Team NEEL AKASH'S
Music : Bharat Saikia
Lyrics : Jagrat Protim and Mrinmoy
Tune : Neel and Prandeep
Mixed and Mastered by Ujjwal Arrong
Recorded at STUDIO FUSION, MORAN
Video Director DEEPAK DEY
Cinematographer Bitul Das
Editor and Di colorist Ashim Sarmah
Make up Bijiyeta
Production Manager Dipan Baruah
Assistant Director Bijit K Nath
ACTORS - SUNITA KAUSHIK, NEEL AKASH, JAGRAT PROTIM, MANASH J. SHARMA, DEBOJIT SENAPATI, HRITIK BARUAH & DIPAN BARUAH
SPECIAL THANKS TO
Sayad Zerir Hussain, Chayamoni Bhuyan, Nip Kumar Baruah, kusum Kailash, Ritushmin Sharma, Jotika Bhante, Juixal (the ethnic kitchen), Nabajit Das, Jogot Gogoi, Bikash Gogoi, Biplav Konwar, Ujjwal Konwar, Manab Gogoi, Mintu Raidingia, Babon Manash, Sudeep Ranjan, Palash Gogoi, Jintu Gogoi and Neel Akash Fc (All Assam)
&
Kinnori Gogoi, Gyotri Boro
Special Thanks To
Pradip Barman & His Family ,
B.P.L SPA PARLOUR,Patharquary, VIP road
HOME SWEET HOME.. Borjhar, Guwahati
Khiyatimal Deka
Rupam Deka ( Patharquary , VIP ROAD)
________________________________________
LYRICS -
স্থায়ী-
নজনাকে... নুবুজাকে.. পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে ...
নভবাকে... পগলা হৈ...বিচাৰো তোমাকে কাষতে চোৱা না বিচাৰো তোমাকে কাষতে...
নোৱাৰো থাকিবলে অকলে অকলে...
গুচি যাম দূৰণিলে, তোমাকে নাপালে...
নজনাকে ...নুবুজাকে..পগলা হৈ বাৰে বাৰে.....
1.অন্তৰা-
চকুতে চকু থৈ কিনো কথা কলা...
পলকতে হিয়া খনি কাঢ়ি নিলা...
মিচিকি হাঁহিটো মুকুতা সৰা...
সপোনতো বাৰে বাৰে খেদি ফুৰা...
এতিয়া তুমিযে মোৰ বুকুতে ওমলা..
ভাবিলে বাঢ়ে মৰম এতুলা দুতুলা...
নজনাকে ...নুবুজাকে..পগলা হৈ বাৰে বাৰে.....
2অন্তৰা-
শুনা ,শুনা ,শুনানা...চোৱা চোৱা চোৱানা..
কেনেকৈ নো মই বুজাও মই তোমাক..
তুমি জানো বুজি পাবা...
তুমি জানো ভাবি চাবা..
তুমিয়ে যে মাথোঁ মোৰ জোনাক..
সপোনৰে তুমি পখিলা,অ..' অ'.. অ....
অজানিতে চুমা আঁকি উৰি ফুৰা....
নজনাকে ...নুবুজাকে..পগলা হৈ বাৰে বাৰে.....
পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না
পৰিলোঁ তোমাৰে প্ৰেমতে চোৱা না
পৰিলোঁ তোমাৰে প্ৰেমতে...
15 сен 2024