Тёмный

OIL’S CSR I TOUCHING LIVES IN MYRIAD WAYS 

Oil India Ltd
Подписаться 13 тыс.
Просмотров 1,6 тыс.
50% 1

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 7   
@MISSAOTJF
@MISSAOTJF Год назад
🇮🇳 além do universo marcado, respeite ás fés, 🐄 , português dicionário
@mrsid27
@mrsid27 Год назад
নমস্কাৰ অইল, EWS certificate সম্বন্ধে এটা অতি জৰুৰী বাৰ্তা ।। এখন EWS certificate কেৱল মাত্ৰ এটা বিত্তীয় বৰ্ষৰ বাবে(only for 1 financial year) বৈধ হয়, মানে এপ্ৰিলৰ পৰা মাৰ্চলৈকে । গতিকে সেই certificate খন যদি December মাহতো বনাইছে তথাপিও কিন্তু তাৰ validity December পৰা অহা বছৰ December লৈকে নাথাকে, থাকিব মাৰ্চ মাহৰ লৈকেহে ।। আকৌ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱা লগেলগে সেই EWS Certificate খনৰ Validity শেষ হব আৰু আকৌ নতুনকৈ বনাব লাগিব চৰকাৰী নিয়ম অনুযায়ী ।। গতিকে, যিসকল চাকৰি প্ৰাৰ্থীয়ে মাৰ্চ মাহৰ শেষৰ দিনা অৰ্থাৎ ৩১ মাৰ্চৰ ভিতৰত ews certificate খন জমা দি অইলৰ Recruitment বাবে আৱেদন কৰিছে তেওঁলোকৰ আৱেদনহে বৈধ।। তেওঁলোকহে EWS Category'ত অন্তৰ্ভু্ক্ত হব। বাকী ১ এপ্ৰিলৰ পৰা যিসকলে EWS Certificate জমা দি আৱেদন কৰিছে, সেই প্ৰাৰ্থীসকলৰ EWS Certificate খনৰ validity ইতিমধ্যেই শেষ হৈছে গতিকে তেওঁলোকৰ certificate khon কোনোপধ্যেই গ্ৰহণযোগ্য নহব।। তেওঁলোক General Caste অন্তৰ্ভু্ক্ত হব । যিহেতু এখন EWS Certificate বনোৱাটো অতি লেহেমীয়া প্ৰক্ৰিয়া।। প্ৰথমে আপুনি উলিয়াব লাগিব এখন দেউতাৰ income certificate, এইখন আহিবলৈ নূন্যতম 7দিন সময় লাগিব, I Income certificate পোৱাৰ পাছত নিজৰবাবে মানে চাকৰি পাৰ্থীজনৰ বাবে EWS certificate আৱেদন কৰিব লাগিব।। ভালেমান কাগজ প্ৰমাণ পত্ৰ জমাদি Circle Office't Online আৱেদন কৰা পাছত 1-2 সপ্তাহ পাছত নিজ অঞ্চলৰ মণ্ডলজন আহি আৱেদনকাৰীৰ ঘৰ, মাটিবাৰী, ঘৰত মা দেউতাৰ আয় কিমান সকলো বিলাক চাই লাটমণ্ডল জনে EWS Certificate এই আৱেদনকাৰী ব্যক্তি গৰাকীয়ে পাব নে নাপাব সেইটো নিৰ্ণয় কৰিব।। বি: দ্র্য:- যিহেতু এইবাৰ লাট মণ্ডলৰ উপৰত বহুত pressure আছে বসুন্ধৰা আঁচনিৰ চৰকাৰী ভূমি সমূহৰ বিবাদ নিষ্পত্তি কৰা তথা মালিকীস্বত্ব কৰাত গুৰুত্ব দিয়া।। সেইবাবে এইবাৰ মণ্ডলৰ সময় খুব কম, বাৰু ধৰি ললো সকলো কাম পিছ পেলাই আহিলে EWs কাৰণে মণ্ডলৰ কামো কৰিলে, কিন্তু ews certificate registration কৰিবৰ বাবে এই certificate খন আকৌ DC office যাব ফাইনেল approval কাৰণে।। সকলো হোৱাৰ নূন্যতম 1 মাহৰ পাছত নতুন ews certificate খন Circle office't আহিব hard copy হিচাবে, Circle officer জনে চহী কৰাৰ পাছত আৱেদনকাৰীয়ে পাব।। ভাবক কিমান দিন লাগে !! যিহেতু অইলৰ Recruitment উলাইছিল আৱেদন কৰিবৰ বাবে from 28/03/2023, 07:00 a.m. to 25/04/2023, 11:59 p.m লৈকে।। নতুন বিত্তীয় বৰ্ষ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হব, ইমান দীঘলীয়া প্রক্ৰীয়াৰ 1 মাহৰ কমত ওলাব নোৱাৰা certificate খন কেনেকৈ বাকী থকা 25 দিনত উলিয়াব পাৰিব, যিটো নেকি অসম্ভৱ ।। গতিকে, যিসকল চাকৰি প্ৰাৰ্থীয়ে মাৰ্চ মাহৰ শেষৰ দিনা অৰ্থাৎ ৩১ মাৰ্চৰ ভিতৰত EWS certificate খন জমা দি অইলৰ Recruitment বাবে আৱেদন কৰিছে তেওঁলোকৰ আৱেদনহে বৈধ। বাকী ১ এপ্ৰিলৰ পৰা EWS certificate জমা দি আৱেদন কৰা প্ৰাৰ্থীসকলৰ EWS certificate validity ইতিমধ্যেই শেষ হৈছে গতিকে তেওঁলোকৰ certificate khon কোনোপধ্যেই গ্ৰহণযোগ্য নহব। গতিকে 1 এপ্ৰিলৰ পৰা EWS certificate দি আৱেদন কৰা সকলক only General Caste categoryত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিলোঁ ।। বি:দ্ৰ:- আৰু অসম চৰকাৰে ews certificate উলিওৱা ban কৰি থৈছিলে কিন্তু আকৌ মাৰ্চ মাহত চৰকাৰে ঘোষণা কৰিলে যে আকৌ EWS certificate বনাব খুলি দিয়া হব বুলি।। Thank you, OIL long live❤
@HimanshuDas-qz6pi
@HimanshuDas-qz6pi Год назад
Thanks oil India limited
@Aopu.chetia
@Aopu.chetia Год назад
Mission OIL 🎯
@ShorTs-yj2cy
@ShorTs-yj2cy Год назад
Can i clear recent oil india limited exam by watching all videos for oil gk tropic??😂😂
@Endless_Thoughts
@Endless_Thoughts Год назад
Give opportunity also to the youth to apply in OIL who are not from the production area of assam.
Далее
ГИГАЧАД МЭЙКЕР В PLANTS VS ZOMBIES 2!
00:49
Oil India Drilling Operation | Indian Oil Rig(well)
5:02
India & UAE Powering the FUTURE together
13:47
Indorama India Private Limited  CSR Film
3:41
OIL Final  Mission Life OIL Jingle
1:02
Просмотров 604