু বিচ্ছেদ আইন বিলুপ্ত কৰাৰ আঁৰৰ ৰহস্য কি? যদিহে সেই আইনত কিবা বাদ পৰি আছে,চৰকাৰে নিশ্চিত ভাৱে সেই বোৰ সংশোধন কৰিব পাৰে ।তাৰোপৰি মুছলিম MARRIAGE & DIVORSE REGISTRAR হিচাপে থকা কাজী সকলক চৰকাৰী আইনৰ গন্ডীৰ ভিতৰত থাকি পূৰ্বৰ দৰে মুছলিম বিবাহ কাৰ্য সম্পন্ন কৰাৰ ক্ষমতা অৰ্পণ কৰিলেই উত্তম হয় ।আনহতে কাজী সকলক নগদ ধন দিয়াৰ পৰাও বাচি যায় ।
@nasrinanchary4501
@nasrinanchary4501 Месяц назад
Very good news ❤❤❤
@samubarbhuiya1246
@samubarbhuiya1246 Месяц назад
যিমান কৰক musolmanorr একু কৰিব নোৱাৰিব মুচলমান মুচলমান হই থাকিব
@mainulislammazumder2582
@mainulislammazumder2582 12 дней назад
Very good
@hailakandi_darpan_tv
@hailakandi_darpan_tv Месяц назад
Right
@abdulgoni7529
@abdulgoni7529 Месяц назад
Good
@user-zo2bf9zz3t
@user-zo2bf9zz3t Месяц назад
ধন্যবাদ জনাইছো অসম চৰকাৰ।।।
@hanseali1924
@hanseali1924 Месяц назад
নহয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিছাৰি আছে জাতে হিন্দু-মুছলমানৰ সংঘাত লগাব।ভাৰতত সংঘাট লগালে জাতে বাংলাদেশ আৰু পাকিস্থানোতো মুছলমানে সংঘাট লগাএ তেতিয়া সেইদেশবোৰৰ হিন্দুবোৰ আনিব চৰকাৰৰ সুবিধা হৱ।তেতিয়া হলে ভাৰতত বিজেপি দল অমৰ হৱ।
@SaifulIslam-xu6wi
@SaifulIslam-xu6wi Месяц назад
যদি প্ৰথম পত্নী কিবা ৰোগাক্ৰান্ত হৈ পঙ্গু হৈ যাচ সেই ক্ষেত্রত আইনে কি কব?
@AfzolAssam
@AfzolAssam Месяц назад
Very fine
@MajibarRahman-lq5re
@MajibarRahman-lq5re Месяц назад
মুছলমান ৰ পকৰত পৰি থাকক
@user-zo2bf9zz3t
@user-zo2bf9zz3t Месяц назад
যিমান আইন কৰিলেও মুছলমান স্ংখ্যা বৃদ্ধিত বন্ধ নহয়।😅
@muzammilhaque5064
@muzammilhaque5064 Месяц назад
কাম নাই এইজনৰ! উন্নয়নৰ নামত একো এডালো কৰিব নোৱাৰিলে,অকল মুছলিম বিৰোধী ধ্যান ধাৰণাৰে নিম্ন শ্ৰেণীৰ মানুহ খিনিক টুপী পিন্ধাই আছে , মনুবাদী।
@debojitbarman9547
@debojitbarman9547 Месяц назад
Boria val kotha
@jubinnautiyalsong6635
@jubinnautiyalsong6635 Месяц назад
এইচৰকাৰ হোৱাৰ ৰে পৰাই চাই আৰু দেখি আহিছো মুছলমানে এইটো ঠিক নাই সিটো ঠিক নাই মুছলমানৰ এন আৰ ছিত নাম, মুছলমান বাংলাদেশী, মুছলমানৰ বহু বিবাহ , মুছলমানৰ বিবাহৰ তালাক , মুছলমান মুছলমান ....... এতিয়া এনেকোৱা লাগিছে যেন অসম তথা ভাৰতবৰ্ষত বেলেগ একো সমস্যা নাই অকল মুছলমানৰ সমস্যাহে বাকী আছে বাকি সকলো সমাধান হৈছে ।
@AnuragAizm
@AnuragAizm 19 дней назад
One country one Act. Hobo lage.
@AbulHossin72
@AbulHossin72 Месяц назад
বিয়া পাতার কারণে হিমন্ত শ্রদ্ধা বা লাগবো হেমন্ত এ বিয়া পাতি দিব😅😅😅😅
@user-gm6ll6ny5y
@user-gm6ll6ny5y Месяц назад
For the Muslim one child policy should bring bill imidately..
@emaduddin5005
@emaduddin5005 Месяц назад
Tumar mata
@user-zj3fo2xn6y
@user-zj3fo2xn6y Месяц назад
চৰকাৰে বহুত আইন বিলুপ্তি কৰি নতুন আইন বনাই আছে। কিন্তু NPS বিলুপ্তি কৰি OPS কৰিব নোৱাৰে কিয়?!
@user-tn1hj3mx6z
@user-tn1hj3mx6z Месяц назад
1ta kothai bare bare koi ase . So, full video nasalu.
@sabbirchoudhury
@sabbirchoudhury Месяц назад
এইবোৰ কৰি এওঁ ৰাইজৰ মনযোগ অন্য দিশত ঠেলি দি মানুহক ৰামঠগন দিবলৈ গৈ আছে..... আৰু হিন্দু মানুহ যে বিজেপিৰ বিৰুদ্ধে গৈ আছে এতিয়া, সেই ইস্যুক ঢাকিবলৈ এটা নাটক..... এইসকল আইন থাকিলেই কি আৰু নেথাকিলেই কি, আমাৰ মানুহে তহঁতৰ চৰকাৰক শুধি বিয়া নকৰে..... গাওঁলীয়া মানুহৰ ৯৫% মানুহে চৰকাৰী ৰেজিষ্ট্ৰেচন নকৰে..... গতিকে একো লাভ নহয়.....
@user-px8mz1jv3y
@user-px8mz1jv3y Месяц назад
চরকারে এনে নিয়ম বনালে কেনে হয় জাক ভাল পাই তাকেই বিয়া করিব লাগিব এনে নিয়ম চরকারে বনাই দিলে কেনে হয়?
@altaflaskar4205
@altaflaskar4205 Месяц назад
Very good analysis. But I can not realize why it is called ' Muslim Marriage Act 'instead of marriage act for all since age bar is common for all. This act is not politically motivated. It is to resist early marriage. This will compel girls to obtain higher education . Grown up age will make them stronger and physically and mentally fit to maintain conjugal life better. So it is good for the society.
@AMINULISLAM-w5w
@AMINULISLAM-w5w Месяц назад
Well verry good role. It role soo chouceable a. And likesble it role for all be possible according to me. I say it for justify....
@hcjbjhdjvnvj8362
@hcjbjhdjvnvj8362 Месяц назад
Good tsar ❤
@बाबा-व4च
@बाबा-व4च Месяц назад
প্ৰায় 25, বছৰ ধৰি ৰাজনীতি কৰি আছে বাল্য বিবাহৰ কাৰণে কি কৰিছে এতিয়া যে ইমান ডঙ্কা বজাই আছে মুছলমানৰ বাহিৰে একো ইছু নাই
@abdulhafiz8501
@abdulhafiz8501 Месяц назад
Good news 🎉🎉🎉🎉🎉
@MahuruddinAli-n6u
@MahuruddinAli-n6u Месяц назад
Good news mai ye Manta hu
@Derekbhi
@Derekbhi Месяц назад
Kyuki tum bewakoof ho. Dimag hai tere pass?
@AltafHussain-le8fc
@AltafHussain-le8fc Месяц назад
বয়স ১৮ আৰু ২১ বছৰ নিৰ্দ্ধাৰিত কৰাটো অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে। লগতে মুছলিম সমাজৰ পৰা কাজী প্ৰথা উঠাই দিয়াটো বহুত ডাঙৰ ভাল কাম হৈছে, কাৰণ আজিৰ দিনৰ কাজী সকলে ৰাইজক ৰাম ঠগন দি হাজাৰ হাজাৰ টকা লৈ বহুত অসামাজিক বিবাহ সম্পন্ন কৰাই দিয়ে। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কাজী সকলোক সম্পূৰ্ণ ভাৱে বন্ধ কৰি দিয়ে। লগতে বহু বিবাহ আৰু বাল্য বিবাহৰ প্ৰতি চৰকাৰ কঠোৰত কৈ কঠোৰ হলে আমাৰ সমাজ ব্যৱস্থা বহুত উন্নত হব।
@abdulrustam85
@abdulrustam85 Месяц назад
Sir, Jorhat or pora Tinsukia loike A T Road tu aru kiman din lagibo ? Ami bohut kostar tokare gari kini rastar karone gari beya hoi tar tokatu nijor pocket or pora dibo logiya hoi.
@pinkupatar4298
@pinkupatar4298 Месяц назад
Very dood
@shafikulalam1878
@shafikulalam1878 Месяц назад
অসম চৰকাৰৰ খাই বই কোনো কাম নাই নেকি
@Sweety56-j73
@Sweety56-j73 6 дней назад
মুচলমান সকলক পিছত ইমান লগি থাকিব নালাগে দিয়ক। Perfect age হলে তো নিজৰ ঘৰৰ পৰাই বিয়া দিব। আৰু নিজৰ perence a বুজী পায় কাক কেতিয় বিয়া দিব লাগিব। 🙌
@mudabbirahmed1847
@mudabbirahmed1847 Месяц назад
I am very much happy and gladly welcome the presnt special marrigae act for muslims community is one hundred percent o.k. many many thanks to all honourable madam sir for spcial marriage act for all muslims community's. ❤❤❤❤❤❤❤❤❤❤❤
@MagbulHussain-l3m
@MagbulHussain-l3m Месяц назад
I Love my Mama
@misssultana6678
@misssultana6678 Месяц назад
Extra bak bak imn kore kle direct point t ahok reporter
@shahidal-faruk6796
@shahidal-faruk6796 17 дней назад
Not a good teacher. Repeating one point every time.
@saklainmustakahmed.7160
@saklainmustakahmed.7160 Месяц назад
হিমন্ত কোন হয় মুছলমানৰ বিবাহৰ নীতি নিয়ম কৰাৰ! বালৰ নেতাৰ খাই কিনি কাম নাই খালী হিন্দু মুছলমানৰ ৰাজনীতি বাহিৰে আন কোনো কাম নাই। দেশৰ উন্নতিৰ নাম নাই।
@KhairunRahman-w1f
@KhairunRahman-w1f Месяц назад
Kebal musalmanar boibahik loi iman tension hol ne sarkarar
@AnjanTalukdar-r3m
@AnjanTalukdar-r3m 21 день назад
Report plz
@rockff-dj3nm
@rockff-dj3nm Месяц назад
Iska handwriting kitna kharab hai😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂 10 fel
@funnyentertainment112
@funnyentertainment112 Месяц назад
La illaha illallah mane ki jane........jani lok
@BaharulIslam-b7t
@BaharulIslam-b7t Месяц назад
96L
@bhumidharboro2775
@bhumidharboro2775 Месяц назад
ভালেই হ'ব।এক দেশ এক আইন হ'ব লাগে।
@Nok_nok_sajidul_roky_x
@Nok_nok_sajidul_roky_x Месяц назад
এই নিয়ম আমাৰ মতে ভাল হব
@ahadalam698
@ahadalam698 Месяц назад
अपना राज्य का भला दिखाए श्रीमान, कुछ रोजगारी में भी बात कीजिए। B A करके असम के नौजवान दूसरे राज्यों जाकर लेबर का काम करते है, और वहां बेइज्जती असम की होती है लोग पूछते है की, असम में खाना नही है? ओ एंकर महाशय रोजगारी में कभी भी आपने भाषण दी है?
@akabbarali3398
@akabbarali3398 Месяц назад
Muslim soalir bibahor byosh16 bosor hole parents e hokah pabo
@Misingtopics
@Misingtopics Месяц назад
News disene tuition diso
@AbutaleSk
@AbutaleSk Месяц назад
AGP protection dibo lage
@user-rp2bm1it5e
@user-rp2bm1it5e Месяц назад
Mama r makar biya kiman sonat hoisisi janabo
@SajidAnsari-py1gz
@SajidAnsari-py1gz Месяц назад
Supreme court ot challenge korok karuba apotti ase jodi.
@alauddinlaskar5855
@alauddinlaskar5855 Месяц назад
গার্লফ্রেন্ড ও বয়ফের্ণ্ড র বয়স কত বলা হয় নাই
@pabdulm2513
@pabdulm2513 Месяц назад
New
@manuwarhussain4277
@manuwarhussain4277 Месяц назад
Ashomiya hokolor biya prothatu purana hunai ne ??
@abdulkhaleksikdar6310
@abdulkhaleksikdar6310 Месяц назад
ধর্মর নিয়ম অনুযায়ী বিবাহ আলু বিবাহ বিচ্ছেদ হয় লাগে
@jiyasShorts121
@jiyasShorts121 Месяц назад
Aponaloke iman long vdo kio bonai 5 minit video re okol main kotha kotha to koi dibo... Aponaloke okol manuhor time to nosto kore 😤😤
@user-wv6gd7tl2w
@user-wv6gd7tl2w Месяц назад
আইন সকলৰ বাবে সমান।মোৰ মতে হিন্দু হওক বা মুছলমান হওক বিয়াৰ বয়স ছোৱালীৰ ২৫ আৰু ল'ৰাৰ বয়স ২৮ বছৰ হ'ব লাগে। দুটাকৈ অধিক সন্তান জন্ম দিলে আইন মতে শান্তি দিব লাগে।
@RejiKhatun-dc7vd
@RejiKhatun-dc7vd 20 дней назад
Cm ji kobo hi kta ami mani no loy
@HabibUllah-yp9rd
@HabibUllah-yp9rd Месяц назад
Ai bilak Ako nohoy, kebal Rajbhog khuwar koushal....divide and Rule....bujilene ??
@jiyasShorts121
@jiyasShorts121 Месяц назад
Kenekoi news kobo lage ai education to dhruv Rathee er video chai siki lowa uchit 😂
@user-zm8vm8gp7r
@user-zm8vm8gp7r 29 дней назад
June jak jenekoi biya korai korai thakibo Diya. Aibur imp nohoi because biya June korai xi he xuabo hajira hok xeti hok bepar hok kiba Kori. Tat jibilak a biyar krne ako Kam bon pua nai xihotok focus Diya age par hoi goise bohutor mama
@user-zj3fo2xn6y
@user-zj3fo2xn6y Месяц назад
১৯৩৫ চনৰ আইন কেবিনেটে AMMDRA বাতিল কৰি নতুন কৰি ARB ২০২৪ ত কৰিব পাৰে কিন্তু ২০০৫ ৰ আইন এন পি এছ প্ৰনয়ন কৰিছিল এতিয়া কেবিনেটে ২০০৫ আইন বাতিল ও পি এছ কৰিলে লাখ লাখ কৰ্মচাৰীৰ ভবিষ্যত উন্নতি হব
@mastafasiddik83
@mastafasiddik83 Месяц назад
মুচলমানে হাগি উঠি কতি ধোৱাৰ কিবা আইন ওলাইছে নেকি
@Dandelions-f6t
@Dandelions-f6t Месяц назад
New tradegy for next Election
@amiyachetia2017
@amiyachetia2017 Месяц назад
ভাল হ'ল।
@user-bl8iy2gh6i
@user-bl8iy2gh6i Месяц назад
@juriahmed4233
@juriahmed4233 Месяц назад
বানপানীৰ সময়ত মানুহৰ মাজত সজাগতা আনিবলৈ সক্ষম নহয়। আৰু বিবাহ সংস্কাৰৰ ওপৰত লাগি আছে
@X9_Gaming_12
@X9_Gaming_12 Месяц назад
বাল্য বিবাহ আৰু বহু বিবাহ মুছলমানৰ ধঙসৰ মুল কাৰন।
@firdausfaridasultana21
@firdausfaridasultana21 Месяц назад
Hindu society t ki child marriage aru polygamy nhoi nki , Rajosthan t niyom e hoi 2 ta ke biya pata. Child marriage r babe j police e dhorisile keidinman agote tat hindue besi asile . Ulta plta comment nokoribo.
@chandrika.rajbongshi
@chandrika.rajbongshi Месяц назад
​Dhubri, Goalpara aru jibor thait miyar raj tat jai saba.. polygamy aru child marriage kar majot besi buji paba😂...aru tumalukor kuranot motaburok 4 ta biya patibo odhikar ase​@@firdausfaridasultana21
@MokamAli-jr9lv
@MokamAli-jr9lv Месяц назад
Ki news kra
@mofiqulhouqe9405
@mofiqulhouqe9405 Месяц назад
11year
@mubarakmondal6540
@mubarakmondal6540 Месяц назад
বহু বিবাহ আৰু বাল্য বিবাহ বন্ধ হোৱাটো ভাল ।কিন্তু কম বয়সত পত্নী মৰিলে কি হব।
Далее
😱ЖИВОЙ Чехол на Айфон🤪
00:38
Просмотров 257 тыс.
Как дела перцы?
00:25
Просмотров 63 тыс.
😱ЖИВОЙ Чехол на Айфон🤪
00:38
Просмотров 257 тыс.