Тёмный
No video :(

New Vs Old BJP | Assam BJP clash | Ashok Sarma | Bhavesh Kalita | Jayanta Malla | Mrinal Saikia | 

Prag News
Подписаться 2,2 млн
Просмотров 148 тыс.
50% 1

New Vs Old BJP | Assam BJP clash | Ashok Sarma | Bhavesh Kalita | Jayanta Malla | Mrinal Saikia | Watch the full clip to know more about this story.
#pragnews #assambjp #bjpclash #clash #electionfight #politicalfights #bjp
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 171   
@jibongogoi6940
@jibongogoi6940 3 месяца назад
মজা, আমি সকলোৱে ভাল পাইছো l বি জে পি ৰ ভেটিত তিতা লাও গজক্
@Danirojasfc6
@Danirojasfc6 3 месяца назад
😂😂😂👌
@bijusaikia5372
@bijusaikia5372 3 месяца назад
লাওবোৰো তিতিকি তিতিকি লাগিবনে ?
@user-bq3vt8ot6h
@user-bq3vt8ot6h 3 месяца назад
ভালে ভালক পাই ,জাবৰে খালক পাই। এই জাবৰ বোৰ গেলি গোন্ধ ওলাব ধৰিছে😅😅😅
@pgoswami5378
@pgoswami5378 3 месяца назад
২০২৬ চনৰ নিৰ্বাচনৰ আগেয়ে এই নতুনকৈ বিজেপিলৈ যোৱা নেতা সকলে টিকট কেন্দ্ৰীক হুলস্হূল নলগালেহে ৰক্ষা। তেতিয়াৰ সম্ভাৱ্য পৰিস্হিতি সম্ভালিৱ পাৰিলেই হ'ল। আনহাতে দলত পুৰণি জ্যেষ্ঠ নেতা সকলো আছে। তেখেত সকলকো মান্যতা দি পাৰ্য্যমানে সন্তুষ্ট ৰাখিব পাৰিলে ভাল।বিজেপি দলত বেলেগ দলৰ পৰা যোৱা নেতাৰ ভীৰ বেছি হোৱালৈ চাই এনেবোৰ বাক্ বিতণ্ডা হোৱাটো তেনেই স্বাভাৱিক।এই সমস্ত নেতাক কমেও এবাৰ নাগপুৰলৈ পঠিয়াই কেইমাহ মানৰ প্ৰশিক্ষণ দিয়াই লব লাগিছিল।তেতিয়া শুধৰণি হৈ নতুন দলীয় নীতি নিয়মত খাপ খালেহেঁতেন। নহলে পূৰ্বৰ দলত গঢ়ি উঠা ভাৱভংগী, স্বভাৱ আৰু আদব কায়দাবোৰ একেই থাকিব যিয়ে ভবিষ্যতেও খাপ নাখাই দলীয় সংহতিত আহুকাল হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। এই বিষয়বস্তুৰ ওপৰত এতিয়া ৰাইজৰ মাজতো আলোচনা হবলৈ ধৰিছে।
@pinkuutpal6032
@pinkuutpal6032 3 месяца назад
যুদ্ধ হব তয়াময়া 😂😂😂😂
@user-li6ne5gq6i
@user-li6ne5gq6i 3 месяца назад
মৃণাল শইকীয়া ভাল মানুহ। বহুত ভাল কাম কৰিছে।
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 месяца назад
যদু কুল ধ্বংস হোৱাদি হবলৈ গজ আছে ।
@ramdhenu578
@ramdhenu578 3 месяца назад
Jayanta Mallai যিমানেই অহংকাৰ হৈছে সিমানেই মানুহক অপমান কৰিছে আৰু সিমানেই তেওঁৰ মুখ খন বেকা হৈ গৈছে😅
@bijusaikia5372
@bijusaikia5372 3 месяца назад
বেকী নদীৰ দৰে নেকি খুৰা ?
@ramdhenu578
@ramdhenu578 3 месяца назад
@@bijusaikia5372 হয় হয় পেহী
@ramdhenu578
@ramdhenu578 3 месяца назад
@@bijusaikia5372 হয় হয় পেহী
@ramdhenu578
@ramdhenu578 3 месяца назад
@@bijusaikia5372 তোমাক চিনি নাপালো পেহী????
@bijusaikia5372
@bijusaikia5372 3 месяца назад
এইবাৰো কংগ্ৰেছৰ দুৱাৰ সদায় খোলা ৰাখক । ২৬ ত আকৌ জমনী হব ।
@handbim51
@handbim51 3 месяца назад
উজনিত জয়ন্তমল্লক অলপো ভাল নেপায় প্ৰমাণ যোৰহাটত হোৱা নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য। শেনটোহৈ গৈ ফেচাঁটো হৈ দুদিনতে দিশপুৰলৈ প্ৰত্যাৱৰ্তন। উফাইদাং মৰা কথা মানুহে ভাল নেপায়।
@AnandaKhound-jr3te
@AnandaKhound-jr3te 3 месяца назад
এইয়া আৰম্ভনিহে।ভাওনা খন পিছলৈ আছে ।ইমান অহংকাৰী নেতাৰ পয়োভৰ ভগৱানে কেতিয়াও সহি নাথাকে ।
@bhabendas2719
@bhabendas2719 3 месяца назад
আজি উচ্চ পৰ্যায়ৰ কূটনৈতিক ৰাজনীতি আৰু নাই,সাধাৰণ ৰাইজক কেঁকোৰা চেপা দি নিজৰ সম্পত্তি বঢ়োৱা !ৰাইজ তথা সংবাদ মাধ্যমত কোনে কিমান উপলুঙা কৰি কথা কব পাৰে তাৰেই প্ৰতিযোগিতা !মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পাবলৈ ৰাইজক পেটত গামোচা বান্ধিবলৈ দি দালিম গুতিয়া হাঁহি দিয়া সকলৰ পতনৰ আগজাননী নহয় টো?!
@suvankarbhowal3115
@suvankarbhowal3115 3 месяца назад
জয়ন্ত মল্ল বৰুৱা আগতে ৰাজেন গোঁহাইক অপমান কৰিছে
@asomorloramoimridul2712
@asomorloramoimridul2712 3 месяца назад
জেলত যোৱাৰ ভয়ত পলাই বিজেপিত গৈছিল
@ImSaddamHussain45
@ImSaddamHussain45 3 месяца назад
মৃণাল শইকীয়া বহুত ভাল মানুহ। 🎉
@redcherrysproduction5426
@redcherrysproduction5426 3 месяца назад
ঘেন্টা
@chandandutta3186
@chandandutta3186 3 месяца назад
Barhiya, I like it. Kajia laagi thak
@DimpolDeka-tk3ot
@DimpolDeka-tk3ot 3 месяца назад
😂
@madhurjyagogoi2211
@madhurjyagogoi2211 3 месяца назад
মুঠতে BJP Failed.
@simantakumardas9449
@simantakumardas9449 3 месяца назад
গাদী কেইখন হেৰুৱাৰ উপক্ৰম হৈছে
@binoddutta4714
@binoddutta4714 3 месяца назад
মজা লগিছে লাগি থাকা থমকি নৰবা ৰাইজে চাই বৰ ভাল পাব ভেকু ভাওনা বোৰ কিন্তু অন্ধ ভক্ত সকলে কেনেকোৱা পাব সেইটোহে কব‌ নোৱাৰিম।
@arifahmed1634
@arifahmed1634 3 месяца назад
100% guarantee Mrinal saikia লোকসভাৰ এলেকচনৰ results পিছত তেওঁ প্ৰথমত Congress join কৰিব লিখি ৰাখক
@bijusaikia5372
@bijusaikia5372 3 месяца назад
election ৰ আগত নেতাবিলাকৰ audio বোৰ শুনা আৰু election ৰ পাছত video বোৰ চোৱাৰ মজাই কুছ অউৰ হেই ।
@utpalgoswami1990
@utpalgoswami1990 3 месяца назад
জয়ন্ত তুমি পাগলামি নকৰি বাজপেয়ী ভবন দুভাগত ভাগ কৰা, সৰু হৈ থাকিলে ভাল হ'ব। মই শব্দটো বৰকৈ নকবা , আজি কিছু বছৰৰ আগতে আমি এদিন "মিছলিয়া মুদিৰ" লগত দিনটো কটায়ছিলো , সেই মুদি ডাঙৰীয়া আজিৰ মিছলিয়া , দগবাজ মুদি নহয় । জ্ঞান হ'লে নমৰ হয়, তুমি অহংকাৰী হৈছা আহিছে দিন পাবা ।
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 3 месяца назад
Patanar lakshan very good
@RajibRabha-us3lu
@RajibRabha-us3lu 3 месяца назад
জয়ন্ত মল্ল , তোৰ দৰে নেতা ক কনো মানু হে ভাল নাপায় ।
@pareshdoley4079
@pareshdoley4079 3 месяца назад
১০০% সচাঁ উজনি অসমত কম হোৱাৰ কাৰন
@ayatullahsheikh3118
@ayatullahsheikh3118 3 месяца назад
BJP দলটো আগতে বহুত ভাল আছিল, এই গেলা পচা বোৰ আহি পুৰণা বিজেপি দলৰ অতি ভাল নেতা বোৰক শেষ কৰি পেলালে, এই গেলা পচা বোৰ আঁতৰ কৰি পেলাই দিয়ক আকৌ দলটো ভাল হব।
@hemantamahanta5578
@hemantamahanta5578 3 месяца назад
যুঁজ এখন হব ৰাইজ যুঁজ এখন হব । নিজৰ নিজৰ কৰ্মফল নিজে নিজে পাব ।
@PrasantaDas-dh8rz
@PrasantaDas-dh8rz 3 месяца назад
মৃণাল শ ইকীয়া এজন দক্ষ ব্যক্তি ।
@budheswarnath6516
@budheswarnath6516 3 месяца назад
পুৰণি বি জে পি নেতা সকলে ইমান দিনে কিয় মনে-মনে আছিল... ইলেকচনৰ আগতে...!!!
@nipengohain86
@nipengohain86 3 месяца назад
Mojja mojja
@pranjalgogoi7894
@pranjalgogoi7894 3 месяца назад
Moja hoise
@KalpanaBorthakur-iq5dg
@KalpanaBorthakur-iq5dg 2 месяца назад
মৃণাল শইকীয়াক আমি শ্ৰদ্ধা কৰো🙏🙏🙏🙏🙏
@jogomayadev7145
@jogomayadev7145 2 месяца назад
আসছে বার আসামে কংগ্রেস সরকার।আমি নিজে 1985 এর বিজেপি সদস্য বলছি।কেন্দ্রে বিজেপি রাজ্যে কংগ্রেস।cm কে বলে দেবেন যোগী হতে আর্বার আসতে হবে পৃথিবীতে।
@sunildas4361
@sunildas4361 2 месяца назад
যিকেইটা পুৰনি বিজেপি এতিয়া অলপ অলপ পাৱাৰ পাই আছে তেওলোকে ভাবি আছে আমি অশোক শৰ্মা হতৰ কথাটো সমৰ্থন দিলে তেওলোকোক হিমন্তই পাৱাৰ নিদিব পাৰে সেইবাবে তেওলোকে সকলো জানে দলত কি হৈছে কিন্তু নজনাৰ ভাও জুৰি আছে । এটা কথা পাহৰি যোৱা উচিত নহয় যে মামাৰ বালিলৈ যিপাত শৰ শুগ্ৰিবলৈও সিপাতে মাৰিব । তেতিয়াহে টোপনি ভাগিব কেইজন মানৰ...
@P1997Dutta
@P1997Dutta 3 месяца назад
Purona BJP r manuh buroloi dukh lage. Jua kali Ashok Sharma k showcause notice Pallab Lochan e koribo dise. Krishno! pallab lochan e sage makor kulat tetya r pora ashok sharma BJP kori ase. Laaj pabo laage BJP e
@niquelous7282
@niquelous7282 3 месяца назад
Bjp will be finished by new BJP
@rajbaba2432
@rajbaba2432 3 месяца назад
Mrinal Saikia real BJP...very helpful politician
@kuldipduworahduworah3607
@kuldipduworahduworah3607 3 месяца назад
এই জহা মালটো দেখিলেই খং ওঠে।
@SRSAXOM
@SRSAXOM 3 месяца назад
জাবৰ বোৰক খালত পেলাবৰ হল।
@user-jv4qh8xs2m
@user-jv4qh8xs2m 3 месяца назад
Mrinal Saikia is truepoliticianand honest and gentle
@redcherrysproduction5426
@redcherrysproduction5426 3 месяца назад
ই হাৰামিটোৱে যে মন্ত্ৰীত্ব নাপালে, অৱশ্যে ই আৰু বিধায়কেই হব নোৱাৰে আৰু ,মন্ত্ৰীত্বটো বহুত দুৰ কি বাত হেই, সেই বাবে যতে ততে বিজেপিৰ বিৰুদ্ধে হোৱা দি ফুৰিছে শিয়ালটোৱে কিলা ।লেবা ,ৰ কৰচটো ফিদা
@amitmukharjee6907
@amitmukharjee6907 3 месяца назад
Malua ako cong join kàribo😅
@BihuBinondiya
@BihuBinondiya 3 месяца назад
This is karma. Himanta Biswa Sarma e Tarun Gogoi r logot kora bixombad etia nijei akou ghurai paise.
@binabarua9304
@binabarua9304 3 месяца назад
কংগ্ৰেছক গেলাইছিল কোনে ? আপোনালোকে নিজেই চিকুটি চাব ৷
@intajurrahman2681
@intajurrahman2681 3 месяца назад
8pm মানে,খাই কেনে post কৰে নেকি ?
@LakhswarDeka
@LakhswarDeka 3 месяца назад
Valei hoise
@morommajulibhargob2636
@morommajulibhargob2636 3 месяца назад
Mrinal Saikia ই ঠিকেই কৈছে
@zudasnaz9974
@zudasnaz9974 3 месяца назад
Tarun gogoi r sarkaror somoyotu , last dui bosor aku kaam Kora nasil hihot, anekoiaaa Congress or bhitorot juji asil hihot
@AnujNath-tx6ln
@AnujNath-tx6ln 2 месяца назад
Sai Val lagise
@LegendIshan
@LegendIshan 3 месяца назад
চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিব লাগে ৰাজনৈতিক ভাবে
@rofiqulislam1080
@rofiqulislam1080 3 месяца назад
দিগন্ত কলিতা ডাঙৰীয়াই যিদৰে জয়ন্ত -পিযুষৰ পক্ষলৈ কথা কোৱা আৰম্ভ কৰিছে, তাৰ বাবে হিমুমামাই দিগন্তদাক মন্ত্ৰীত্ব দিব যেন লাগে !!!!!
@Bikashboruah-hg9rn
@Bikashboruah-hg9rn 3 месяца назад
Moi mrinal daa k val pau bhut sidha❤❤❤
@digantadas5663
@digantadas5663 3 месяца назад
Old BJP vs New BJP😂😂😂
@sirajali6604
@sirajali6604 2 месяца назад
ন bjpৰ কাৰণে এইবাৰ upৰ দৰে নহলে হল আৰু 😂😂
@smtezpurgaming2006
@smtezpurgaming2006 3 месяца назад
Bjpr shob sur hoi mamatu 1no sur
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 месяца назад
ডেৰমুখীয়াৰ কথা শুনিবলৈ কোনোবা আছে বুলি ভাবেনে?
@munnakalita174
@munnakalita174 3 месяца назад
Jayanta malla baruah is very very good mrinal saikia is very very bed . Select is a star campenar from jayanta baruah in assam.
@purnajyotiborah1544
@purnajyotiborah1544 29 дней назад
Jayanta, Diganta aru Piyoush hol pabo goja. Nijor bulibo eko nai Himantar upart nirbhar.
@ramnathborah7356
@ramnathborah7356 3 месяца назад
এয়া বিজেপিৰ আছ্ছা দিন
@user-tu2do7it2s
@user-tu2do7it2s 2 месяца назад
জয়ন্ত মল্ল এজন ফটোয়া ।
@mohendradohutia
@mohendradohutia 3 месяца назад
সত্য কথা কবলৈ সাহস লাগে।ভয়াতুৰ মানুহে পেপুৱা লাগে।মিচা কথাটো সঁচা বুলি ভয়ত কৈ দিয়ে।বিজেপি চৈৰাচাৰি একছত্ৰী শাসন দলত থাকিলেও সকলোৱে ভাল নাপায় সয্য কৰিব নোৱাৰে।এই সকল অন্তৰ খোলা মানুহ।
@user-vc9hu7sh9i
@user-vc9hu7sh9i 3 месяца назад
Sakia ru BJP t besidin nai.
@mridultalukdar7913
@mridultalukdar7913 3 месяца назад
পুৰণি bjp আগ স্হান দিব লাগে
@nagengogoi4770
@nagengogoi4770 3 месяца назад
অসমী‌য়াত এষাৰ কথা আছে - গোবৰ খুচৰিলে গোন্ধাবয় ।
@bhubandoley812
@bhubandoley812 2 месяца назад
BJP ধ্বংসৰ শুভ আৰম্ভনি 😅
@user-kx7gv4yh4p
@user-kx7gv4yh4p 3 месяца назад
Mja
@MoktarHussain-re3pl
@MoktarHussain-re3pl 3 месяца назад
Good m saikia
@user-vc1uo5tq8r
@user-vc1uo5tq8r 3 месяца назад
Very good Bhupen
@user-hr1uu1ni9c
@user-hr1uu1ni9c 3 месяца назад
Minal jindabad
@kormadaaa7966
@kormadaaa7966 3 месяца назад
আমাৰ MLA ভাল সকলোকে লৈ চলে
@gunendralahon7412
@gunendralahon7412 2 месяца назад
Gowrob is the great
@jayantatalukdar2668
@jayantatalukdar2668 2 месяца назад
জয়ন্ত মল্ল বৰুৱা এটা মষ্ট ফাল্টু
@ruhitdihingia8210
@ruhitdihingia8210 3 месяца назад
অসমত Power abuse এতিয়ালৈকে issue হোৱা নাই। ড° হিৰেণ গোহাঁইক যিবোৰ কৰিলে, সেইবোৰ একাংশই গ্ৰহণ কৰিছে। পৰ ৰাষ্ট্ৰত জেষ্ঠতাক সন্মান কৰে। অসমত কৰবাট অসন্মান কৰা দেখা যায়। সেয়া আনুগত্য বিবেচিত নহয়, কিন্তু আনুগত্য দলৰ ভিতৰতহে জীয়াই ৰাখিবলৈ বল দি নিয়মানু বৰ্তিতাৰ প্ৰৱক্তা হ'বলৈ থেলা - হেঁচা কৰে। ৰাজনীতি সমাজৰ, ৰাজ্যৰ ,দেশৰ বিকাশ হব লাগে, ব্যক্তিগত বিকাশ কৰি উদাহৰণ প্ৰতিস্হা কোনোৱেই কৰা নাই নে??? প্ৰয়াত তৰুণ গগৈ ৰ সম্পত্তিৰ কথা নোলায় কিয় ???
@josephmalik470
@josephmalik470 3 месяца назад
2026 BJP ofice to AGP hobo
@arupdas8897
@arupdas8897 3 месяца назад
Na BJPr damage politics of sidelining old BJP's and good Congress people crisis preparation done preparation during The last year's of Tarun Gogoi's rule because of language of politics hurting people's sentiments all the time against the opposition with out any checks and balances
@rinkushivam8759
@rinkushivam8759 2 месяца назад
একো সংঘাত নাই সকলো ঠিকে আছে মিছা বাতৰি
@ndtech8170
@ndtech8170 3 месяца назад
Hosake kotha Jayanta vl nelage Mama.
@KalpanaBorthakur-iq5dg
@KalpanaBorthakur-iq5dg 2 месяца назад
জয়ন্ত বোলাটোক সহ্য নহয়।
@user-br7wf5gw9x
@user-br7wf5gw9x 3 месяца назад
Joints family BJP
@GayatriDas-ew3gb
@GayatriDas-ew3gb 3 месяца назад
Purbote Himanta Biswar netrittote congress t bisambad arombho hoisil aru congress dhongxou hoisil kisu porimane, aibar akou Himantar babei BJP ses hobo, parthokyo matro atai himanta BJP loi ahisil nijok jailot juar pora bosabole, kintu ahi atia BJP ses korar porikrom soli ase.
@inglishvlogs1015
@inglishvlogs1015 3 месяца назад
অভিশপ্ত বামুণ
@Ranjanbora-vd5lv
@Ranjanbora-vd5lv 3 месяца назад
Sakalu B. J. P netak R. S. Sr training dilei sob sidha hoi jabo.
@rameshpayang7871
@rameshpayang7871 3 месяца назад
Bjp zindabad
@puspadhardowarah1932
@puspadhardowarah1932 3 месяца назад
কংগ্ৰেছৰ পৰা যোৱা জাবৰ সোপাই বিজেপিৰ বৰ ঘৰত সোমাই লণ্ডভণ্ড কৰিব এতিয়া।বিজেপিয়ে মাথো ২০২৬ৰ আগমুহূৰ্তলৈ অপেক্ষা কৰক।জাবৰ সোপা যোৱাত এতিয়া কংগ্ৰেছ সুস্থিৰ অবস্থাত।মথুৰাৰ ৰজাই কংগ্ৰেছক শেষ কৰাৰ মতলবেৰে যি ষড়যন্ত্ৰ কৰিছিল এতিয়া ছবিখন ওলোটা হল।যদি এতিয়াও কংগ্ৰেছত কোনোবা আছে মাহৰ"মাৰ দেখি তিলে বেত মেলিলে।গা-লৈ হুচ আহিল।
@rameshpayang7871
@rameshpayang7871 3 месяца назад
Sarkar bjp e hobo
@dilipkrsharmah3384
@dilipkrsharmah3384 3 месяца назад
Congrsor presidentor uttor xundor
@dhirenboruah4665
@dhirenboruah4665 3 месяца назад
মল্লৰ কথা শুনাটো বাদেই দিব লগে
@nurmohommedali5116
@nurmohommedali5116 2 месяца назад
মৃনাল শইকীয়া Right.
@munnakalita174
@munnakalita174 3 месяца назад
Mrinal saikaia vote kiman aniba pare tat manajug diok. Belagar katha tat mat matiba nalaga. Ji bjp
@dkkumardhiraj6920
@dkkumardhiraj6920 3 месяца назад
দিগন্ত তোৰ আৰু কাম নাই
@banjitsarma8198
@banjitsarma8198 3 месяца назад
Mrinal xaykia ajan val manuh
@RafiqulIslam-zo7uh
@RafiqulIslam-zo7uh 3 месяца назад
এদের মন্ত্রী হওয়ার যোগ্যতা আছে কি?
@mridultalukdar2250
@mridultalukdar2250 3 месяца назад
Party para marketing company hoise are votes jai agent buli vabisa jayanta baladha😅😅
@nbgamer5883
@nbgamer5883 3 месяца назад
ঢাল তৰোৱাল সাজু
@lakshminarayansarmah4071
@lakshminarayansarmah4071 3 месяца назад
এইডালে কথা কলে হাঁহি উঠে ।
@AjitChawrya
@AjitChawrya 3 месяца назад
Purani BJP r manuk ghorat bohebo de new BJP fielder purane in dayak retired
@amarjoytidas8141
@amarjoytidas8141 3 месяца назад
Congress Zindbaid
@TBoro-ez7tz
@TBoro-ez7tz 3 месяца назад
Mama r notun Bjp team purana bjp team k togaise
@debashishchakraborty2401
@debashishchakraborty2401 3 месяца назад
jayanta da apunat koi mrinal saikia dangoriyar janapriyata besi karan mrinal daak manuhe teur bektittar babe vaal pai aru apunak mamar mukhaloi sai vaal pai sage.etai request puroni bjp khinik ekaxariya korar sinta baad diyak nahole parichay nathakibo.
@pranjalpran6956
@pranjalpran6956 3 месяца назад
Jayanta kotha bhalke kobo hiki lo 8 pm post dise hay 2 hosa korha
@hamashrisarma
@hamashrisarma 3 месяца назад
Congress BJP B tim
@dilipkrsharmah3384
@dilipkrsharmah3384 3 месяца назад
Mrinal Saikia ajon xofal bidhayok
Далее