Тёмный
No video :(

Notun Ghor Bonai Hoi Gol | Manuhe Manuhor Babe ep 20 

Homoy
Подписаться 210 тыс.
Просмотров 188 тыс.
50% 1

তৃতীয়খন ঘৰ বনাই সম্পূৰ্ণ কৰিলো,বহুত শান্তি লাগিছে আজিৰ পৰা তেওঁলোকে লেট্ৰিনত থাকিবলগীয়া নহ'ব ।
New house tour
#homoy

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2,5 тыс.   
@hridyanshugogoi2943
@hridyanshugogoi2943 2 месяца назад
সময় বোপাই বিষেশকৈ তোমাৰ মাক ধন্যবাদ জনাইছো এনে সু পুত্ৰ বহুত ভাল কাম ৰ ফলতহে পায় তোমাৰ মাতৃকহে লগ পাবৰ মন গৈছে কাৰণ মাতৃৰ কাৰণে পুত্ৰ ভাল হয় । পিতৃৰ বাবে ছোৱালী ভাল হয় আগতেই আইটা হতে আমাক কৈ গৈছে
@ranjitraj4084
@ranjitraj4084 10 месяцев назад
যিজনে তোমাৰ ভিদিয় চোৱাৰ পিছতো চাচক্ৰাইৱ নকৰে তেওৰ মনত মানবতাই নাই ❤❤❤ I LOVE YOU HOMOY
@itz_kiiiran0786
@itz_kiiiran0786 10 месяцев назад
No dimpu no bikash only homoy anebur youtuber bilak aru besi support koribo lage ❤❤
@rong-vc9gu
@rong-vc9gu 10 месяцев назад
সময়ে সুখ কি সেয়া মানুহক অনুভৱ কৰিবলৈ শিকাইছে৷ সুখৰ সংজ্ঞা বিলাইছে৷ সঁচাকৈ এনে মহৎ কাম কৰিবলৈ মানুহ বিশাল মনৰ অধিকাৰী হ’ব লাগিব। ধন্যবাদ আপোনাক৷৷
@trishnakalita3501
@trishnakalita3501 10 месяцев назад
সঁচাকৈ তুমি ভগবানৰ বৰদান ।ভালে থাকা তুমি❤️
@HoreshBoruah
@HoreshBoruah 10 месяцев назад
Great🙏
@hirakjyotifoodvlogs
@hirakjyotifoodvlogs 10 месяцев назад
ঘৰ খন সম্পুৰ্ণ হোৱা দেখা পাই বহুত ভাল লাগিল । ❤❤
@Bikashbanu558
@Bikashbanu558 10 месяцев назад
আৰু 100 বছৰ জীয়াই থকা ককাই♥️♥️♥️
@prasantagoswami1477
@prasantagoswami1477 5 месяцев назад
হয় দেই , মানুহ ভগৱান। পঞ্ছায়তৰ সদস্য গৰাকীয়ে এইবাৰ চৰকাৰী পকীঘৰ দিয়াইযেন। এইবোৰ মানুহেহে পাব লাগে।
@amiaxomiya2502
@amiaxomiya2502 10 месяцев назад
নাহৰকটীয়ান ৰূপে গৌৰৱ কৰিছো ককাই.... আগবাঢ়ি যাওক ককাই🎉❤
@smritirekha1235
@smritirekha1235 10 месяцев назад
ভগৱানে আপোনাক শক্তি দিয়ক 🙏🙏🙏🙏🙏
@kamaljyotideka7623
@kamaljyotideka7623 10 месяцев назад
❤❤❤
@assamssboy
@assamssboy 10 месяцев назад
মানুহে মানুহৰ বাবে😊💞 thank you all support people 🎉❤
@PROBOR143
@PROBOR143 10 месяцев назад
মানুহে মানুহৰ বাবে তাৰেই উদাহৰণ সময়।❤
@trishnadas2022
@trishnadas2022 10 месяцев назад
সঁচাই ইমান সুখ পাইছোঁ যে এতিয়াও এই পৃথিৱীত মানৱ জাতিটো শেষ হৈ যোৱা নাই। আছে... আমাৰ মাজতে আছে কেৱল আমি গ্ৰহণ কৰিব বিচৰা নাই। এই যে আইতাজনী তেঁও আকৌ এটা মৰম লগা নতুন জীৱন পালে কেৱল ভগৱানে ভালে ৰাখক তেখেতক। আইতা চাগে হয়তো ধৰিব পাৰিছে হয়তো পৰা নাই কিন্তু কিবা এটা বুজিছে...সেই যে মৰম লগা হাঁহিটো তাতেই সকলোঁ পাই গʼল মানুহজনে আৰু নো কি লাগে সেয়াইটো জীৱনৰ প্ৰয়োজনীয় শান্তি আৰু হেঁপাহ।😊❤️ আৰু শেষত আপোনাকনো আৰু কি কম মুখৰ অভিব্যক্তি প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে তথাপি এইটোয়ে কম যে আপুনি মানুহৰ শাৰীৰ পৰা বহুত ওপৰত গুছি গʼল🛐...কিয়নো আজিৰ দিনত যি দেখি আছোঁ ভাবিলে ভয় আৰু নিজকে মানৱ বুলি কʼবলৈ লাজ লাগে। ভগৱানে আপোনাক আৰু আপোনাৰ ঘৰৰ সকলোকে ভালে ৰাখক নেদেখা জনৰ ওচৰত সেৱা জনালোঁ।❤️🙏
@nayankalita8906
@nayankalita8906 10 месяцев назад
সচাঁ তুমি ভগবানৰ আন এটা ৰূপ❤। তোমাক ভগবানে সুখী ৰাখক❤। Love you Homoy da 🙏💕🥰❤🙏 ♥♥♥♥♥♥♥♥♥♥♥♥♥
@dhirajjyotibora9134
@dhirajjyotibora9134 10 месяцев назад
🎉
@dhirajjyotibora9134
@dhirajjyotibora9134 10 месяцев назад
🎉
@TrishnaPachung-mn7rv
@TrishnaPachung-mn7rv 10 месяцев назад
যেতিয়াই যেতিয়াই পৃথিৱীত শত্ৰু বা অসুবিধা হৈছিলে ভগৱান বিষ্ণুৱে বহু ধৰণৰ ৰূপ ধৰণ লৈছিল হে কিন্তু এতিয়া অৰ্থাৎ বৰ্তমান আপোনাৰ ৰূপত হে ভগৱানে পৃথিৱীত উপস্থিত হৈছে যেন লাগিছে ❤😢 আপোনাৰ লগত সদাই ভগৱান আৰু লগতে আমি আছোঁ , আগুৱাই যোৱা দাদা❤🎉
@___Bhagya__4321
@___Bhagya__4321 10 месяцев назад
সঁচাকৈয়ে এজন ভাল মানুহ। ভগৱানে মংগল কৰক তাৰে কামনা ❤😊
@superhithindisongs3563
@superhithindisongs3563 10 месяцев назад
সকলো লৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো, happy bihu ✨🌻🌺🍨☕
@babulvlog6882
@babulvlog6882 10 месяцев назад
আচৰিত কিন্তু,, প্ৰথম তোমাক এ পাইছো এনেকুৱা মানৱতাৰ গুণ ❤❤,,, তোমাৰ গাত সঁচাই অসমীয়া তেজ আছে সময় ❤❤❤love you 🎉
@Redcilli5664
@Redcilli5664 10 месяцев назад
আইতাগৰাকী কিমান যে সুখী অনুভৱ কৰিছিলে নিজ চকুৰে দেখিছোঁ মই ❤ সচাঁকৈ samoy Daa আৰু Baa জনী কিছুমানৰ কাৰণে এজন ভগৱান ❤️ ভগৱানে সদায় সুখী হয় ৰাখক আপোনালোক দুয়োকে 🤲✨❤️
@archanapatgiri2066
@archanapatgiri2066 10 месяцев назад
Baa joni mane
@rakeshahmed3999
@rakeshahmed3999 10 месяцев назад
Baa joni kon hoi
@unknownfactsinhindi2858
@unknownfactsinhindi2858 10 месяцев назад
1 million kri diok hokolue dadak
@AchyutkrBhumij
@AchyutkrBhumij 10 месяцев назад
মানুহে মানুহৰ বাবে ❤
@leenagogoi9664
@leenagogoi9664 10 месяцев назад
ঈশ্বৰে তোমাক সকলো ৰোগ আৰু বিপদৰ ৰক্ষা কৰক ৷তাৰেই কামনা কৰিলো ৷ ঈশ্বৰ সহায় হওক ৷
@sinumoniborah2729
@sinumoniborah2729 10 месяцев назад
ইমান ভাল ল'ৰা তুমি । তোমাৰ মা দেউতাৰ লগতে ১৪ পুৰুষে তোমাৰ বাবে গৌৰম্বিত হব।
@thedevilofguitar405
@thedevilofguitar405 10 месяцев назад
মই ঘৰ পৰা অহা জোৱা কৰি থকা ৰাস্তুা কাষতে তেনেকোৱা ঘৰ এটা আছে পাৰিলে চাই জাবাহি তেনেকৈ বনাই দিবাহি ভগবানে তোমাক আশিবা কৰিব
@thedevilofguitar405
@thedevilofguitar405 10 месяцев назад
তোমাৰ কাম টো বহুত ভাল লাগিছে
@RajuKayastha1
@RajuKayastha1 10 месяцев назад
একমত।❤
@payunvlogs3103
@payunvlogs3103 10 месяцев назад
❤❤❤❤❤
@biswanathdasbiswanathdas
@biswanathdasbiswanathdas 6 месяцев назад
Bhogowane aaponar logote ghoror sokolo poriyalokoke bhale bhale rakhok ❤
@ChatroGogoi
@ChatroGogoi 22 дня назад
অতি সুন্দৰ কাম হৈছে ।ধন্যবাদ আপোনাক।
@ritumani6905
@ritumani6905 10 месяцев назад
মোৰ আয়ুস, তোমাৰ গাত লাগক...ভগৱানে তোমাক সদায় ভালে কুশলে ৰাখক❤❤❤
@Bastav_Basanta
@Bastav_Basanta 10 месяцев назад
সময় গগৈ কিছুমানৰ বাবে ভগৱান 🙏❤️
@chinmoyyt6771
@chinmoyyt6771 10 месяцев назад
আপুনি ভগৱানৰ এক অৱদান❤❤
@aparajitaboruah9997
@aparajitaboruah9997 10 месяцев назад
অতি সুন্দৰ।ভগৱানে আৰু শক্তি দিয়ক🙏🙏
@MJkitchen1
@MJkitchen1 10 месяцев назад
তুমি বহুত ভাল মনৰ মানুহ হয় ❤️❤️❤️❤️
@realentertantmentofassam
@realentertantmentofassam 10 месяцев назад
আপোনাৰ লগতে আৰু এই project টোত সহায় আগবঢ়োৱা সদস্যসকলক বহুত বহুত ধন্যবাদ ❤
@karishmasaikia9787
@karishmasaikia9787 10 месяцев назад
সঁচাকৈ আপুনি মহান। ।নিজে কৰিব নোৱাৰিলেও বেলেগে এনেকৈ সহাই কৰা দেখিলে ভাল্ লাগে 👍👍👍keep it up .
@beingassamese2066
@beingassamese2066 10 месяцев назад
সুন্দৰ ধৰনীৰ সুন্দৰ মনৰ মানুহবোৰ দেখিলে কিমানযে ভাল লাগে ।
@majulianamika3530
@majulianamika3530 10 месяцев назад
আপোনাৰ লগতে বাকি সহায় কৰা দাদা কেই জনলেওঁ বহুত বহুত ধন্যবাদ ❤❤❤
@jubarajeditsofficial7877
@jubarajeditsofficial7877 10 месяцев назад
মানু্হৰূপী ভগবান আমাৰ জনপ্ৰিয় RU-vidr Homoy দা দাদা আগবাঢ়ি যাওঁক আৰু আমাৰ আশীৰ্বাদ সদায় আপোনাৰ লগত love from Nalbari ❤️
@jayashriborah9719
@jayashriborah9719 10 месяцев назад
বহুত ভাল লাগিল তোমাৰ কৰ্মৰাজী দেখি। মৰম আশীৰ্বাদ জনাইছো।
@jibianhembrom5445
@jibianhembrom5445 10 месяцев назад
বহুত ভাল কাম কৰিছে ভগৱানে আপোনাক শক্তি দিয়ক
@probitrakalita2133
@probitrakalita2133 10 месяцев назад
আপুনি সঁচাকৈ ভগৱানৰ অন্য এক অৱতাৰ ❤ ভালে থাকক সদায়
@Lovinseconds5
@Lovinseconds5 10 месяцев назад
ভাল কামৰ সদায় ভাল ফল হয় । Homoy ৰ সদায় ভাল সময় আহক তাকে কামনা কৰিলো ,প্ৰাৰ্থনা কৰিছো ভগৱানৰ ওচৰত ।🎉🎉❤❤
@PabitraChetia-jr2bd
@PabitraChetia-jr2bd 10 месяцев назад
Apunaloi bhut2 dhoinybd thakil dada apunak issore kukhole rakhok tar babe hodai issorror usorot pray koirisu ru kori thakim 👌👌🙏
@juridas4043
@juridas4043 10 месяцев назад
ভগৱানে এনেকৈ তোমাক সদায় শক্তি দিয়ক দাদা, বহুত সুন্দৰ হৈছে ঘৰখন ❤
@jkasm7886
@jkasm7886 10 месяцев назад
🎉❤❤ মজা দাদা ভাল লাগিল ❤💫
@pranjolrabha4787
@pranjolrabha4787 10 месяцев назад
nice ❤
@pankajborah6905
@pankajborah6905 10 месяцев назад
কিমান যে সূখ অনুভৱ কৰিছে 😢❤
@bootgaming9716
@bootgaming9716 10 месяцев назад
তোমাৰ প্ৰতিটো ভিডিঅ' চাও । সঁচাই বহুত লাগে । যিমান কওঁ তোমাৰ বিষয়ে তথাপিওচোন ভাষাই নাথাকে । সঁচাই বহুত বহুত ভাল লাগে ।❤❤❤
@Being_GiiiT
@Being_GiiiT 10 месяцев назад
Bhut vl kam kri ase apuni,anekoi ruu kori jaok👍🙏🏻
@lakshyajyotisaikia6072
@lakshyajyotisaikia6072 10 месяцев назад
ঈশ্বৰে আৰু অলপ শক্তি দিয়ক আপোনাক দাদা🙏🙏❣️❣️ Love from GOLAGHAT ❤❤
@Maina891
@Maina891 10 месяцев назад
ভগৱানে আপোনাক আৰু সহায় কৰক সময় দা যাতে আপুনি অসহায় মানুহক আৰু সহায় কৰিব পাৰে... আপুনি আৰু আগুৱাই যাওঁক তাকে কামনা কৰিছোঁ 🙏🥺
@user-si3vp4qp5m
@user-si3vp4qp5m 9 месяцев назад
সদায় আগবাঢ়ি যূয়া ভগৱানে তুমাক শক্তি দিয়ক
@jayantabarman4902
@jayantabarman4902 10 месяцев назад
Soday anekoi....vall kam kri jouk....apuni 🔥🔥🔥🔥🔥🔥
@junmonikurmi1834
@junmonikurmi1834 10 месяцев назад
Homoy daar RU-vid aru Facebook ot kune kune like follow krise❤
@biswajyotiarandhara9402
@biswajyotiarandhara9402 10 месяцев назад
মই
@poreshroykochrajbongshi478
@poreshroykochrajbongshi478 10 месяцев назад
Moi homoy da hodai like comment kori thaku bohut val lage dadak ...mur karone super
@vongahridoy7436
@vongahridoy7436 10 месяцев назад
Moi
@niromaboruah143
@niromaboruah143 10 месяцев назад
Moi ❤
@rupakboro13
@rupakboro13 10 месяцев назад
Moi🙋🥳
@minotibormon3279
@minotibormon3279 10 месяцев назад
আপোনাৰ বাবে এটা চেলুট দাদা প্ৰকৃতিয়ে সদায় কুশলে ৰাখকক আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।❤❤
@ayushdasboro8899
@ayushdasboro8899 10 месяцев назад
সময় ভাইটি এনেকৈ আগুৱাই গৈ থকা আৰু ভগৱানে সদায় কুশলে ৰাখক৷
@user-Jaggudaa
@user-Jaggudaa 10 месяцев назад
সদায় এনেকৈ থকা যেন প্ৰাৰ্থনা কৰিছোঁ ভগবানৰ ওচৰত ❤❤❤
@ANANTA198
@ANANTA198 10 месяцев назад
কৃষ্ণ কৃষ্ণ ❤ সুন্দৰ
@nabajyotiborah3670
@nabajyotiborah3670 10 месяцев назад
সুন্দৰ মহানোভাৱতা দাদা আগুৱাই যোৱা আৰু অলপ ❤
@pradipkumardutta1367
@pradipkumardutta1367 8 месяцев назад
বৰ সুন্দৰ কাম কৰিছা । এইয়া মানৱতাৰ এক মহান নিদৰ্ষণ।বিপদত পৰাজনক সহায় কৰাসকলক ভগৱানেও সহায় কৰে। বহুত ধন্যবাদ।
@deepjyotihandique9915
@deepjyotihandique9915 10 месяцев назад
খুব ভাল কাম কৰিছা । ভগৱানে মঙ্গল কৰক। ❤️❤️❤️
@superhithindisongs3563
@superhithindisongs3563 10 месяцев назад
১ লাখ subscriber ৰ শুভেচ্ছা থাকিল দাদা🎉🎉
@bitupachani9256
@bitupachani9256 10 месяцев назад
সচাই দা দা আপোনালোকে আইতাক সহাই কৰাৰ বাবে বহোত বহোত ধন্যবাদ আগোৱাই যাওক❤❤ চেলুট জয় আই আসম👍
@mamubegum6826
@mamubegum6826 10 месяцев назад
Bohut val lagil ghor tu dakhi 🙏👌
@kalpapator3652
@kalpapator3652 10 месяцев назад
দাদা আপুনি বহুত ভাল কাম কৰিছে❤
@manjuribaruah345
@manjuribaruah345 10 месяцев назад
সঁচাকৈ তুমি মহান।তোমালৈ বহুত মৰম আৰু আৰ্শীবাদ থাকিল ।❤
@juriphukon1123
@juriphukon1123 10 месяцев назад
আগবাঢ়ি যোৱা সদায়,ভাল হওক তোমাৰ লগতে আনৰো,,ভগৱানে সদায় ভালে ৰাখক আৰু আৰ্শীবাদ দিয়ক তোমাক ভাল ভাল কাম কৰি যাবলৈ😊
@ShantiSaikia-iv8uk
@ShantiSaikia-iv8uk Месяц назад
God bless you homoy da❤
@KaSiYali
@KaSiYali 10 месяцев назад
মনটো ভৰি গ'ল সময়❤
@dmanta5218
@dmanta5218 10 месяцев назад
সময় বহুত বহুত ধন্যবাদ। তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭
@kathalgurikamalpurdhemaji5825
@kathalgurikamalpurdhemaji5825 8 месяцев назад
তোমাৰ হ্নদয়খনত বহুত মৰম সোমায় আছে সেয়েহে সময়ত লাহে লাহে ওলাই আহিছে । তোমাৰ এনে পদক্ষেপত বহুত বহুত ধন্যবাদ।তোমাক লগ পাবলৈ মন আছে । ভগবানেও তোমাক সহায় কৰক
@shyamantabora9789
@shyamantabora9789 10 месяцев назад
Service to man is service to God from this point of view you are the real devotee of god
@minakshi.chetia
@minakshi.chetia 10 месяцев назад
ঈশ্বৰে তোমাক আৰু শক্তি দিয়ক ।
@NikunjaRabha
@NikunjaRabha 10 месяцев назад
আগতীয়া কৈ ১০০K বুহুট বোহোত স্হুবেচা থাকিল 🎉🎉
@akoniboruah8572
@akoniboruah8572 2 месяца назад
তোমালোককে কয় প্ৰকৃত মানৱ সম্পদ ।আগবাঢ়া ।
@pankajdeviyanivlogs4163
@pankajdeviyanivlogs4163 10 месяцев назад
Mojah bhai 👍, love 4rm lakhimpur bihpuriya
@majanibegum3739
@majanibegum3739 10 месяцев назад
সময় দাদা বহুত ভাল মানুহ হয় ।❤️❤️
@priyankabaruah1481
@priyankabaruah1481 10 месяцев назад
সকলোৰে তুমি ভগবান ❤❤
@vijaysunuwar6505
@vijaysunuwar6505 10 месяцев назад
I will Salute Brother 👍 Aaj Ka din me v Aap jaisa ensaan hai 👍 God bless you 🙏
@himangshuphukon8444
@himangshuphukon8444 10 месяцев назад
Homoy dada apuni bohut bohut vl Kam korise .... Moi apunak monr falor pora thanks 👍 jonaisu . Aru agoloi anedore aag bahi jauk..
@ranjannarah4551
@ranjannarah4551 10 месяцев назад
তুমি বহুত বহুত ভাল মনৰ মানুহ❤হয় দাদা Love you❤❤❤ Brother❤❤
@rupjyotirupjyoti2482
@rupjyotirupjyoti2482 10 месяцев назад
আৰু আগুৱাই যোৱা আৰু শক্তি দিয়ক ভগৱানে তোমাক ❤️❤️❤️❤️
@RekhaDas-eo8us
@RekhaDas-eo8us 10 месяцев назад
Bahut bhal Kam ata karila tumi.Ajani dukhiya maak xahayor hat aag barhala.Bes bhal katha.Anekoiye aagbarhi juwa.God bless you & good luck. Thankyou so much for your job.
@bolinbora4604
@bolinbora4604 10 месяцев назад
Hosakoi ghorkhon dekhi bhut val lagil.
@antarachutia3399
@antarachutia3399 10 месяцев назад
বহুত বহুত বহুত ভাল লাগিল৷ আপোনাতকৈও বেছি মোৰ ভাল লাগিছে
@Assamesecelebritiesfan
@Assamesecelebritiesfan 10 месяцев назад
ভিদেওটো চাই চকুপানী ওলাই গ'ল অ সচাই তুমি ভগৱান ❤❤❤❤❤
@NagaonVloggerBoy
@NagaonVloggerBoy 10 месяцев назад
সকলো ৰাইজক ধন্যবাদ জনাইছো 100kHomoy dadak kori dile video bur sab homoy dadar ❤❤❤সোনৰ অসম
@trishnabora9626
@trishnabora9626 10 месяцев назад
আগ বাঢ়ি যোৱা সদায় এনেকৈ ভগৱানে মংগল কৰক তোমাক 😊
@dutta22
@dutta22 10 месяцев назад
হে জন্ম দিয়া পিতৃ-মাতৃ🥳🥳🥳ভগৱান ৰূপী মানৱ জন্ম দিলা । ধন্যবাদ
@pinakofficial581
@pinakofficial581 10 месяцев назад
Amazing work brother . God bless !
@pulaknath6233
@pulaknath6233 8 месяцев назад
Xosai vl lage apunar video bur sai...
@jyotimakumbang8132
@jyotimakumbang8132 Месяц назад
সময়,তুমি বহু আগলৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিছোঁ।❤
@hridaysaikia9455
@hridaysaikia9455 10 месяцев назад
You are great homoi da❤
@jerryborgohain1928
@jerryborgohain1928 10 месяцев назад
ভাল হৈছে😍 আৰু ভাল ভাল কাম কৰি যোৱা😊
@user-rz4ib3un3y
@user-rz4ib3un3y 4 месяца назад
বহুত বহুত ধন্যৱাদ আপোনাক ।🙏
@sabinabegum-wx5de
@sabinabegum-wx5de 10 месяцев назад
Homoy da apuni hosai Val Kam korise .dekhi Val lagise .
@dibyangshusarmahronie3268
@dibyangshusarmahronie3268 10 месяцев назад
বহুত বহুত শুভকামনা জনালোঁ সদায় সুখী হোৱা
@swapnalikolita8024
@swapnalikolita8024 10 месяцев назад
তুমি ঈশ্বৰ প্ৰেৰিত দূত। কুশলে থাকা।
@junrajkonwer4567
@junrajkonwer4567 10 месяцев назад
তোমাৰ ভিডিওবোৰ চালে মনটোত বৰ সুখ পাওঁ । সদায় আগুৱাই যোৱা অশেষ মৰম আৰু আশীৰ্বাদ থাকিল
@rajunath8642
@rajunath8642 10 месяцев назад
Bhut val lagise very good 👍
@anilpegu3699
@anilpegu3699 10 месяцев назад
Your great 👍 God bless you homoy daa, love from Bangalore 🎉
@Leg420ak
@Leg420ak 10 месяцев назад
মানুহে মানুহৰ বাবে❤।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@MonmiBaruah-ns9nr
@MonmiBaruah-ns9nr 10 месяцев назад
বহুত মৰম আৰু আশীৰ্বাদ তোমালৈ।
@Arifahmed1993
@Arifahmed1993 10 месяцев назад
আপুনাৰ কাম দেখি সুখ অনুভৱ কৰিছো, জীৱনত পইচা হলে ময়ো বেলেগক সদায় korim
@user-og6mb5cv5u
@user-og6mb5cv5u 10 месяцев назад
তুমি মানুহৰ নামত ভগবানতুমিভালে থকা বাবা❤❤❤❤❤
Далее
Девочки, у вас тоже так? 💅🏻✨
00:17