Тёмный
No video :(

O MURE JAAN || RAKESH REEYAN || GANESH GOGOI || MEGHALI BOROKHA || PRANOY DUTTA 

RAKESH REEYAN MUSICAL🎵
Подписаться 764 тыс.
Просмотров 28 млн
50% 1

#O_MURE_JAAN is an assamese romantic song with a very romantic video story of a newly married couple featuring RAKESH REEYAN & KAJOL SHARMA.
VIDEO CREDITS:
Video Direction- Rintu Choudhury
Asst.- Prince Rahman
Cinematography- Parag Jyoti Das
MakeUp- Jaan Saikia
Cast- Rakesh Reeyan, Kajol Sharma & Pratiksha Choudhury
Editor- Manas Kashyap
AUDIO CREDITS:
Vocals- Rakesh Reeyan & Meghali Borokha
Lyrics/Tune- Ganesh Gogoi
Music/Mix & Master- Pranoy Dutta
Flute- Nabajit Saikia
Backing Vocals- Pranoy Dutta
Watch my latest song MOROMERE SUWANA
• MOROMERE SUWANA || RAK...
Listen to O MURE JAAN:
*JioSaavn: www.saavn.com/...
*Gaana: gaana.com/albu...
*Wynk Music: wynk.in/u/ZdC6...
*Spotify: spoti.fi/3mViDoG
*Amazon Prime Music: amzn.to/3mRracb
*Apple Music: apple.co/3ct0JEF
follow RAKESH REEYAN:
instagram- / rakesh_reeyan_
facebook page- / rakeshreeyanmusical
DISCLAIMER: Don't make cover videos of this song without permission or don't upload illegally.
#RakeshReeyan #AssameseRomanticSong2020

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 10 тыс.   
@rakeshreeyan
@rakeshreeyan 3 года назад
মৰম আৰু শ্ৰদ্ধাৰে গীতটি আগবঢ়ালো। ভাল পালে SHARE কৰি আমাক উৎসাহ জগাব বুলি আশা থাকিল। LUV U ALL😍😘
@bonzobibek3863
@bonzobibek3863 3 года назад
Mjh broo..
@pujachetiachetia3719
@pujachetiachetia3719 3 года назад
Bht val lagise gaan2
@adityakachari9220
@adityakachari9220 3 года назад
Love you ৰাকেশ দা ।।।।।। আগবাঢ়ি যোৱা কাকপথাৰ নাম উজ্বলাই তোলা🥰🥰🥰🥰🥰❤️❤️❤️🙂।।।।।
@jayedkayshp9606
@jayedkayshp9606 3 года назад
Bhut dhuniya lagise Rakesh da
@pradiphatibrouah2111
@pradiphatibrouah2111 3 года назад
Khob VL lagisa dada ...👍👍👍🎻🎻🎼🎼❤️❤️❤️❤️
@ilovetravelandfoodNextlevel
@ilovetravelandfoodNextlevel 3 года назад
Ultimate 😭😭
@nitupobonsenchowa3319
@nitupobonsenchowa3319 3 года назад
Next level 🤟🤘
@user-yg8lj9gt3d
@user-yg8lj9gt3d 3 года назад
Next level songs
@user-yg8lj9gt3d
@user-yg8lj9gt3d 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা| ৰাকেশ দাদাৰ এইটো গানত নতুন status ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html
@gouravsahavlogs8542
@gouravsahavlogs8542 3 года назад
Next label
@g.hazarika8914
@g.hazarika8914 3 года назад
Ultimate ন
@thejomoniman6149
@thejomoniman6149 Год назад
সকলোৱে যদি নিজৰ ভাল পোৱা জনক জীৱণসজ্ঞী হিচাপে পালে হয়।পৃথিৱীখন কিমান ধুনীয়া হ'ল হয়।😢❤️
@mmlifestyle6888
@mmlifestyle6888 Месяц назад
😭
@tajuddin2801
@tajuddin2801 28 дней назад
Hmmmmm
@AssamIalam
@AssamIalam 26 дней назад
@pinkisaikia2942
@pinkisaikia2942 18 дней назад
Hmmmm
@Bastovgogoi-kj3lu
@Bastovgogoi-kj3lu 12 дней назад
​@@pinkisaikia2942😚🥳🥳vo bjnn
@jesminabegum6581
@jesminabegum6581 2 года назад
মোৰ সপোন আছিলে এনেকুৱা মানুহ মোৰ জীৱনত আহক , মোৰ মানুহজন এনেকুৱা ❤❤❤,তোমালে মৰম আকাশৰ সমান, তোমালে মৰম সাগৰৰ সমান ,আশা কৰোঁ গানটোৰ নিচিনা মোৰ গোটেই জীৱন হওক।
@gayatreeduttakakoty8125
@gayatreeduttakakoty8125 3 года назад
অতি সুন্দৰ।। সুখী হবলৈ বেছি বস্তুৰ প্ৰয়োজন নাই,এজন মৰমিয়াল আৰু সৎ জীৱন সংগী এ যথেষ্ট।।
@mousumiboruah614
@mousumiboruah614 3 года назад
Hoi
@barsharaniboro980
@barsharaniboro980 3 года назад
Khosa ..khosa hridoyr mnhu palei jothestho.
@rakeshgamer3925
@rakeshgamer3925 3 года назад
Maja
@motivationallife2094
@motivationallife2094 3 года назад
Hosa.... bohut vl lagise gan tu.....
@apurbaray8373
@apurbaray8373 3 года назад
Hmm hosa ktha👌👌
@dibakarvlog3058
@dibakarvlog3058 3 года назад
উফ্.…... হৃদয় চুই গৈছে হাজাৰ বাৰ শুনিলেও আমনি নালাগে thank you so much rakesh daa ইমান ধুনীয়া গীত এটা উপহাৰ দিয়া বাবে
@user-yg8lj9gt3d
@user-yg8lj9gt3d 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা| ৰাকেশ দাদাৰ এইটো গানত নতুন status ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html
@dibyajyotigogoi6423
@dibyajyotigogoi6423 3 года назад
Hii
@dibyajyotigogoi6423
@dibyajyotigogoi6423 3 года назад
Hii
@dibyajyotigogoi6423
@dibyajyotigogoi6423 3 года назад
Hii 💖💖💖
@cryptowithdipu5657
@cryptowithdipu5657 Год назад
I am from odisha but i can't understand this language but i can feel every word ♥️
@maynal__xyz
@maynal__xyz 8 месяцев назад
Love from Assam ❤❤
@user-et4pz9kk4r
@user-et4pz9kk4r 5 месяцев назад
Meghali baa krone ETA like 👍 ❤❤❤❤lv from Lakhimpur
@Jabbar-yy5fs
@Jabbar-yy5fs 3 месяца назад
Hi
@nabanurahned8197
@nabanurahned8197 3 года назад
মধ্যবিত্ত পৰিয়ালৰ দৃশ্য এটা গানটোত সম্পূৰ্ণভাৱে প্ৰকাশ পাইছে ৷ ভাল লাগিল গানটো ❤️
@pranjitporakhmusical1400
@pranjitporakhmusical1400 3 года назад
😍😍 নকৈছো আৰু ইমান ধুনীয়া গীত হৃদয় চুই গৈছে ❤️❤️ আৰু কাৰ কাৰ ভাল লাগিছে লাইক কৰি যোৱা ।
@jyotimonigogoi2821
@jyotimonigogoi2821 3 года назад
Hosakoi
@localboys3787
@localboys3787 3 года назад
Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.
@binathasug3780
@binathasug3780 3 года назад
Hi vhai ki khr apunar
@binathasug3780
@binathasug3780 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1YsyN7RlUaQ.html
@JayashreeKonwar-ut8lx
@JayashreeKonwar-ut8lx 16 дней назад
Fbb​@@jyotimonigogoi2821
@Kripal_Das
@Kripal_Das 2 года назад
অন্তৰ চুই যোৱা এটি গীত উপহাৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ।
@bintishdvrma8852
@bintishdvrma8852 2 года назад
Lot's of love from Tripura to our Assamese brothers and sisters love ur song
@Lakhya_Prajil
@Lakhya_Prajil 3 года назад
উফফ ককাইদেউ 🔥🔥🔥 শব্দবোৰ❤️ কি দিলে অ' এইটো, চাই চাই হেঁপাহ নপলাব এতিয়া, কিমান চাম এতিয়া ঠিক নাই। ❣️শুভকামনা❣️
@debanandabharali9490
@debanandabharali9490 3 года назад
অ মোৰে জান, তাতে আপুনি গাইছে এইটো গান। সকলোৰে জীৱনত থাকে এজনী জান, আৰু ভাল নালাগিব নে এইটো গান।। সুন্দৰ ককাইদেউ ৰাকেশ ৰিয়ান।।
@girinborbhuyan7342
@girinborbhuyan7342 3 года назад
Wao Cmmnt❤
@user-yg8lj9gt3d
@user-yg8lj9gt3d 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা| ৰাকেশ দাদাৰ এইটো গানত নতুন status ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html
@bkadventures66
@bkadventures66 3 года назад
🙄 oti xundor
@debanandabharali9490
@debanandabharali9490 3 года назад
@@girinborbhuyan7342 ধন্যবাদ
@debanandabharali9490
@debanandabharali9490 3 года назад
@@bkadventures66 ধন্যবাদ
@amritdhanwar6000
@amritdhanwar6000 10 месяцев назад
What n excellent composition n both the actors did commendable works....we feel so connected...it's so soothing.....❤❤❤
@indianarmyrockneela6981
@indianarmyrockneela6981 2 года назад
Iam from tamilnadu (kanyakumari district)My all time favorite song
@jonkeybora8382
@jonkeybora8382 3 года назад
কি কম ভাষা নাই । হৃদয়ত মানে চুই গৈছে । অ মোৰ জান 😭😭
@harajitdoley3901
@harajitdoley3901 3 года назад
Wow
@bastabborborah8552
@bastabborborah8552 3 года назад
Kar val lagisa gantu ata like rakesh daa r babe😍
@amritdhanwar6000
@amritdhanwar6000 2 года назад
Very emotional and heart❤💕 touching song... Adding to that this video displays our rural life..... Congratulations
@himalrajbongshi9015
@himalrajbongshi9015 Год назад
2022 ot tu geet khon huni aasu eman val lage ki je kom😢❤❤ i wish Bhagwaan a jate hokoluke nijor nijor val pua manuho jonor logot rakhe🙏🙏❤❤
@helen9850
@helen9850 3 года назад
জীৱনত এনেকুৱা ব্যক্তি আৰু সৰু পৃথিৱী এটা থাকিলে আৰু নো কি লাগে, এই সুখ কোনো যশ বা ধনে কেতিয়াও দিব নোৱাৰে। গানটো আৰু ভিদীওটো বহুত ভাল লাগিছে।
@montusaikia4023
@montusaikia4023 3 года назад
Hasai o
@priyankahazarika2131
@priyankahazarika2131 3 года назад
Thik koisa hosai dei
@nehamirdha4133
@nehamirdha4133 3 года назад
Vare naseeb
@sujatathapa7598
@sujatathapa7598 3 года назад
Heartouching comment..❤❤
@nabachoudhury1354
@nabachoudhury1354 3 года назад
বা বেলেগ দে💛💚💞👍👍💘
@barshashivam220
@barshashivam220 3 года назад
ৰাকেশ দাৰ প্রথমতো গান যিতো গানে মোৰ হৃদয় চুইছে।😍 বাকী বাদ এনেকুৱা গানৰ কাহিনী দেখিলে বিয়াহে হব মন যায়। আয়ো কি মৰম।❤
@anirbanbhagawati3980
@anirbanbhagawati3980 3 года назад
phn number tu dibosun contact korim 😂
@anirbanbhagawati3980
@anirbanbhagawati3980 3 года назад
@@sangitabora829 apuniu dibo numbertu 😂
@debojaniraydebojaniray5785
@debojaniraydebojaniray5785 3 года назад
bht vl lgl thnk u
@dhunmanideka2174
@dhunmanideka2174 3 года назад
✍✍ শিক্ষক :- ঐ ডেকা ,,,? কোৱাচোন টেনচন কি ,,,? উদাহৰণ সহকাৰে বুজাই দিয়া । , ডেকা :- চাৰ ,, ধৰি লওক আপুনি খানাপাৰাৰ পৰা নিজৰ ব্যক্তিগত গাড়ীৰে অকলশৰে পল্টন বজাৰ অভিমুখে গৈ আছে ,,,! এনেতে এগৰাকী গাভৰু ছোৱালীয়ে আপোনাক সংকেত দি গাড়ী ৰখাই লিফ্ট বিচাৰিলে । মানৱতাৰ খাতিৰত আপুনি তাইক গাড়ীত উঠাই ল'লে । , কিন্তু আপুনি এবিচি পোৱাৰ লগে লগে ছোৱালী জনীয়ে অজ্ঞান হৈ পৰিল ,,,! আহি গ'ল টেনচন । আকৌ মানৱতাৰ ফালে লক্ষ্য ৰাখি আপুনি সেই ছোৱালী জনীক ভঙাগড়ৰ মেডিকেল কলেজত লৈ গ'ল । চিকিৎসকে পৰীক্ষা কৰি বাহিৰত ওলাই আহি আপোনাৰ হাতত হাত মিলাই অভিনন্দন জনালে ,,, মোবাৰক হো । আপুনি দেউতা হ'বলৈ ওলাইছে । বাঢ়ি গ'ল টেনচন । আপুনি যদিও চিকিৎসকক ক'লে যে আপুনি তাইৰ গিৰিয়েক নহয় তথাপি চিকিৎসকে মিচিকিয়া হাঁহিৰে ক'লে - তেন্তে আপুনি চাগে নিশ্চয় ছোৱালীজনীৰ প্ৰেমিক হ'ব । , অলপ পিছত ছোৱালীজনী যেতিয়া সুস্থ হৈ উঠিল তেতিয়া ছোৱালী জনীয়ে আকৌ আপোনাক সাৱটি ধৰি চিঞৰি চিঞৰি ক'লে - তুমিয়েই মোৰ গৰ্ভত থকা অবৈধ সন্তানৰ বাপেক । এতিয়া ক ,,,? তই মোক বিয়া কৰিবিনে নাই ,,,? হুৱা দুৱা লাগিল । বাঢ়ি গ'ল টেনচন । , কাষতে থকা আৰক্ষী চকীৰ পৰা পুলিচ আহিল । তদন্ত হিচাপে আপোনাৰ ডি এন এ টেষ্ট কৰি ধৰা পৰিল যে ছোৱালীজনীয়ে মিছা অভিযোগ দিছে । কাৰণ চিকিৎসকে পোৱা তথ্য অনুসৰি আপুনি জীৱনতো সন্তানৰ বাপেক হ'ব নোৱাৰে । আকৌ বাঢ়িল টেনচন । , এতিয়া আপোনাৰ সবাতোকৈ ডাঙৰ টেনচন কি জানে ,,,? সেয়া হ'ল - এতিয়া আপুনি ভাবিবলৈ ধৰিলে যে মই যদি জীবনতো সন্তানৰ বাপেক হ'ব নোৱাৰোঁ তেন্তে মোৰ ঘৰত থকা সন্তান দুটা আকৌ কাৰ ,,,??? শেষত আপোনাৰ হাৰ্ট এটাক ,,, , শিক্ষক বেহুচ !!! *আমাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি থাকক আৰু আনকো হাঁহি থাকিবলৈ ভিডিঅ'টো অলপ চেয়াৰ কৰি দিবি* 👇👇👇👇👇 ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-mWoxDHLLoYk.html
@dhunmanideka2174
@dhunmanideka2174 3 года назад
✍✍ শিক্ষক :- ঐ ডেকা ,,,? কোৱাচোন টেনচন কি ,,,? উদাহৰণ সহকাৰে বুজাই দিয়া । , ডেকা :- চাৰ ,, ধৰি লওক আপুনি খানাপাৰাৰ পৰা নিজৰ ব্যক্তিগত গাড়ীৰে অকলশৰে পল্টন বজাৰ অভিমুখে গৈ আছে ,,,! এনেতে এগৰাকী গাভৰু ছোৱালীয়ে আপোনাক সংকেত দি গাড়ী ৰখাই লিফ্ট বিচাৰিলে । মানৱতাৰ খাতিৰত আপুনি তাইক গাড়ীত উঠাই ল'লে । , কিন্তু আপুনি এবিচি পোৱাৰ লগে লগে ছোৱালী জনীয়ে অজ্ঞান হৈ পৰিল ,,,! আহি গ'ল টেনচন । আকৌ মানৱতাৰ ফালে লক্ষ্য ৰাখি আপুনি সেই ছোৱালী জনীক ভঙাগড়ৰ মেডিকেল কলেজত লৈ গ'ল । চিকিৎসকে পৰীক্ষা কৰি বাহিৰত ওলাই আহি আপোনাৰ হাতত হাত মিলাই অভিনন্দন জনালে ,,, মোবাৰক হো । আপুনি দেউতা হ'বলৈ ওলাইছে । বাঢ়ি গ'ল টেনচন । আপুনি যদিও চিকিৎসকক ক'লে যে আপুনি তাইৰ গিৰিয়েক নহয় তথাপি চিকিৎসকে মিচিকিয়া হাঁহিৰে ক'লে - তেন্তে আপুনি চাগে নিশ্চয় ছোৱালীজনীৰ প্ৰেমিক হ'ব । , অলপ পিছত ছোৱালীজনী যেতিয়া সুস্থ হৈ উঠিল তেতিয়া ছোৱালী জনীয়ে আকৌ আপোনাক সাৱটি ধৰি চিঞৰি চিঞৰি ক'লে - তুমিয়েই মোৰ গৰ্ভত থকা অবৈধ সন্তানৰ বাপেক । এতিয়া ক ,,,? তই মোক বিয়া কৰিবিনে নাই ,,,? হুৱা দুৱা লাগিল । বাঢ়ি গ'ল টেনচন । , কাষতে থকা আৰক্ষী চকীৰ পৰা পুলিচ আহিল । তদন্ত হিচাপে আপোনাৰ ডি এন এ টেষ্ট কৰি ধৰা পৰিল যে ছোৱালীজনীয়ে মিছা অভিযোগ দিছে । কাৰণ চিকিৎসকে পোৱা তথ্য অনুসৰি আপুনি জীৱনতো সন্তানৰ বাপেক হ'ব নোৱাৰে । আকৌ বাঢ়িল টেনচন । , এতিয়া আপোনাৰ সবাতোকৈ ডাঙৰ টেনচন কি জানে ,,,? সেয়া হ'ল - এতিয়া আপুনি ভাবিবলৈ ধৰিলে যে মই যদি জীবনতো সন্তানৰ বাপেক হ'ব নোৱাৰোঁ তেন্তে মোৰ ঘৰত থকা সন্তান দুটা আকৌ কাৰ ,,,??? শেষত আপোনাৰ হাৰ্ট এটাক ,,, , শিক্ষক বেহুচ !!! *আমাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি থাকক আৰু আনকো হাঁহি থাকিবলৈ ভিডিঅ'টো অলপ চেয়াৰ কৰি দিবি* 👇👇👇👇👇 ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-mWoxDHLLoYk.html
@samarjyoti7308
@samarjyoti7308 2 года назад
আচলতে কষ্ট কি সেইতো নহয় যদি দুই চকুৰ চিনাকি তেজৰ সম্পর্কলে পৰিনত হয় তেতিয়া তেওঁ অধিক কষ্টত সুখী আপোনজনক কাষত সাবতি ধৰি😔
@amemvlogs5457
@amemvlogs5457 2 года назад
@Rakesh Reeyan❤ Lyrics Music Everything is just perfect Really just awesome ❤
@johntripura1832
@johntripura1832 Год назад
😂 i can't Stop laughing 😭
@manashikalita1554
@manashikalita1554 3 года назад
O more jan kio kora oviman 😍moja rakesh daak kone kone val pai ata like kori jonabo👍👍👍👍🌺
@nikitadeka9677
@nikitadeka9677 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-l3KvzKFHlkUt.htmlfhi
@bbbrosmusicofficial
@bbbrosmusicofficial 3 года назад
Lots of love from twins, BB Bros 😍 😍 ❤️... ❤️ ❤️ ❤️ ❤️
@bhupalichoudhurymusical_2228
@bhupalichoudhurymusical_2228 3 года назад
মোৰ গীত বোৰ চাব পাৰে যদি বিচাৰে দাদা 🙏
@tezpuriyavlogs3920
@tezpuriyavlogs3920 3 года назад
গান টো ইমান মৰম লগা কৈ গাইছে নহয় ৰাকেশ দা মনটোক চুই গল আৰু video টো ইমান মৰম লগা কই সজোৱা হৈছে ন চুকৰ পানি নিগৰি পৰিব যেন খচা love you ৰাকেশ দা ❤️❤️❤️❤️❤️ 👍👍👍👍👍👍
@gopalnath7451
@gopalnath7451 Год назад
It's a moment where you don't understand the language and still listening the song , repeatdly. ❤️ From West Bengal.
@susmitaghosh9201
@susmitaghosh9201 Месяц назад
Yes😁
@ridingmind2492
@ridingmind2492 2 года назад
Iam leaving comment here because after a year or months if someone will like my comment I will get reminder for this masterpiece song. And i will search for this masterpiece ❤❤❤❤❤❤
@aerodynamicstatus5344
@aerodynamicstatus5344 3 года назад
এবাৰ দুবাৰ দিনটোত বিছ বাৰ মান হুনু ইমান ভাল লাগে ৰাকেশ দাৰ কাৰণে এটা like
@ajiaji2164
@ajiaji2164 3 года назад
Nice
@philiptalukdar6951
@philiptalukdar6951 3 года назад
Wow
@monimoranmoran6028
@monimoranmoran6028 3 года назад
😀
@aerodynamicstatus5344
@aerodynamicstatus5344 3 года назад
@@monimoranmoran6028 😘
@aerodynamicstatus5344
@aerodynamicstatus5344 3 года назад
@@philiptalukdar6951 😘
@crazyforasoiafworld3054
@crazyforasoiafworld3054 3 года назад
Dislike kora bur pagol nki🙄 Eman dhunia gaan tu.. buji napai eisobe... Love this song..❤❤❤
@badboybbgaming7990
@badboybbgaming7990 3 года назад
Dislike kora Luk Assamese nahai sage
@debajeetdjkonwar1033
@debajeetdjkonwar1033 3 года назад
Acting durbl...Gaan2 emn bea nhoi...by d wy Sankuraj da song...💓💓💓💓
@sonadekasonadeka2990
@sonadekasonadeka2990 3 года назад
Absolutely right kotha kose June june dislike korise 😠😠😠 but I love this song 😘😘😘😘😘
@proshiftersumu7169
@proshiftersumu7169 3 года назад
Lukor Choice r kotha kbola toi Kun Ab Wasim17? .... Mkl ne toi.. Sobora nijor Nijor choice thaka gom pao nai.. Tur ji khon bike vl nalaga hei khon bike mur vl lgibou para... Kiba kuwar agt vbi kbi..Direct pgl buli koi dixo ru kla
@Mrdukeyyboy
@Mrdukeyyboy 8 месяцев назад
তোমাকে পেলে হয়তো এতো সুন্দর একটা গান শোনা না প্রিয়...!❤ স্মৃতি রেখে গেলাম...!😊 যুগ যুগ ধরে শুনবে কেউ...।😢 তখন কেউ like দিলে Notification পেত্ত..!!🥺আমি আবারো শুনতে আসবো প্রিয় গানটা...!🥺
@Policelife108
@Policelife108 2 года назад
I am a Assam police person .I m bishnupriya but I luv Assam and I luv this song so so much😢 proud to be Assamese.❤️🕉️
@johntripura1832
@johntripura1832 Год назад
😂 i can't Stop laughing 😂😭
@rajibgohain3074
@rajibgohain3074 3 года назад
ৱাহ কি মৰম ঐ ♥♥ মই বিয়া পাতিলে কিমান যে মৰম কৰিম ভাৱি এ নাপাওঁ অ 😍😍😍😘😘 সুন্দৰ 👌👍
@raginidevi1986
@raginidevi1986 3 года назад
Apnr mnr vab bhut dhuniya vl lgil jani.. Apunjnk xdai moromere he bandhi raxib pari.
@rajibgohain3074
@rajibgohain3074 3 года назад
প্ৰথমে আপোনাক অশেষ ধন্যবাদ! উম সচাকৈয়ে মৰমেৰে সকলো বুলি ভাবো মই 😍
@raginidevi1986
@raginidevi1986 3 года назад
@@rajibgohain3074 Hoi.. jot morom ase tat ador xonman aru bissaxu ase. Morom senehr majthe jibn.
@rajibgohain3074
@rajibgohain3074 3 года назад
হয় 👍 মৰমৰ অবিহনে সকলো মিছা
@tapanhazarika4660
@tapanhazarika4660 3 года назад
Apunar anubhav jani buhut vl lagil.
@niranjanphukan4034
@niranjanphukan4034 3 года назад
সছাই বহুত ধুনীয়া হৈছে ♥️♥️ ৰাকেশ দা (JNV)Love সাগৰৰ সমান। 😍😍😍🤟🤟👍👍
@deepborah4493
@deepborah4493 3 года назад
🖤👌👌❤❤🧡💗🥀
@parinitakonwar8297
@parinitakonwar8297 3 года назад
Bhut dukhor gan bonaisa love you
@rajdeeproy4460
@rajdeeproy4460 Год назад
Mujhe sirf ye sab 😘 gana traveling karne ke same sun ne main bohot acha lagta hai 😘😘😘
@nipenswargiary4211
@nipenswargiary4211 2 года назад
Fabulous song in the entire Assamese industry ...... I recently started listening your song ...it jst gives me relief .. and your voice is so soothing..... ❤️❤️ My god... Keep it up brother .....and female voice is also gooddddd 💖
@kakalib366
@kakalib366 3 года назад
ইমান দিনৰ অপেক্ষা আজি অন্ত পৰিল ... বহুত ধুনীয়া concept 😍 5:34 মিনিটত বহুত কিবাকিবি দেখাইছে যাৰ বাবে বহুত বেছিয়ে ভাল লাগিছে টকা -পইছাই মানুহৰ আচল সুখ নহয় লগতে কণ্ঠ ৰ কথাটো ক'বই নালাগে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤আপোনালোকৰ শুভাকাংক্ষী💕💕💕💕💕💕
@murshidaahmed165
@murshidaahmed165 3 года назад
Kin2 ai2 kotha ma deuta hte buji napai kio
@lavitabarman5170
@lavitabarman5170 3 года назад
Kajal bar ovinoi... waoo ...Mind blowing , amazing , expression to koboi nlge ekdm mojja...ru Rakesh dar lgt duioke dhunia k milise... Rakesh dai gaan r lgt e ovinoi o hundor vabe kre...Overall both are awsm ... cute couple lgise..Middle class family r ata hudor protisobi dekha pua goise video tut jituwe sokolore ontort thai loise., soru sura khut khat , oviman everything is perfect ...Gaan tu hunile hridoy sporso kre👌👌👌👌
@konthoujamnirjala
@konthoujamnirjala 2 года назад
I can't understand Assamese language ..But I like assamese song very much .... main bhi thora thora Assamese language Sikh rahi hun .... ur voice is so amazing... ..❤💙❤
@adityasaikia1330
@adityasaikia1330 2 года назад
Chanu ips ka song mujhe bht mast lgta he..ekai yunghis yenre... Lyrics 🤣
@dipankarjyotisarma1507
@dipankarjyotisarma1507 Месяц назад
শ্ৰেয়া ঘোষাল বাইদেউ আজিৰ তাৰিখত ভাৰতৰ ১নম্বৰ গায়িকা ৷ মায়াবী তেওঁৰ গায়িকী, শব্দৰ উচ্চাৰণৰ কোমলতা স্পষ্টতা অকল্পনীয় ; কি হিন্দী কি বাংলা কি অসমীয়া... অদ্বিতীয় অভূতপূৰ্ব ❤❤❤
@alluringcorner
@alluringcorner 3 года назад
Kar kar ai gantuye hridoi sui goise like kori jbo👍❤
@deepjyoti6082
@deepjyoti6082 3 года назад
Mur
@pradumnoramchiary202
@pradumnoramchiary202 3 года назад
Mur
@BabulAhmed-uy4rv
@BabulAhmed-uy4rv 3 года назад
Mur
@babubora496
@babubora496 3 года назад
Mur hoisa
@babubora496
@babubora496 3 года назад
Val lagel
@chitralekhasaikia3947
@chitralekhasaikia3947 3 года назад
কি কম ভাষা নাই কবলে ৰাকেশ দা ইমান ধুনীয়া গান উপহাৰ দিছে আমাক সঁচাই মৰম লগা গানটো , অ মো ৰে জান ন কৰিবা অভিমান তুমালে মৰম সাগৰ ৰ সমান ,💓💓💓💓💓💓💓💕
@chayanikagogoi702
@chayanikagogoi702 3 года назад
কি যে কম ইমান ধুনীয়া গান একো কব ভাষা নাই
@bhaswatideka9697
@bhaswatideka9697 3 года назад
❤️😘
@niharikakakati6865
@niharikakakati6865 2 года назад
My favourite Assamese song❤️ I love it 👍❤️❤️❤️
@hrrahman2939
@hrrahman2939 2 года назад
Ay gantu bohut boht Val lage.. Thanks anekuwa gaan guwar karone..
@kristinakalita8966
@kristinakalita8966 3 года назад
*জুবিন দাৰ পিছতেই ৰাকেশ দাৰ কন্ঠটো প্রিয়* বৰ ভাল লাগিল ৰাকেশ দা💚এনেকুৱা ধুনীয়া গান বোৰ আমাক উপহাৰ দি থাকিব ❤️🌼
@localboys3787
@localboys3787 3 года назад
Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.
@user-fx4mp3vj6i
@user-fx4mp3vj6i 3 года назад
ধুনীয়া লাগিল।।।।ৰাকেশ দাদাক জুনে ভাল পোৱা লাইক এটা কৰি যোৱা
@anshumandas5947
@anshumandas5947 2 года назад
Really i love this song 💓💓💓💓💓 rakesh da apunar maat to jui😍😍😍
@samiteronpi911
@samiteronpi911 Год назад
Lovely song and lyrics.. heart touching.. Love from karbi Anglong ♥️
@princejaduofficial4489
@princejaduofficial4489 3 года назад
ৰাকেশ দাৰ বাবে এটা হিট লাইক মাৰি দিয়া👇👇👇👇👇❤️❤️❤️❤️❤️💔💔💔💔💔💔💔🔥🔥🔥🔥🔥🔥🔥🔥🔥👇👇👇👇👇👇👇👇👇👇👇👇
@user-js1ux2cq1t
@user-js1ux2cq1t 3 года назад
গানতো আমাক উপহাৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।সুন্দৰ গীত।
@chAm2030
@chAm2030 2 года назад
Listening on repeat 🌿
@Nhkyfwad3456._
@Nhkyfwad3456._ 2 года назад
Rakesh riyan deserves more thn more likes comments shares; Imn dhuniya geeti r babe ami teok dhonoyobad dibo lge anekuwa hiya sui juwa xundor gaan tur xoite🙂❤️
@DIPSHIE25
@DIPSHIE25 3 года назад
ইমান ধুনীয়াকৈ কেনেকৈ বনাইছে? উফ্! মৰম-অভিমানবোৰে কন্দুৱাই দিলে অ😰❤️ Video হ’লে এনেকুৱা হ’ব লাগে!👌❤️ বহুত দিনৰ মূৰত এটা val video sabole palu😘 একদম বাস্তৱিক লাগিলে video2.❤️
@tapanhazarika4660
@tapanhazarika4660 3 года назад
Hoi da
@nharry5313
@nharry5313 3 года назад
I have been waiting for this song...since Rakesh da release the promo...finally full gaan huni bohut besi Val lagil...love from dhubri....guys Rakesh da r krone ata like Di jaok😊😊😊
@rggamingvlogs
@rggamingvlogs 3 года назад
❤️❤️❤️
@anitanath5020
@anitanath5020 3 года назад
😍😍😍
@hariharnath6750
@hariharnath6750 3 года назад
Emotional hoi goisilu behh😔😔😔
@mousumiborah9
@mousumiborah9 3 года назад
❤️❤️❤️
@hariharnath6750
@hariharnath6750 3 года назад
😍😍😍
@gautamphukon9626
@gautamphukon9626 3 дня назад
ৰাকেশ দাৰ গানবোৰৰ ভিতৰত এই গানটো তেতিয়াও প্ৰিয় আছিল এতিয়াও।❤
@mormjaan6464
@mormjaan6464 2 года назад
Morom aru bhal pua 2tai lge . heartot lgise dei ❤️ ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@user-ibankumarnath
@user-ibankumarnath 3 года назад
Uff❤❤ৰোমান্টিক ❤❤সৈনিকৰ হৃদয় খন জুৰাই গৈছে_🥰🥰মই বহুত ৰোমান্টিক_❤❤অপেক্ষা কৰি আছোঁ, জীৱনলৈ এজনী অহালৈ_🥰❤❤🤗🤗
@bonitabarman5784
@bonitabarman5784 3 года назад
Ahibo de
@B_BhaiVlogs2431
@B_BhaiVlogs2431 3 года назад
Apnr jibonoloi ajoni jldi ahejen tare kamona krisu n tq so much apnlgke mathu amr babe njr fmly pra durat thki duty diya babe aji aami shurukkhit asu heihe apnk bhut bhut Dhanyabaad🙏.
@jungogoi5255
@jungogoi5255 3 года назад
Ahibo diya3
@debojitthengakachari8390
@debojitthengakachari8390 3 года назад
অ মোৰে জান নকৰিবা অভিমান... অপেক্ষা অন্ত ককাইদেউৰ বাবে এটা এটাকৈ লাইক
@amemvlogs5457
@amemvlogs5457 2 года назад
Can't get over with this song Love❤
@dipankarsumu4909
@dipankarsumu4909 3 месяца назад
So beautiful song
@payelgogoi4958
@payelgogoi4958 3 года назад
""অ মোৰে জান"" গীত তোৰ লগত জড়িত সকলোলৈ শুভ কামনা থাকিল।♥️ গীতটি সকলোৱে অকোৱালি লওক।♥️ MOJA হৈছে গান টো RAKESH DA♥️🌼🌼
@user-yg8lj9gt3d
@user-yg8lj9gt3d 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা| ৰাকেশ দাদাৰ এইটো গানত নতুন status ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-RMD1ymNTPTM.html
@mrislam99kviews.1hourago3
@mrislam99kviews.1hourago3 3 года назад
কোনে নিবিছাৰে এনেকুৱা মৰম ভালপোৱা ! ভগৱানে দিলে নিজৰ জনিক ইয়াতকৈ বেছি মৰম, সন্মান কৰিম !!
@Shahanaj_world19
@Shahanaj_world19 3 года назад
Vai tmr kotha khini montuk xnti dile.. Tmr nicina jdi xokoluye vbe kunu sualiye jibonot kndibo nalagibo. 😇🤗may god bless you bro. 😖
@mrislam99kviews.1hourago3
@mrislam99kviews.1hourago3 3 года назад
@@Shahanaj_world19 Thank you dear sister
@Shahanaj_world19
@Shahanaj_world19 3 года назад
@@mrislam99kviews.1hourago3 wlcm 🙂
@dikshitanath5850
@dikshitanath5850 3 года назад
Hoi ne.. Dibo kio nidibo o..
@mrislam99kviews.1hourago3
@mrislam99kviews.1hourago3 3 года назад
@@dikshitanath5850 হম,,,,পালে হৃদয় উজাৰী মৰম দিবলৈ মই সাজু আছো ! অকল মৰম নহয় সন্মানো কৰিম !!
@rahulprodhanimusic2600
@rahulprodhanimusic2600 2 года назад
What a lyric ❤ One of my Fav Rakesh Da
@sorowerrahman3316
@sorowerrahman3316 2 года назад
What a nice song! It is really soothing. I just keep listening. Love from Bangladesh
@onirulislam6550
@onirulislam6550 Год назад
Umm❤️❤️
@banashreedutta6348
@banashreedutta6348 3 года назад
উফ্ !! সাং সৰিক জীৱনৰ হৃদয় চুই জুৱা এটি সুন্দৰ গীত😍😍😍miss u jaan😍😍
@G_S_G980
@G_S_G980 3 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-pxfNFSrrB60.html ....
@knightqueen4494
@knightqueen4494 3 года назад
ইমান ধুনীয়া গান এটিত dislike কেনেকৈ দিব পাৰে 😕😕
@Hkgfuhffhhhxdf90866
@Hkgfuhffhhhxdf90866 3 года назад
Hosake pai😔
@Hkgfuhffhhhxdf90866
@Hkgfuhffhhhxdf90866 3 года назад
@Ananya DuarahUm ,hosa kotha koise😊
@prity7956
@prity7956 3 года назад
Balor song aibur
@user-el3vl3il9l
@user-el3vl3il9l 13 дней назад
🌺🌺👌👌🤗🤗 ধুনীয়া ❤❤
@ravisarvaiya3606
@ravisarvaiya3606 2 года назад
My favorite😍 song I'm from Gujarat my love is assam rakesh dada ur nice voice famel voice v mujhe pasand hai gaana sir jii
@ushanayak1542
@ushanayak1542 Год назад
Ooo
@nayonjyotig3350
@nayonjyotig3350 3 года назад
কোনে কোনে ভাবিছা নিজৰ মনৰ মানহু জনক এনেকুৱাই মৰম দিম মৰম কৰি ৰাখিম বুলি এটা লাইক কৰি যাবা👍👍👍👍👍❤️❤️❤️❤️😘😘😘
@korishmadas2675
@korishmadas2675 3 года назад
Nice
@mxaxom
@mxaxom 3 года назад
😊😊😊 Tenakua xomoy oha nai ahile gom pamei
@buildtips3954
@buildtips3954 3 года назад
Moiii😍😍
@bijayxarmaa3862
@bijayxarmaa3862 3 года назад
@@mxaxom q1
@joydeka3369
@joydeka3369 3 года назад
Moi o bohut morom dim...pagol Kori dim mur manuhjonik morom di ❤️❤️❤️
@alokeshbarman
@alokeshbarman 3 года назад
Hit Like For Rakesh Da.....👍🏼🙂❤️ ৰাকেশ দা হসাকে বহুত ভাল লাগিল video খন চাই ময় আগতে ভাবিছিলো এইবাৰো আপোনাৰ video খন আগৰ বিলাকত কৈ বহুত ভাল হব আৰু সচাকে এইবাৰৰ video টো বহুত ভাল হৈছে গান খন শুনিলে একদম মৰম লগীজয়। Love U Rakesh Da ❤️❤️👍🏼🙂
@gonjrao1289
@gonjrao1289 2 года назад
Very lovely story 💕 dekhi Bo loi bor dhuniya lagil
@user-lf1bc2wt8x
@user-lf1bc2wt8x Месяц назад
Duniya hoise ❤❤❤❤❤❤❤
@rohitdutta4281
@rohitdutta4281 3 года назад
ৰাতি পুয়া টোপনি পৰা উটি এবাৰ হলেও সুনো মোৰ কলিজাত চুই দিলে এই গানটো 🔥🔥🔥❤️❤️❤️
@abinashborah885
@abinashborah885 3 года назад
Tysm🙂
@rumisarma9412
@rumisarma9412 2 года назад
@@abinashborah885 hi
@Axomrihabh_-.
@Axomrihabh_-. Год назад
@@rumisarma9412 Ooo hlo
@arungogoi9318
@arungogoi9318 Год назад
পুয়া নহয় ককাই ৰাতিপুৱা 😂
@triptidutta2288
@triptidutta2288 3 года назад
সকলোৰে ভালপোৱাৰ সংসাৰ বোৰ এনেদৰেই সুখৰ হওঁক তাকেই কামনা কৰিলো।❤️😇
@deepjyotymech9836
@deepjyotymech9836 3 года назад
@@Xellsantanu bhikhri kela
@jatinborah9710
@jatinborah9710 3 года назад
Right
@dibyajyotigogoi6423
@dibyajyotigogoi6423 3 года назад
Hii
@ratanrajbogshi.assamboymix6737
@ratanrajbogshi.assamboymix6737 3 года назад
Dhuniya
@bubu123-t1o
@bubu123-t1o 2 года назад
Bohut bhal lage oo😍😍😘
@sanjimasanjima7448
@sanjimasanjima7448 Год назад
Hosa koi gantu mon sui goise 😘😘
@dharitri5263
@dharitri5263 3 года назад
অকনমান কাহিনী এটা,কিন্তু ইমান সুন্দৰ বৰ্ণনা। মৰম লাগি গ'ল বহুত। Everything is perfect in this song .
@ajaybawri5992
@ajaybawri5992 2 года назад
Moja lagile video to
@hamida.3027
@hamida.3027 2 года назад
O Mure Jaan❤
@nituslife1810
@nituslife1810 3 года назад
❤️❤️❤️ গানটো শুনি বহুত ভাল লাগিল।❤️❤️❤️ আৰু কাৰ কাৰ গানটো শুনি ভাল লাগিল like here👍👍👍👍
@localboys3787
@localboys3787 3 года назад
Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.
@nituslife1810
@nituslife1810 3 года назад
@@localboys3787 Sure tumi o kora Subscribe...
@samirboro7622
@samirboro7622 3 года назад
Mr nijor life 2 Jen Anka hbo.. hnka jeñ lgise
@sweetyborah8098
@sweetyborah8098 3 года назад
❤️❤️""O mure Jaan..."" VERY NYC..❤️❤️ RAKESH DA really so sweet Song. Nd ur voice Awsm..❤️❤️...!!
@ashokkumar-mr3iq
@ashokkumar-mr3iq Год назад
அருமையான இசை அருமையான குரல்...!
@insiderjannanur
@insiderjannanur Год назад
Bhai unbelievable singing....mojjha❤❤❤
@rajashreesenclave1846
@rajashreesenclave1846 3 года назад
গীতটিৰ যোগেদি মানুহৰ জীৱনৰ আশা আকাংক্ষা সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে।।
@christinanayak4038
@christinanayak4038 3 года назад
Realy
@rajashreesenclave1846
@rajashreesenclave1846 3 года назад
@@christinanayak4038 really
@rajashreesenclave1846
@rajashreesenclave1846 3 года назад
@@christinanayak4038 Amar channel tu u pls subscribe koribo
@babuborababu6030
@babuborababu6030 3 года назад
Realy
@dibyajyotigogoi6423
@dibyajyotigogoi6423 3 года назад
Hii
@intrvrt5
@intrvrt5 3 года назад
ৰাকেশ দা, বিহু গাবলৈ অসমীয়া বহুত গায়ক আছে❗ কিন্তু এনেধৰণৰ গান কৰাৰ ক্ষমতা সকলোৰে নাথাকে ❗ আপোনাৰ কণ্ঠ এনেধৰণৰ গীতবোৰৰ বাবে একেবাৰেই উপযুক্ত ❤️ আপোনাৰ পৰা ভবিষ্যতে এনেধৰণৰ গীত বহু আশা কৰোঁ ❗ 🔻যদি একমত , লাইক কৰা সকলোৱে❗
@rashmidasrashmidas6467
@rashmidasrashmidas6467 3 года назад
Moja
@assambossff520
@assambossff520 3 года назад
Nice song
@DH_DREAMS
@DH_DREAMS 3 года назад
yes yes
@pooajgonak7048
@pooajgonak7048 3 года назад
Moja
@monuj9513
@monuj9513 3 года назад
K
@junuunofficial7176
@junuunofficial7176 Год назад
খুউব ভাল লাগিছে । সেই গানটো শুনিলে বহুত দুখ লাগে 😒😒😒😒
@BorshaBoruah-bv2fy
@BorshaBoruah-bv2fy 7 месяцев назад
Bhtt vll lgee gann tuu rakesh reeyann daa♥️🥰
@Jimitalukdar453
@Jimitalukdar453 3 года назад
💕সয়নে সপোনে তোমাকেই দেখো....উশাহে উশাহে তুমিয়েই বকুত 💕 হৃদয় চুই যাই গানটোৱে 💘
@proomdnath703
@proomdnath703 2 года назад
🥰🥰❤
@rajkumarkujur4811
@rajkumarkujur4811 Год назад
Please gave me your namber
@dncapfassameseforceschanne3170
Umm
@bhupalichoudhurymusical_2228
@bhupalichoudhurymusical_2228 3 года назад
*এই গীত টি কাৰ কাৰ লগত মিলিছে কৱকচোন?* *বা* _কোনে কোনে এনেকুৱা জীৱনৰ সপোন দেখিছে বাৰু?_ ❤️❤️❤️
@jutikamazumdar3901
@jutikamazumdar3901 3 года назад
Mor logt milise
@bhupenborah3567
@bhupenborah3567 3 года назад
Moi
@gitanjolidutta1207
@gitanjolidutta1207 3 года назад
Mur
@bpsaikia8221
@bpsaikia8221 3 года назад
Mur logot milisa dai
@nisha-wm8cq
@nisha-wm8cq 3 года назад
সপোন আছে এনেকুৱা এটা জীৱন পাবলে ।
@ArpanDebbarma-g9v
@ArpanDebbarma-g9v День назад
Jitna bhi Dekhu man nehi badta yrr 😢❤💕🌷
@arpitamitra7225
@arpitamitra7225 2 года назад
This song has become a huge part of my life. Lyrics are way too good. ❤️
@priyankagogoi2632
@priyankagogoi2632 3 года назад
নুশুনাৰ আগত‌ লাইক কৰিছো আৰু লগালগ তিনি বাৰ চাইছো। হৃদয় চুই গ'ল ৰাকেশ দা। Love from Sadiya 😘😘😘
@user-kv8zs9vd6w
@user-kv8zs9vd6w 3 года назад
Really moiu 😊😊❤❤
@anjalirabha1568
@anjalirabha1568 3 года назад
আপোন বুলিবলে মাথো তুমি এ ভয় লাগে জান ঐ গ'লে দূৰলে আশা ভৰষা জানা তুমি এ জীয়াই আছো জান ঐ মাথো তোমালে মোৰ খং অভিমান তুমিয়েই তো জান তোমাৰ মৰমবোৰ মোৰ স্বাভিমান দূৰ নকৰিবা অ মোৰে জান অ মোৰে জান .... 😍😍🤩🤩🥰🥰🥰🌼🌼🌼🌼🌼🌼❣❣❣❣❣❣❣♥♥♥❤❤❤❤💞💞💞💞💞💞💞
@rohitdutta4281
@rohitdutta4281 3 года назад
গানৰ এই জা গাটো বহুত ভাল লাগে এক দম কলিজা ত চুই দিয়ে❤️❤️❤️❤️
@subhashrva9878
@subhashrva9878 3 года назад
ওয়াও, সেইখিনিতেই বেছিকৈ বুকু চুই যায়,, 😘❤❤
@gdmixtures3546
@gdmixtures3546 3 года назад
Muru ei line kitai hridoy sui gol❤❤❤❤
@merinabegum7969
@merinabegum7969 3 года назад
Apun boli boli mathu Tumi
@sneha9063
@sneha9063 3 года назад
Mojja 😘😘
@pujadas.8738
@pujadas.8738 3 года назад
Wooow. Hosai aai gangu hunile kiba ata monot hanty lage 😇😇😇🥰
@saidulIslam-rk9pj
@saidulIslam-rk9pj 2 года назад
I love Assamese songs 😍
@pragatigogoi2740
@pragatigogoi2740 3 года назад
Apun bulibole mathu tumiye.oh my god heart touching 😍😍😍😍
@masumahmedbarbhuiya3758
@masumahmedbarbhuiya3758 3 года назад
Mojja bo&&
@alakeshcreationofficial6089
@alakeshcreationofficial6089 3 года назад
Rakesh dak june june val pua❤️like koriba❣️
@nijamdhali3868
@nijamdhali3868 3 года назад
Hi
@dhananjayrabha4735
@dhananjayrabha4735 3 года назад
Love u forever rekesh da
@kamaldaimary8517
@kamaldaimary8517 3 года назад
Mur favourite singer love the way you sing dada
@dipanjolipatar9250
@dipanjolipatar9250 3 года назад
𝐵𝓊𝓉 𝓋𝒶𝓁 𝓁𝒶𝑔𝓁𝓈𝑒
@laxmananlaxmanan7865
@laxmananlaxmanan7865 3 года назад
🥰🥰🥰
@smitabaishya8122
@smitabaishya8122 9 дней назад
Fvrt Song 💗 Masterpiece 💜🌸
@jonaiao9761
@jonaiao9761 13 дней назад
Heart touching song. Love you Rakesh for providing your valuable song. Onec again love you
@gitasonar3818
@gitasonar3818 3 года назад
সঁচাই মৰমৰ সংসাৰ খন ইমানেই সুন্দৰ সদায় যদি সকলো লোকেই সুখত থাকে❤️❤️❤️❤️
@gitasonar3818
@gitasonar3818 3 года назад
ধৈনবাদ
Далее
Hits of Deepshikha Bora
1:19:26
Просмотров 2,6 млн