Тёмный

NISUKONI GEET | নিচুকনি গীত | Amare Moina Subo | Siyali a Nahibi rati | পম্পী গগৈ 

Publication Board Assam
Подписаться 7 тыс.
Просмотров 895 тыс.
50% 1

এটি জনপ্ৰিয়
নিচুকনি গীত
অসম প্ৰকাশন পৰিষদৰ ইউ টিউব চেনেল
/ publicationboardassam ত সংযোজন কৰা হৈছে এটি নিচুকনি গীত । লোক-সাহিত্যৰ প্ৰসিদ্ধ গৱেষক ডক্টৰ প্ৰফুল্লদত্ত গোস্বামীদেৱে সংগ্ৰহ কৰা এই নিচুকনি গীতৰ শব্দ সম্ভাৰৰ কোনো সাল-সলনি নকৰাকৈ এই গীতটি উপস্থাপন কৰা হৈছে । গীতটিৰ সংগীত পৰিচালনা কৰিছে পৰাণ বৰকটকীয়ে। নিচুকনি গীতটিত কন্ঠদান কৰিছে পম্পী গগৈয়ে।
সুৰ আৰু কথা: পৰম্পৰাগত ।
গীটাৰ: ঋতুৰাজ গগৈ ।
বাঁহী: প্ৰদীপ ডেকা ।
গীতৰ ভিডিও : সুশ্ৰুত বৰকটকী।

Опубликовано:

 

13 май 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии