Тёмный

Nagara naam Baby nath // koch devajani // @ 70864 68807 

DKDipakkumar
Подписаться 27 тыс.
Просмотров 9 тыс.
50% 1

এটা ৰহস্যধৰ্মী নতুন নাগাৰা নাম৷এবাৰ শুনক
🎶পোন-প্ৰথমে মই দীপক কুমাৰে✍️ আপোনালোক আটাইলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু এই চেনেললৈ স্বাগতম জনাইছোঁ🙏৷ মই এজন অসমীয়া আৰু❤️ অসমৰ লোক-সংস্কৃতি মোৰ প্ৰাণ৷ বাৰেৰহণীয়া লোক-সংস্কৃতিৰ 🎶ভিতৰত নাগাৰা নাম মোৰ অতিকে আপোন৷ সেয়েহে এই লোক-সংস্কৃতিবোৰ 🎶বিশ্বদৰ্বাৰত চিনাকি কৰি দিবলৈ অহৰহ চেষ্টা চলাই আছোঁ৷📲 নাগাৰা নামৰ কাহিনী লিখি অইন পাঠকক দিছোঁ,সেইবোৰ আকৌ এই চেনেলৰ জৰিয়তে প্ৰচাৰ কৰি আছোঁ,এতিয়া আকৌ মই নিজেই গাবলৈ অপ্ৰাণ চেষ্টা চলাইছোঁ৷🔊 আশা কৰোঁ❤️ আপোনালোক মোৰ এই যাত্ৰা পথৰ সদায় পথ প্ৰদৰ্শক হৈ ৰ’ব৷ভিডিঅ’টো ভাল লাগিলে আনলৈ ছেয়াৰ কৰি দিব আৰু চেনেলটো subscribe কৰিবলৈ একেবাৰে হেলা নকৰিব৷
✍️শ্ৰদ্ধাৰে
দীপক কুমাৰ
about this nagara naam
Lyrics & tune Mukul Chakraborty
singer Baby nath
recorded studio kolaj
If you like it, then please like, comment & share it.
Don't forget to subscribe the channel.👇
• Video
* * * * *
🎈আপোনাৰ ভিডিঅ’ প্ৰচাৰ কৰিবলৈ
তলৰ নম্বৰত যোগাযোগ কৰক👇
(contact for pramotion)
📲6000166963
follow me on facebook👇📲
www.facebook.c...
My Instagram follow 👇
www.instagram....
* * * * *
🎈তলত আমাৰ চেনেলৰ ভিডিঅ’বোৰ পাব👇
পাণ্ডৱক ভূমিদান (সম্পূৰ্ণ নাগাৰা নাম)
• nagara naam pranabjyot...
অভিশপ্ত ৰাৱন- সম্পূৰ্ণ নাগাৰা নাম
• Nagara Naam krishna ka...
(পদ্মাৱতীৰ বিয়া) মহেশ ডেকা আৰু বনজিত ডেকাৰ কণ্ঠত (full audio)
• Nagara naam Padmawatir...
my new nagara naam👇
• New nagara of Dipak ku...
মহাবলী ঘটোৎকচ- সম্পূৰ্ণ নাগাৰা নাম👇
• Nagara Naam Mahabali G...
পাণ্ডুৰ মৃত্যু (Full audio nagara naam)
• Nagara Naam Pandur Mri...
নতুন বছৰৰ নাগাৰা নাম
• নৱবৰ্ষত ন-পুৰণি শিল্প...
কৰিশ্মাৰ কোনো ভুল হোৱা নাই৷ কোনে কোনে এনেকৈ ক’লে
• কৰিশ্মাৰ পক্ষত থিয় হ’ল...
দশৰথৰ ব্ৰহ্মহত্যা পাপমোচন৷ পাঠক ৰুণুমী নাথ
• Nagara naam of Runumi ...
নাগাৰা নাম সংঘ সঁচাকৈ ভোজখোৱা সংঘ নেকি৷ মহা বিতৰ্ক
• Karishma Nath নাগাৰা ন...
কৰিশ্মা নাথ বিতৰ্ক সমাপ্ত এনেই
• Viral Karishma Nath ৰ ...
Mintu Deka(মহেশ ডেকা দেৱৰ এজন প্ৰতিভাৱান শিষ্য)
• Nagara naam Mintu Deka...
দুই হাতেৰে যাদু সদৃশ নাগাৰা বজালে
• হঠাৎ চৰ্চাত আহি গ’ল এজ...
২২ পোৱাৰ তাল লৈ ভোৰতাল প্ৰদৰ্শন
• Nagara naam Utpal Saga...
যুধিষ্ঠিৰৰ অভিশাপ(নাগাৰা নাম)
• Nagara naam Baloram De...
“অৰণ্য মানৱ” যাদৱ পায়েং
• The forest man of Indi...
“এক ৰজাৰ ৫০ জনী ভাৰ্যা” কমলকৃষ্ণ কাকতিৰ নাগাৰা নাম
• এক ৰজাৰ ৫০ জনী পত্নী.....
Binoy rajkumar nagaranaam
• Nagara naam Binoy Rajk...
শিশু শিল্পী তেজস্বীতাৰ ভাইৰেল ভিডিঅ’টো
• Video
উৰ্বশী ৰাজবংশীৰ হাঁহিৰ খোৰাক😀😀😀
• Nagara naam Urbashi Ra...
বিনয় ৰাজকুমাৰৰ নাগাৰা নাম
• এটা কৰুণ কাহিনী আৰু বি...
* * *
কৈলাশ তালুকদাৰৰ কণ্ঠ একেৰাহে পাঁচটা দিহা
• ভিন্ন ৰূপত কৈলাশ তালুক...
নৱাগত পাঠক তৰালী দেৱী
• Nagara naam Tarali Dev...
Kailash Rajbangshi গাছবাৰীত শ শ দৰ্শকক নচুৱাই দিলে
• Nagara Naam Kailash Ra...
Dimpu বৰুৱাৰ লেবেল কিয়
• Dimpu Baruah -ৰ ইমান ল...
#nagaranaamkochdevajani
#babynathnagaranaam
#dkdipakkumar
#nagaranaam

Опубликовано:

 

22 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 17   
@ghanashyamnath3630
@ghanashyamnath3630 Год назад
Bahut bhal hoise baby
@KarabiNath-g3s
@KarabiNath-g3s Год назад
Aro aguyai juya ❤❤❤❤❤❤❤❤
@ramcharandeka9143
@ramcharandeka9143 11 месяцев назад
Ramkrishna
@dasarnab7823
@dasarnab7823 8 месяцев назад
Excellent
@SumanDas-yf1rk
@SumanDas-yf1rk 10 месяцев назад
তোমাৰ নাম পৰিৱেশন নিজচকুৰে দেখি খুবেই ভাল লাগিল ।। ভগৱানে তোমাক ভালে ৰাখক ।।
@SekharKakati-sj8nu
@SekharKakati-sj8nu Год назад
সুন্দৰ কণ্ঠ
@niranjannath9669
@niranjannath9669 Год назад
সুন্দৰ কণ্ঠ তোমাৰ .... 👌👌👌 নাম সন্দৰ্ভত সকলো খিনি শিকি তুমি আগুৱাই যোৱা । ভগৱানে সহায় কৰক ❤❤❤❤. ভাইৰেল হবলৈ কৰিশ্মাৰ দৰে নকৰিবা 😂😂😂
@ratulnath1955
@ratulnath1955 2 месяца назад
Nice
@jupitanath9027
@jupitanath9027 Год назад
Krishna 🙏🙏🙏
@dimbeshwarkalita6687
@dimbeshwarkalita6687 7 месяцев назад
❤❤❤❤ welcome
@DipangkarBishya
@DipangkarBishya Год назад
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@sukleswardas3796
@sukleswardas3796 Год назад
Mojja
@nayannath6698
@nayannath6698 Год назад
অতি সুন্দৰ শ্ৰুতিমধূৰ কণ্ঠৰ অধিকাৰী তুমি , প্ৰথমবাৰৰ বাৰৰ বাবে আজি Youtub ৰ মজিয়াত নাগাৰা নামৰ সৈতে পাই ভাল লাগিল , আগতে কেতিয়াও তোমাৰ নাম শুনিও পোৱা নাচিলো দেখিও পোৱা নাছিলো , যি নহওক অসংখ্য পাঠক - পাঠিকাৰ মাজত আজি তোমাৰো কণ্ঠত এটি ধুনিয়া কাহিনী নাগাৰা নামৰ মাজেৰে শ্ৰৱন কৰি ৰাতিপূৱাতেই দেহ - মন জুৰ পৰি গৈছে, আগলৈ আৰু নাগাৰা নামৰ আখ্যান লৈ আমাৰ মাজলৈ আহিবা বুলি আশা ৰাখিছো লগতে তোমাৰ উজ্বল ভবিশ্যত কামনা কৰিছো ধন্যবাদেৰে নয়ন নাথ ( ওদালগুৰি )
@hridaynath-ds1vn
@hridaynath-ds1vn Год назад
Dhnyabad
@bikashsharma3724
@bikashsharma3724 Год назад
Khub val lagise nati tomar Ghar kot baru
@hridaynath-ds1vn
@hridaynath-ds1vn Год назад
Gashbari
Далее
Running With Bigger And Bigger Lunchlys
00:18
Просмотров 43 млн
jonali deka nagara nam                                                        ph no-8472903717
1:04:00
Просмотров 2,8 тыс.