Тёмный

Noboprojnmo kun fale goi ase!!! 😱😱,Bornali Bashya Interview 

Shemim Ahmed ssiddiki
Подписаться 154 тыс.
Просмотров 516 тыс.
50% 1

✅ Guest -Bornali Bashya
www.facebook.c...
✅Instagram -shemim-siddikii
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅any business enquiry -
shemim.ahmed2@gmail.com

Развлечения

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 475   
@leenagoswami1281
@leenagoswami1281 Год назад
বৰ্ণালী , তুমি যে নিজৰ ভুল টো উপলব্ধি কৰি ঘূৰি আহিলা তাৰ বাবে ভাল লাগিল , এতিয়া মা আৰু ছোৱালী জনীক সুখত ৰাখা ।
@srimantasaikia6432
@srimantasaikia6432 Год назад
নিজে ভুল কৰি নিজকে উপলব্ধি কৰি নিজকে শুদ্ধ কৰি আৰু আনকো শুদ্ধ কৰোআতো বহুতো সাহসৰ কথা ভিডিঅ টো চাই ভাল লাগিল চেমিমলৈ ধন্যবাদ
@UtpalBaruah-fy9ei
@UtpalBaruah-fy9ei 11 месяцев назад
😊😊😊0l😊p😊😊
@hemantahazarika9715
@hemantahazarika9715 Год назад
নিচা কৰা মানুহক মৰমৰে কিবা এষাৰ কলেওঁ তুৰ বাপেৰৰ টকাৰে খাইছো নেকি বুলি কয় , মোৰ লগত ঘটিছে তেনে ঘটনা তাৰ পাছতো এজন ল'ৰাক মোৰ লগত ৰাখি থিক কৰি দিলো, বিশ্বাস কৰক সি ভাং , মদ, বিড়ী , চিগাৰেট, ড্ৰেনদাইড , শিখৰ , কেপি পৃথিৱীৰ যিমান ৰাগিয়াল বস্তু আছে চব খাই মানে, কিন্তু এতিয়া সি কেৱল শিখৰ এটা দুটা কেতিয়াবা খায়, বাকী সকলো তাক মই এৰাই দিলো, সি মোৰ ৰুমমেট আছিল, এতিয়াও সি মোৰেই ৰুমমেট, কিন্তু সি এতিয়া বহুত ভাল হ'ল, জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ পণ লৈছে সি , অবাইচ মাত এতিয়া তাৰ পৰা আতৰি গৈছে, ধেমালীকৈ কওঁ আজি মদ খাওঁ দে , সি লগে লগেই উত্তৰ দিয়ে জীৱনত এবাৰেই ভুল কৰিলো , পাৰহীন সাগৰত বুৰ যাব লওঁতেই তই মোৰ দিঙাখন পাৰলৈ টানি আনিলি, এতিয়া আৰু সেই সাগৰৰ পাৰলৈওঁ মই নাযাওঁ, এনেকৈ কাৰোবাক ভাল পথলৈ আনিব পাৰিলে নিজৰে কিবা ভাল লাগে,, এতিয়া সি এজন জীৱনৰ প্ৰতি দায়বদ্ধ আৰু পৰিয়ালৰ প্ৰতি দায়বদ্ধ আৰু সমাজৰ প্ৰতি দায়বদ্ধ এজন সুস্থ নাগৰিক,,
@anamikadas2447
@anamikadas2447 Год назад
Dhuniya
@trishnatamuli1668
@trishnatamuli1668 Год назад
Kothakhini khuni bor bhal lagil apunar
@birbalray9763
@birbalray9763 Год назад
Faltu .
@LineDoley
@LineDoley Месяц назад
Toi Laura tur room matok tik koribo paribi maksudu Jodi hi heroin(drugs)loise Laura Program lobo lagibo tetiyahe val hoi moi nije hoisuge I am hero(drugs) addict NA program loisilu moi NA mane Narcotic anonymous program aru alcoholic addict kitar AA program mane alcoholic anonymous
@user-ix3el7vs6k
@user-ix3el7vs6k Год назад
বৰ্ণালী তোমাক ভগৱানে সহায় কৰক। মানুহ মত্ৰেই ভূল হয়। বৰ্তমান তোমাৰ পদখে্যপটোত ভগৱান সহায় হওক, ইয়াকে কামনাৰে। তোমাৰ শুভাকাঙ্খী।
@keshabtamuly6007
@keshabtamuly6007 Год назад
ধন্যবাদ জনালো তোমাক। জীৱনত ঘাট প্ৰতিঘাট আছেই। ভবিষ্যত জীৱন সুখৰ হওক।
@nirupoma5935
@nirupoma5935 Год назад
সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ভগৱানে তোমাক সকলো প্ৰকাৰে সহায় কৰক🙏❤️🌹
@sun7088
@sun7088 Год назад
তুমি যি কৰিলা কৰিলা এতিয়া পৃথিৱীখনৰ কাৰনে ভাল কৰা তোমাক ভাল লাগিল তুমি আগুৱাই যোৱা কিবা এটা ভাল কৰা
@binisworld555
@binisworld555 Год назад
Moi ketiyau kuwa nai maa deutar bhoolor karone moi beya rastat jaboloi baiddhyo buli, shemim baa plz correct it, moi ki koisu bhalkoi huni lobo, moi koisu mur nijor bhool aru maa deutar seperation huwa Karone mur bohut dukh asil monot, maa deutak moi ketiyau bhool buli kobo nuwaru, muk bohut moromot Dangor korise maa e, mur maa mur Karone adorkho hoi Jaar kotha bhabi moi ghuri ahilu Nisaar prithibi khonor pora🙏
@Nobulmoon__shorts
@Nobulmoon__shorts Год назад
মজা। এক সুন্দৰ পদক্ষেপ। দুয়োৰে মাৰ্জিত কথোপকথন আৰু কৰ্মস্পৃহা তথা কিবা এটা নতুনকৈ চিন্তা কৰাৰ উন্মেষ ঘটাইছে। 😊
@gunaramdas131
@gunaramdas131 Год назад
নিজে কৰা ভুলৰ বাবে অনু সূচনাত অনু তপ্ত হলে মানুহ পুনৰ ভাল পথ লৈ ঘূৰি আহিব পাৰে তাৰেই প্ৰমাণ তুমি! তোমাক ধন্য দিয়াৰ লগতে ঈশ্বৰে তোমাক কৃপা কৰক!
@riturajkalita2767
@riturajkalita2767 Год назад
সুন্দৰ পদক্ষেপৰ বাবে বহুত বহুত ধন্যবাদ। যাৰ ফলসৰূপে নিজৰ লগতেই নৱপ্ৰজন্মৰ কল্যাণ সাধন হয়। পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতেই ৰি-হেব চেণ্টাৰৰ উন্নতি সাধন হ‌ওঁক।
@user-ho4bq4qv4i
@user-ho4bq4qv4i Год назад
Love from Assam ❤
@nirajkumardas9931
@nirajkumardas9931 Год назад
বৰ্নালী তোমাৰ স্পষ্ট কথাখিনি শুনি মোৰ দুটুপাল চকুপানী উলাই গ’ল। তুমি এতিয়া যি কৰিছা খুউব সুন্দৰ কাম কৰি আছা। নিজৰ জীৱনটো সুন্দৰ কৰি কৰি ৰাখা আৰু যিমান পৰা আনকো এইদৰে সহায় কৰি যোৱা । ভগৱানে তোমাক সহায় কৰক। বহুতো মৰম থাকিল ভন্তী ।
@user-yb5bm1nj3i
@user-yb5bm1nj3i Год назад
বৰ্ণালী বাইদেউৱে উত্তৰবোৰ সুন্দৰকৈ দিছে ৷ কিন্তু Interviewer চেমিম বাইদেউৱে প্ৰশ্নবোৰ সোধাৰ আগত অলপমান homework কৰি লোৱাতো ভাল ৷ এনেকুৱা এটা challenging সময়সন্ধিত অন্ততঃ ইমান এগৰাকী Resourceful মানুহক মাতি আনি মক্কেলৰ দৰে প্ৰশ্ন সোধাই নহয়, মক্কেলৰ দৰে captionও ৰাখিছে ৷ একেটা প্ৰশ্নকে পেঘেনিয়াই আছে দহ প্ৰকাৰেৰে, বৰ্ণালী বাইদেউৰ মুখেৰে দহবাৰ ক্ষমা খোজাইছে প্ৰকাৰান্তৰে ৷ আগতো চাইছো আপোনাৰ interview চেমিম বাইদেউ ৷ কিন্তু একেই গতি ৷
@somandutta9501
@somandutta9501 10 месяцев назад
Exactly….Kothabur override kori question kori thake
@heerasvlogs4231
@heerasvlogs4231 Год назад
দুদিনমান আগতে বৰ্ণালীৰ ভিডিঅ'চাইছো , আচলতে তাই চাগে নিজৰ মতে চলিব খোজা এগৰাকী সাহসী ছোৱালী। আগুৱাই যাওক শুভেচ্ছা জনালোঁ অনাগত দিনত ভাল ভাল কৰ্মৰাজিৰে জিলিকি উঠক❤
@barashadas2552
@barashadas2552 Год назад
Ki buli ase Instagram t
@Rashmiyes
@Rashmiyes 11 месяцев назад
Respect for the girl but the interviewer is judging barnali as well. I mean look at her reactions. Hypocrisy at best , just for couple thousand views, you can't bring someone on your show and judge them for god's sake.
@starlight_gachaX463
@starlight_gachaX463 7 месяцев назад
The girl name is bornali and I am her daughter 🙂👍🏻
@sarbanandarajkumar6356
@sarbanandarajkumar6356 11 месяцев назад
Salute to Bornali May God keep you always positivity
@bharatibharuah7495
@bharatibharuah7495 Год назад
খুউব ভাল লাগিল কথাখিনি শুনি। বৰ সুন্দৰ পদক্ষেপ বৰ্ণালী। আৰু যাতে উন্নতি পিনে আগবাঢ়ি যাব পাৰা এয়ে মোৰ একান্ত প্ৰাৰ্থনা।
@minudey7657
@minudey7657 Год назад
কাৰোবাৰ মনত দুখ থাকিলে সেই দুখৰ কথা বিলাক মা. দেউতা নহলে নিজৰ ভাল বন্ধু বান্ধৱীৰ লগত কথাবিলাক আলোচনা কৰিব লাগে
@sofikulislam7533
@sofikulislam7533 Год назад
অসমৰ সকলো গাঁওবুৰাক চৰকাৰে দায়িত্ব দিব লাগে,যে সকলো ড্ৰাগছ খোৱা লৰা ছোৱালী ৰ লিসট বনাই চৰকাৰক দিব লাগে।ধন্যবাদ from,boko
@susantadutta7698
@susantadutta7698 Год назад
Sorkarok kole neta bur kenke solibo.. ..alp. Politics vitr humai saba dunia kitna madadrchood he.. Jimn nisa kora beya kam kora crime kora manuh bahe neta br happy hoi 😛😛😀 ye ajab des ki gajab kahni..besi.khuli kole jail vorai dibi mk😀😀🤙
@hiranyahazarika6181
@hiranyahazarika6181 Год назад
মিছা কথা , নিজক সংযম কৰিব পৰাটো নিজৰ লগত কথা । নিজেই সেইবোৰ লৈ আকৃষ্ট হয় । যদি নিজক বান্ধিব পাৰে তেতিয়া হলে কোনোৱেও বাধ্য কৰাব নোৱাৰে ।
@misstaru8888
@misstaru8888 Год назад
Yes
@user-lg8ob3lx7o
@user-lg8ob3lx7o Год назад
True
@greenearth6207
@greenearth6207 Год назад
Right boro
@starlight4091
@starlight4091 Год назад
This interviewer is so judgemental and unprofessional. Please learn how to take interviews without judging the guest
@nibeditadas5902
@nibeditadas5902 Год назад
সকলো সাংসাৰিক মানুহৰ দায়ত্ত নিজৰ ঘৰ খন ভালদৰে পৰিচালনা কৰা নিজৰ ময়মতালিয়ে যেন সন্তানৰ জীৱন ধ্বংস নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে কাম কৰিব লাগে সন্তানক ভালদৰে লালন পালন কৰিব নোৱাৰিলে জন্ম দিব নালাগে আৰু ঘৰত সময় দিব নোৱাৰিলে সংসাৰ পাৰিব নালাগে
@bornalidas9734
@bornalidas9734 9 месяцев назад
Right...
@khiruddaflari3083
@khiruddaflari3083 10 месяцев назад
সুন্দৰ পদক্ষেপ লৈছে বৰ্ণালী বাইদেউ।আপোনাৰ বাৰ্তা বোৰে যেন সমাজ খন সুন্দৰ হৈ উঠক।ভৱিষ্যতে সকলোৱে যেন আপোনাৰ কথা বোৰ অনুভৱ কৰে।
@arunabailung3805
@arunabailung3805 11 месяцев назад
ভূলবো শুদ্ধ কৰি লোৱা কাৰণে তোমাৰ বহুত বহুত ধন্যবাদ ❤️❤❤❤
@E-Learning-ew6zr
@E-Learning-ew6zr Год назад
বৰ ভাল লাগিল । তুমি সমাজৰ বাবে আদৰ্শ হৈ কাম কৰি যোৱা । ভগৱান সহায় হওক ।
@mrinalkumarnath8367
@mrinalkumarnath8367 Год назад
Inspirational... Very matured thought... Respect to her
@rajjj709
@rajjj709 Год назад
Nisha kiyo kribo lage besi enjoy korile kosto paboi lagibo Nisha j aribo parisa tarbabe Doinnobad aru aguwai juwa tare kamona kru
@rituparnagogoi6546
@rituparnagogoi6546 Год назад
The interviewer herself is being so judgmental and constantly disrupting the conversation. Learn to be a good listener when you are interviewing someone. Its quite irritating for the viewers. Manuh goraki e nijor kotha khini koi hekh koriboloi napai e apuni majote dhori ako kiba eta koi dye. Sabo olop hetu and apuni ji dhorone judgemental kotha kisuman koi ase teuk it shouldn’t be done i feel. Its wrong. Your way of asking questions should be changed
@himanibanikya8168
@himanibanikya8168 Год назад
বহুত ভাল লগিল তুমি বহুত ভাল কাম কৰিআছা তুমি দেশৰ ভাল কাম কৰিছা Godbless u❤❤❤❤
@priyankarabha35
@priyankarabha35 Год назад
Bohut val lagil video tu sai...Aru Barnali baa loi bohut morom❤❤❤
@biplabiboruah9746
@biplabiboruah9746 Год назад
বহুত ভাল লাগিল আজিৰ খন্ড টো।তেখেতৰ interview এটা বিছাৰি আছিলো❤
@DimpiHazarika-dd6vp
@DimpiHazarika-dd6vp Год назад
Moi ata ktha ko muru deuta nii... Muru aku income ni.... Maau bemare hoi muru poriyalt porblm ase....... Bhut tension ase... dhojya dhrib lge... Beya pthot juat koi mnuha dhojya dhoreb moi haytu jnu...
@daspiglets1866
@daspiglets1866 Год назад
drugs adicted guwahat😔i m afraid to see the environment😕when will u be freed withe anyone😢জীৱনত অনুতপ্ত হোৱাটো সকলোতকৈ ডাঙৰ সংকল্প❤️❤️
@bumondance8063
@bumondance8063 Год назад
31:42 31:46 31:56 31:57 32:31
@paddakantaBorah-nd5vb
@paddakantaBorah-nd5vb Год назад
ধন্যবাদ ৰ্বণালী। তোমাৰ আৰ্দশই আন দহজনৰ বাবে অনুপেৰনা হক।
@khiruddaflari3083
@khiruddaflari3083 10 месяцев назад
আপোনাৰ কথা বোৰ যেন সকলোৱে অনুসূচনা
@asomiagaan
@asomiagaan 7 месяцев назад
Eshware apunalukok mohan uddesyar babei jonmo dise...duyure Milan hoise.apunalukor jibon ei somaj khonor babe omulyo bordan swarup ...karon apunaluke manob seva kori ase.may God bless you both.
@shikhadas3838
@shikhadas3838 Год назад
Bht val lge barnali baa apunak..apunar vedio moi saw val lge bht..apuni jikhini koise seitu jdi sbe bujilei hy ghr khnt thki o santi lgile hoi..kintu kisuman manuhe ata ktha ke dhri thki val pai..jn tar jibnt vul nhai a..aru nhboe..manuh sdai vulr prai hike...seitu manuhe buji pale val...
@biparnasonar41
@biparnasonar41 Год назад
Bht val lgil ajir video2 sai.....moi bornalir proti2 reels videos sai thaku bht val suwali aru agoraki val matri..anekuwa interview ata sabo bisari asilu tair.....🤟
@bornalihazarika448
@bornalihazarika448 Год назад
বৰ্ণালী ,মানুহ মাএেই ভুল হয়ে আমাৰ ৷পিছত নিজক শুদ্ধৰাই লোৱাতোহে প্ৰকৃত মানুহ ৷তুমি খোলাকৈ সকলো কথা কব পাৰি তোমাৰ মনতোও ফৰকাল লাগিছে ৷মানুহে কিবা এটা আঘাত পালেহে এনে কাম কৰে ৷তুমি সদায় আগুৱাই যোৱা ৷জীৱনটো সুন্দৰ কৰি তুলা ৷মৰম তোমালৈ ৷
@Mousumi_85
@Mousumi_85 10 месяцев назад
Bahut duniya kathabor. Ei video to chai bahute val hobo. Thank you both of you
@himakshithakuria2578
@himakshithakuria2578 Год назад
Emn dine instagram t dekhi asilu,,kintu aji interview t kotha khini xuni bht vl lagil..
@Danirojasfc6
@Danirojasfc6 Год назад
অতি সুন্দৰ পদক্ষেপ প্ৰকাশৰ ক্ষেত্ৰত অশেষ ধন্যবাদ।
@user-ny4rh1pd8m
@user-ny4rh1pd8m 3 месяца назад
নিচাটোহে বেয়া কিন্তু মানুহ বেয়া নহয়। কিন্তু সেই পথ এৰি আহি শুদ্ধ হোৱাটো বহুত বহুত ডাঙৰ কথা তদুপৰি নিজে শুদ্ধ হৈ আন বহুজনক শুদ্ধ কৰাটো বহুত বেছি ডাঙৰ কথা । সমাজখন শুদ্ধৰাই ৰাখিবৰ বাবে ঠেকা খাই শিক্ষা লৈ আনক শুদ্ধৰনি কৰাটো যে .......#respect
@kakalidutta1741
@kakalidutta1741 Год назад
Bornali k moi sini paisu. Tai bohut vl kam korisa. Kintu tayer ata lora asa. Tar bhobiwat ki hobo. Xe u to broken💔 family r
@juridoley1439
@juridoley1439 Год назад
বৰ্ণালী তুমি নিজৰ ভুল নিজে উপলব্ধি কৰি ভাল ৰাস্তা আগুৱাই গৈ আছা। ভগৱানে তোমাক কূশলে ৰাখক।
@upenpokhrel1740
@upenpokhrel1740 Год назад
timely buji pala, katha khuni val lagil,
@user-oj1yh1se6q
@user-oj1yh1se6q Год назад
Prothomor lastorlouke kotha bur hunilu bohut val lagile kotha bur ..bohut dhuniyakoi bujai koisa...kiba ata koriboloi jibontu aag barhi jaboloi bohut uthaakh lagile monot..
@bontiborah7476
@bontiborah7476 Год назад
ভাল লাগিল তোমাৰ কথাবোৰ শুনি
@upasanagogoi6466
@upasanagogoi6466 Год назад
Bornali tumali bohut morom .logate Tumi an sualir hahokh hua xuvesy thakil .
@user-jv4qh8xs2m
@user-jv4qh8xs2m 10 месяцев назад
Bornaliis far better than other normal girl may God helpher in her wayoflife
@MunuGogoi-ey1ol
@MunuGogoi-ey1ol Год назад
বহুত ভাল কথা বা এনেকুৱা কথা যে তোমাৰ মনত আহিল।
@anjugogoi6536
@anjugogoi6536 Год назад
লোভ ই মাজনি 🥰🥰🥰 আৰু আগুৱাই । মঙ্ঘল কৰক ইশ্চৰে আই
@pratimasarma1737
@pratimasarma1737 Год назад
ভাল মাক দেউতাকৰ ল'ৰা ছোৱালীকো দেখা যায় নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কৰা।কুসঙ্গৰ বাবে।
@messiisgoat007
@messiisgoat007 Год назад
I've seen this interview and the person you interviewed here never said that she took drugs because of the parents. During the entire interview she has been saying thst it was her mistake and her curiosity for which ahe took the drastic steps of taking drugs. The person who posted this video should correct the caption of the video and shouldn't spread false message.
@soneswarpatar8860
@soneswarpatar8860 Год назад
Ano khetot ki nejabu my 7 pha pra ma deuta kagia khekhot 10thakute ma deuta ara ari hol my mu vaiti okle dukan di phi kosto kri aku nekhalu vaiti my dujone b. A pass krilu atia deuta dhukal ma atia vaitia loy agile mou bia hlu ami dukhia kintu khukhi
@kandarpanath1533
@kandarpanath1533 Год назад
অনাগত দিনবোৰত সুখী হোৱা।
@hiramanitalukdarbarman4045
@hiramanitalukdarbarman4045 Год назад
Barnalir ktha khini jani bhut val lgail.....aguwai juwa
@jinaboroo8173
@jinaboroo8173 11 месяцев назад
Bhut bhut bhut Val lagil,aji kali lora suwali a bhutei hewn kre
@luknathgondhialuknathgondh7999
ইয়াৰ মোল কাৰণ হৈছে আধ্যাত্মিক জ্ঞানৰ অভাৱ বুলি মই ভাবো
@nishadeka9220
@nishadeka9220 Год назад
Barnali tmr ktha khni xuni bht val lagil bht xahokhi tmi vul pothar pora ulai je aahisa bht dangr ktha.aaguwai jowa tmi bht duroloi .maar akhirbad xudai thakibo.
@gitahazarika6430
@gitahazarika6430 11 месяцев назад
Bohut val kotha kola o, val lagil kotha bilak huni, aguwai juwa nisamukto hoy, ❤❤
@diptadiptalukdar4745
@diptadiptalukdar4745 Год назад
Porha sunat bhal dekhai sunai bhal A bhanti toi sasskoi smart tur future ujjwal hob kintu majote ki kori pelali go forward God bless you
@jyotiborah3039
@jyotiborah3039 Год назад
আমি ৰেকভাৰী এডিক্ত, এবাৰ ভুল কৰিছিলোঁ,আৰু নকৰোঁ।।।এদিন এদিন কৰি ৰেকভাৰী দিন বহাই আছো।।।no more drag nd alcohol
@monuranjanmili7071
@monuranjanmili7071 Год назад
Val comments.parishitit beya hoichilo.atiya val hol very very thanks
@dr.sanjibdeka7402
@dr.sanjibdeka7402 Год назад
Very well done, please go ahead for caring the habituated and addicted persons to live a healthy life after getting into the rehabilitation centres.
@kusumray6443
@kusumray6443 6 месяцев назад
Proud of you Bornali Beta GoAhead God bless you ❤❤❤😂🎉🎉😢😢😮😮
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 Год назад
Aaguwai juwa hodai vl kam kori juwa okmani joni loi monot pelaba hodai tetiya montuye xokti paba
@polimonigogoi6884
@polimonigogoi6884 Год назад
Mur ba joni khub vl lga .moi val dra sini po ba joni❤
@pranabburagohain1919
@pranabburagohain1919 Год назад
Proud of you Barnali. You are the real Hero. Aside, samim a big thanks for you❤
@revakantapegu7284
@revakantapegu7284 Год назад
Very nice👍
@anitabhattacharyya8992
@anitabhattacharyya8992 Год назад
Bahut bhal khatha nijar bhul sikar kari olai ahib paris ❤❤
@zubeenda7702
@zubeenda7702 Год назад
Umm anekuai hoi sb edictet lra suwali borr thingking koa xini 100% inclod me ru ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্যটো ধৰিব নোৱাৰা হয় mi rehubt joa ni bt mi nije realised krisu gymt goisu thik hb try krisu freind curcle arisu nijk bg krib try krisu jitu pthat gle okl dhangkh hai ase tar pra durt ahi jibn2 enjoy krib hikisu mi parisu bt byam main 1st khai thaki o jd hdai kasta kri hleo nijk jor k Tani ni gymr vtrt rakhib parisa hi anei o adin nij bad diba realised krib pariba ki kri asa bt nw mi hei frend curcle t jao sbke arib koo bt hihte beya pai first then olp koi thakote o hoy de buli o koi mne val o pai ru jak lg pao tak a beya bstu nakhaba buli a koo ru atya mnt conferance eihini asil j নিজে beya hoisilu নিজে e val hmm..
@tankachetry4546
@tankachetry4546 Год назад
পুনৰ সঠিক পথলৈ ঘূৰি অহাৰ বাবে বৰ্ণালীক ধন্যবাদ জনালোঁ। কিন্তু ডিঙিত থকা 13 এইটো বিভ্ৰান্তি ধাৰণা, সমাজৰ কাৰণে, ৰাইজৰ উপকাৰৰ বাবে, দেশৰ বাবে কিবা এটা যাতে, এই আদৰ্শই আপোনাক বহু আগবঢ়াই লৈ যাব, সকলোৰে আশীৰ্বাদ থাকিব। পাৰিলে এতিয়া আপুনি যি কৰি আছে, মানুহৰ জীৱনৰ পথ প্ৰদৰ্শক হিচাবে, তাৰেই শাখা বঢ়াই দিলে, আৰু বেছি লোকৰ উপকাৰ হ'ʼব। ৪০ পৰিবৰ্তে সংখ্যা বেছি হ'লে ভাল হয়। কিন্তু এটা কথা লক্ষ্য ৰখা উচিত, যাতে পাৰিশ্ৰমিক যাতে খুব বেছি নহয়। কাৰণ, চকু চিকিৎসাৰ ধনী দুখীয়া সকলোৰে বাধ্যতা মূলক, কিন্তু একমাত্ৰ খৰচ আৰু উন্নত চিকিৎসা, ব্যৱহাৰৰ বাবে দৈনিক হাজাৰ হাজাৰ লোক বিশ্বৰ বিভিন্ন ঠাইৰ পৰা নেপাললৈ যায়। তাৰ ভিতৰত ভাৰতৰ লোকৰ সংখ্যা বেছি। আপোনালোক দুয়ো জনলৈ অকৃতিম শ্ৰদ্ধা আৰু শুভেচ্ছা থাকিল, এনেকুৱা সু পথলৈ অনাৰ আৰু ভিডিও পোৱাৰ আশাৰে।
@nilakhisabhapandit6258
@nilakhisabhapandit6258 Год назад
ভুল ভগৱানেও মাফ কৰে ; মানুহে মাফ কৰিব নোৱৰাৰ যুক্তি ক’ত ?
@bidyutbikashboruah2588
@bidyutbikashboruah2588 11 месяцев назад
Very god interview. You both are awesome 👍👍👍
@realname_Ryan
@realname_Ryan 11 месяцев назад
Bornali god bless you 🙏 ❤❤❤❤❤❤
@chandanagogoi2299
@chandanagogoi2299 Год назад
Proud of u Barnali 👍
@mamonidevi617
@mamonidevi617 9 месяцев назад
Good Intervew xuni bhal lagil 2 gorikele dhyanobad jonalu
@user-es1ps7yc1u
@user-es1ps7yc1u 11 месяцев назад
Thanxx for compliment ❤
@beautylifeskillasom.7968
@beautylifeskillasom.7968 Год назад
Motivational video..... Bhut vl lagil sai.... Bornali baa aponi aru aguai jauk..... God bless you....
@fill_ur_stomach5679
@fill_ur_stomach5679 Год назад
Etia assam govt free rehabilitation centre khulise, jot addiction r free treatment kora hoi.assam 6 khon dist ase
@greenearth6207
@greenearth6207 Год назад
Fultu Katha sab business ako Val nahai jetiyaloi manuhe nije thik nahai reheb thoi lav nai mur bhaiti 80 k di 3 month rakhilu next ghart ahi drink Kare so jdi manuhe nije realize nakare mad , bhang Arib nuwarib
@jaansaikia9308
@jaansaikia9308 Год назад
Ek dom Xosa kothaa nijee thik naholee kuneow val koribo nuware aibur Reheb Center akol poisaa karonee kori thakee aru tat xab khabo diyee..lukai lukai...Aiburot thoi poisaa khini nasto koraa hee hoi
@apurbasarmah69
@apurbasarmah69 Год назад
Right katha koisay
@parijatgogoi9903
@parijatgogoi9903 Год назад
Ekdom right
@borshabora6621
@borshabora6621 Год назад
Xsaa ktha
@parthanagayan988
@parthanagayan988 Год назад
​@@parijatgogoi9903toshsub 30:48 h
@niharikamahantadhemaji
@niharikamahantadhemaji Год назад
সচাকৈ ভাল লাগিলে ❤️
@mitaleechangkakoty-wx4su
@mitaleechangkakoty-wx4su Год назад
Fbt reels dakhu teu bikhoye janibo mon goi asile val hol apni je teur intervw lole .
@rajkumaritulumoni
@rajkumaritulumoni Год назад
ভাল লাগিল, মই বৰ্ণালীৰ ভিডিঅ' চাওঁ, ভাল লাগে।
@bijuleedeka8974
@bijuleedeka8974 Год назад
Bhal lagil kathabur huni
@NijuPathori
@NijuPathori Год назад
Moi saisu bar video fb t bohut besi val pau video bilak sai❤❤ nisa je arile heitu bohut dangor kotha ba apunak bhout val lage agbahi jawok apuni belegor kothat matha namarib
@madhureemabhuyan2951
@madhureemabhuyan2951 Год назад
❤❤Bornali লৈ মৰম আৰু শুভেচ্ছা ৷
@RitamoniSaikia-vr5iu
@RitamoniSaikia-vr5iu Год назад
Bornali tumi ....ji korisa xokolu valei korisa ..vl lagil tumar ...concef bur ....be happy ......
@nirmalsaikia8211
@nirmalsaikia8211 Год назад
I think family is just a reason but we should strong mentally please appreciate every one
@rulitalukdar8809
@rulitalukdar8809 Год назад
Well done sis proud of both of u ❤
@KankanaKalita-fs2fr
@KankanaKalita-fs2fr Год назад
Val lagile baa jonir katha khini xuni
@jurigogoi9817
@jurigogoi9817 Год назад
Bahut bhal lagil interview tu...Go ahead Girl..God bless you
@lakheswarkalita6097
@lakheswarkalita6097 Год назад
You have a new beginning so share your expirience with new generation ❤
@khalidasultana4274
@khalidasultana4274 Год назад
Moi aeor video 2 years agt a saisilo...... Vl lagisil ktha xini xoni
@digantasenapati9147
@digantasenapati9147 10 месяцев назад
Borlani ba kothabur huni val lagil hundor
@tinabori322
@tinabori322 Год назад
Baa jnik mur bhut vl lage❤️🥰
@bonditagogoi3713
@bonditagogoi3713 Год назад
Moi tew video sai thaky bhut hahokhi moromlaga hoi ,,,ag bahi jawk ,,,hopun pur howk
@poriborah6782
@poriborah6782 Год назад
Val lagil.kotha bur janibo mon goi asil.
@user-dr4lv8ii3b
@user-dr4lv8ii3b Год назад
Tmr kotha bur khuni bht bht khahukh plu bhtbht vl lgil emn dhunia kotha bur khuni....
@JAWNGCHAR
@JAWNGCHAR Год назад
13 2r mng2 Jani val lagil.. Xodai Vabi thko... Ghrr wall t o dekhiso
@assameseboy1519
@assameseboy1519 Год назад
Bini is open hearted women❤️
Далее
skibidi toilet zombie universe 40 ( New Virus)
03:06
Нужна подпись😂инст:sarkison7
0:13