Тёмный
No video :(

Ojaantric || Assamese Podcast ft. MOUSAM GOGOI || Ep.55 

Oasis Motion Films
Подписаться 220 тыс.
Просмотров 188 тыс.
50% 1

Опубликовано:

 

22 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@tridipboruah3315
@tridipboruah3315 2 года назад
মোৰ আটাইতকৈ প্ৰিয় খণ্ড এইটো... অযান্ত্ৰিকলৈ ধন্যবাদ, যান্ত্ৰিক পৃথিৱীৰ এই অসাধাৰনভাৱে অযান্ত্ৰিক মানুহজনৰ মনটোক অসমবাসীৰ লগত চিনাকি কৰি দিয়াৰ বাবে; যেতিয়া কলেজত "অনুপ্ৰেৰণা, ধৈৰ্য্য আৰু সাহস"ৰ বিষয়ে পঢ়াম, এই মানুহজনৰ আজিৰ এই সাক্ষাৎকাৰটো ছাত্ৰ-ছাত্ৰীক চাবলৈ কম Tridip Boruah Assistant Professor M.C. College, Barpeta
@nilanjanakashyap8210
@nilanjanakashyap8210 2 года назад
আজিৰ খণ্ডটো চাই বৰ ভাল লাগিল। আযান্ত্রিকৰ প্ৰতিটো খণ্ড চাও, কিন্তু আজিৰ এই খণ্ডটোৰ পৰা বহুত শিকিব পাৰিলো।মৌচম গগৈ মোৰ ব্যক্তিগতভাৱে প্রিয়, তেওঁৰ "আবতৰীয়া" আৰু "বুকু ভৰি আছে" এই দুটা গান আগতে স্কুল যোৱাৰ আগত সদায় শুনি যাওঁ এতিয়াও শুনো আজি প্রিয় গানটো গোৱা ব্যক্তিজনৰ বিষয়ে জানি ভাল লাগিল লগতে ধন্যবাদ আপোনালোকক বহুদিনৰ পৰা মনত ভাবি আছিলো যে তেওঁ কত আজি দেখি ভাল লাগিল। আপোনাক সদায় এনেকৈ থাকক আযান্ত্রিক হৈ,আপোনালোকে দৰ্শকৰ মনৰ বতৰা বুজি পাই সেয়ে আপোনালোক একক আৰু অনন্য, আপোনালোকৰ এই যাত্ৰা অব্যাহত থাকক তাৰে কামনাৰে❣️আযান্ত্রিকৰ এগৰাকী প্রিয় দৰ্শক😊
@nilakshidevipuja
@nilakshidevipuja 2 года назад
আৱতৰীয়া আৰু বুকু ভৰি দুয়োটা প্ৰিয় ❤️, বুকু ভৰি টো যেতিয়া release হৈছিল তেতিয়া আমাৰ গোটেই family য়ে খুউব শুনিছিলো আৰু এতিয়াও গানটোৰ নাম শুনিলেই দেউতা লৈ মনত পৰে মোৰ ❤️
@abinashhandique6745
@abinashhandique6745 2 года назад
প্ৰত্যেকটো গীতেই প্ৰিয় আপোনাৰ মৌচম দা ❤️🔥 আপোনাৰ গীতৰ মাজেৰে পাৰ হ'ল শৈশৱ কৈশোৰ আৰু এতিয়াও জীপাল যৌৱন 🌼❤️ ধন্যবাদ অযান্ত্ৰিক মৌচম দাক লৈ কৰা এই খণ্ডটিৰ বাবে।
@chandanphukon4053
@chandanphukon4053 2 года назад
আপোনালৈ আৰু শ্ৰদ্ধা উপজিল মৌচম দা❤️....সৃষ্টিৰ পথাৰত আৰু নতুন নতুন বীজ সিচি যাওঁক ।
@biduytbikashsarmathakur1620
@biduytbikashsarmathakur1620 2 года назад
সফলতাৰ আঁৰৰ কাহিনী। মানুহে এজন শিল্পীক Troll কৰাৰ আগতে এই কথাবোৰ মন কৰিব। প্ৰায়বোৰ শিল্পীয়ে কিমান সাধনা কৰি সংগ্ৰাম কৰি মানুহ চিনাকি হৈছে - মৌচুম গগৈ দাদা তাৰেই এটা উদাহৰণ ❤
@jahnudihingia2311
@jahnudihingia2311 2 года назад
এখেতৰ গান শুনি আমাৰ শৈশৱ কৈশোৰ পাৰ হৈছিল।কেছেট ভাৰাত আনি শুনাৰ ও নজীৰ আছিলে আমাৰ।ধন্যবাদ এখেতক আমাৰ মাজলৈ আকৌ এবাৰ আনি দিয়াৰ বাবে
@civiltech2764
@civiltech2764 2 года назад
হৃদয়ৰ একোনত স্হান লৈ গৈছে এইটো খণ্ড য়ে ধন্যবাদ অযান্তিক ৰ পৰিয়াল
@madhurjyaboruah9936
@madhurjyaboruah9936 2 года назад
আজিৰ খণ্ডটো সঁচাকৈ বহুত সুন্দৰ হৈছে ।আৰু শুনিব মন গৈ আছে।। সোনকালেই শেষ হ'ল যেন লাগিছে।।❤️❤️
@ritumonigogoi1835
@ritumonigogoi1835 2 года назад
প্ৰিয় ব্যক্তিগৰাকী । ২০১১ চনত প্ৰথম তেখেতৰ ষ্টেজ প্ৰেগম চাইছিলো। মন চুই গৈছিল❤️❤️❤️
@jeetankur3402
@jeetankur3402 2 года назад
২০১৩ ত নাহৰকটীয়াৰ বিহুত মৌচম গগৈ আহিছিল, ঘৰত খং কৰি যাব নিদিয়া স্বত্বেও চাবলৈ গৈছিলোঁ অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা শেষলৈকে মৌচম দাক ভেবা লাগি মৌচম দাকেই চাই থাকিলোঁ। ইমান অমায়িক, ইমান সাধাৰন 💚 মৌচম গগৈ always favorite
@jyotishkalita766
@jyotishkalita766 2 года назад
হৃদয়স্পৰ্শ কৰি যোৱা এটি episode
@deepjyotibaruah7749
@deepjyotibaruah7749 2 года назад
95% time মই youtube ত hardly 10mins বেছি নাচাও কিন্তু আজি কেনেকৈ গোটেই episode চাই দিলোঁ গমেই নাপালোঁ,বহুত inspiring
@tapobrata1000
@tapobrata1000 2 года назад
When the interview started I thought its going to be one of those boring episodes. Suddenly when Mousam da started telling those stories it took me those 90’s era. The struggle he went through and his willingness to take up any work for survival is an example for todays generation. No matter which field you are in, without hard work, dedication and sweat you are not gonna get success. Lovely episode. Enjoyed it 👍
@Jadab_das
@Jadab_das 2 года назад
আধা চোৱা হৈ আছিল আজি complete কৰিলোঁ । সঁচাকৈ এক inspiring episod 🤗🌝 mousam দাৰৰ জীৱন কাহিনীটো সঁচাকৈ শলাগ লোৱা লগীয়া । প্ৰণাম তোমাক মৌচম দা🙏🙏 ।আৰু আগুৱাই যাক আপুনি তাকেই কামনা কৰিলোঁ ।🙂
@ansutija3405
@ansutija3405 2 года назад
মই আৰু মোৰ পৃথিৱীৰ অযান্ত্রিক আছে ৰঙে বিৰঙেৰ মোৰ হেঁপাহৰ আধাৰশিলা হৈ❤
@abhijitsaikia6476
@abhijitsaikia6476 2 года назад
ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী যাক আমি bollywood ৰ KK বুলি কওঁ Bihpuria ত । such an Unique Voice. Cassette ত কিমান শুনিলোঁ সেইসময়ৰ suprhit sopora sopore গানটো । Lbl মাৰো লগৰ বিলাকৰ আগত আমাৰ ধেমাজি ৰ দাদা বুলি । কিন্তু নাজানোঁ তাৰ আঁৰৰ কাহিনী কিয় নোহোৱা হৈ গ'ল । দাদা বহুত সময় আছে এতিয়াও অসমৰ মানুহে আজিকালি talent বিচাৰে যিখিনি ভৰি ভৰি আপোনাৰ তাত আছে ।
@poojabordoloi903
@poojabordoloi903 2 года назад
দুপৰীয়া class ৰ পৰা আহি বিচনা খনত পৰি data tu on কৰা লগে লগে অযান্ত্ৰিকৰ notification তো পালো।মৌচম দা অহা দেখি ভাল লাগি গ'ল মনটো।বহুত দিনৰ মূৰত দেখি ভাল লাগিল।দাদাৰ আবতৰীয়া সেই গানটো সুবেই প্ৰিয় মোৰ কাৰন তাৰ লগত মোৰ যে ভাল লগা স্মৃতি জড়িত হয় আছে😌 আজিৰ খণ্ডতিয়ে হৃদয় চুই গ'ল !ভাল লাগিল বহুত দাদাৰ ভিতৰ মানুহজনৰ বিষয়ে জানি!বাকী oasis দা তুমি ও জ্বলিছিলা aioo ইমান ধুনীয়াকৈ কৈছা ভাল লাগি গ'ল মোৰ🤗❤️
@karishmachamuah6510
@karishmachamuah6510 2 года назад
বহুত মৰম..❤️ নিজৰ মানুহ ..🌝 ভালে থাকক সদায়..💘 অযান্ত্ৰিক..🥺❤️ আবতৰীয়া আবেগ..😘🥰
@Believer.67
@Believer.67 2 года назад
সফলতা পাবলৈ কিমান কষ্ট কৰিব লাগে সেইটো এই কাহিনীটোৰ পৰা বুজিব পাৰি ।❤️
@moonmoon3925
@moonmoon3925 2 года назад
Everyone has a story but it really touched my heart.you are inspiration for us....I really respected you Dada.ভালে থাকক সদায়েই🙏 আপোন ঠাইৰ আপোন মানুহ🌸🥀
@nizoradas5348
@nizoradas5348 2 года назад
Wowww What a inspiration story.... Kiman struggle'r pist Mausom Gogoi hoise heiya ei video tu sua pist he gom palu..... First vabisilu boring hobo kintu jetia Mausam dai ktha kua start korile ru etar pist eta incident koi goi ase tetia vabilu j 1 hr he kiyo ru olp time interview lobo parile heten udi da.... Moi j dubar dubar ke saisu Kati Kati....
@prona_mi
@prona_mi 2 года назад
সঁচাকৈ আজিৰ খণ্ডটোৱে হৃদয় চুই গৈছে ।আগৰ কেইটা তকৈ বহুত বেলেগ ।এসময়ত অঞ্জনা জানমনিৰ গানৰ বাবে কেছেট কিনাৰ স্মৃতি আজিও সজীৱ ।৩৫/- টকা দি কেছেট কিনিছিলো । তেতিয়া চতুৰ্থ শ্ৰেণী মানত পঢ়ি আছিলো ।শুনি মন ভৰি যায় আজিও ।
@anupallahan7546
@anupallahan7546 2 года назад
uff....best episode of ojantric.... mousom gogoi ককাই is my source of inspiration from today... বেলেগ‌ এটা প্ৰেমত পৰিলোঁ।❤️
@jyotikasonowal9670
@jyotikasonowal9670 2 года назад
সঁচাকৈ আজিৰ episode টো চাই খুউব ভাল লাগিল। আজিৰ প্ৰজন্মই বহুতো শিকিব লগা আছে মৌচম দাৰ পৰা। লগতে ojantric লৈও বহুত বহুত মৰম 💜💜💜
@chumeesvlogs5241
@chumeesvlogs5241 Год назад
Really very very inspiring ❤️, teu j emn struggle kora jonai nasilu O টেঙা ঢেঁকয়া পুঠী মাছৰ জোল ভৰি পিচল খালে সাত শত্ৰুৱে হাহিব মোক ঐ নাচাও বুলিলেও এখন হিয়া পূৰাবলৈ এখন উদং কৰি চৰাই পোহনীয়া পোৱালী বুকু ভৰি আছে ৰঙাকৈ গাল দুখনি
@taslimanazmine7829
@taslimanazmine7829 Год назад
Akebare jona nasilu moi j jitu gaanor jug k loi moi iman proud kori thaku.. hei proud feel korua manuh jon Masuam da asile.. zubeen da r voice aru Mausam da r music lyrics.. uff.. thanks a lot Ojaantrik for disclosing so many unknown facts to us🙏🙏🙏🙏
@priyankagogoi3377
@priyankagogoi3377 2 года назад
One of the best episode so far, thank you for inviting Mousum Gogoi
@padunyazozo1494
@padunyazozo1494 2 года назад
সদায় সন্মান আছে আপোনালৈ মৌচম দা। ❤️
@buliborah4698
@buliborah4698 2 года назад
Best show ❤️ বহুত বেছি ভাল লাগিল । ইমান ধুনীয়াকৈ কথাবোৰ কৈ গল । মৌচম গগৈ দাৰ বিষয়ে ইমান জনা নাছিলোঁ অযান্তিকৰ বাবে সম্ভৱ হল 💓❤️ লখিমপুৰ ৰ পৰা বহুত মৰম যাচিলোঁ ,
@monuranjanbharadwaj8037
@monuranjanbharadwaj8037 2 года назад
One of my favourite episodes. Mousam Da's journey is very inspiring and he is so down to earth. Wish him all the success and Thank you Ojaantric for bringing him to the show.🙏🙏
@korobimorang4066
@korobimorang4066 2 года назад
The best episode !!!! The struggle was so full of emotion…. Just like a storybook i could imagine his beautiful memories… respect ❤️
@rajballav8925
@rajballav8925 2 года назад
2016r December r edin maajnixaa Jorabat r dhaba ekhonot Mousam dak log paisilu ..Kotha patilu, Bohut down to earth person.. koisilu apuni likha bihu xuni dangor hoisu, Ms kru bht..xudhilu apuni ajikali imankoi gaan kio nobonua hol.. he just smiled and said that ajikali bihur reh rup xoloni hol, ru amar gaanbur nibisare hoitu raaize..moi kolu je ajiu xei xomoyor bihu burei xunu aru gungunao aamibure..
@tarpanadas578
@tarpanadas578 2 года назад
মৌচম দা অহাৰ কাৰণ বহুত ভাল লাগিল আগন্তক দিনলৈ শুভেচ্ছা থাকিল কসকলো লৈ🥰❤️
@trailukyanathgohain9299
@trailukyanathgohain9299 2 года назад
Thank you.. Bhu dinr para mousam gogoir interview bisari asilu... Kintu pua nasilu...ru ata katha kau udayan .. akhomor hekh semensapori Nahai... Jonai hoi...tarpast he aase pasighat ..time pale Ahi sabo bhu Dhunia place.
@rimleebora6179
@rimleebora6179 2 года назад
মৌচম গগৈ।। আমাৰ বাবে আদশ, অনুপ্ৰেৰণাৰ প্ৰতীক। কামৰ প্ৰতি একাগ্ৰতা, আগ্ৰহ , হাৱিয়াস থাকিলে যে কষ্ট অথলে নাযায় তাকে প্ৰমাণ কৰি দেখুৱালে তেওঁ। আজিৰ খণ্ড টি চাই তেওঁৰ প্ৰতি শ্ৰদ্ধা দুগুণে বাঢ়ি গ'ল। আগলৈও ভাল ভাল গীত উপহাৰ দিব বুলি আশা ৰাখিলো। ধন্যবাদ অযান্ত্রিক 🙏আমাক প্ৰতিজন শিল্পীৰ আৰঁৰ কাহিনী জানিবলৈ সুবিধাকণ দিয়াৰ বাবে।
@jitengogoi
@jitengogoi 2 года назад
Today I could not stop myself from commenting. This is best Episode so far in Ojaantric. Mousam Gogoi is legendary and Life lessons that teaches so much. A Big Salute.
@purnadasrock6448
@purnadasrock6448 2 года назад
Program tu saote ata kotha monole ahise , 2010,11 manor kotha, Amar usrte Nowgaon Pepar mill Ground t Mousum da program asil, ami sabo goisilu friend r logt , moi kolu Mousum dak log koriahu, gren roomt goi Mousum dak sai furisu kot ase, bhitort manuh bohut asil, Mousum dak dekhisu akhon brenc t okle bohi ase , eman simple manuh jon, khbr khudhilu bhoba nasilu kheijone Mousum da, Apunar gaan bur khosakoi mon sui jai, Thanks MOUSUM Da...
@porinitasharma9997
@porinitasharma9997 2 года назад
একেবাৰে হাল-কোৰ মাৰি অহাৰ বাবেই কিজানি গানবোৰতো তাৰ সুবাস পোৱা যায় যি সকলোৰে হৃদয় চুই যায়..মোক বিশেষকৈ!আৱতৰিয়া আৰু বুকু ভৰি মোৰ কিমান প্রিয় বুজাই দিব পৰাকৈ শব্দ বিচাৰি পোৱা নাই এইমুহূৰ্তত।কুশলে থাকক সদায়েই আৰু সৃষ্টিবোৰতো লাগিবই আপোনাৰ। অলপ পলমকৈ হলেও নকৈ নোৱাৰিলোঁ।ধন্যবাদ অযান্ত্ৰীক❤️
@surujgogoimusical4964
@surujgogoimusical4964 2 года назад
মোৰ সকলোতকৈ প্ৰিয় মানুহ জন...বহুত বহুত ধন্যবাদ OjaaNtriC
@rimpiborah2430
@rimpiborah2430 2 года назад
অযান্ত্ৰিক ৰ প্ৰায় প্ৰতিটো খণ্ডই চাইছো আৰু ভাল লাগে । কিন্তু মৌচুম দাৰ লগত কৰা খণ্ডটো বেছি ভাল লাগিল 😍
@semimasiddiqua3031
@semimasiddiqua3031 2 года назад
Thanks to Ojantric.Bohut val pau Mousam gogoi k. Bohut kotha janibo parilu teur bikhoye.Aru val lagil Udoyan r kotha bur,Train khon pori gol nki...hahi hahi gaal bikhai gol.Birat val lage udoyon r jomoni bure
@nabajitdeuri5761
@nabajitdeuri5761 2 года назад
মৌচম দা কথাবোৰ শুনি বহু কথা মনত আহিছে,সেইবাবে হ'য় টো ব্যক্তি জন সকলোৱে প্ৰিয় ! অনুভূতি বোৰ যে কিমান অন্ত:নিহিত:হৈ আছে । ভাল লাগিল মৌচম দা , আপোনাৰ গীত সদায় একক আৰু অনন্য হৈ থাকিব ।🙏🏻
@sumongoswame
@sumongoswame 2 года назад
মৃণাল ৰাভা দাদাক মাতিব পাৰিলে। তেওঁৰ "কুঁৱলী" আৰু "জোন গলা" গান দুটা বহুত ভাল লাগে।
@theyoutubegyanadda7116
@theyoutubegyanadda7116 2 года назад
Ojaantric ৰ এই অভাজনো এজন অতি আগ্ৰহী সদস্য হয় , (চিমেণ চাপৰি ) । আপোন ঠাই খনৰ নামটো অযান্ত্ৰিকত শুনা পাই সুখী হলো । ❤️পিছে চিমেন চাপৰি খন অসমৰ শেষৰ খন ঠাই নহয় দেই 🙂 । বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤️❤️💚
@solotripper8326
@solotripper8326 2 года назад
Mousum kokai... Apunar mukhere apunar journey huni inspire holu.hosai. Ojantric loi bht bht dhonyobad aru huvokamona..
@AMLAN_YOUTI
@AMLAN_YOUTI Год назад
বকুভৰি আছে তোমালৈ মৰম গানটো আৰু আবতৰিয়া গানটো ইমান ধুনীয়া যে দিনটোত নুশুনাকৈ থাকিব নোৱাৰি । বাছ যাত্ৰাৰ বেষ্ট গান মোৰ বাবে । ধন্যবাদ দাদা ইমান ভাল ভাল গান দি যাব ।
@De_layer
@De_layer 2 года назад
Comment nkorakoi thakibo nuarilu... Mousom Daa hosakoi apuni amar karone aadorxo .Thank you And Thank you so much Ojantric for this lovely episode.❤
@dusty2772
@dusty2772 2 года назад
সৰুৰে পৰাই মৌচম দাৰ গান শুনি আহিছো...একেখন জিলা হোৱাৰ পিছতো আজিলৈকে ওচৰত লগ পাই পোৱা নাই... এবাৰ লগ পোৱাৰ আশা ৰাখিলো মৌচম দা...🙏 আপোনাৰ জীৱন কাহিনীয়ে বহুতক উদগনি দিব মৌচম দা... আৰু অযান্ত্ৰিকক বহুত বহুত ধন্যবাদ...🙏 মৌচম দাৰ আৰু বহুত কাহিনী নুকুৱাকে ৰৈ গ'ল... আকৌ এবাৰ মৌচম দাক অযান্ত্ৰিকৰ মজিয়াত দেখা পাম বুলি আগ্ৰহেৰে বাট চাই ৰ'লো...🙏
@trinayandas6296
@trinayandas6296 2 года назад
Apunak ebr log pabo bisaru mousam da ❤️❤️..bohut vl lge apunar gaan ..
@pranamibaishya6521
@pranamibaishya6521 2 года назад
My fvrt singer..k ana babe thank you both of u
@gaugogoi
@gaugogoi 2 года назад
Such a gem 💎, okonmanu kitrimota nai. Hope for massive viewership 👍
@gaurangaphukan3055
@gaurangaphukan3055 2 года назад
Amazing story, ইমান অপূৰ্ব সৃষ্টি আপোনাৰ আছিলে,আজিহে গ'ম পালো।
@jilbora
@jilbora 2 года назад
মাৰ কথাষাৰ শুনি চকুপানী ওলাই গʼল 😊❤️ বহুত বহুত ভাল লাগিল 🤍🥰
@munmiscreationmunmi23
@munmiscreationmunmi23 2 года назад
বহুত বহুত ভাল লাগিল । আপোনাৰ কথা বোৰৰ পৰা বহুত খিনি কথা শিকিব পাৰিলোঁ,জীৱনত কেতিয়াওঁ হাৰ মানিব নালাগে।আপোনাৰ পৰাই শিকিলোঁ।
@user-vk2tg9si4v
@user-vk2tg9si4v 2 года назад
Great person mousom da Inspiration var var ke humai ase apunar kahinit
@loserboy3464
@loserboy3464 2 года назад
প্ৰথমে কঁও অযান্তিকৰ মই পিয় দৰ্শক আজি বৰষুণৰ বতৰ দিনটো হাজিৰা কৰি আহি বিচনা খনত পৰি আপোনালোকৰ ভিদিয় টো চালো এনেও মৌচম দা মোৰ প্ৰিয় গায়ক চাই কিন্তুু বহুত ভাল লাগিল মৌচম দাৰ কিছু নজনা কথা জানিলো আবেলি চাই চিলো কেতিয়ানো ৰাতি হল গমে নাপোলো ।
@rikashrava
@rikashrava 2 года назад
এই খন্ডটো চাই বহুত ভাল লাগিল আৰু মৃণাল ৰাভা দাক মাতে যেন 🙏🙏🙏
@ipgneutral
@ipgneutral 2 года назад
Skip nokorakoi sai asu dei...... bohut val lagise .... Mon faguni k ajiu miss koru Mausam da
@dibyakshiborah8869
@dibyakshiborah8869 2 года назад
প্ৰিয় গায়কসকলৰ ভিতৰৰ এজন তেওঁ,তেওঁৰ সফলতা আঁৰত যে ইমানখিনি কষ্ট লুকাই আছিল সেই কথা আজিহে জানিলোঁ।সঁচাই জীৱন যুদ্ধৰ এজন প্ৰকৃত যুঁজাৰু তেওঁ।ভাল লাগিল,সাহস পালোঁ বহুত। ধন্যবাদ #Ojaantric❤️
@__neel_utpol__5017
@__neel_utpol__5017 2 года назад
Buku bhori gaan2 jetiya gaise Dada a... Goosebumps ahi goise literally...
@parthacreation.dehingkal16
@parthacreation.dehingkal16 Год назад
সঁচাকৈয়ে এই episode টো বহুত বহুত ভাল লাগিল আৰু মৌচুম দাৰ অতীতৰ বহুতো কথা শুনিলো । I love you ojjantrik
@Bikramadityabaruaah
@Bikramadityabaruaah 2 года назад
অযান্ত্ৰিকৰ আটাইতকৈ ভাল লগা Episode 💐💐💐
@sukumarhazarika8322
@sukumarhazarika8322 2 года назад
মাটিৰ মানুহ মৌচুম দা💚 দিগন্ত বৰদলৈক লাগে
@raktimjyotiborah1487
@raktimjyotiborah1487 2 года назад
আপোনাৰ বুকু ভৰি গান টোত মোৰ বহুত স্মৃতি জঢ়িত হৈ আছে mousam da এতিয়াও শুনিলে বুকুত এটা বিষ অনুভৱ হয় ❤️
@MayuriDuliajan
@MayuriDuliajan 2 года назад
Mousam Gogoi My all time favourite singer
@udeshnahazarika1884
@udeshnahazarika1884 Год назад
সঁচা অৰ্থত শিল্পী ❤️ আৱতৰীয়া সদায় প্ৰিয়❣️✨
@techassam451
@techassam451 2 года назад
নিভাজ 😍 35:00 বৰ ভাল লাগিল সঁচাই 🍃 এতিয়া জুবিন গাৰ্গক মাতি আনক প্লিজ 😍
@krishnakhilikson2350
@krishnakhilikson2350 2 года назад
বহুত বেছি ভাল লাগিল,,,,, আৰু আপোনালোকক বহুত বেছি ধন্যবাদ এজন ভাল লগা গায়ক তথা ব্যক্তিক নিমন্ত্ৰণ কৰাৰ বাবে,,,,,।
@kashyapprotimgogoi2447
@kashyapprotimgogoi2447 2 года назад
Ek second homoi forward nokorakoi video tu salu....ru "Abotoriya" Gann tu uffffffff mane ❤ thank you mousum gogoi dada
@anushmitadas4636
@anushmitadas4636 2 года назад
তেওঁৰ বহু নজনা কথা জানিলো ভাল লাগিল💖 One of the best episode
@surajitsarma1782
@surajitsarma1782 2 года назад
He tells stories from the heart..paints a vivid picture HQ episode
@nayannirban213
@nayannirban213 2 года назад
Bohut besi intersting asil episode tu,,,, bohut besi val lagile.....
@deepsikhagogoi9674
@deepsikhagogoi9674 2 года назад
Mousum da r story tu akhon movie rupot bonai dibo lage 👍❤️...hosake apunar kotha huni bohut utkha paisu❤️
@dhanadanath4001
@dhanadanath4001 2 года назад
Best Eipisode of Ojantric.❤️ দ্বিতীয় খণ্ডটোৰ বাবে অপেক্ষাত ৰʼলো,,,
@PragyaHandique13
@PragyaHandique13 2 года назад
Udy da aaru oasis da , we want another episode of mousam da 💞 স্কুলীয়া দিনৰ সকলো স্মৃতি মৌচম দাৰ গানেৰেই পাৰ কৰিছিলোঁ।। আজি প্ৰথম গম পালো ভৰি পিচল খালে টো যে মৌচম দা ৰ সৃষ্টি।। অযান্ত্ৰিক সঁচাকৈয়ে আমাৰ যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি কিছু বেলেগ আপোন যেন অনুভৱ।। আশা কৰোঁ এনেকৈ আৰু বহুত চিনাকি মুখ চাবলৈ পাম।। 💞💞💞 Love from SIVASAGAR 🌻🎈
@romangogoii3043
@romangogoii3043 Год назад
অযান্ত্ৰিক সঁচাকৈ বহুত ধুনীয়া অনুস্থান। চাই সঁচাকে অনুপ্ৰাণিত হওঁ, ইমান সফল সফল ব্যক্তি সকলে কিমান কষ্টৰ ফলত এই পৰ্যাইত থিয় হৈছেহি। ধন্যবাদ আৰু বহু জনাইছো অযান্ত্ৰিক পৰিয়ালক। সকলোৱে ইমান কষ্ট পাইয়ো লক্ষ্যত উপনিত হৈছেহি তেওঁলোকৰ তোলনাত আমি দেখোন কষ্টই পোৱা নাই। আকৌ কওঁ অযান্ত্ৰিক পৰিয়াল বহুত ভালপাওঁ❤️❤️❤️❤️❤️❤️❤️
@chowdihingia8324
@chowdihingia8324 2 года назад
বহুত বহুত ভাল লাগিল।মৌচুম ককাইদেউৰ গীতৰ প্ৰতি আগৰেপৰাই টান এটা আছে।
@bhanupriyasonowal5810
@bhanupriyasonowal5810 2 года назад
Hosakoi eitu episode sai bohut boht vl lgile👌👌👌👌👌👌👌 one of my all time favourite singer mousam daa....musical journey2 huni bohut vl lgile....
@hridulborahsvlogs9136
@hridulborahsvlogs9136 2 года назад
কসুম কৈলাস দা। ক আনিব দেই কেতিয়াবা ! Fev singer....🙏 Anchor Jon ladies hole aru val lagil heten !!
@amiyamoran6608
@amiyamoran6608 2 года назад
ভাল লাগিল। একেৰাহে ২ দিন শুনিছোঁ। শেষ হোৱাৰ পাছত কমেন্টটো নকৰাকৈ থাকিব নোৱাৰিলোঁ। ধন্যবাদ উদয়ন দা আৰু অয়েচিছ দা। মই ও মন ফাগুনীৰ পৰা মৌছুম দাক চিনি পাওঁ আৰু ভাল পাওঁ। লগতে মৌছুম দাৰ বৌক ধন্যবাদ জনালোঁ বিশেষকৈ"বুকু ভৰি"ৰ বাবে। "মন ফাগুনী"ৰ কেছেটত থকা ফটোখনত খুৰা আৰু মই অকল দাদাকে চাই আছিলোঁ। চাউণ্ড পুৰা বঢ়াই দি গান শুনা ৰ বাবে মা, আইতাৰ পৰা কিমান যে গালি খাইছিলো। উদং, দলং ৰ বাবে বহুত শুভেচ্ছা জনালোঁ।
@kapildas-dr1nx
@kapildas-dr1nx Год назад
Very heart touching story One of the Untold stories ... Akhon hundhor movie hoi jabo
@jeehu2001
@jeehu2001 2 года назад
Such an inspirational story....one of my fav. episode...we love you Mousam Daa ♥
@dhrubajyotikalita5887
@dhrubajyotikalita5887 2 года назад
Such a inspirational story... One of my best favourite story I have ever seen ❤️❤️.... Eagerly Waiting for second Episode...Most Love Ojaantric ❤️❤️
@moyuriproduction
@moyuriproduction 2 года назад
মৌচম ককাইদেউ মোৰ সদায় প্ৰথম প্ৰচন্দ আছিল, আছে আৰু থাকিব। তেখেতৰ গান শুনি আৰু গীতবোৰ গায় গায় ৰাতি বিহু পাৰ কৰিছিলো আৰু ৰাতি পুৱাই দিছিলো। মিচিং গীত বোৰ আৰু বিশেষকৈ ঐনিতমবোৰে কলিজাত আজিও জীপাল হৈ আছে,কোনে কালে মচিব নোৱাৰাহৈ। মৌচম ককাইদেউ প্ৰতিটো গীতেই মোৰ জীৱনৰ বিষাদ দূৰ কৰে। Love you ❤❤❤❤❤❤❤❤❤ N THANKS TO OJAANTRIC.
@suntobora9806
@suntobora9806 2 года назад
মোৰ প্ৰিয় শিল্পী গৰাকীৰ বিষয়ে ইমানখিনি কথা জানিব পাৰি বহুত সুখী হলো।ধন্যবাদ থাকিল আপোনালোকলৈ।
@bastobkalita6328
@bastobkalita6328 2 года назад
এইটো সময় প্ৰতিটো podcast তে লাখ views আহিছে। আশা কৰোঁ খুব সোনকালেই মিলিয়ন views হওঁক। বহুত বেছি ভাল লাগে। জয় অযান্ত্ৰিক❤️
@deben27
@deben27 2 года назад
Bring Neelim Mahanta
@nirmaliboruah5669
@nirmaliboruah5669 2 года назад
Great Mousum iman inspiring tumar jiboni bor bhal lagil dei logote amar morom loga UD aru Oasisloi bohut dhonyabad aru best wishes thakil .
@abhijitbokalial3137
@abhijitbokalial3137 2 года назад
মৌচম ককাইলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। বহুত ভাল লাগিল আপোনাৰ কথাখিনি। যিহেতু এই প্ৰগ্ৰেম টো আগত চোৱা নাছিলো কিন্তু হঠাতে ইউটিউব খুলি থাকোঁতে আপোনাৰ নামটো দেখি প্লে কৰি চালো। ভালে থাকক আৰু গান উপহাৰ দিয়ক ।
@KHAgen807
@KHAgen807 2 года назад
সচাঁ কৈ দেই কি জীৱন agote vedio Tu olop holeu skip koru kintu aji 1 second atau skip kora nai!!!
@shineaxom9693
@shineaxom9693 2 года назад
মন‌ ফাগুনী চৰাইৰ পোহনীয়া পোৱালী.... Flashback🎧🎸💚💚❤️💚❤️❤️💚
@drajkhowa9998
@drajkhowa9998 2 года назад
waw such an inspiring story... Thank u all so much...Mamu(Darling) Rajkhowa from UK
@davidsaikia7601
@davidsaikia7601 2 года назад
Bohut bhal lagile Mousam Gogoi episode tu sai....kothakhini huni school'r dinbur monot pori gol..karon jetia Dada'e gaan gua start korisile tetia aami ClassVIII.. Eta onurudh Oasis dada and UD dada loi...Shroddhar Hilpi...Biplobi Xotta thoka ejon manuh aase...bor priyo manuh jon mur...hoitu aapunalukoru priyo..."Mahendra Hazarika"...ebar matibo buli aakhaa rakhilu.
@likhanlj8552
@likhanlj8552 2 года назад
Aru ata episode lage 😍😍😍moja lagil
@manashprotimdehingia6458
@manashprotimdehingia6458 2 года назад
This episode along with the episode of Arupjyoti Baruah, is by far the most inspirational and motivational episode of Ojaantrik. I hope the new generation artists learn from them how to deal with failures and struggles.
@bikash.chetia
@bikash.chetia 2 года назад
Fan of Abotoriya since it's release... 💐 💐 ককাইলৈ শ্ৰদ্ধা। অযান্ত্ৰিকলৈ মৰম। 💐 💐
@smitabaishya8122
@smitabaishya8122 2 года назад
Aabotoriya ,Buku bhori ase duita gaan e bht priyo ❤️😍
@mintusahariah9368
@mintusahariah9368 2 года назад
Oasis ru U.D da bor xundor lagise hee. Mousam daa kotha bilk bor Gaa to sui goise.. Bohut vl lagile.. Always love from Ojaantric.Luv u Guys ❤️❤️❤️
@anilchangmai3385
@anilchangmai3385 2 года назад
Mur priyo gayok jonor episode tu sai bor val lagil.
Далее
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Просмотров 1,1 млн