Тёмный

Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96 

Oasis Motion Films
Подписаться 216 тыс.
Просмотров 135 тыс.
50% 1

Our Second channel:
Oasis Talukdar : www.youtube.com/watch?v=MQQwb...
Udayan Duarah : www.youtube.com/watch?v=bQPji...
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
#ojaantric
#assamesepodcast
#ChakrapaniParashar

Развлечения

Опубликовано:

 

15 сен 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 823   
@Baartalaap
@Baartalaap 8 месяцев назад
অশেষ ধন্যবাদ, মই comments সমূহ পঢ়িলো আপোনালোকৰ, মোৰ নিজৰেই চকুপানী ওলাই গল , চক্ৰপাণিৰ চকুপানী ওলাই গল 😢... ধন্যবাদ ধন্যবাদ, আশীৰ্বাদ কৰিব ❤❤❤
@MintuBorah-xu4xr
@MintuBorah-xu4xr 8 месяцев назад
দুজন favourite মানুহৰ পৰা ইমান খিনি কথা শুনিব পাই সঁচাকৈ বহুত বেছি ভাল লাগিল 🥺❤️ অযান্ত্ৰিক আৰু বাৰ্তালাপ ৰ দীর্ঘায়ু কামনা কৰিলো 🤩❤️
@user-yu7np2jj7h
@user-yu7np2jj7h 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=xXevb8RK477ogtB4
@pujabhuyan7871
@pujabhuyan7871 8 месяцев назад
হালধীয়া সাংবাদিকতাৰ বিপৰীতে এজন নিকা সাংবাদিকৰ বৰ্তমান সময়ত বহুত প্ৰয়োজন, সেইবাবে চক্ৰপাণি দা প্ৰিয়। আজিৰ আলোচনাতো যেন শেষ নহওক এনে লাগিছিল। কিছুমান কথা ৰাইজক দেখুওৱাটোৰ প্ৰয়োজন আছে। ভালে থাকক আপোনালোক।
@Deepjyoti_kakati
@Deepjyoti_kakati 8 месяцев назад
অযান্ত্ৰিক মোৰ বাবে সুস্থ হোৱাৰ ঔষধ। যেতিয়াই মন বেয়া গা বেয়া লাগে নতুবা কিবা মানসিক শাৰীৰিক অসুস্থতাত ভোগো তেতিয়াই মই অযান্ত্ৰিকৰ চোৱা খণ্ড বোৰেই চাই থাকোঁ সুস্থ হৈ পৰোঁ।। ভাললগা ❤️🙏🎧🎶💐
@madhusmitanath9138
@madhusmitanath9138 8 месяцев назад
এক বিশেষ ব্যত্তিত্বৰ অধিকাৰী আপুনি... ইমান সৰল, হাঁহিটোৰেই যেন জিনিব সকলো .... ভগৱানে সদায় সহায় কৰক আপোনাক চক্ৰ দা ... বহুত ভাল হওঁক আপোনাৰ ❤.... অযান্ত্ৰিকলৈ অশেষ ধন্যবাদ 💗✨
@pallaviborah1012
@pallaviborah1012 8 месяцев назад
বহুদিনৰ পিছত চাইছোঁ ojaantric,,,,, চক্ৰপাণি দাদাক আপোনালোকৰ লগত দেখি ভাল লাগিল, চক্ৰদাৰ কবিতাই হৃদয় স্পৰ্শ কৰি গ'ল।
@monalichadutta9374
@monalichadutta9374 8 месяцев назад
সচাকৈয়ে চক্ৰপানী পৰাশৰৰ কথাবোৰ বৰ ভাল লাগে বিশেষকৈ হাঁহিটো।অনিমেষ ভুঞাৰ স্মৃতিত লিখা কবিতাটোৱে হৃদয় হৃদয় চুই গ'ল। অযান্ত্রিক আৰু বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰিলো ।❤❤
@momi6989
@momi6989 8 месяцев назад
চক্ৰপানি দাদাৰ বেয়া দিনবোৰৰ কাহিনীবোৰ বহুত দুখ লাগিল । বহুত হাঁহিলো ও বগৰী পাৰা কাহিনী শুনি । আপোনালোক দুইজনকে বহুত ভাল লাগে 🙏❤️💐
@krishnaamajuli1622
@krishnaamajuli1622 8 месяцев назад
বিশেষ খণ্ড❤💚 অযন্ত্ৰিক প্ৰায়েই চাওঁ ,আজিৰ খণ্ডটো নোচোৱালৈ থাকিব নোৱাৰিলোঁ ..... চক্ৰপাণি ছাৰৰ নিৰ্ভিক আৰু সাহসী মনটো খুবেই প্ৰিয় ,তেওঁৰ কথাবোৰ কাৰোবাৰ বাবে যদি সাহস আন কাৰোবাৰ বাবে আকৌ প্ৰেৰণাৰ উৎস। ভালে থাকক ছাৰ😊
@RahulJaan-sq1tk
@RahulJaan-sq1tk 6 дней назад
জুবিন দা লগত অন কেমেৰা প্ৰগ্ৰেম টোত মই আছিলোঁ দেই । ভাল অভিজ্ঞতা হৈছিল
@plabitanath1332
@plabitanath1332 8 месяцев назад
উফ ৰাম সময় পালে যে নতুন খণ্ড এটি বনাবলৈ😌 চক্র দা এনেও প্ৰিয় , তাতে অযান্ত্ৰিক ত 💗 বাকী থাকিল নতুন ষ্টুডিঅ ৰ কথা... বহুত ভাল লাগিছে, তথাপি পুৰনি ষ্টুডিঅ ৰ নীলাভ ৰঙখিনিক অলপ যেন মিছ কৰিছো। ভালে থাকক সদায় , অযান্ত্ৰিক চলি যাওঁক সদায় একেদৰেই 💫
@Bhaskarjyoti07
@Bhaskarjyoti07 8 месяцев назад
চৰকাৰ বুলি একো নাই। আমাৰ অসম অত ফ্ৰী কে চাউল পাই কিন্তু কলেজৰ এডমিছন নাপাই। চাওক অসমৰ মানুহে খেতি কৰি খাই জীয়াই আছিল এটা সময়ত আজি নাই খেতি। মোৰ মতে বিশেষ চৰকাৰে ফ্ৰী একো নালাগে স্কুল বা পহা শুনা আৰু চিকিৎসা টো ফ্ৰী কৰিব লাগে ।খোৱা বোৱা ঘৰ বনুৱা নিজে যোগাৰ কৰী লব পাৰে। মুঠতে পঢ়া আৰু চিকিৎসা ফ্ৰী বা কম খৰচ লাগে বাকী খোৱা বোৱা অসমৰ মানুহে গোটেই লব😊
@bornalisaikia1794
@bornalisaikia1794 8 месяцев назад
প্ৰতিভা যে লুকাই নাথাকে তাৰ উজ্জ্বল নিদৰ্শণ চক্ৰপাণি পৰাশৰ । ভাল লাগিল চাই পাছত চাম বুলি থৈ ও শেষ কৰি হে শান্তি হৈছে । Ojantrik loi bohut morom ❤️.......
@bidyutphukan3440
@bidyutphukan3440 8 месяцев назад
আধৰুৱা হৈ থাকিল যেন লাগিল আজিৰ অনুষ্ঠানটো । আৰু বহুত কথা পাতিব থাকি গ'ল নিচিনা অনুভৱ হ'ল। আকৌ এদিন চক্ৰ দাক অযান্ত্ৰিকৰ অতিথি ৰূপত দেখা পাম বুলি আশা ৰাখিলোঁ । অনুষ্ঠান বোৰ নিয়মিত কৰিব 🙏🙏 please.... Love from DHEMAJI ❤
@dipjyotidevi2474
@dipjyotidevi2474 8 месяцев назад
বহু বছৰৰ‌ আগতে মোৰ ঘৰ ধেমাজিৰ পৰা নৈশ বাছত গুৱাহাটীলৈ যাত্ৰা কৰোতে চক্ৰপাণি দাক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল ...অসমৰ এজন জনপ্ৰিয় সাংবাদিকক অন্তত ওচৰৰ পৰা দেখিছিলো...
@triptiraj6727
@triptiraj6727 8 месяцев назад
প্ৰিয় মানুহ জন ❤কুশলে থাকক। আপোনাৰ বাৰ্তালাপৰ নিয়মীয়া দৰ্শক মই।লগতে কুশলে থাকক আপোনালোক দুয়ো 💐♥️
@poojabordoloi903
@poojabordoloi903 8 месяцев назад
চক্ৰপানী দাদা।কিমান প্ৰিয় মানুহ হয়তো শব্দৰে বুজাব নোৱাৰো!তেওঁৰ হাঁহিটিয়ে বহু কথা কৈ যায়!ভালে থাকক সদায় ধুনীয়া মনৰ মানুহবোৰ!বাকী বহুত দিনৰ মূৰত ঘূৰি আহিয়েই প্ৰিয় মানুহজনক নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ Oasis da aru UD da🙏❤
@Cricketlover-ge1zq
@Cricketlover-ge1zq 8 месяцев назад
❤❤❤❤👍👍👍
@Cricketlover-ge1zq
@Cricketlover-ge1zq 8 месяцев назад
❤❤❤❤👍👍👍
@nipagogoimoon9478
@nipagogoimoon9478 8 месяцев назад
চক্ৰপাণি দা আপোনাৰ কথাবোৰ শুনি দুখ লাগিছে যদিও কেৰাহীৰ টুকুৰাই বাৰুকৈয়ে হঁহোৱালে ❤❤❤
@hobibakhatoon6749
@hobibakhatoon6749 8 месяцев назад
আকৌ এদিন মাতক চোন তেখেতক plz plz plz plz অসমৰ এজন সত্যবাদী মানুহ।বহুত বেছি ভাল লগা এজন ব্যক্তি।
@dimpinath3467
@dimpinath3467 8 месяцев назад
চক্ৰ পাণি দা সদায় প্ৰিয়❤ লগতে অযান্ত্ৰিক প্ৰিয় show টো বহুত ভাল লাগিল।
@user-yu7np2jj7h
@user-yu7np2jj7h 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-Kk7Dfp5iJb8.htmlsi=xXevb8RK477ogtB4
@darshitabora5184
@darshitabora5184 8 месяцев назад
Just wawww show🎉সাংস্কৃতিক নগৰী যোৰহাটৰ পৰা চায় আছো। কবিতাটোৱে চুই গ'ল সচায় লজ্জিত অনুভৱ কৰোঁ সময়ে সময়ে এনেবোৰ ঘটনাৰ বাবে। আপোনালোকৰ সু-স্বাস্থ্যৰ কামনা কৰিলো।
@pampitaradas9649
@pampitaradas9649 8 месяцев назад
তৰুণ গগৈ sir ক বহুত বহুত miss কৰিছোঁ 🙏 বহুত ভাল লাগিছিল তেওঁক,
@rekhaphukan2601
@rekhaphukan2601 8 месяцев назад
বহু অপেক্ষাৰ অন্তত অযান্ত্ৰিক ❤ সাংবাদিকতাৰ জগত খনৰ প্রিয় ব্যক্তি চক্র দা। সঁচাকৈ মূল্য কমাব নোৱাৰি নে। মানুহৰ কৰ্ম সকলোৰে বেলেগ বেলেগ কিন্তুু মূল্য একেই। দুখীয়া মধ্যবিত্ত লোকসকলৰ কথাও ভাৱিব লাগিব।
@debashreethengal1512
@debashreethengal1512 8 месяцев назад
চক্ৰপাণি দাদা বুলি ক'লেই কিবা এটা positivity ৰ পৰিৱেশ বিৰাজ কৰে। ভাল লাগে তেখেতৰ ব্যক্তিত্ব😍 ধন্যবাদ উদয়ন দাদা আৰু Oasis দাদা চক্ৰ দাদাক Ojaantric লৈ অনাৰ বাবে। চক্ৰ দা ৰ কবিতা আগতে এবাৰ শুনিছো Aboyob দাদাৰ podcast ত। কবিতাটো যিমান বাৰ শুনিছো কিছুমান কথা ভাবিবলৈ বাধ্য হৈছো। কলমৰ স্বাধীনতা এনেদৰেই শক্তিশালী হৈ ৰওঁক অনাগত প্ৰতিটো দিনলৈ🍃💚 দীৰ্ঘায়ু হওঁক অযান্ত্ৰিক 😍😍☺️
@m3official209
@m3official209 8 месяцев назад
সচাকৈ অন্তৰ চুই গ'ল। আপুনি great চক্ৰ দা।
@adityagogoi4054
@adityagogoi4054 8 месяцев назад
উদয়ন দা আৰু ঔৱেচিছ দা আপোনালোকৰ কথাবোৰ বৰ ভাল লাগে। জুবিন দা আৰু ৰবি দাক আনিবছোন,ভাল লাগিব।
@jinakonwar3155
@jinakonwar3155 8 месяцев назад
চক্ৰপাণি পৰাশৰ দাদা,উদয়ন দাদা আৰু মৰমৰ "voice" দাদা জন সদায় প্ৰিয়❤😘😘 অনুপম চক্ৰৱৰ্তী দাদাই নিউজ লাইভ অফিচত এটা show ত কৈছিল এইজন আমাৰ অফিচৰ আটাইতকৈ ধুনীয়া ল'ৰাটো❤😘আজিও কাণত বাজি থাকে😘
@himashreenath2947
@himashreenath2947 8 месяцев назад
ইমানে সুন্দৰ লাগিল চাই । কি কম আৰু । মইও লখিমপুৰৰ , ইতিহাস বিভাগৰ মইও ছাত্ৰী । সাংবাদিকতা ৰ সপোন মোৰো আচে । ❤
@bhairabideka2569
@bhairabideka2569 8 месяцев назад
উফ্ ! বহুত দিনৰ মূৰত চালোঁ ।চক্ৰ দাৰ হাঁহিটোৰ বাৱেই মানুহজন বহুত সুখী। দুখখিনিক আঁতৰাই হাঁহিটোক লৈয়ে জীৱন জিনিৱ ।❤
@user-ri9fe9uv2j
@user-ri9fe9uv2j 4 месяца назад
চক্ৰপাণি দাদা। শিকিলোঁ সাহস পালো।‌আপোনাৰ কথাবোৰ যে শুনি থাকিব পাৰি ইমানেই গহীন মাতষাৰ । কিতাপৰ মাজত পঢ়া উপন্যাসৰ কথাবোৰ যে কিছু পৰিমাণে যে সঁচা এতিয়া বুজিছোঁ। বহুত ভাল লাগিল। মোৰ স্কুলীয়া জীৱনত মোৰ মা মোৰ প্ৰধান শিক্ষক আছিল। এদিন কাণত ধৰাই থৈছিল স্কুলত।
@himanshukakoty547
@himanshukakoty547 8 месяцев назад
অযান্ত্ৰিক ৰ আটাইতকৈ ভাল লগা খণ্ড । চক্ৰপাণি দাৰ সহজ সৰল ব্যৱহাৰ তথা কথনৰ যি কৌশল তাৰ পৰা শিকিব লগা বৰ্তমান প্ৰজন্মৰ বহুত খিনি আছে । আপোনালোক সদায় কুশলে থাকক আৰু সমাজৰ বাবে এনেদৰে কাম কৰি যাওঁক....
@pikumoniyein972
@pikumoniyein972 7 месяцев назад
চক্ৰ দাদা সদায় প্ৰিয় । ভালেই থাকক আপুনি কেতিয়াবা লগ পোৱাৰ আশা এটা পুহি ৰাখিছো ।
@sachindoley338
@sachindoley338 8 месяцев назад
প্ৰিয় আছিল ojantric অনুষ্ঠান টো মাজত চোৱা নাছিলোঁ, আজি পুনৰ চালোঁ ভাল লাগিল , চক্ৰ দা লগত কৰা আলাপ আলোচনাখিনিয়ে মন চুই গল ❤ চক্ৰ দা কথাবোৰ কিন্তু এটা নতুন দিশ দেখাই যায়, মোৰ প্ৰিয় ব্যক্তিৰ ভিতৰত এজন আপুনি চক্ৰ দা❤
@sizuka_3
@sizuka_3 8 месяцев назад
আপুনি সদাই প্ৰিয় চক্ৰ দা ❤️ we always love you 😊🌻
@niharikasonowal4939
@niharikasonowal4939 8 месяцев назад
বেলেগ কিবা কবলৈ মই সঁচাই ভাবি পোৱা নাই।।। মুঠতে বহুতেই ভাল লাগিল।। দুইয়োজন প্ৰিয় ব্যক্তি।।❣️❣️❣️❣️
@mandeepmusical
@mandeepmusical 8 месяцев назад
Chakra da... Such a great personality. Thanks Ojantric❤
@user-np1jt4zw9i
@user-np1jt4zw9i 8 месяцев назад
অনুষ্ঠান টো ভাল লাগিছে,ওৱেচিছৰ হাঁহি টো এবাৰ দেখা হ'লে বৰ ভাল লাগিল হেঁতেন দেই
@Angshuman007
@Angshuman007 8 месяцев назад
কথাবোৰ শুনি বহুত লাগিল, সছা অৰ্থত ভাল মনৰ মানুহ ❤ , ভালে থাকক দাদা . এনেকুৱা ধৰণৰ অনুষ্ঠান তথা মানুহৰ পৰা কিছুমান ভাল কথা জানিব পাৰি । ❤
@mdletslearn3375
@mdletslearn3375 8 месяцев назад
Aji kali Oasis dak miss nokoru. Hodai dekhi thaku j rag anurag t. Val lagil sai ajir episode tu.
@sikhamoniphukon1051
@sikhamoniphukon1051 8 месяцев назад
চাই হেপাঁহ নপলায়।চক্ৰপাণি দাক ইমান যে ভাল লাগে।ইবাৰ লগ পাবলে মন আছে ❤❤❤
@SasankaBorah-kx6uu
@SasankaBorah-kx6uu 8 месяцев назад
বহু অপেক্ষাৰ পাছত চক্ৰপাণি দাদা Ojaantic অত । বহুত ভাল লাগিল এটো episode ❤️ Love from Tinsukia doomdooma ❤ আৰু Ojaantic পৰিয়ালৰ সকলোকে মোৰ ফালৰ পৰা মৰম থাকিল❤️👍🙏🥰
@dibyakshiborah8869
@dibyakshiborah8869 8 месяцев назад
বহুত দিনৰ মূৰত নতুন ষ্টুডিঅ'ত ভাললগা এজন ব্যক্তিৰ সৈতে অযান্ত্ৰিক...বৰ ধুনীয়া লাগিছে।❤️🥰
@jintipathak9387
@jintipathak9387 8 месяцев назад
বহুত বেছি ভাল পাওঁ আপোনাক চক্ৰ‌ ছাৰ আপোনাৰ কথাৰ পৰা বহুত অনুপ্ৰেৰণা পাও আপুনি দীৰ্ঘায়ু হওক কামনা কৰিছোঁ গোটেই এক ঘন্টাৰ ভিডিওটো খুব‌ মনোযোগৰে‌ চালো
@nilakhikumar2995
@nilakhikumar2995 8 месяцев назад
কি কম আৰু এনেই প্ৰিয় ojantricতাতে আকৌ তিনিওজন প্ৰিয় ব্যক্তি সদায় আগবাঢ়ি যাওক শুভ কামনা থাকিল❤বাতালাপো মোৰ প্ৰিয় সদায় প্ৰিয় হৈ থাকিব
@bhaskaraxom2305
@bhaskaraxom2305 8 месяцев назад
প্ৰিয় ব্যক্তিজন দেখুৱা বাবে ধন্যবাদ ।
@hobibakhatoon6749
@hobibakhatoon6749 8 месяцев назад
অসমৰ আশীৰ্বাদ আছে তেখেতৰ লগত।সদায় ভালে থাকক চক্ৰ দা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@rinkuragini615
@rinkuragini615 8 месяцев назад
অপেক্ষাৰ অন্তত❤ চক্ৰ ছাৰৰ কথা একো নকওঁ তেওঁ সদায় প্ৰিয় সদায় বিশেষ 😊 অযান্ত্ৰিকৰ নতুন যাত্ৰালৈ শুভেচ্ছা থাকিল 🎉
@karabisonowal395
@karabisonowal395 8 месяцев назад
Ojaantric সদায় প্ৰিয় । এইটো খণ্ড বিশেষকৈ প্ৰিয় ।
@kabyashreesaikia6570
@kabyashreesaikia6570 8 месяцев назад
Notification t Chakra Dak dekhi Bohut dinor pisot ojantric salu💗💗
@anuradhasonowal7765
@anuradhasonowal7765 8 месяцев назад
বহুদিনৰ মূৰত হলেওঁ বৰ ভাল লাগিল অযান্ত্রিকত প্ৰিয় ব্যক্তি জনক দেখা পায় ।
@paruldutta7025
@paruldutta7025 8 месяцев назад
চক্ৰপাণি পৰাশৰ কবিতা টি বৰ ভাল লাগিল।
@arotitanti2537
@arotitanti2537 3 дня назад
Bohut bohut val lagil--Chakrapani hanhi uff ❤️❤️
@usersumi552
@usersumi552 8 месяцев назад
দুয়োজন Favorites ❤ ভালে থাকক।
@dollybegum450
@dollybegum450 8 месяцев назад
Ckakra da u r inspiration of assam
@achintagogoi3247
@achintagogoi3247 8 месяцев назад
Finally oasis dar RU-vid channel eta j ase monot porile
@suranjanasaikiaknowar5856
@suranjanasaikiaknowar5856 8 месяцев назад
নতুন অফিচ টো ভাল লাগিছে।
@gyanashreebora8522
@gyanashreebora8522 8 месяцев назад
Chakrapani da , UD da duijon hdai priyo❤
@OK-sb5pt
@OK-sb5pt 8 месяцев назад
আপোনাৰ কথা খিনি মোৰ লগত প্ৰায় একে। সাংবাদিকৰ জীৱন আৰম্ভ কৰিছিলোঁ NN ৰ পৰা।এই কথা খিনি মনত পৰি গ'ল।
@jdaxom4029
@jdaxom4029 8 месяцев назад
ইমান দীঘল ভিডিও মই কেতিয়াও কোনো দিন চোৱা নাই। মই মোৰ জীৱনত প্ৰথম বাৰলৈ ভিডিওটো সম্পূৰ্ণ কৰিলো। ভাল লাগিল সচাঁই।
@mkunigari5217
@mkunigari5217 8 месяцев назад
মই কেইমাহ মানৰ আগৰ পৰা হে আপোনালোকৰ show চাবলৈ আৰম্ভ কৰিছো। আৰু ইমানেই চালো কি কম‌ আৰু । বাৰ্তালাপ ও recently ‌ঢোৱা আৰম্ভ কৰিছো। আপোনালোকক শুনি চাই থকা সময়খিনিত মোৰ নিজৰ পৰিয়ালৰ আড্ডাত বহি থকা যেন লাগে। লগতে এটি গঠনমূলক interview show. মোৰ বিশ্বাস, বহু সফল হ'ব। বহুতো মৰম ও শুভকামনাৰে্্❤❤❤❤❤ from Hyderabad..
@rekhamorang9437
@rekhamorang9437 8 месяцев назад
ভাল লাগিল চক্ৰ পানী ৰ জীৱন ৰ কাহিনী শুনি
@bhaswatimahanta9873
@bhaswatimahanta9873 8 месяцев назад
বহুত দিনৰ মুৰত অযান্ত্রিক তাতে আকৌ ভাল লগা মানুহজন ...
@jutismitakalita
@jutismitakalita 8 месяцев назад
বিশেষ ধৰণৰ ব্যক্তিত্বৰ গৰাকী চক্ৰপাণি দা... বহুত ভাল লাগিল। আগলৈও এনেকুৱা মানুহ বোৰক আমন্ত্ৰণ কৰিৱ বুলি আশা থাকিল। বহুত শিকিৱ পাৰিলো আজিৰ show টোৰ পৰা
@pronamikahazarika3522
@pronamikahazarika3522 8 месяцев назад
One my favourite sir
@kolpochitra3869
@kolpochitra3869 8 месяцев назад
বহুত বহুত ভাল লাগিল অজান্টিক চাই। বহুত দিনৰ মূৰত চালোঁ দেই। ধন্যবাদ।🙏
@manashibayan4037
@manashibayan4037 8 месяцев назад
নিয়মীয়াকৈ নহ'লেও মাজে সময়ে দেখিলে অযান্ত্ৰিকৰ অনুষ্ঠান দুই এটা চাওঁ..সকলোবোৰেই ভাল লগা বুলিব নোৱাৰি ..তথাপি এটা মান ৰাখি অনুষ্ঠানবোৰ কৰা লক্ষ্য কৰিছো ..আজি ব্যতিক্ৰম এই কথোপকথন শুনি - চাই যথেষ্ট ভাল লাগিল...উদ্যমী বুলি জানো ..আজি পিছে সাহসী , স্পষ্টবাদী চক্ৰপাণি পৰাশৰৰ নতুনকৈ উমান পালো .. 😊 কবিতাটোও অপূৰ্ব
@anujitaboruah4328
@anujitaboruah4328 8 месяцев назад
প্ৰতিজন মধ্যবিত্ত অসমীয়াই বৰ্তমান উপলব্ধি কৰি থকা সমস্যা বোৰ তোমালোকে আলোচনা কৰাত সুখী হলো। তোমালোকে এই সমস্যা বোৰ সমাধানৰ বাবে কিবা এটা পদক্ষেপ লবলৈ চেষ্টা কৰিবা চোন।
@boisitropurnoaxom
@boisitropurnoaxom 8 месяцев назад
Chakrapani দাদাৰ একেবাৰে শেষৰ কথাষাৰ বেছিকৈ ভাল লাগিল.... মৃত্যু হবলৈ অন্তৰ আত্মা ওলাই যোৱাৰ প্ৰয়োজন নাই🌼🌼
@ashrutabaruah3352
@ashrutabaruah3352 8 месяцев назад
Ata Sabo logia episode..... vl lgil sai .. Thnq Ojaantric.....jibon r hosa kotha Bure hosakoi a buku kopai jai... TC everyone...
@nazahmed9562
@nazahmed9562 Месяц назад
Ojaantric sai sochakoi bohut bhal lage... ❤❤
@earinhazarika5407
@earinhazarika5407 8 месяцев назад
Ojantric nd bartalap always fav❤❤
@babulsharma7256
@babulsharma7256 8 месяцев назад
Episode2 bht dhunia lgise....ru ata chakra da r logot episode hle vl lgil hoi
@Kismita-Rajbongshi
@Kismita-Rajbongshi 8 месяцев назад
প্ৰিয় অযান্ত্ৰিকত প্ৰিয় ব্যক্তিজন। আগ্ৰহেৰে বাট চাই আছিলোঁ।
@ProChefPantry
@ProChefPantry 8 месяцев назад
mur ga buhut beya hoi asil but aji episode sai bohut hahilu.val lagil mur je bemar hoi ase moi alp time karne pahori golu. best episode
@BinitA582
@BinitA582 8 месяцев назад
Favourite reporter ❤️
@purnimarabha7306
@purnimarabha7306 8 месяцев назад
বহু দিনৰ মুৰত আজি দেখিলোঁ ভাল লাগিল,, চক্ৰপানি পৰাশ দাদাৰ কথাবোৰ সচাকে বহুত ধুনীয়া ইমান পৰিপাতিকৈ কয় কথাবোৰ। Love you ojanjaric show,udi da and oasis da always and forever ❤😊😊
@tulumonigogoi8385
@tulumonigogoi8385 8 месяцев назад
আজিৰ কথাখিনি পূৰ্বতকৈ সুকীয়া। ❤প্ৰিয় মানুহজনৰ প্ৰতিটো কথা মন দি শুনিলোঁ। স্পষ্টবাদী কণ্ঠই আমাক সদায় আপ্লুত কৰে। সঁচা কথাবোৰ খুলি ক'ব পৰাকৈ সকলো সাংবাদিক আপোনাৰ দৰে হোৱা দৰকাৰ। অকৃত্ৰিম মানুহজন সদায় যেন একে থাকে❤।সদায় যেন কুশলে থাকে।❤
@sushmitapriyabora460
@sushmitapriyabora460 8 месяцев назад
ভাল লাগিল অনিমেশক লৈ কবিতাটো লিখাৰ বাবে। সি মোৰ বহুত ভাল বন্ধু আছিল 😢।
@IkrabulHussain-iw6zm
@IkrabulHussain-iw6zm 8 месяцев назад
Studio 2 plzz abr vl koi dekhabo sun❤ bhut sabole mon goise vl lagise ji khini dakhisu😊😊
@user-ye6zs2lg3s
@user-ye6zs2lg3s 7 месяцев назад
Ojantrik k success kri tulile chakra da aru ud dai.. Aiyai ojantrik.. Natural
@manibankalitanath3648
@manibankalitanath3648 8 месяцев назад
নতুন ষ্টুডিঅ সুন্দৰ হৈছে দেখিবলৈ । অযানত্ৰীক আৰু বেছি আৰু বেছি সুন্দৰ হৈ উঠক। লগতে নতুন ষ্টুডিঅত খুব ভাল লগা এজনক... চক্ৰপানী পৰাশৰৰ লগত বাৰ্তালাপ খুব ভাল লাগিল । আপোনালোক এনেদৰে উজলি থাকক। অযানত্ৰীকক সদায় চোৱাৰ হেপাহ আছে ।💐🙏
@dadavonti
@dadavonti 8 месяцев назад
বহুত বহুত দিনৰ মূৰত আজি Ojaantric চালোঁ ❤
@ritumonigogoi2757
@ritumonigogoi2757 8 месяцев назад
প্ৰিয় ব্যক্তি, প্ৰিয় অনুষ্ঠান। ভাল পালোঁ।
@mamatakhanam5320
@mamatakhanam5320 8 месяцев назад
Cakradak abar sabole Ojantrict bor mon asil... Bartalapt jatiya koisl Udi dai j chakra adin log pam tumk Ojantrict... Haidinr porai.. Gem hoi Chakrada gem 🥰
@ankurneog8688
@ankurneog8688 8 месяцев назад
Udain da anakoi thakila comedy night kopil sharma show bondha hbo... Emn hohuwai. .. 😍😍😍
@kuntaladevi6378
@kuntaladevi6378 8 месяцев назад
দুয়োজন সম্মানীয় ব্যক্তি ৰ কথোপকথন শুনি, দেখি বৰ ভাল লাগিল। নিজৰ কৰ্ম ত আগবাঢ়ি যাওঁক, ঈশ্বৰৰ সহায় হওঁক ।💚💚
@babydutta149
@babydutta149 8 месяцев назад
Finally ojantric is back🤩🤩one of my favrt chakrapani sir
@bhaskarkalita8002
@bhaskarkalita8002 8 месяцев назад
What a great Personality.
@punyashreedas1617
@punyashreedas1617 8 месяцев назад
Really aji ojantric khub bhal lagil..maje maje olop dhamali koru baya napabo..all the best
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 8 месяцев назад
কথা খিনি শুনি দুখু লাগিল, ভালো লাগিল আৰু বহুত হাহিলো। লগতে কবিতা টো সুন্দৰ 🙏
@anishadeka3855
@anishadeka3855 Месяц назад
কি কম শব্দ বিচাৰি পোৱা নাই ইমান বেছি ভাল লাগিছে ❤❤❤ ধন্যবাদ Ojaantric... best episode ❤❤
@rodalidevi2862
@rodalidevi2862 8 месяцев назад
Chakrapani Parashar Da always favourite ❤❤. Ojaantric always favourite❤❤. Long live Chakrapani Parashar Da 🥰🥰. Long live Ojaantric 🥰🥰
@TravelTrekkers001
@TravelTrekkers001 8 месяцев назад
হৃদয়ৰ পৰা ভাল লগা সাংবাদিকজন
@apsanabegum4731
@apsanabegum4731 8 месяцев назад
Oasis dada rag anurag t busy pura bdw vlei lagise sai rag anurag fvrt one❤
@flurinadeuri5555
@flurinadeuri5555 8 месяцев назад
Duijone Mur hosakoi priyo🙏👍👍👍
@KarabiKalita-so5bv
@KarabiKalita-so5bv 8 месяцев назад
Ojaantric si bahut val lage ❤ from nalbari ❤sirr kabita to iman val lgise
@swagotsyamolbora869
@swagotsyamolbora869 8 месяцев назад
Finally !! 😊 Ojaantric is really bouncing back 😎 We are Ojaantric....This is Ojaantric ❤
@minubaruah6410
@minubaruah6410 8 месяцев назад
@jitumoni5044
@jitumoni5044 8 месяцев назад
বহুত ধুনীয়া হৈছে ❤
@alimabora6600
@alimabora6600 8 месяцев назад
​@@minubaruah6410~~Are15=Big bio5Fri 9
@himadas315
@himadas315 8 месяцев назад
বহুদ দিনৰ পিছত চালো ভাল লাগিল ❤😊
@avakashrajkonwar
@avakashrajkonwar 8 месяцев назад
Happy to see Ojantric back ✨❤️🎉
@uddipanadas3117
@uddipanadas3117 8 месяцев назад
সঁচাকৈ বহুত ভাগিল আজিৰ খণ্ডটো চক্ৰ দায়ে মানুহক বহুত অনুপ্ৰাণিত কৰিব পাৰে । 💗💗
Далее
САМЫЕ ТУПЫЕ МАЖОРЫ С ПАТРИКОВ
33:19
Ojaantric || Assamese Podcast ft.  JATIN BORA || Ep.97
54:57
Majuli music festival 2023@PrabinBorah
5:57
Просмотров 10 тыс.
Pretty Good Roast Show S1. E6 | Ft.  @Harshgujral
46:55
Просмотров 196 тыс.
#saiho @EkaterinaKorea
0:13
Просмотров 1,5 млн
Он сломал стену, но зачем?🤔
0:35